Тёмный

পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী,পুত্ৰ সাংসদ । গৌৰৱ গগৈৰ সৈতে বাৰ্তালাপ। 

BAARTA LAAP
Подписаться 518 тыс.
Просмотров 270 тыс.
50% 1

পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী,পুত্ৰ সাংসদ।
পিতৃৰ আদৰ্শৰ পৰা পুত্ৰৰ কৰ্মলৈ।
শৈশবৰ পৰা বৈবাহিক জীৱনলৈ।
ৰাজনীতিৰ ইটো সিটো।
ভবিষ্যতৰ সপোন, পৰিকল্পনালৈ।
দিছপুৰৰ পৰা দিল্লীলৈ।
বন্ধুৰ পৰা ৰাজনৈতিক সতীৰ্থলৈ।
সাংসদ গৌৰৱ গগৈৰ সৈতে বাৰ্তালাপ।
Contact with Chakrrapanni Parashar on
📷 Instragram: baarta_laap?igs...
🚀Facebook : / chakrrapanni. .
🔵Twitter:
✅Main Channel : youtube.com/@Baartalaap?si=yF...
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
#chakrapaniparashar #assamesepodcust #Baartalaap #guwahaticity #gauravgogoi #tarungogoi #politics #congress

Опубликовано:

 

24 фев 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@bharatphukan9933
@bharatphukan9933 4 месяца назад
গৌৰৱ গগৈ ভাল পাই যদি❤ এটা লাইক কৰক
@lazyprincess8649
@lazyprincess8649 Месяц назад
Gourav Gogoi k bohut val pau...but teuk val pale apunak kio like dim baru😂😂😂😂
@monjitgogoi126
@monjitgogoi126 Месяц назад
​@@lazyprincess8649 ear life tu like comment tote jbo ge ru😅
@bhaskarpratimsaikia2175
@bhaskarpratimsaikia2175 4 месяца назад
বৰ্তমান অসমৰ ৰাজনীতিৰ আটাইতকৈ ভাল ব্যক্তিত্বৰ, ভদ্ৰ মানুহজন।।
@user-sd2rl8um5l
@user-sd2rl8um5l 4 месяца назад
❤❤
@user-sd2rl8um5l
@user-sd2rl8um5l 4 месяца назад
😂😂❤
@ligangentertainment5888
@ligangentertainment5888 4 месяца назад
Yes
@lovewithlyrics3083
@lovewithlyrics3083 4 месяца назад
He is very intelligent and brave enough to point out every issue in lok sobha.. I have never seen a MP like him from Assam.. Mr. Gogoi please keep it up your good work... You have a bright future ahead
@shikhalaskar
@shikhalaskar 4 месяца назад
Khub bhal lagil Gaurabh Gogoir kothabur. Jugya pitrir jugya santan.Adin Assamar chief minister nichya habo. Marom aru ashirbad thakil.
@gitanjalibhagabati5666
@gitanjalibhagabati5666 4 месяца назад
গৌৰৱ গগৈ অসমৰ গৌৰৱ, ভৱিষ্যত CM হিচাবে বিচাৰোঁ
@pulakeshborah5007
@pulakeshborah5007 4 месяца назад
খুব সুন্দৰ বাৰ্তালাপ ... আমি নৱপ্ৰজন্মই এনে ব্যক্তিত্ব সম্পন্ন ব্যক্তি CM হোৱাটো বিছাৰো
@anilloing9195
@anilloing9195 4 месяца назад
গৌৰৱ এজন ভাল ব্যক্তিত্বসম্পন্ন লোক । পিতৃ গুণে পুত্ৰ ,অসমৰ বাবে সদায় গৌৰৱৰ কাৰক হৈ ৰওঁক, শুভকামনা সদায় থাকিব ।
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=ZCzK0pq5Txaot7LC
@renubegum3639
@renubegum3639 4 месяца назад
Right
@StrongestEgg25
@StrongestEgg25 4 месяца назад
100 percent right
@user-jp3ip7gr4t
@user-jp3ip7gr4t 4 месяца назад
𝙍𝙮😊
@bijumahanta405
@bijumahanta405 4 месяца назад
বহুত ভাল লাগিল। আদৰ্শ পিতৃৰ আদৰ্শ লৰা। আপুনি সদায় এইদৰে নিৰহংকাৰী হৈ ৰাইজৰ সৈতে মিলি ৰাইজৰ হৈ কাম কৰি যাওক।
@jotishmankonwar4981
@jotishmankonwar4981 4 месяца назад
Gaurav daak moi log paisilu 5years mn agot sardhanjali parkt.. teur wife n horu loratu asil logot.. kunu security,PSO eku nai teur logot.. maat logalu teuk ..photo ekhanu uthilu.teu koise bouk furabo loi ahisu rba ene.. moi asorit holu.. imn hahaj horol teu.. salute dada.. hdai apuni enedorei thakibo amar bisakh ..
