Тёмный

প্ৰভু ঈশ্বৰ বুলিলে কিবা অসুবিধা আছে নে !! // Prabhuiswar // 

Himangshu Nath
Подписаться 3,6 тыс.
Просмотров 7 тыс.
50% 1

প্ৰভু ঈশ্বৰ বুলিলে কিবা অসুবিধা আছে নে !! // Prabhuiswar //‎@himangshunath3912
প্ৰভু ঈশ্বৰ বুলিলে কিবা অসুবিধা আছে নে !! // Prabhuiswar //‎@himangshunath3912
প্ৰভু ঈশ্বৰ বুলিলে কিবা অসুবিধা আছে নে !! // Prabhuiswar //‎@himangshunath3912
In this video I have covered about bhagawat Krishna kotha .
*Pathak - Himangshu nath
*language -Assamese
Disclaimer -
this video is for educational purpose only.
copyright disclaimer under section 107 of the copyright act 1976.
#bhagawatbakhya
#bhagawat
#assamese
#Assamesebhagawat
#assameseculture
#Vagawat
#Himangshunath
#ভাগৱত পাঠ
#assamese
#vairel_video
#vairelshort
#youtubeshorts
#assamesegitapath
#gitapath

Опубликовано:

 

3 май 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 131   
@hridyanshugogoi2943
@hridyanshugogoi2943 28 дней назад
বৰ সুন্দৰ ব্যাখ্যা কৰিছে প্ৰভু জনাই ভাল লাগিছে
@himangshunath3912
@himangshunath3912 28 дней назад
কৃষ্ণ কৃষ্ণ
@chandrakantahaloi8204
@chandrakantahaloi8204 28 дней назад
Very nice speech, thank you bap.
@himangshunath3912
@himangshunath3912 28 дней назад
কৃষ্ণ কৃষ্ণ
@robinborah5848
@robinborah5848 22 дня назад
Sundar bhaykha bhut bhal ligaly right krishna
@himangshunath3912
@himangshunath3912 22 дня назад
কৃষ্ণ কৃষ্ণ
@ASSAMESEYOUTUBE-wx2hn
@ASSAMESEYOUTUBE-wx2hn 29 дней назад
Hoi right
@himangshunath3912
@himangshunath3912 28 дней назад
কৃষ্ণ কৃষ্ণ
@pranabdas7121
@pranabdas7121 Месяц назад
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ,,, জুবিন গাৰ্গ আমাৰ আদৰ্শ নহয়,,আমাৰ আদৰ্শ কৃষ্ণ নাম অমৃত পান কৰাৰ
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@puspadhar6239
@puspadhar6239 Месяц назад
সুন্দৰ আৰু সত্য
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@dilip6pesrabha759
@dilip6pesrabha759 Месяц назад
কৃষ্ণ সুন্দৰ ।সেৱাভাগ জনালো কৃষ্ণ ।
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@binitaborah305
@binitaborah305 Месяц назад
হয় কৃষ্ণকৃষ্ণ❤❤❤❤❤❤
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@hiteshdas7174
@hiteshdas7174 Месяц назад
কৃষ্ণ আপোনাৰ লগত ময়ো একমত কথা খিনি ভাল হৈছে কৃষ্ণ কৃষ্ণ ।
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ 🙏🙏
@user-rz4ib3un3y
@user-rz4ib3un3y Месяц назад
আপোনাৰ কথাবোৰ ১০০% শুদ্ধ ।
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@hridyanshugogoi2943
@hridyanshugogoi2943 28 дней назад
অতীতৰ পৰাই প্ৰভু ঈশ্বৰেই কৈ আহিছে আমিও প্ৰভু ঈশ্বৰ বুলি কৈ যাম
@himangshunath3912
@himangshunath3912 28 дней назад
কৃষ্ণ কৃষ্ণ
@jadavdas-gv8mx
@jadavdas-gv8mx Месяц назад
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ চিন্তা
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@khagenburagohain2357
@khagenburagohain2357 29 дней назад
