Лучшее на RU-vid
Кино
Авто/Мото
Видеоклипы
Животные
Спорт
Игры
Приколы
Развлечения
Хобби
Наука
Авторизоваться
Зарегистрироваться
Papon Song- কৰ্ণাটকত হাজাৰ হাজাৰ দৰ্শকৰ আগত পাপন দাৰ বিহু
11:45
'Kyon' Song पर Papon की Singing लगी Shreya Ghoshal को Best | Indian Idol | Best Of Shreya Ghoshal
18:28
как видит мама vs что происходит на самом деле ( я тебя не буду ругать )
01:00
Танцуем вопреки в Турции #власовакотораяева #евавласова
00:17
Ольга Бузова вступилась за юного кондитера #КондитерДети - вторник 18:30
00:46
Сделала СЕКРЕТНОЕ ЗЕРКАЛО, чтобы СЛЕДИТЬ за МОИМ ПАРНЕМ!
27:29
পাপনৰ সৈতে গীত পৰিবেশন কৰা সহ: শিল্পীগৰাকী কোন? ক'ত কেনেকৈ লগ পালে পাপনে | | PAPON KAMALPUR | |
Spondan স্পন্দন
Подписаться 146 тыс.
Просмотров 2,2 млн
50%
1
Видео
Поделиться
Скачать
Добавить в
LIKE | SHARE | COMMENT | SUBSCRIBE
Развлечения
Опубликовано:
19 апр 2022
Поделиться:
Ссылка:
Скачать:
Готовим ссылку...
Добавить в:
Мой плейлист
Посмотреть позже
Комментарии :
615
@AnkurJoyti123
2 года назад
পাপন দাৰ ব্যক্তিত্বটো মই খুবেই পচন্দ কৰো। বহুত ভাল পাওঁ❤️
@jamunavlogs755
2 года назад
পাপন দাদাক বহুত বহুত ধন্যবাদ জনাইছোঁ ছোৱালীজনীক শিল্পী জগতলৈ আগুৱাই লৈ যোৱাৰ বাবে । Love from Barpeta ❤️ পাপন দা
@paniramyein3705
2 года назад
এনে ধৰণৰ গীত গালে শুনি থাকিবৰ মন যায় । নতুন প্ৰজন্মৰ বাবে এটি অন্তৰ চুই যোৱা গীত । দিনত প্ৰায় 10/12 বাৰ শুনিয়েই থাকো । আমনি নলগা এটি গীত ।তাতকৈ আৰু ভাল লাগে লক্ষীনন্দনৰ বাহীৰ যি মিঠা মাতৰ সুৰ ।কবলৈ ভাষা নাই ।
@runudeka9816
2 года назад
খুউৱ সুন্দৰ
@bhubenthakuria9006
2 года назад
শিল্পী সমাজে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা কৃষ্টিক সজীৱ কৰি ৰাখে আৰু এক গোট হোৱাত সহায় কৰে, ধন্যবাদ শিল্পী সমাজ।
@nipulchandraghorphalia8836
2 года назад
ভাল লাগিল। নতুন শিল্পী আগবঢ়োৱাত সহায় কৰা বাবে। ধন্যবাদ,পাপন।
@arabidadas9160
Год назад
Very very nice song,,,,,
@thestrong1412
2 года назад
Mur favourite singer papon da মই পাপন দাৰ ব্যক্তিত্বটো ভাল পাও তিনিচুকীয়াৰ পৰা মৰম জাছিলো
@kishoresahani2827
Месяц назад
😅
@aminparakhowa2788
2 года назад