@kausikdeka8380
@kausikdeka8380 4 месяца назад
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুন গগৈৰ দৰে এজন সৎ,সৰল আৰু বুদ্ধিমান ৰাজনীতিক গৌৰৱ গগৈ । তেখেতক অসমৰ মুখ্যমন্ত্ৰীৰ আসনত দেখিবলৈ পালে ভাল লাগিব বহুত ৷
@Riyan_Rajbanshi_
@Riyan_Rajbanshi_ 4 месяца назад
😂😂😂😂
@lazyprincess8649
@lazyprincess8649 Месяц назад
​@@Riyan_Rajbanshi_andhabhakta spotted🤣🤣
@lazyprincess8649
@lazyprincess8649 Месяц назад
❤❤
@Riyan_Rajbanshi_
@Riyan_Rajbanshi_ Месяц назад
@@lazyprincess8649 miyar koti seleki 🤣🤣 Congress aani gutei xon miyar raaz kribo xujisa congress r koti seleki 🤣
@dilipborah4285
@dilipborah4285 4 месяца назад
গগৈদেউ সঁচাকৈ এগৰাকী সুবক্তা । তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ।
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=ZCzK0pq5Txaot7LC
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=8FMsto3tWkWniAaE
@birengogoi9499
@birengogoi9499 4 месяца назад
এজন সহজ সৰল অমায়িক ব্যক্তি। কাৰণ তেওঁ তৰুণ গগৈৰ পুত্ৰ।❤❤
@user-sd2rl8um5l
@user-sd2rl8um5l 4 месяца назад
🎉🎉😂
@user-sd2rl8um5l
@user-sd2rl8um5l 4 месяца назад
❤❤
@barashadeka8976
@barashadeka8976 4 месяца назад
Xsakoi ❤
@rcreations7835
@rcreations7835 4 месяца назад
🙄​@@user-sd2rl8um5l
@krishnanath2742
@krishnanath2742 3 месяца назад
Ekebare hosa
@manjubarman1855
@manjubarman1855 4 месяца назад
বিৰুধী নেতা হলেও চৰকাৰক বেয়াকৈ একো কোৱা নাই। কিমান সুন্দৰ ব্যক্তিত্ব।
@2.0940
@2.0940 3 месяца назад
যোৰহাট বাসী গৌৰৱ দাক আকোঁৱালি লওক এজন ভাল সা্ংসদ ☺️ মাজুলীৰ পৰা মৰম দাদা ভালে থাকক .।
@rajibpayeng4718
@rajibpayeng4718 4 месяца назад
সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী গৌৰৱ গগৈ৷ 1 ঘণ্টা 18 মিনিটৰ সাক্ষাৎকাৰটো শুনি অকনো আমনি নাপালো৷ বহুত ভাল লাগিল৷
@munnapk1197
@munnapk1197 2 месяца назад
Right 👌👌👌
@RekhamoniBora-ec2mn
@RekhamoniBora-ec2mn 4 месяца назад
গৌৰৱ গগৈৰ কথা বোৰ একেবাৰে চেম চেম সাইলাশ তৰুণ গগৈৰ দৰেই । খোৱ ভাল কথা শুনিবলৈ পালো তেওঁ লোক দুজনৰ পৰা বহুত বহুত ধন্যবাদ 🙏🙏🙏
@pranjitbaishya2409
@pranjitbaishya2409 4 месяца назад
অসম গৌৰৱ। গৌৰৱ গগৈ । মানুহ হিচাপে তেওঁ প্ৰথম আৰু প্ৰধান। নেক্সট CM
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=8FMsto3tWkWniAaE
@Ankitborgohain-sk9os
@Ankitborgohain-sk9os 4 месяца назад
বত্তমান অসমৰ ৰুদ্ৰসিংহ তেওঁ। তেওঁ শাসন কৰিলে অসমখন আকৌ সোণৰ হব, শান্তি শৃংখলা , উন্নতি প্ৰগতি, ড়াতৃত্ববোধ স্থাপন হব।❤❤
@user-yq1eb1vk6x
@user-yq1eb1vk6x 4 месяца назад
খুউব সুন্দৰ বাৰ্তালাপ। গৌৰৱ গগৈ এনে এজন সাহসী আৰু মুক্তকণ্ঠৰ সাংসদ যিজনে উত্তৰ-পূৱৰ সমস্যাক লৈ মুক্ত কণ্ঠৰে সাহসীকতাৰে সংসদত দাঙি ধৰি আহিছে। অসমে এনে এজন সহজ-সৰল, মুক্ত কণ্ঠৰ, উচ্চ শিক্ষিত, আৰু সাহসী জন প্ৰতিনিধি আশা কৰে।