কৃষ্ণ ভাল বাখ্যা কৰিছে 🙏
@himangshunath3912
@himangshunath3912 29 дней назад
কৃষ্ণ কৃষ্ণ
@robinchangmai9312
@robinchangmai9312 Месяц назад
সুন্দৰ ব্যাখ্যা কৰিছে । ধন্যবাদ জনালো । কোনোবাই যদি নামানে তেওঁক বুজাবলৈ যত্ন কৰি লাভ নাই । যোৰ কৰি মুখত দিব পাৰি কিন্তু নিগিলিলে উপায় নাই । সময়ে সকলো বুজায় দিব । ভগৱানে সত্যক বিচাৰ কৰে কিন্তু অপেক্ষা কৰিব লাগিব । শিক্ষা জ্ঞান ৰ অভাৱৰ কাৰণে সকলোৱে সকলো বুজি নাপায় । কিন্তু কিছু লোকে বুজি পায় মাত্ৰ নুবুজা ৰ ভাও যোৰে । ভগৱানে সকলোকে জ্ঞান, বুদ্ধি প্ৰদান কৰক , তাৰে কামনা কৰিলোঁ ।
@himangshunath3912
@himangshunath3912 29 дней назад
কৃষ্ণ কৃষ্ণ 🙏🙏🙏এইবোৰ কথা এতিয়া কোৱা হৈছে যেতিয়া কাৰোবাক সময়ত দৰকাৰ বুলি অনুভৱ কৰিব ইয়াৰ পৰা লৈ লব। আজি তেওঁৰ ভোক নাই ভোক লাগিব এদিন এইবোৰৰ দিওতা নেথাকিব।। সেইদিনা অনুভৱ কৰিব । কৃষ্ণ
@hridyanshugogoi2943
@hridyanshugogoi2943 28 дней назад
কৃষ্ণ কৃষ্ণ বাপ জনা মূখক বুজাই লাভ নাই
@himangshunath3912
@himangshunath3912 28 дней назад
কৃষ্ণ কৃষ্ণ
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh 29 дней назад
হয়। বহুত ভাল কৈছে। ৰাম কৃষ্ণ। প্ৰভু ঈশ্বৰ 🙏🙏
@himangshunath3912
@himangshunath3912 28 дней назад
কৃষ্ণ কৃষ্ণ
@pradipkhoud4665
@pradipkhoud4665 29 дней назад
কৃষ্ণ নাৰায়ণ!!!
@himangshunath3912
@himangshunath3912 28 дней назад
কৃষ্ণ কৃষ্ণ
@gunadachangmai2113
@gunadachangmai2113 Месяц назад
Avagi sea janalu
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@BipinBora-sl8sn
@BipinBora-sl8sn Месяц назад
Krishna Krishna Ram Ram
@himangshunath3912
@himangshunath3912 29 дней назад
কৃষ্ণ কৃষ্ণ
@DipankorDihiangai-up8ru
@DipankorDihiangai-up8ru Месяц назад
Krishna
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@rajibbora1813
@rajibbora1813 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@princhipriya4119
@princhipriya4119 27 дней назад
গুৰু বুলি ক'লে শঙ্কৰদেৱ আৰু মাধৱদেৱক বুজায় ধৰ্মৰ ক্ষেত্ৰত।আনক নুবুজাই। প্ৰভু ঈশ্বৰ অকল ভগৱানক বুজায়, আপুনি হেজাৰ চিঞৰিলেও মিছা।
@himangshunath3912
@himangshunath3912 26 дней назад
শংকৰ মাধৱ আমাৰ পৰম গুৰু। জগত গুৰু । উপদেশী গুৰু অবিহনে কি হব । মই চিঞৰা নাই দিয়ক কথাখিনি হে কৈছোঁ। উপদেশি গুৰুক মান্যতা নকৰিলে আপোনাৰ একো ভক্তি নহয়।
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 25 дней назад
Dharma beleg tohotor sankori eta beleg bostu
@asomiaasom6008
@asomiaasom6008 23 дня назад
শংকৰ মাধৱ অসমৰ ২০% লোকৰহে গুৰু ।৬০% লোকৰ গুৰু দেৱ দামোদৰদেৱ আৰু ১৮% লোকৰ গুৰু হৰিদেৱ ।শংকৰ মাধৱেই অসমৰ একমাত্ৰ গুৰু নহয় ।
@muninoza4944
@muninoza4944 21 день назад
দামোদৰ দেৱ আৰু হৰি দেৱে কোনখন কীৰ্তন আৰু নামঘোষা লিখিলে, কোনজনে নামঘৰ , গুণমালা, বৰগীত , ভাওনা , নৃত্য, বাদ্য, কলা , সংস্কৃতি , নাম প্ৰসংগ, খোল তাল ইত্যাদি কোনে উলিয়ালে, নাজানিলে কমেনট, দিব নালাগে , দামোদৰ দেৱ হৰিদেৱ , শঙ্কৰ মাধৱৰ শিষ্যহে ভালকৈ অধ্যয়ন কৰিবলৈ শিকক ।
@muninoza4944
@muninoza4944 21 день назад
জগত গুৰু কোন বুলি প্ৰশ্ন আহিলে আপুনি কাৰ নাম লিখিব জনাবচোন ?