সঁচাকৈয়ে এই গীতটিয়ে হৃদয় জিনিছে। এইবাৰৰ বিহুত পাপন আৰু শ্ৰেয়া ঘোষালৰ, অসমবাসীৰ বাবে সঙ্গীত প্ৰেমি সকলৰ বাবে অমূল্য অৱদান । SO EXCELLENT COMPOSSING
@rajanibaisnab5321
2 года назад
See
@nilamonihazarika7883
Год назад
@@rajanibaisnab5321 q
@nayanmonisarma7303
2 года назад
কি সুন্দৰ বাহী বজাইছা দাদা..ভগবানে মঙ্গল কৰক..আৰু তুমি আগুৱাই যোৱা🙏🙏
@Bhabeshborboruah123
2 года назад
ছোৱালীজনীৰ সুৰটো ধুনীয়া।লগতে লক্ষীনন্দন ককাইৰ বাঁহীৰ সূৰে মন জুৰ পেলাইছে।
@babuborababu6030
2 года назад
O hosai bht dhunia
@badroyn265
Год назад
@@babuborababu6030 vc,
@_BabA_RaiDeR625
2 года назад
এই গানটো কিমান বাৰ সুনিলো গণা নাই কিন্তু শুনি থাকিলে শুনি থাকিব মন যায় লাভ you papon daa
@nabacreation6896
Год назад
Same
@jyotisaikia7552
2 года назад
কিমান যে প্রিয়💚💚গানৰ গভীৰতা,সুৰ,শব্দ,অৰ্থ...."অংগৰাগ পাপন"❤️❤️
@kushalkurmi5242
2 года назад
গানটোৱে হৃদয় চুই গল । সুন্দৰ কণ্ঠ ।❤️
@apurbahazarika9059
2 года назад
প্ৰাণস্পন্দন থকা গীত । পাপন সচাঁকৈয়ে অনন্য ।
@pinkvilla8552
2 года назад
Very unique sir.papon is real pride of Assam. Truly decent.
@udaynath1819
2 года назад
ইমান শুৱালা গান শুনিলে শুনি থাকিবৰ মন যায়।We are proud of Papon.
@pranabdas1902
2 года назад
সচাকৈ বহুত ধুনীয়া কণ্ঠ😍 আৰু পাপন দাৰ কথাটো নকওঁয়েই বাৰু
@bijaykaman2138
2 года назад
মোৰ হৃদয় চুই গল এই পaপon দাৰ গানে ! যিমান বাৰ শুনিলেও আমনি নালাগে !শুনি থাকিব মন যায়!,..i love you papon daa song!
@akanboro3831
2 года назад
Hoi
@daijihaloi815
2 года назад
@@akanboro3831 cfx
@aminakhatun6018
2 года назад
I have also heard this song again and again, although I am a 60 years old man.
@pranobgogoi897
Год назад
❤
@nitamonitamuli4962
Год назад
❤खुbbye:jb
@moynulhoque8029
2 года назад
আমাক যিমানে তুচ্ছ তাচ্ছিল্য নকৰক কিয় আমি সদায় অসমীয়া ভাষা সংস্কৃতি সংগীত নিত্য হৃদয়ৰ মাজত সাঁচি ৰাখিম। "জয় আই অসম"
@saratchandramahanta8372
2 года назад
এই বছৰৰ সকলোতকৈ ভাল লগা গীত। মাটি আৰু মানুহৰ গীত। শিহৰণ জাগে আবেগত।।।।
@nelsonpegu7447
2 года назад
Lakhinandan da what fabulous flute realy amazing u r 🙏🙏🙏 100 and 1000 time salute u I'm a big fan e one of u..