@xurordeolkalabithika1129
@xurordeolkalabithika1129 4 месяца назад
ইমান এটি সুন্দৰ অনুষ্ঠান উপহাৰ দিয়া বাবে আন্তৰিক ধন্যবাদ। গৌৰৱ গগৈ এজন ব্যতিক্ৰমী ব্যক্তিত্ব, নেতা।সময়ত এই কথা আৰু অধিক প্ৰোজ্বল হৈ উঠিব।
@xurordeolkalabithika1129
@xurordeolkalabithika1129 4 месяца назад
গৌৰৱ গগৈৰ নেতৃত্বত এক সঁচা বিপ্লৱৰ সূচনা হ'ব এইয়া মোৰ দৃঢ় বিশ্বাস।
@rupjyotisaikia1789
@rupjyotisaikia1789 2 месяца назад
Nijor sarkar thaka xomoi t Assam t ata u Bangladeshi nai buli kua manuh jone,,, ki biplab anibo😂😂😂 ,,
@parishmita_gogoi104
@parishmita_gogoi104 4 месяца назад
গৌৰব গগৈ অসমৰ মুখ্যমন্ত্ৰী হলে অসমখনৰ বহুত ভাল হ'ব। বিচাৰো তেওঁ যাতে মুখ্যমন্ত্ৰী হৈ আমাক আগুৱাই লৈ যায়।
@bijoyagogoi6248
@bijoyagogoi6248 4 месяца назад
আমি সদায় আশাবাদী -গৌৰৱ গগৈ অসমৰ গৌৰৱ হৈ ৰওক। বাৰ্ত্তা লাপ অনুষ্ঠান টো অতি সুন্দৰ হেছে।দুয়ো গৰাকী লৈ বহুত ধন্যবাদ থাকিল।
@rupamgogoi3363
@rupamgogoi3363 4 месяца назад
❤❤❤
@NOGArtDrawing
@NOGArtDrawing 4 месяца назад
❤❤❤
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=8FMsto3tWkWniAaE
@NigelDcosta-uz6jk
@NigelDcosta-uz6jk 4 месяца назад
Bahut kat haiñjan8su 1:16:49
@bulbulAxom099
@bulbulAxom099 4 месяца назад
Comments বোৰত এটাও বেয়াকৈ কোৱা দেখা নাপালোঁ দেই। ইয়াকেই কয় প্ৰকৃত মানুহ ❤️❤️
@girishphukan4335
@girishphukan4335 4 месяца назад
শ্ৰীগৌৰব গগৈ এগৰাকী প্ৰতিশ্ৰুতিসম্পৰ্ণ ৰাজনীতিবিদ
@DimpolGogoi-bj9wj
@DimpolGogoi-bj9wj 3 месяца назад
@nurulislamnurul8045
@nurulislamnurul8045 3 месяца назад
Baya kuwatu kunu karon ai nuta karon taw ajon val mauhor lora aru hiw ajon Val manuh
@user-gk4bf5hp8s
@user-gk4bf5hp8s 4 месяца назад
এনেকুৱা সহজ সৰল ব্যক্তি আমাৰ সমাজত লাগে ৰাজনীতি ক্ষেত্ৰতে খনতে হক বা সমাজৰ ক্ষেত্ৰতে হক ❤❤ মই ভাবো দাদাক বেয়া পোৱা মানুহ নাই ৯০% মানুহে ভাল পাই তেওঁক 😊 ।আৰু সদাই ভাল পাই থাকিব ❤
@kailashdas1140
@kailashdas1140 4 месяца назад
100% a val pai.. Ki BJP ki congress sbe teok val pai
@mhcreation4740
@mhcreation4740 4 месяца назад
ধন্যবাদ চক্ৰদা গৌৰৱ গগৈ সচাঁকৈ অসমৰ গৌৰৱ। অনাগত দিনত মূখ্যমন্ত্ৰী হিচাপে চাব বিচাৰো।
@dipalichangmai8506
@dipalichangmai8506 4 месяца назад
গৌৰৱ, অসমৰ গৌৰৱ হৈ থাকক,।আমি সদায় আশা বাদী।
@priyankabora3139
@priyankabora3139 4 месяца назад
ৰাজনৈতিক দলৰ বুলি নহয়!তেখেতৰ ব্যক্তিত্বটো ভাল লাগে,সহজ-সৰল।
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=ZCzK0pq5Txaot7LC
@munnapk1197
@munnapk1197 2 месяца назад
Right
@lakheswarborah3046
@lakheswarborah3046 4 месяца назад
ভাল লাগিল গৌৰৱ গগৈ দেৱৰ সাক্ষাৎকাৰটো । দুয়োজনলৈ ধন্যবাদ যাচিছোঁ ।
@birenpegu4220
@birenpegu4220 4 месяца назад