@TrishnaHazarika-nd9zz
@TrishnaHazarika-nd9zz Месяц назад
Krishna krishna krishna 🙏🙏🙏
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@user-hn2on8rz5y
@user-hn2on8rz5y Месяц назад
Krishna,🙏🙏🙏🙏
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@user-id4ov8zs9f
@user-id4ov8zs9f Месяц назад
কৃষ্ণ কৃষ্ণ 🙏
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@anitabora8817
@anitabora8817 Месяц назад
Nice voice,Nice speech....good very good..🙏🙏
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@krishnakakaty2624
@krishnakakaty2624 Месяц назад
Krishna. Krishna. Provu. Bohut. Bohut. Val. Kotha. Xunilu. Aru. Agoloy. - - - - - - - - - +
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@rumibaruah9284
@rumibaruah9284 Месяц назад
কৃষ্ণ, সেৱা জনালোঁ।
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@saratdas4705
@saratdas4705 Месяц назад
কৃষ্ণ কৃষ্ণ
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@gunadachangmai2113
@gunadachangmai2113 Месяц назад
Ram Ram Ram.
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@keshabbora7742
@keshabbora7742 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@pranitachoudhury-my4do
@pranitachoudhury-my4do Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@probinkumarkakati6151
@probinkumarkakati6151 28 дней назад
দুষ্টক দমন শান্তক পালন কৰিবই সময়ে কব ইয়াৰ বিছাৰ ।
@himangshunath3912
@himangshunath3912 28 дней назад
কৃষ্ণ কৃষ্ণ
@deepanajlidas4523
@deepanajlidas4523 Месяц назад
Krishna Bap 🙏
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@tarunhazarika5776
@tarunhazarika5776 29 дней назад
ৰাম ৰাম ৰাম, কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ জন, "প্ৰভূ ঈশ্বৰ" ব্যাখ্যাত সন্তোষ হলো। এই বিষয়ে আমিও গণ মাধ্যমত অনেক লিখনি মন্তব্য আদি আগ বঢ়ালোঁ। গুৰুক শিষ্যই অসন্মান কৰাটোহে ভূল। সন্মান জনাই ঈশ্বৰ জ্ঞান কৰাটো দোষ নহয়। সাধাৰণ জনৰ পৰা বিজ্ঞানি, ৰাষ্ট্ৰনেতা সকলোৰে গুৰু আছে। গুৰু অবিহনে আনকি বিজ্ঞানি জনো বৈজ্ঞানিক হোৱা নাই। অতিতৰ পৰা এতিয়ালৈকে সকলোবোৰ শিক্ষা গুৰুৱে দি আহিছে। গুৰুৱে শিক্ষা নিদিয়া হলে শিষ্য সকল অন্ধৰ দৰে থাকিল হেঁতেন। কৃষ্ণইও শিক্ষা লৈছিল, মহাপুৰুষ গুজনাইও গুৰুৰ ওচৰত শিক্ষা লৈছিল। শিশুটোৱে সৰুতে মাতৃৰ পৰা শিক্ষা লৈছে। সেইয়া মাতৃ গুৰু। শিক্ষা কোনে লোৱা নাই। যেয়ে শিক্ষা লৈছে তেওঁৰে গুৰু আছে। ধৰ্ম, দৰ্শন, কলা, বিজ্ঞান, বানিজ্য, সংস্কৃতি, আইন, প্ৰতিৰক্ষা, চিকৃৎসা