@kray3759
2 года назад
বাহঃ কি মিঠা বাহীঁৰ সুৰ ভাল লাগিল।
@arnabboruah1635
2 года назад
Like for lakhi da......hats off bro what a journey
@chinmaysarmah2573
2 года назад
বহুত ধন্যবাদ ৷ এনেকুৱা এটি সুমধুৰ গীত অসমবাসীক উপহাৰ দিয়া বাবে ৷
@bishalvlogs3790
2 года назад
বহুত ধুনীয়া লাগিলে পাপন দা love you ❤️❤️🙏🙏
@ganeshnath7155
2 года назад
অসমৰ মাটিৰ সুন্দৰ সুৱলা সুৰ বৰ ভাল লাগিল🙏🙏🙏👌👌
@voppa5045
2 года назад
Protiva burok aguai onat papon dai hodai hohai kore,, love you papon da
@uttamkumarroy2583
Год назад
অতিশয় মনপৰশা গীত।পাপন দাৰ চিৰসেউজ গীতটিয়ে হীয়া আলোড়িত কৰিলে।
@kanakchandradas2190
Год назад
Very nice song
@jugantamoran8033
2 года назад
সুন্দৰ গীত আৰু কণ্ঠ.. ভাল লাগিল ❤️❤️
@rtakashpritomofficial1514
2 года назад
ভদ্ৰ মানুহ এজন ভাল আচৰণ কৰা এজন অসমৰ শিল্পী।।
@rupamkalita2274
2 года назад
সচাকে এজন ভদ্ৰ মানুহ। তেখেতৰ কথাৰ মোজাই সুকিয়া। কিছুমানৰ দৰে নিজকে ৰজা বুলি নাভাবে। মই বহুত ভাল পাপন দাক।
@saminnath4209
2 года назад
Perfect যিটো হিন্দীত Super se v uper আৰু অসমীয়া সংগীত জগতত এনে মধুৰ গীত অনাগত দিনত পাম বুলি আশা ৰাখিলোঁ।।
@dhaneswarkalita9423
2 года назад
পৃথিৱীখন সুন্দৰ কৰি তোলে আপোনালোকেই 🙏🙏🙏
@biswajitgogoi7747
2 года назад
পাপন দাক আকৌ অসমৰ আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ অনুষ্ঠানত দেখা পাই বহুত ভাল লাগিলে । বহুত সুন্দৰ অনুষ্ঠান । ❤️
@prabhatkumargogoi2717
2 года назад
মনোমোহা সুৰৰ বন্যাত চালে চকুৰোৱা মঞ্চসজ্জাই মনৰ পৰা দুখ ভগৰ বোৰ আঁতৰি গ’ল ৷ ভাল লাগিল ৷
@khanindrabora7829
2 года назад
এনে ধৰণৰ গীতৰ সুৰে আজীৱন দেহৰ ৰন্ধে ৰন্ধে শিহৰন জগাই তোলে, জাতীয় মিঠা মিঠা সুৰৰ সমাহাৰ,, ধন্যবাদ জনালোঁ নতুন প্ৰজন্মক আকৰ্ষিত কৰা বাবে
@dwipensarma5090
2 года назад
1
@Baba-sl5kb
2 года назад
Akdom monor kotha kole...