Great salute আপোনি আৰু আপোনাৰ অতিথি সঁচাকৈয়ে বহুত বহুত প্ৰেৰণাদায়ক। TV টক্সত এই মজাটো মুঠেই নাপায়।
@manikpayun2029
@manikpayun2029 4 месяца назад
মোৰ জীৱনৰ আটাইতকৈ ভাল লগা ৰাজনীতিৰ নেতা আছিল স্বানাম ধন্য তৰুণ গগৈ দেৱ। আজিৰ ৰাজনীতিৰ পেক্ষাপথত তেখেতৰ দৰে নেতাৰ অভাৱ অনুভৱ কৰিছো।
@rahulhatimuria5900
@rahulhatimuria5900 4 месяца назад
গৌৰৱ গগৈৰ সঁচাই এজন সুন্দৰ মনৰ মানু্হ ♥️♥️
@manabmohan6894
@manabmohan6894 4 месяца назад
দুয়ো জনৰ বাৰ্তা লাপ ভাল লাগিল আৰম্ভণিৰ পৰা শেষৰ লৈ চালো । দুয়োজনৰে আশা বিলাক অতি সোনকালেই পূৰণ হওঁক ।
@archanaborooah6323
@archanaborooah6323 4 месяца назад
সহজ সৰল কথাখিনি শুনি ভাল লাগিল ।চক্ৰপানী তোমালৈও ধন্যবাদ ।
@user-wv7sl3ee2m
@user-wv7sl3ee2m 4 месяца назад
শুভেচ্ছা থাকিল গৌৰৱ গগৈ দেৱলৈ।‌‌ আশা কৰো আগন্তুক নিৰ্বাচনত আপুনি জয়ী হয়।
@satyajitsaikia631
@satyajitsaikia631 4 месяца назад
মাটিৰ মানুহ ❤ সাধাৰণ মানুহ ✍️ ভাল লাগিল 👍 অসম আৰু ভাৰতৰ ৰাজনীতিৰ ভৱিষ্যত ❤🙌
@mandirabordoloi5708
@mandirabordoloi5708 3 месяца назад
তৰুণ গগৈ পুত্ৰ হিচাপে তেওঁ এজন সহজ সৰল অভিমানি নথকা এজন ভদ্ৰলোক অহংকাৰ নাইসেইজনেইপকৃত মানুহ জয়হয়োক
@assamesenaturalbeautyandhe2854
@assamesenaturalbeautyandhe2854 4 месяца назад
সচাঁ কৈ ডলি বাইদেউ বহুত সহজ সৰল মহিলা। তেওঁ কেতিয়াও মূখ্যমন্ত্রী ৰ পত্নীৰ ক্ষমতা লোৱা নাছিল। সংসদত মাত মতা গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা কোনো নাই।
@R.Bhuya1
@R.Bhuya1 4 месяца назад
Correct
@rupjyotisaikia1789
@rupjyotisaikia1789 2 месяца назад
Assam kotha kaita maat matile,,, manipur,aru beleg issue t maat di thakile,,,,
@digitalnotebookassam
@digitalnotebookassam 4 месяца назад
অসমৰ ভৱিষ্যত। ব্যক্তিত্বসম্পন্ন ৰাজনৈতিক ব্যক্তিসত্বা হিচাপে তেওঁৰ বলিষ্ঠ কণ্ঠ সদায় অসমৰ পৰিচয় হৈ থাকক তাকে কামনা কৰো।
@gitaraniborah4114
@gitaraniborah4114 4 месяца назад
অসমৰ ৰাজনীতিত এক উজ্জ্বল আৰু সবল ব্যক্তিৰ নেতা আমি বিছাৰো। গৌৰৱ গগৈ ডাঙৰীয়ালৈ অশেষ শুভেচ্ছা থাকিল।
@daisyahmed4732
@daisyahmed4732 4 месяца назад
আশা কৰো গৌৰৱ গগৈৰ দৰে এজন লোক অসমৰ মুখ্যমন্ত্ৰী হ'লে এখন সুন্দৰ অসম পাম।
@EkakshiDeka-wr9fv
@EkakshiDeka-wr9fv 3 месяца назад
গৌৰৱ গগৈ অসমৰ ভৱিষ্যত ❤ উপযুক্ত সাংসদ গৌৰৱ গগৈক যোৰহাট বাসীয়ে জয়যুক্ত কৰক ৷🙏
@puspalgogoi1363
@puspalgogoi1363 4 месяца назад
সুন্দৰ অনুষ্ঠান এজন ভাল মনৰ অধিকাৰী গৌৰৱ গগৈ ডাঙৰীয়া
@hasotia
@hasotia 4 месяца назад
Great leader in india.. and future CM of Assam.❤❤❤
@monikaboruah2786
@monikaboruah2786 4 месяца назад
Bohut val leader asil
@gogoi12359
@gogoi12359 4 месяца назад
তৰুণ গগৈ অসমৰ ৰাজনীতিৰ পিতামহ।
@bigonepolash
@bigonepolash 4 месяца назад
মই সম্পূৰ্ণ BJP ৰ suporters, স্পষ্ট কথা কোৱা মানুহ,মই কলিয়াবৰ লোকসভা সমষ্টিৰ যিটোৰ আপুনি সাংসদ,এদিন আপুনি CM হব।