আদি প্ৰত্যেকেই একো একোটা বিভাগ। প্ৰত্যেকতে গুৰু আছে। প্ৰত্যেকতে শিষ্যই (ছাত্ৰ) গুৰুক সন্মান জনাই আহিছে। কোনোৱে প্ৰভূ ঈশ্বৰ বুলি কয়, কোনোৱে চাৰ বুলি কয়, কোনোৱে মহাশয় বুলি কয়, কোনোৱে বাপ বুলি কয়, কোনোৱে ফাদাৰ বুলি কয়। কিন্তু যি গুৰুক চিনি নাপাই যি গুৰুৰ উৰ্দ্ধত, তেনে লোকেই গুৰুৰ ওপৰত বিৰোপ মন্তব্য আগ বঢ়াই। আনহাতে যাৰ সামাজিক দায়বদ্ধতা নাই বা যি নিজকে চিনি নেপাই সেইজনে কৃষ্ণক কেনেকৈ চিনি পাব। গতিকে যি সকলে অনাধিকাৰ বিষয়ত বিৰোপ মন্তব্য আগ বঢ়াই আহিছে সেই সকলৰ আচলতে আনৰ ওপৰত হিংসা থকাটোৱেই সত্য। অৰ্থাৎ অমুকক প্ৰভূ ঈশ্বৰ বুলি কিয় কলে। তেওঁলোক যদি প্ৰভূ ঈশ্বৰ হয় মই কি। এনেবোৰ প্ৰশ্নই এতিয়া উপস্থাপন হৈছে। প্ৰকৃততে যিজন যি সন্মানৰ অধিকাৰি তেওঁ সেই সন্মান পাবই। তাত বেয়া পাই লাভ নাই।
@himangshunath3912
@himangshunath3912 29 дней назад
কৃষ্ণ কৃষ্ণ। মনৰ কথা কলে 🙏🙏
@koushiksankar8490
@koushiksankar8490 Месяц назад
Bap krisna guru jodi siwar hai janma data pitrik ki kom jonaba ,krisna
@himangshunath3912
@himangshunath3912 29 дней назад
তেওঁ আদি গুৰু। পিতৃ মাতৃ আদিগুৰু বোলা হয়। কৃষ্ণ ।
@user-do6qx3cm7h
@user-do6qx3cm7h Месяц назад
কৃষ্ণ ভগবান ৰ ৰূপ ।ভগবান ৰ বহুৰূপ আছে । ভগবান এজন ।
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@BhaktiSandesh-ge7bt
@BhaktiSandesh-ge7bt Месяц назад
কবীৰ, গুৰু বড়ে গোবিন্দ সে, মন মে দেখ বিচাৰ। হৰি সুমৰে সৌ বাৰী হে , গুৰু সুমৰে হুয়ে পাৰ ।।
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ 🙏🙏
@sabitrimedhi6564
@sabitrimedhi6564 Месяц назад
কৃষ্ণ 🎉কৃষ্ণ🎉কৃষ্ণ🎉কৃষ্ণ 🙏🙏
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@bkjoba69
@bkjoba69 Месяц назад
Dharma Mane jibonshoili.sesta soritra.aasoron.modhurota. hohonsilota.dhoijyata. nihikile Odharma hoy.dharona dharon korile dhoroni jugya hoi.
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@trailokyapathak2233
@trailokyapathak2233 Месяц назад
Krishna , Kathakhini manahput hoise
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@munindraborgohain6054
@munindraborgohain6054 Месяц назад
Hundor. Katha.koise..parvu. vakate.vakatak.dekile.jadi.ba.guruk.lag.pale..parvu. giyan.nakaru..tenehale.kak.karim🙏🏻🙏🏻
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ 🙏🙏
@PabitaRabha-ux7hs
@PabitaRabha-ux7hs Месяц назад
Krishna krishna 🎉 is ware bapjanak aru Shakti Shali karak 🎉 tare kamana karilo 🎉
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@user-fy3hr4me4d