@dipaligogoi5308
2 года назад
On PP PP PP PP PP k PP km Fri Fri Fri Fri Fri Fri m Fri no Fri o Fri Fri m OK Fri
@dipaligogoi5308
2 года назад
The The same way way way to our km website website website design design kino
@dipaligogoi5308
2 года назад
Kkkk pommel and I and k on and and in and on and and and n lb m lb k l l l l l l only kkkk please
@ankitaneog7285
2 года назад
Maje maje Papon dar "Kiya bat heyyyy" buli koi thokatu morom lgse🥰
@babikalita819
2 года назад
বহুত বহুত ধন্যবাদ জনাইছো আপোনাক এনেদৰে প্ৰতিভা সমূহক উলিয়াই অনা বাবে।দুয়োজনলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏🏻
@namsainamgarkishnajatmasto8208
2 года назад
বহুত ভাল লাগিল পাপন দা মই Arunachal Pradesh Namsai পৰা কৈছো | মই আপুনাক মই লিখা এটি গীত দিব বিচাৰো আপুনাৰ ফুন নম্বটো পালে নিশ্চয় ভাল পাম |
@DAllrounder98
2 года назад
contact directly with papon da or his pa😮
@UrbanRider0082
2 года назад
Follow him on Instagram nd chat
@dpboruah2998
2 года назад
বাঁহী সুৰতোৱে মন চুই গল
@gayatrimahanta7238
2 года назад
Love you papon da🥰..mon sui joa geet
@footballindia4061
2 года назад
papon voice have so relaxing and melodious
@anup5535
2 года назад
Bohut dhuniya gaise dei Koone Kobo Marwari sampradai buli 👏👏👍
@PDas-fi4hx
2 года назад
সচাকৈ গানটো ইমান মিঠা, ইমান শুৱলা। খুব ভাল লাগিছে। হৃদয় চুই গল।
@santonutaye8797
2 года назад
One of my favorite singer!.. love you Papon da😍😍🤗
@mridulgohain4587
2 года назад
অতি বেছি ভাল লগা গীত এটি পালো। আটাইকেইগরাকী শিল্পীলৈ ধন্যবাদেরে বহাগর শুভেচ্ছা জনালো।
@rakeshgogoi5095
2 года назад
Love from Jammu and Kashmir ❤️
@alakeshsvlog
2 года назад
বাহী বাদকজন 💥💥❣️❣️❤️❤️❤️
@aryalitan
2 года назад
ইমান ধুনীয়া গীত টো উপহাৰ দিয়াৰ বাবে ধন্যবাদ পাপন দা
@spondan2514
2 года назад
💕
@nivagogoi9859
2 года назад
হৃদয় জুৰাই যোৱা গীত
@anjanabaro447
2 года назад
Bahi bojuwa bhaity eman dhunia bojaisa.Aguyaijuwa agoloi bhal hobo♥️♥️♥️
@netraprasadsaikia3193
2 года назад
সুন্দৰ..সুন্দৰ..দেহ মন জোৰ..পেলাই জাই এনেধৰণৰ গীতে.. 👍👍👏👏
@saidulroy5184
2 года назад
কি সুন্দৰ গীত পাপন দা
@ebslowliving4033
Год назад
Nice to see everyone is happy there, thank you for sharing, Greeting from Canada😊
@pranjaldutta6163
2 года назад
লক্ষী দা , পাপন দা অতিশয় সুন্দৰ 🥰🙏
@biswajitpegu6387
2 года назад
অতি সুন্দৰ গীত
@user-gf1np3zv7q
Год назад
Bro apni kor hoinu
@sachindrabarmansachin1708
2 года назад
বাহি সুন্দৰ বজাইছে বঢ়িয়া পাpoন দা সুন্দৰ গীত