@user-mp4lc9nn9j
@user-mp4lc9nn9j 4 месяца назад
মই আশা কৰোঁ এদিন অসমৰ CM হওঁক আৰু অসমৰ ৰাইজৰ কাৰণে ভাল ভাল কাম কৰি যোৱাটো,এইখন চৰকাৰৰ পৰা আমি মুক্তি হোৱা টো বিচাৰি
@user-ie8zl5ch8k
@user-ie8zl5ch8k 4 месяца назад
গৌৰৱ গগৈ কথা শুনি থাকিলে অসমবাসীৰ আমনি নালাগে।।।। জয গৌৱৰ।।।। অসম গৌৰৱ।।।
@juliranisarmajuli5031
@juliranisarmajuli5031 4 месяца назад
বহুতেই ভাল লাগিল অনুষ্ঠানটি চাই, নিৰহংকাৰি, অমায়িক সঁচাকৈ ভদ্ৰ এজন সহজ সৰল ব্যক্তি গৌৰৱ গগৈ।
@ontheline10
@ontheline10 4 месяца назад
গৌৰৱ গগৈ ডাঙৰীয়া ভৱিষ্যতে যেন অসমৰ মুখ্যমন্ত্ৰী পদত আপোনাক দেখিবলৈ পাওঁ।
@kailashdas1140
@kailashdas1140 4 месяца назад
Same feeling
@richikagogoi7282
@richikagogoi7282 4 месяца назад
ইমান সহজভাৱে সাজ-পোছাক কৰিছে, ইমান সহজভাৱে বাৰ্তালাপ কৰিছে সঁচাই তেওঁৰ ব্যক্তিত্ব গুৰুত্বপূৰ্ণ।
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=ZCzK0pq5Txaot7LC
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=8FMsto3tWkWniAaE
@xxxboy7692
@xxxboy7692 4 месяца назад
বৰ্তমানৰ মুখ্য মন্ত্ৰীৰ পত্নী অজস্য সম্প্ৰতি আছে লগতে সকলোতে প্ৰচাৰ হৈ থাকে কিন্তু প্ৰাক্তন মুখ্য মন্ত্ৰীৰ শ্ৰীযুত তৰুণ গগৈ পত্নীক আজি লৈকে কিবা নিউজ চেনেল বা কিবা পৰ্তেল বোৰতো প্ৰচাৰ হোৱা দেখি নেপালো । হৃদয়ৰ পৰা কৈছোঁ তৰুণ গগৈ বহুত ভাল মানুহ আছিল ।
@Palash11122
@Palash11122 4 месяца назад
Gaurav Gogoi r potnik u aji leke dekhai nai moi
@sureshhazarika4391
@sureshhazarika4391 4 месяца назад
Yes
@Sankarjitcreation
@Sankarjitcreation 4 месяца назад
মোৰ এজন প্ৰিয় ব্যক্তি ভাল লাগিল । গৌৰৱ গগৈ অসমৰ গৌৰৱ।
@ashimborah4604
@ashimborah4604 4 месяца назад
গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হয় তেন্তে অসম খন বহুত আগুৱাই যাব । তেখেত এজন শিক্ষিত ৰাজনীতিবিদ ।🎉❤
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=8FMsto3tWkWniAaE
@bulbulAxom099
@bulbulAxom099 4 месяца назад
Absolutely 💯❤️
@bigboy5506
@bigboy5506 2 месяца назад
তেখেতৰ পিতৃ মাতৃলৈ সশ্ৰব্ধ প্ৰণাম এইকাৰণেই যে তিনিটাকৈ শাসনকালত থাকিও অসমৰ ভিতৰতে ধনী মানুহ হব পৰাকৈ লৰালৈ এগালমান পাৰ্থিৱ সম্পত্তি গোটাই থৈ যোৱাৰ সলনি আচল সম্পত্তি অৰ্থাৎ উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি পুত্ৰকেই এক অমূল্য সম্পদ হিচাবে গঢ়ি থৈ গল।
@nanghunpha
@nanghunpha 4 месяца назад
মুখ্য মন্ত্ৰী হলে ভাল পাওঁ ।
@dwaipayan13
@dwaipayan13 4 месяца назад
miya gaal ahibo
@rupjyotigogoi8916
@rupjyotigogoi8916 3 месяца назад
Miya r vote lua idea tu mama re asil congress r dinot
@ajeetknath3062
@ajeetknath3062 4 месяца назад
গৌৰৱ গগৈ হিচাপে তেওঁ মোৰ শ্ৰদ্ধাৰ পাত্ৰ ৷
@borah_simanta8707
@borah_simanta8707 4 месяца назад