@user-fy3hr4me4d Месяц назад
আপোনালোকে অসমীয়া মানুহক কি শিক্ষা দি শিক্ষিত কৰিছে। আপোনালোকে অসমীয়া মানুহক বুৰ্বক জনাইছে । কৃষ্ণই যে ভগৱান তাৰ প্ৰমান দিয়ক।
@himangshunath3912
@himangshunath3912 29 дней назад
কৃষ্ণ যদি ভগৱান নহয় কি হয় পিছে?? আৰু আপোনাৰ মতে ভগৱান কোন হয় ?? দয়া কৰি জনাব বাপ সকলোৱে উপকৃত হব 🙏🙏 কৃষ্ণ ভগৱান হয় নে নহয় আপোনাক জনাব লাগিলে মোৰ ওচৰত আহিব লাগিব দেখুৱাই দিম 🙏
@asomiaasom6008
@asomiaasom6008 29 дней назад
জুবিন গাৰ্গ মদাপী হলেও সত্য কথাই কৈছে বা মদাপী জুবিনৰ জৰিয়তে ঈশ্বৰে প্ৰকৃত শুদ্ধ সত্য গুৰু ভক্তি ,গুৰু শিষ্য সম্পৰ্কত ঘূণে ধৰি পথভ্ৰষ্ট হোৱা একাংশ সত্ৰাধিকাৰৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ পথভ্ৰষ্ট সত্ৰাধিকাৰক প্ৰভুঈশ্বৰ বোলাৰ যোগ্য নহয় ।কাৰণ জুবিনে যি ঠাইত উক্ত মন্তব্য কৰিছিল তাত তাত ধৰ্মভ্ৰষ্ট হৈ ধৰ্ম কলুষিত হৈছে সত্ৰাধিকাৰে প্ৰভু ঈশ্বৰ সম্বোধন পোৱাৰ যোগ্য হেৰুৱাইছে সেয়ে ঈশ্বৰে জুবিন গাৰ্গৰ জৰিয়তে সোঁৱৰাই দিছে ।মাজুলীৰ গড়মুৰ সত্ৰ ,আউনীআটী সত্ৰ ,দক্ষক্ষিণপাত সত্ৰ ,কুৰুৱাবাহী সত্ৰ সমুহ বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক প্ৰচাৰক প্ৰথম সত্ৰৰ ৰূপকাৰ প্ৰতিস্থাপক মহাপুৰুষ গুৰু দেৱদামোদৰদেৱৰ শিষ্যৰ দ্বাৰা স্থাপিত সত্ৰ ।এই সত্ৰ কেইখন গুৰু দেৱ দামোদৰদেৱৰ নীতি আদৰ্শ মাৰ্গ দৰ্শনৰ দামোদৰীয় সত্ৰ ।তাত বৈদিক সনাতন ভাগৱতী আদৰ্শত ঈশ্বৰক উপাসনা আৰাধনা কৰা হয় আজিও বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰথা বিৰাজ মান যদিও সেই সত্ৰত পৰম গুৰু দেৱ দামোদৰদেৱক পৰিত্যাগ কৰি আতৰাই নকৈ গুৰু শংকৰদেৱ মাধৱক সত্ৰৰ পৰম গুৰু ভজি আছে ।যি সত্ৰত যি স্থানত যি সত্ৰাধিকাৰে ভক্তই নিজ গুৰু ত্যাগ কৰি আন গুৰু আকোৱালী লৈ গুৰু ভজে সেই সত্ৰত স্থানত সত্ৰাধিকাৰ ভকতৰ ধৰ্ম ভ্ৰষ্ট কলুষিত হৈছে ।তাত শুদ্ধ ধৰ্ম নাই আদৰ্শ নাই ভক্তি নাই আছে মাথো সুঅনুস্থিত প্ৰভাৱশালী সমাজ অনুস্থান ।নিজৰ পিতৃ মাতৃক ত্যাগ কৰি আন লোকৰ প্ৰভাৱশালী লোকক পিতৃ মাতৃ বুলি আদৰি পিতৃ মাতৃ ভজা সন্তুানৰ দৰে আদৰ্শহীন ধৰ্মহীন নীতিহীনৰ দৰে ।গুৰু দেৱ দামোদৰদেৱৰ শিষ্য আচাৰ্য বংসীগোপালদেৱ ।বংসীগোপালদেৱৰ শিষ নিৰঞ্জনদেৱ ,নিৰঞ্জনদেৱৰ শিষ্য আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ।স্বৰ্গদেউ জয়ধ্বজ সিংহই আউনীআটী সত স্থাপন কৰি দিয়ে ।বংশীগোপালদেৱৰ শিষ্য জয়হৰিদেৱ ,জয়হৰিদেৱক স্বৰ্গদেউ জয়ধ্বজ সিংহই গড়মুৰ সত্ৰ স্থাপন কৰি দিয়ে ।বংশীগোপালদেৱৰ শিষ্য বনমালীদেৱ,বনমালীদেৱৰ ঈশ্বৰিক গুণ শক্তি মহিমাত আপ্লুত হৈ জয়ধ্বজ সিংহই বনমালীদেৱক দক্ষিণপাত সত্ৰ স্থাপন কৰাই দি থাপিছিল ।