@biplablovesima1592
10 месяцев назад
আমি কোচবিহার থেকে ।আসাম গান আমার খুব ভালো লাগে। জুগিন দা গান আমার খুব ই ভালো
@balendas4259
2 года назад
পাপনে এনে সময়ত গীতটো উলিয়াই দিলে যি সময়ত ডেকা-গাভৰুৰ মণ কমোৱা তুলাৰ দৰে উৰি ফুৰে যি সময়ত যৌৱনে যৌৱনক আকৰ্ষণ কৰে । বহাগ বুলি ক'লে অসমীয়া মানুহৰ মণটো কি যে মিঠা মিঠা লাগে সকলোৱে লাগে । এই গীতটো সঁচা প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন । ভাল পোৱাৰ পাছতো খুলি কব নোৱাৰি মণতে ভাল পাই থাকে তেতিয়ানো কি হয় গীতটোত স্পষ্টকৈ প্ৰকাশ কৰি গীতটো শ্ৰুতি মধুৰ ভাৱে কৈছে । বৰ্তমান তথাকথিত কোনো কোনো গায়কৰ সস্তিয়া গীতৰ বিপৰীতে এই বহাগৰ ২০২২ চনৰ এটি উৎকৃষ্ট তথা লেখত লবলগীয়া গীত হৈছে । গীতটো বাৰে বাৰে শুনি থাকিলেও বিৰক্তি নালাগে । গীতবোৰ এনে হব লাগে ।বেবেৰিবাং কোনো মেচেজ দিব নোৱাৰা গীত গাই পৃৰ্বৰ অসমীয়া গীতৰ আভিজাত্যৰ ৰি ধাৰা তাক ম্লান কৰাটো উচিত নহয় । গীতিকাৰ নয়ন কেশৱলৈ অশেষ মৰম যাঁচিছো । তেওঁৰ কাপৰ পৰা এনে সুন্দৰ গীতৰ কলি আৰু সৃষ্টি হওক কামনা কৰিছো । লাহণৰ বাঁহীয়ে গীতটো শুনি থাকিলে কোনো পাহাৰীয়া অঞ্চললৈ লৈ যায় মণটো । কি বাহীৰ সুৰ ¡ মজা লাগে দে । সুন্দৰ প্ৰগ্ৰেম হৈছে পাপনৰ। লাইভ পাইছো। কোনোৱে যদি চোৱা নাই সুযোগ সুবিধা হ'লে চাই আহক । ৩০ তাৰিখৰ পৰা পাপনে বোলে অসমত নাথাকে টি, ভি, ৰ পৰা গম পাইছো । গতিকে পাপনৰ লাইভ প্ৰগ্ৰেমৰ কথাই সুকিয়া । ধন্যবাদ ।
@pahi2865
2 года назад
Umm...hbo pre sge Mumbai t jbo .
@atulboruah6182
2 года назад
Piche honkhar korar pichat beleg
@minadas7202
2 года назад
ঠিকেই লিখিছে । অসমীয়া গীতৰ সুদিন ঘূৰি আহিছে বুলি অনুভৱ হৈছে ।
@alpanagogoi5429
2 года назад
গান টো সছাকৈ প্ৰেমৰ মিঠা, মিঠা সাজ সোমাই আছে | তাতে আমাৰ লশীন্দন বাহী সুৰ বোয়াইছে...
@aminparakhowa2788
2 года назад
আপুনি উপযুক্ত সন্মান আগবঢ়াইছে Right
@promilagogoi2326
2 года назад
বৰ কোমল আৰু মিঠা সুৰীয়া গীত তু , বৰ মজা লাগিছে শুনি
@assamesevlogs5107
2 года назад
Kune likhise akou
@rollingstonetc2343
2 года назад
Papon the great singer as his extraordinary voice 👍👍👍
@jhumasikdar3641
2 года назад
What a performance bro..nd 👏 🙌 to u Kritika.
@ruplekhasaikia9591
2 года назад
ভাষা নাই ৷অতি মনোমোহা ৷
@nikhilphukan8279
2 года назад
ধন্যবাদ পাপন দা ।বহুত ভাল লাগিল ।
@kabitahazarika179
2 года назад
Wow bahi buli hunile mur Lakhinandan Daar bahi huni bohut bohut bohut val paw..
@pranjitster
2 года назад
being non assamese she sings so fluently.Flawless. marwardi suwali Axomiya gaan dhuniya ke gaise.
@nabinbora7146
2 года назад
She was born and brought up in Assam. So essentially she is an Assamese girl.
@Biman_Gogoi
2 года назад
Love you papon da😍. Love From Golaghat, Assam
@sanandadebbarma7370
2 года назад
Yeh gana jitne bar sono itni bar sun ne ka man karta hai from tripura
@air33-ias53
2 года назад
Papon da your voice is so mesmerising 💙... Love you dada 🔥
@nishamoni1133
2 года назад
So sweet ..lakshi dar bahir mat xosai koi bhut val lga
@bhaswatimahanta1737
2 года назад
বাঁহীৰ সুৰ টোৱে মন আছন্ন কৰি তুলিলে।গানটোৰ বিষয়ে কি ক'ম। ইমানেই বেছি ভাল লাগিল,, বাৰে বাৰে শুনি থাকিবৰ মন যায়।
@binitagoswami394
2 года назад
ধুনীয়া হৈছে পাপন দা আৰু কৃতিকা বা
@tonmoideuritaf9968
2 года назад
Papon Da my all time fav... Love you da
@jumansarma2032
2 года назад
3 bar mn salo moi blg blg stage t Krithika ru papan r ei song to...papon dar ktha to kboi nlage...kintu Krithika is just wow wow...ekebare same gaise sobte😋😋😋😍😍😍😍
@pramoddas6499
2 года назад
নতুন প্ৰজন্মই এনেকৈ আগুৱাই লৈ গলে বহুত ভাল লাগে,, ❤️
@bobybaruah6151
2 года назад
Nice dada gaan tu jiman bar huni thakileu aamoni nalage moi dine ratiye huni huni hui jau den apunar gaan bur mur bohut bhle pau 😍❤❤❤
@priyabora6986
2 года назад
Very nice 💕💕💕💕💕💕💕
@bikimechbikimech4365
2 года назад
Moja lagise papon da
@kishorkakati722
2 года назад
Val lagil kamalpur't rati progrem sai...
@anilgour5343
2 года назад
Bohut bohut dhuniya lagise papapda
@gargidas7970
2 года назад
লক্ষী নন্দন ৰ বাঁহীৰ সুৰ টো সচাকৈ মন মুহি গৈছে ধন্যবাদ দাদা
@digantakhataniar7793
2 года назад
পাপন দা ভাষা নাই । কি কম🤔🤔❤❤❤❤❤❤❤❤❤❤❤❤❤
@trishadatta3927
2 года назад
❤️💚💛🧡💜bor Val lagil💜🧡💛💚❤️
@Bornali_gardening
2 года назад
বৰ সুন্দৰ গীত।শুনি আপ্লুত হলো।
@bjpatowary2711
2 года назад
Outstanding performer papon da
@B.S7200
2 года назад
Bht val loga ati gan palu bht dinor murot ...💕💕💕💕💕💕💕
@rupjyotigogoi9744
2 года назад
Great musicians..🔥
@rumibashya3987
2 года назад
Soalijoni Papon dar logat khub vl lgise
@sureshpao4799
2 года назад
Love you papon da from tezpur
@sangitacookingchannel7620
2 года назад
গানটো শুনিয়েই থাকিব মন যায়।
@panchamiphukon9206
2 года назад
বহুত ধুনীয়া বাঁহী বজাইছে।excellent excellent
@nsofficial1848
2 года назад
Really love u papon sir from heart
@ambikachoudhury1234
2 года назад
Ai gite 8bar xunalu mojja lage👍👌❤
@banikantabori5083
2 года назад
এনেধৰণৰ গীতে জীৱন যৌৱন জিপাল কৰি তোলে।
@banajyotigogoi2211
2 года назад
Bohut val lagise ,Bohut dinor pasot assamese sirohauj gan ata hunibolu palu Thanks papon with all
@swarnaphukon7982
2 года назад
ভাল লাগিল
@chandangogoi9318
2 года назад
লক্ষীনন্দনৰ বাঁহীয়ে গানটোত সোণত সুৱগা চগাইছে!!
@bulugoswami2153
2 года назад
Bor xundor Lagsa Suni thakobor Mon jai👌👌💕❤😀😃
@bulugoswami2153
2 года назад
Bor xundor Lagsa Suni thakobor Mon jai👌👌💕❤😀😃
@chitradeka6367
2 года назад
Bahut dhuniya lage ai ganto
@nabanitaneog1555
2 года назад
Deh man sat pari juwa ati geet, ❤
@pareshdas2570
2 года назад
বাহীৰ সুৰটোৱে মনটো পুলকিত কৰিলে৷
@diptimedhi9376
2 года назад
বহুত ভাল লাগিল ।
@user-gf1np3zv7q
Год назад
Gitika Ma'am singing is Very Nice Beautiful Voice ❤️
Далее
11:45
Papon Song- কৰ্ণাটকত হাজাৰ হাজাৰ দৰ্শকৰ আগত পাপন দাৰ বিহু
Просмотров 352 тыс.
