Тёмный

প্ৰকৃত ঢেকীয়া ফুল উদ্ধাৰ হ'ল অৱশেষত//Dhekia Flower 

Music Lover Life
Подписаться 3,9 тыс.
Просмотров 10 тыс.
50% 1

Опубликовано:

 

25 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 29   
@PranjalMohan
@PranjalMohan 8 месяцев назад
Good video ❤❤ Mojjaa ❤️‍🔥
@musicloverlife686
@musicloverlife686 7 месяцев назад
Thank you❤
@bimanprasadlahon3115
@bimanprasadlahon3115 23 дня назад
আমাৰ ঘৰতো আছে ।
@lakhiramchangmai4381
@lakhiramchangmai4381 17 дней назад
Ajir pora 13bosoror agote moiu paisilu tar pasotei mur jibonoloi dhon dhan. Aji moi aji protisthita
@pdchannel8869
@pdchannel8869 8 месяцев назад
❤❤❤❤ very nice sharing
@musicloverlife686
@musicloverlife686 7 месяцев назад
Thank you❤
@shikhamonimohanmohan8099
@shikhamonimohanmohan8099 8 месяцев назад
Dekhi val lagil
@musicloverlife686
@musicloverlife686 7 месяцев назад
Thank you❤
@RashmiKonwar
@RashmiKonwar 8 месяцев назад
আজিহে প্ৰথম দেখিলো । পানী টেঙা খাই দিবা মাত ভাল হব
@musicloverlife686
@musicloverlife686 7 месяцев назад
ধন্যবাদ❤
@babatikotoky2246
@babatikotoky2246 8 месяцев назад
বন্ধু,প্ৰথম কথা মই যিমানদূৰ জানো ঢেকীয়া অপুষ্পক উদ্ভিদ।তুমি যিটো বস্তু দেখাইছাঁ সেইটো ঢেঁকীয়াৰেই সম্পর্কীয় কিবা হব পাৰে কিন্তু সেইটো ফুল হব নোৱাৰে।কাৰণ তুমি মই সকলোৱেই জানো যে ফুল ফুলিলে এদিন মৰহি যায়, তেনে স্থলত সেইটো কেনেকুৱা ফুল যি ইমান দিনে সংৰক্ষিত।বাকী তোমাৰ ভিডিও ভাল লাগিল চাই,তুমি আগ বাঢ়ি যোৱা শুভেচ্ছাঁ থাকিব সদায়।
@musicloverlife686
@musicloverlife686 8 месяцев назад
হয় বন্ধু, ইমান ধুনীয়া এটা মন্তব্য আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জনালো । এইটো কথা সঁচা যে ঢেকীয়া এবিধ অপুস্পক উদ্ভিদ বুলি আমি পঢ়িবলৈ পাইছিলো আৰু মই নিজেই মানুহটোও বৰ বেছি যুক্তিবাদি আৰু কোনোবাই কিবা এটা ক'লেও বহুবাৰ বিবেচনা কৰি চাওঁ আৰু সেই বাবে মই বহুবাৰ হাঁহিয়াতৰ পাত্ৰয়ো হৈছো কিন্তু তাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই । বন্ধু বুলি কৈছা যেতিয়া সেয়েহে কথাবোৰ খুলা-খুলিকৈ পাতিছো আৰু ভাৱিছো ভিডি'অটো সম্পূৰ্ণকৈ চাইছা বুলি । ভিডি'অটোত মইয়ো কোৱা নাই যে এইপাহ ঢেকীয়া ফুলেই হয় কিন্তু কথাটো হ'ল কি মানে কিছুমান কথাই আচলতে মানুহক বিমূৰত পেলাই দিয়ে যেনেকৈ অযুক্তিকৰ কথা কিছুমানৰো যুক্তি থাকে । আচলতে মানুহজনে মোক whats app কৰি ফটো এখন দিছিলে আৰু ময়ো এপলক ভাৱিবলৈ বাধ্য হৈছিলো । সেইৰ্মমে বহুকেইটকা ধন খৰচ কৰি হ'লেও যোৰহাটত বিচাৰি বিচাৰি মানুহঘৰত উপস্থিত হৈছিলোগৈ । তাত গৈ দেখিলো একদম ঢেকীয়া ঠাৰিটোৰ সৈতে (এতিয়া যিটো ফুল বুলি কোৱা হৈছে) লাগি আছে আৰু সেইডাল ঢেকীয়া হয় বুলি ময়ো ভাৱিবলৈ বাধ্য হৈছো আৰু মানুহজনে বুকু ডাঠি কৈছে বোলে মই নিজ হাতেৰে কাতি আনিছো বুলি... মানে মই কি বুলি ক'ম ভাৱি পোৱা নাই আৰু আন নালাগে মই ঢেকীয়া খোৱা নামঘৰ পৰ্যন্ত পালোগৈ তাতো দেখিলো একেই এপাহ ফুল আছে কিন্তু সেইপাহ পোৱা ৫০ বছৰ মান হ'ল বুলি কৈছে গতিকে ৰংটো অলপ ক'লা বৰণৰ হৈ গৈছে । মানে মই কি বুলি কম এতিয়া ভাৱিয়ে নাপাওঁ আৰু তুমি কোৱা কথাষাৰতো যুক্তি আছে । কি হয় দেখা যাওঁকচোন আৰু অলপ অধ্যয়ন কৰি চাওঁ আৰু যিমান পাৰো মানুহৰ সহায় হোৱাকৈ সদায় কিবা এটা কৰি যাবলৈ চেষ্টা কৰোচোন লগত তোমালোকৰ সহায় সহযোগীতা কামনা কৰিলো । ধন্যবাদ❤️🥰
@TIPSOFMRIDUL
@TIPSOFMRIDUL 8 месяцев назад
Sai asu
@musicloverlife686
@musicloverlife686 7 месяцев назад
Thank you❤
@Ayush-c2s
@Ayush-c2s 4 месяца назад
O bhaiti olop kakhor pora dekhuwa realy hoi
@GouriGogoi-yy5ib
@GouriGogoi-yy5ib 8 месяцев назад
Tumar din valoloi aahil huntu good night....
@musicloverlife686
@musicloverlife686 7 месяцев назад
Dhanybaad
@nidhisikhamusic3105
@nidhisikhamusic3105 8 месяцев назад
এইপাহ হয় হয় লাগিছে
@dhrubatalukdar5071
@dhrubatalukdar5071 4 месяца назад
Amar iyat dhekia nufule.. apunalokr fale fulib o pare..
@PurnimaDewri-p7l
@PurnimaDewri-p7l 24 дня назад
Ata kothay bar bar kio koi
@sondiphazarika5752
@sondiphazarika5752 7 месяцев назад
Camera man eta loi loba... Eku dekhai naplu...
@musicloverlife686
@musicloverlife686 7 месяцев назад
Umm hoi... Thank you❤
@SurjaBasumatary-yf2eu
@SurjaBasumatary-yf2eu 8 месяцев назад
Dhekiya ful hol leiy jeniba ki hol khai ne pindhe
@AnowarIslam-nj5mq
@AnowarIslam-nj5mq Месяц назад
Sisti kora malik sob koribo Para dhakaya ful ba jeekono Hobo
@rajaboruah8834
@rajaboruah8834 8 месяцев назад
wee
@mamonipator7640
@mamonipator7640 8 месяцев назад
dekhai nai j hay nahay najanu, kitapot apuspak udvid bulihe ase
@musicloverlife686
@musicloverlife686 7 месяцев назад
Hoi.. Thank you
@LakhyaLakhyadas
@LakhyaLakhyadas 3 месяца назад
Dhekir phul ane
@amlanlahon8601
@amlanlahon8601 6 месяцев назад
Olp vlkoi bnable sesta to kori lo
Далее
I get on the horse's nerves 😁 #shorts
00:12
Просмотров 3 млн
Скинь той самой ❤️‍🔥
00:15
Просмотров 17 тыс.
Mudda baisa kina kora//Gokul Bora//Indian currency
9:33
I get on the horse's nerves 😁 #shorts
00:12
Просмотров 3 млн