বহুত ভাল লাগিল বাৰ্তালাপ অনুষ্ঠানৰ এই খণ্ডটি । গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ তৰুণ গগৈ ডাঙৰীয়াৰ দৰেই সহজ-সৰল, এজন ভদ্ৰ, অমায়িক, ভাল মনৰ মানুহ । তেখেতে অসমৰ তথা ভাৰতবৰ্ষৰ বাবে অনাগত দিনত আৰু বলিষ্ঠভাৱে যাতে কাম কৰি যাব পাৰে তাৰ বাবে আশা থাকিল । তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলো । 🙏🏻❤
@pdmajuliisland271
@pdmajuliisland271 4 месяца назад
কেতিয়া নু ১ ঘণ্টা১৮ মিনিট পাৰ হল গমে নাপালোঁ,এজন সহজ সৰল মানুহ,এবাৰ ৰাইজে মুখ্যমন্ত্ৰী বিচাৰক অসম বহুত উপৰত পঠাব বিশ্বাস আছে❤
@rikimoniborah4994
@rikimoniborah4994 4 месяца назад
ভাল লাগিল চাই। কমেণ্ট নকৰাকৈ নোৱাৰিলো। গৌৰৱ গগৈ ইমান সহজ সৰল ।তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো। ☺️
@manuborah4135
@manuborah4135 4 месяца назад
সুন্দৰ ব্যক্তিত্বৰ এজন মানুহ । দীৰ্ঘায়ো কামনা কৰিলো ।
@anupambaruah3745
@anupambaruah3745 4 месяца назад
পিতাক কিছুমানে তেল মচলা দি ঠগী ঠগী !! But পুত্ৰক নোৱাৰিব... কিন্তু ❤ ❤
@anilhazarika8872
@anilhazarika8872 4 месяца назад
গৌৰৱ গগৈ বহুধা ব্যক্তিত্ব সম্পন্ন লোক। ভাল লাগিল।
@michaelvlogs4811
@michaelvlogs4811 4 месяца назад
তেখেতৰ ব্যক্তিত্বক salute 🫡 👏 জনাওঁ,তেওঁ বহুত সহজ সৰল মানুহ। আশা কৰো এদিন নহয় এদিন মুখ্যমন্ত্ৰীৰ হিচাপত দেখা পাম বুলি ।
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=8FMsto3tWkWniAaE
@akashdeori9874
@akashdeori9874 4 месяца назад
তেওঁৰ ব্যক্তিত্ব সঁচাই অটোলনীয় ।।।। কোনেও এটাও bea comments দিয়া নাই আচৰিত।। অকল ব্যক্তিত্ব এ নহয় ।। Definitely he is one of the finest, honest , dignified, versatile and I'm sure one day he is going to be the CM of assam. ।।। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ।
@meenagogoiborgohain4170
@meenagogoiborgohain4170 4 месяца назад
Thank you All time favourite Chakrapani Parashar...appreciable interview.❤Gaurav loi Xubhokamona jonalu.
@nabajyotichetia51
@nabajyotichetia51 4 месяца назад
বহুত বহুত ভাল লাগিল। সময়খিনি কেতিয়া পাৰ হ'ল গমেই নাপালো। খুব ভাল ব্যক্তিত্বৰ মানুহ। ৰাজনৈতিক ক্ষেত্ৰখনত এনেকুৱা ব্যক্তিৰ প্ৰয়োজন।ৰূপজ্যোতি কুমি, প্ৰশান্ত ফুকন আদিৰ দৰে নেতাই এই সাক্ষাৎকাৰটো চোৱাৰ প্ৰয়োজন। অৱশ্যে অতনু ভূঞাৰ দৰে সাংবাদিকে পৰিবেশন কৰা হ'লে ইমান ভাল নালাগিল হয়। ধন্যবাদ চক্ৰপাণি পৰাশৰ ডাঙৰীয়া।
@KaSiYali
@KaSiYali 4 месяца назад
ৰাজনীতিৰ উৰ্দ্ধত গৌৰৱ গগৈক যদি বিশ্লেষণ কৰোঁ সঁচাকৈ এজন Down to earth মানুহ।very innocent...
@rupaligogoi4929
@rupaligogoi4929 4 месяца назад
তেখেত প্ৰকৃত ৰাজনীতিবিদ । বিৰোধীক সমালোচনা কৰা কলা জানে । ৰাজনৈতিক সমালোচনা কৰিবলৈ প্ৰকৃততে তেখেতেহে জানে । বাকীসকলৰ ব্যক্তিগত আক্ৰোশ মূলক বক্তব্য শুনা যায় ।
@bimalboruah9507
@bimalboruah9507 4 месяца назад
He is not only inteligent but also a talented person . He has a great personality . We are really proud of him .