18:28
'Kyon' Song पर Papon की Singing लगी Shreya Ghoshal को Best | Indian Idol | Best Of Shreya Ghoshal
Просмотров 380 тыс.
01:00
как видит мама vs что происходит на самом деле ( я тебя не буду ругать )
Просмотров 115 тыс.
00:17
Танцуем вопреки в Турции #власовакотораяева #евавласова
Просмотров 165 тыс.
00:46
Ольга Бузова вступилась за юного кондитера #КондитерДети - вторник 18:30
Просмотров 870 тыс.
27:29
Сделала СЕКРЕТНОЕ ЗЕРКАЛО, чтобы СЛЕДИТЬ за МОИМ ПАРНЕМ!
Просмотров 217 тыс.
6:16
কণ্ঠ শিল্পী প্ৰিয়ংকা ভড়ালীৰ গীতৰ তালে তালে নাচিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই || Priyanka & Barsha
Просмотров 263 тыс.
24:27
তোলনি-বিয়া মাতিবলৈ আহি মুখলৈ দলিয়ালে তামোল পাণ
Просмотров 103 тыс.
8:01
Papon singing Nepali ,Boro ,jhumoor mixing song at Dhaka folk festival
Просмотров 41 тыс.
7:24
XILE XILE & TIWA FOLK SONG (FUSION) | ARTIST: MUN MUN DAS AMPHI & PRIYANKA BHARALI | DY MEDLEY SHOW
Просмотров 688 тыс.
10:47
Pe Pe Pe এইবাৰ বিহু মঞ্চত ll Atul Pachani Live Comedy Show ll Abhayapuri Rangali Bihu 16-04-2023
Просмотров 603 тыс.
6:57
Koi Nidiya Kiyaw | Shreya Ghoshal | Papon | Keshab Nayan | Official Music Video
Просмотров 43 млн
12:49
মঞ্চত পাপনে কেনেকৈ পৰিচালনা কৰিছিল কৃতিকাক?
Просмотров 304 тыс.
9:11
৮ বছৰৰ মূৰত জুবিন-জুবলী একেলগে বেলতলা বিহুত।জুবলীক বিহুমঞ্চত জুবিনে প্ৰনাম জানালে।
Просмотров 1,8 млн
16:57
Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3002 || 26.06.2024 ||
Просмотров 134 тыс.
10:14
ও নবৌ গামচা বোব জানানে ll PAPON ll Live Perform at Sorbhog
Просмотров 487 тыс.
0:11
БАНДА В СБОРЕ! ОЛЕГ МОНГОЛ И БЕЗУМНЫЙ ПАША СО СВОИМИ БЛИЗКИМИ
Просмотров 1,2 млн
0:15
Мы никогда не были так напуганы!
Просмотров 2,3 млн
0:31
Бенчику не было страшненько!😸 #бенчик #симбочка #лето
Просмотров 2,7 млн
0:42
Маша и Роберт,Poli и Gazan,Артем Mellikson и Мадина Kargayy 😱 #машаироберт #герберы #thegerbers
Просмотров 1,7 млн
0:42
Enzo: Девочку пытались похитить! Я был в шоке! Будьте внимательны с детьми! #shorts
Просмотров 7 млн
0:55
Вор в законе защитил свою мать от прораба🤯 Сериал: Курьеры. #врек #хочуврек #хочувтренды
Просмотров 2,3 млн
0:15
Мы никогда не были так напуганы!
Просмотров 2,3 млн