উত্তৰ মাৰ্ঘেৰিটা ৰঙালী বিহু উৎসৱ-২০২৪ৰ মৌ কুঁৱৰী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ কণমানি ভণ্টি উন্মনা কোঁৱৰে লাভ কৰিছে...স্হান- ৰাজহুৱা ৰঙ্গমঞ্চ, উত্তৰ মাৰ্ঘেৰিটা....অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো
#Unmona_Konwar
#bihu
#moukonwari
#Margherita_Bihu
#bihu_2024
29 апр 2024