@dipsikhachetia111
@dipsikhachetia111 4 месяца назад
ইমান সুন্দৰ কথোপকথন। সচাঁই বৰ ভাল ব্যক্তি গৌৰৱ‌ গগৈ ‌ডাঙৰীয়া ।আচলতে এই যে" sir "শব্দটো আচলতে‌ এইগৰাকী ব্যক্তিৰ ক্ষেত্ৰত অন্তৰৰ পৰা ওলাই শ্ৰদ্ধা সহকাৰে । আজিৰ কিছুমান উল্লেখনীয় ব্যক্তি‌ক কেৱল ক্ষমতাৰ জোৰতহে Sir বুলি সন্মান কৰা যায় ।❤ বহু মৰম আৰু শ্ৰদ্ধা নিবেদিঁছো।
@mrinaligogoi3811
@mrinaligogoi3811 4 месяца назад
সুযোগ্য পিতৃৰ সোযোগ্য সন্তান 🙏🙏🙏🙏
@bakulboruah2026
@bakulboruah2026 4 месяца назад
নম্ৰ-ভদ্ৰ,জ্ঞানী,তীক্ষ্ণ,শালীনতা,শ্ৰদ্ধালু,সাৱলীল, মাৰ্জিত ব‍্যক্তিত্বৰ গৰাকী গৌৰৱ গগৈ ডাঙৰীয়া।শ্ৰদ্ধাত মূৰ দো খাই গল।
@surabhigogoi8792
@surabhigogoi8792 4 месяца назад
❤ আমাৰ ককাইদেউ সদাই সহজ সৰল যিহেতো আমাৰ গগৈ পৰিয়ালৰ /গতিকে তেওঁ আৰু আগবাঢ়ি যাওক /সঁচা কথাত (দেউতাকৰ গুণ থাকিবই )
@BiswajitGogoi-eh6hh
@BiswajitGogoi-eh6hh 4 месяца назад
❤❤
@rinkigogoi7455
@rinkigogoi7455 4 месяца назад
বিৰাট সহজ সৰল আৰু কথন শৈলী বোৰ বহুত সুন্দৰ।ভাল ব্যক্তিত্ব আৰু লগতে এজন খুব অমায়িক।
@kabyashreesarmah2118
@kabyashreesarmah2118 4 месяца назад
সহজ-সৰল এজন ব্যক্তি। প্ৰিয়।❤
@diipakkgogoi3252
@diipakkgogoi3252 4 месяца назад
আমাৰো একেই অসমৰ মুখ্যমন্ত্ৰী কোন বুলি কলে, প্রয়াত তৰুণ গগৈ দেৱৰ নামটো আখৈ ফুটা দি ফুটিছিলে ❤❤😢
@soonmoni6746
@soonmoni6746 4 месяца назад
গৌৰৱ গগৈৰ love you,great parson ❤❤❤
@KalpajitGogoi.
@KalpajitGogoi. 4 месяца назад
Naa moi BJP naa moi congress kintu Gourab Gogoi ব্যক্তিত্ব mur bohut besi vl lage ❤
@bablugohain2314
@bablugohain2314 4 месяца назад
গৌৰৱ ক কৈ ককাইদেউ আপোনাৰ সৰলতা সঁচাকৈয়ে অতি মৰমৰ
@MalaHazarika-hl2bx
@MalaHazarika-hl2bx 4 месяца назад
গৌৰৱ গগৈ এজন গুণী জ্ঞানী ব্যক্তি❤
@guwalijaneastgolaghaticds4740
@guwalijaneastgolaghaticds4740 4 месяца назад
He is a idol person... not only for he ,who wants to go in the field of politics but all সচা কৈ এ তেঁও এজন সহজ সৰল ব্যক্তি, তেঁওৰ কথাত কোনোধৰণৰ proudness nai.
@nayanJ31875
@nayanJ31875 4 месяца назад
ৰাজনীতিত এনেকুৱা ব্যক্তিৰে প্ৰয়োজন ❤️
@punamdevibordoloi8446
@punamdevibordoloi8446 4 месяца назад
সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী❤ বাৰ্তালাপ শুনি আপ্লুত হলো❤
@user-rt7hz1ot1h
@user-rt7hz1ot1h 4 месяца назад
অসমত কংগ্ৰেছ দলক ধৰি ৰাখিবলৈ গৌৰৱ গগৈক নেতৃত্বৰ দায়িত্ব দিব লাগে। বৰ্তমান দলটোক এজন ভাল নেতৃত্বৰ প্ৰয়োজন হৈছে।
@SadhanGogoi-tw8rp
@SadhanGogoi-tw8rp 3 месяца назад
কথা বোৰ শুনি ভাল লাগিল দাদা আপোনাৰ দৰে ইমান সহজ সৰল ব্যক্তি এজন পাবলৈ নাই। সদাই ভাল কাম কৰিব বোলি আশা কৰিলোঁ ❤❤❤❤❤❤❤
@binitahazarika5997
@binitahazarika5997 4 месяца назад
ইমান ভাল সদায় যেন এনে থাক।
@UnwindPhysicsWithNamashya
@UnwindPhysicsWithNamashya 4 месяца назад
This is exactly how an educated person conducts himself infront of the society/mass media . Calm, composed, affirm with his ideals, yet not aiming to demean his opponents , fantabulous orator and definitely a good leader.