বংশীগোপালদেৱে স্থাপন কৰা কুৰুৱাবাহী সত্ৰখনো স্বৰ্গদেউ জয়ধ্বজ সিংহই বংশীগোপালদেৱক শ্ৰদ্ধা ভক্তি কৰি নকৈ সাজি ৰাজসত্ৰ কৰিছিল ।নিৰঞ্জনদেৱ ,জয়হৰিদেৱ ,বনমালীদেৱৰ গুৰু বংশীগোপালদেৱ আৰু বংশীগোপালদেৱৰ পৰম গুৰু দেৱ দামোদৰদেৱ গতিকে কুৰুৱাবাহী সত্ৰ ,আউনীআটী সত্ৰ ,গড়মূৰ সত্ৰ ,দক্ষিণপাত সত্ৰৰ পৰম আৰাধ্য গুৰু দেৱ দামোদৰদেৱ ।অতি দুৰ্ভাগ্যৰ কথা সেইকেখন সত্ৰত পৰম আৰাধ্য গুৰু মহাপুৰুষ দেৱ দামোদৰদেৱ বৰ্জিত পৰিত্যাগী এলাগী হৈ সাম্প্ৰতিক সত্ৰকেইখনৰ পৰম গুৰু হল গুৰু শংকৰদেৱ মাধৱদেৱ সেই সত্ৰত কি ধৰ্ম থাকিল কি আদৰ্শ থাকিল কি ভক্তি থাকিল ?ধৰ্মহীন আদৰ্শহীন ভক্তিহীন সত্ৰৰ সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি কোৱাৰ যোগ্য আছেনে ? জুবিন গাৰ্গৰ জৰিয়তে সেয়ে কোৱাইছে ঈশ্বৰে ।স্বগুৰু স্বধৰ্ম ত্যাগী ভাওনা কৰা সত্ৰৰ অভিনয় কৰা সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বোলাৰ যুক্তি নাই ।জুবিন গাৰ্গ ১০০% শুদ্ধ কথা কৈছে ।
@himangshunath3912
@himangshunath3912 29 дней назад
কৃষ্ণ কৃষ্ণ বাপজন মই এই বিষয়ে আপোনাৰ পৰা আজি শুনিলোঁ, বিজ্ঞ জনৰ লগত আলোচনা কৰা হব । যি নহওঁক আমি ভক্তি কৰি যাব লাগে মুখেৰে ৰাম কৃষ্ণ বুলিব লাগে সকলোৱে এক হব লাগে নহলে এদিন শত্ৰু বোৰে বহুত বেছি সুবিধা লব। যিবোৰ এনেকৈ লিখিব অসুবিধা হয়।
@asomiaasom6008
@asomiaasom6008 29 дней назад
@@himangshunath3912 ঔঁ ।সুন্দৰ মন্তব্য কৰিছে ।মই উল্লেখ কৰা তথ্যসমুহ দ্বিজ ৰামৰায় ভণিত গুৰু-লীলা (সন্ত-যশামৃত) চৰিতপুথি , কবিচন্দ্ৰ ৰচিত ভবিষ্যত কথা বা সন্ত চৰিত ,নীওকণ্ঠ দাস কৃত শ্ৰীশ্ৰীদামোদৰদেৱৰ চৰিত্ৰ ,কৃষ্ণানন্দদেৱ ৰচিত শ্ৰীশ্ৰীদামোদৰদেৱ চৰিত্ৰ পুথিত বিতংকৈ আছে ,আহোমৰ বুৰঞ্জী আৰু আউনীআটী সত্ৰৰ বুৰঞ্জীতো আছে ।বৈষ্ণৱ ভক্তি গীততো কিছু তথ্য আছে ।বহু সত্য কথা বৈষম্যৰ একপক্ষীয় স্বাৰ্থৰ বাবে আগ্ৰাসৰ বাবে অবহেলীত অনাদৃত হৈ সঁচা মিছাৰ মাজত হেৰাই থাকে । সকলোৱে এক হৈ মিলাপ্ৰিতিৰে থাকিব লাগে ।একটা শক্তি মহা শক্তি ।পিছে ধৰ্মভ্ৰষ্ট হৈ পথভ্ৰষ্ট হৈ একাংশ লোক স্বগুৰু স্বধৰ্ম ত্যাগ কৰি সত্ৰপীঠ বৈষ্ণৱপীঠ মাজুলীত খৃষ্টানলৈ ধৰ্মান্তৰিত হৈছে যত ৬৪টা গীৰ্জ মুৰ তুলি আছে কেৰলৰ মাতে মাজুলী ৰজনজনা থকা হল ধৰ্ম ভ্ৰষ্ট কলুষিত হলে মানুহ পথভ্ৰষ্ট হয় কক্ষপথচ্যুত হয় স্খলিত হয়।ঔঁ তৎ সৎ🙏
@premodharphukan1101
@premodharphukan1101 Месяц назад
গুৰু ব্ৰম্মা গুৰু বিষ্ণু . সেইবাবে গুৰুেক ভগৱানৰ স্থানত বহুওৱা হৈছে ৷ গুৰুজনক ভগৱানৰ আ সনত বহোৱাতো অশুদ্ধ কথা নহয় ৷ গুৰুক অসনমান কৰাৰ বাবেই জুবিনক আওপকীয়াকৈ তেওঁক তেওঁৰ বিহু শিকোৱা গুৰুজনাৰ দ্বাৰাই এটা অসন্মান৷ জনক শব্দৰে . “ সুৰাকণ্ঠ““ সনমান দিয়া হ’লনেকী ? যদিওবা ধেমালিতে বুলি কোৱা হৈছে ৷ নে ধেমালিৰ ছলেৰে ?
