পুৱাৰ হাঁহি | Puwar Haahi | @GitanjaliDas
AUDIO CREDITS
Singer: Gitanjali Das
Lyrics/Composition/Music: Palash Surya Gogoi
Mixed & Mastered: Ibson Lal Baruah
Yashraaj: Arshaad Khan (Mumbai)
Bass: Bulbul Das
Tabla & Percussion: Raja Baruah
Guitar & Strokes: Rupam Sarmah
Flute: Anjan Medhi
Recorded by Pinku Das (Red AV) & Moon (Orange)
VIDEO CREDITS
Video Direction: Dhruba Rabha
Cinematographer: Chandra Kumar Das
Featuring: Partha Pratim Hazarika & Palashree Das
Asst. Director: Randeep Ghosh
Asst. Cinematographer: Nihar Ranjan Gogoi
Make Up: Jayanta Thapa
Production Manager: Ranjit Pritam
Supporting Cast: Subhajit Purkayastha, Himadri Bordoloi, Ranjit Pritam
Asst. Production: Niranjan Sarmah & Mrinal Deka
Light Boys: Dipak Deka, Bul Kalita, Arup Deka, Yachin Ahmed
Spot Boy: Jadu
Special Thanks: Mayuri's Collection, Rinku Sarma, Biren Das
আ..আ…
আ…আ…আ…
আ…আ…আ…
আ…আ…আ…
পুৱাৰ হাঁহিটিয়ে মাতিছে এবাৰ
তাতেই সপোন সৰে হেজাৰ বিজাৰ
ৰ’দৰ পোহৰে খিৰিকি চুমি
মাতিছে এবাৰ মাতিছে এবাৰ মাতিছে এবাৰ
পুৱাৰ হাঁহিটিয়ে মাতিছে এবাৰ
তাতেই সপোন সৰে হেজাৰ বিজাৰ
নদী যি বাটেৰে যোৱা
সাগৰ বিচাৰি পোৱা
ও…নদী যি বাটেৰে যোৱা
সাগৰ বিচাৰি পোৱা
চকুৰ পলক মোৰ তোমালৈয়ে বাট চাই ৰয়
দুহাত মেলি শিকলি ছিঙি
চিলাৰ দৰে মোৰো মন যায় আকাশ চুৱাৰ
পুৱাৰ হাঁহিটিয়ে মাতিছে এবাৰ
তাতেই সপোন সৰে হেজাৰ বিজাৰ
ফাগুন পলাশেৰে ধোৱা
তাতে মোক ভিজিবলে দিয়া
ও…ফাগুন পলাশেৰে ধোৱা
তাতে মোক ভিজিবলে দিয়া
চকুৰ পলক মোৰ তোমালৈয়ে বাট চাই ৰয়
দুহাত মেলি শিকলি ছিঙি
চিলাৰ দৰে মোৰো মন যায় আকাশ চুৱাৰ
পুৱাৰ হাঁহিটিয়ে মাতিছে এবাৰ
তাতেই সপোন দেখো হেজাৰ বিজাৰ
|| Scocial Platform ||
Instagram: www.instagram....
Facebook Page: / gitanjalidas13
RU-vid Official Channel: / @gitanjalidas
___________________________________________________________________________________
|| Other Video Link ||
• Gitanjali Das | Gun Gu...
• Video
• Video
• Video
• Latest Assamese Song 2...
• GITANJALI DAS | SOTE G...
• Assamese Latest Bihu S...
• Sote Goye || Gitanjali...
• Chikuti || Gitanjali D...
• Assamese Bihu Stage Li...
5 сен 2024