Тёмный

পাটীগণিত Class নবোদয় পৰীক্ষা 2025 ৰ 📌 (সংখ্যা আৰু সাংখ্যিক প্ৰণালী) Jnv Guide 

Jnv Guide
Подписаться 15 тыс.
Просмотров 4,2 тыс.
50% 1

#jnv2024 #jnvguide #jnvexam
📍📍NOTE:
Hello Students । মই প্ৰাচুৰ্য ছাৰ । ইতিমধ্যে ২০২৫ বৰ্ষৰ নৱোদয় বিদ্যালয় বাচনি পৰীক্ষাৰ আমাৰ ফ্ৰী ক্লাছ সমূহ ২৫ এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে । লগতে ২০২৫ বৰ্ষৰ নৱোদয় বিদ্যালয় বাচনি পৰীক্ষাৰ বাবে তোমালোকৰ ক্লাছ সমূহ অহা 2June মাহৰ পৰা জানুৱাৰী মাহলৈ কৰা হব । এতিয়াও যদি কোনোবা ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিম বুলি ভাবিছা অতি সোনকালে আমাক যোগাযোগ কৰা ।
Phone Number: 60017 15890
আমাৰ ক্লাছ সমূহৰ উপকাৰিতা:
📌OMR sheet কেনেকৈ কৰিব লাগে দেখুওৱা যাব
📌 প্ৰত্যেক তো chapter ৰ অন্তত পৰীক্ষা লোৱা হব
📌 শেষৰ ফালে ১০ তাতকৈ অধিক full test লোৱা যাব
📌Recording video দিয়া হব
📌class test লোৱা হব
📌Mock test 100 নম্বৰৰ লোৱা হব
📌 Common Questions ৰ সমাধান কৰা হব
📌Old questions paper সমাধান কৰোৱা হব
📌 Class fees 9 মাহৰ বাবে 8000 টকা হব
📌 ক্লাছৰ সময় ৰাতি 7 : 30 ৰ পৰা 8 : 45
ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক অতি সোনকালে আমাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ

Опубликовано:

 

20 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 59   
Далее
How to Build a Homemade Bike Using a Barrel
00:21
Просмотров 1,6 млн
С чего всё началось?
00:42
Просмотров 182 тыс.
Education Scheme 2025 - ICAP
1:08:11
Просмотров 14 тыс.