@off-roadgaming8246
@off-roadgaming8246 4 месяца назад
এখেতৰ সহজ সৰলতা খিনি মোৰ বহুত বেছি ভাল লাগে,সাধাৰণ মানুহ খিনি সৈতে যিদৰে বাৰ্তালাপ কৰে সচাকৈ ভাবিবলগীয়া,, অন্য দলীয় নেতাই এখেতৰ পৰা শিকাৰ প্ৰয়োজন আছে,,🙏🙏🙏
@user-bo6ne7zg7l
@user-bo6ne7zg7l 4 месяца назад
*_Legend Ahom leader of India,Huge respect from BODOLAND❤❤❤❤❤❤❤_*
@BijoyHandique-md7yg
@BijoyHandique-md7yg 4 месяца назад
Yes he is legend bro
@manashprateemgogoi3464
@manashprateemgogoi3464 4 месяца назад
love for the bodo brothers from ahoms
@user-bo6ne7zg7l
@user-bo6ne7zg7l 4 месяца назад
@@manashprateemgogoi3464 ,, *_Thanks I am Bodo, Ang Ahom kw mwjang mwnw ( I love Ahom )_*
@rupalichutiapriyanka4266
@rupalichutiapriyanka4266 4 месяца назад
মানুহজন ইমান সাধাৰণ সহজ সৰল মনৰ ব্যক্তি।
@mgmusic.3483
@mgmusic.3483 4 месяца назад
মানুহৰ মাজত থাকি কাম কৰা মানুহ সদায়ে ভাল মানুহ হয় ৷ গৌৰৱ গগৈয়ো তদ্ৰূপ ৷ অসমৰ এগৰাকী সুদক্ষ নেতা ৷
@sangeetagogoi7384
@sangeetagogoi7384 4 месяца назад
সকলো সময়তে প্ৰিয় ব্যক্তি, তেওঁৰ ব্যক্তিত্বই আকৰ্ষণীয়।
@user-yd1nr9jg6o
@user-yd1nr9jg6o 4 месяца назад
অনুষ্ঠানটি সঁচাকৈয়ে বহুত ভাল লাগিল।❤❤
@ljk6618
@ljk6618 4 месяца назад
প্ৰিয় মানু্হ ❤
@user-dv5oo8zv5u
@user-dv5oo8zv5u 4 месяца назад
বাৰ্তালাপ অনুষ্ঠানটো অতি মনোগ্ৰাহী ❤ দুয়োজন আগুৱাই ৰাওক ।❤❤
@SatishKumar-jq6bb
@SatishKumar-jq6bb 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-X1NRIYsw2mk.htmlsi=8FMsto3tWkWniAaE
@dipugogoi5691
@dipugogoi5691 4 месяца назад
ইমান সহজ সৰল আৰু মাৰ্জিত্ত্ব নেতা পোৱা অসমীয়াৰ বাবে সৌভাগ্য।
@user-fp6ud8ym5k
@user-fp6ud8ym5k 4 месяца назад
Wonderful! Simple and decent person is always respected everywhere.So MP Gaurav Gogoi is our future leader of Assam.
@bahubalilangdatyaagi8664
@bahubalilangdatyaagi8664 4 месяца назад
That's a good joke
@mrinmoy696
@mrinmoy696 4 месяца назад
This is the 1st podcast of my life যি এবাৰো skip নকৰাকে complete কৰিলো । What a kind hearted and down to earth person ❣️
@shikhyavlogs250
@shikhyavlogs250 4 месяца назад
ৰাজনৈতিক দলৰ বাহিৰেও এজন ভাল সহজ-সৰল ব্যক্তি।অতি সুন্দৰ মন্তব্যসমূহ🙏🙏🙏🙏
@p.bbamboocraft6520
@p.bbamboocraft6520 4 месяца назад
মানু্হ জনৰ কথা বিলাক শুনি থাকিলে শুনি থাকিবলৈ মন যায় , সঁচাই তেওঁ এজন সৎ আৰু সহজ সৰল সুন্দৰ মনৰ ব্যক্তি । ভাল লাগিল বাৰ্তালাপৰ অনুষ্ঠানটি চক্ৰ দা এনেদৰে ভাল ভাল অনুষ্ঠান বিলাক চাবলৈ পাই থাকিম বুলি আশা কৰিলোঁ আৰু বাৰ্তালাপৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো 👍👍
@user-bo6ne7zg7l
@user-bo6ne7zg7l 4 месяца назад
*_LEADER HO TW AISA HONA SAHIYE, MOST RESPECTED POLITICIAN OF INDIA GAURAV GOGOI ❤❤❤❤❤(AHOM), FULL SUPPORT FROM BODOLAND_*
@BhabnasVlog
@BhabnasVlog 4 месяца назад
Miss you তৰুণ গগৈ চাৰ❤
Далее
Ojaantric || Assamese Podcast Ft. Gaurav Gogoi || Ep.111
1:10:17
Я ПОКУПАЮ НОВУЮ ТАЧКУ - МЕЧТУ!
39:05
Я ПОКУПАЮ НОВУЮ ТАЧКУ - МЕЧТУ!
39:05