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ এইটো তেৰাই হে জানিব 🙏🙏
@manikborahmor7850
@manikborahmor7850 Месяц назад
আমাৰ প্ৰশ্ন যে কোনো সত্ৰ মহন্ত গোস্বামীক প্ৰভূ নহয় বুলি কোৱাত তেওঁ খ; হয় হ্য় কিয় আৰু দুৰা ৰোগত ভুগিব বুলি শাও শপণি দিয়া মহন্তৰ মহত গুণ কি থাকিলে তেওঁৰ দেখোন মদাহিত কৈও চাৰ আৰু গোস্বামী জনো যদি তেনেকুৱা ই হয় তেওঁ বেদৰ গৰাকী গোস্বামী উপাধি চাটি' ফিকেট কোনে দিলে । আমি কাকো প্ৰস;সাৰো নকৰো আৰু নিন্দা ও নকৰো কিন্তু? আধ্যাত্মিক তাত বিছাৰে নিজকে শুধিব লাগে ময় মহন্ত বা গোস্বামী হয়নে নহয়?
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ।
@manikborahmor7850
@manikborahmor7850 Месяц назад
@@himangshunath3912 ঙ ব্ৰহ্মা, বিষ্ণু, মাহেশ্বৰ গুৰু ৰো গুৰু পৰম মহা যোগেশ্বৰ মহেশ্বৰ এক পৰমাত্মা যোগেশ্বৰ তিনিটা স্বৰুপ। কাৰোক শাও শপণি দিয়া মহন্তৰ কাৰোবাক চৰিয়াম বুলি কোৱা মহন্ত গোস্বামী কেতিয়াও প্ৰভূ গুৰু ঈশৰ হ'ব নোৱাৰে। যদি এনে প্ৰমাণ আছে যূক্তিৰে দেখায় দিয়ক! কৃষ্ণ নামৰ আদৰ্শ কি? মুখত কৃষ্ণ চিত্ৰত দুজ'ণ এয়া জানো আদৰ্শ?বশ হয়? কৃষ্ণ কৃষ্ণ সবাকে সু মতি দিয়া।
@asomiaasom6008
@asomiaasom6008 Месяц назад
ব্যাসে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি কোৱা ভুল অসত্য কাৰণ ব্যাসে বেদক চাৰি ভাগত বিভক্ত কৰি বেদত জীৱ কাটি পূজা কৰা কথা লিখা নাই তুমিও ভুল বিকৃত অপব্যাখ্যা নকৰিবা ।বেদব্যাসক অপবাদ নিদিবা ।ব্যাসে ভাগৱত ৰচাৰ আগত সোতৰ পুৰাণ লিখিছিল আটাইকেইখন পুৰাণত জীৱ বলি কাটা পুজা কৰাৰ বিধান দিয়া নাই ।মই ভাগৱত খনকে ধৰি নখন পুৰাণ পঢ়িছো সেআ ৯ খন পুৰাণত জীৱ বলি কটা পাপযুক্ত পূজা কৰা উপদেশ নাই ।অবশ্যে কালী পুৰাণ পঢ়া নাই কালী পুৰাণত বলীৰ কথা থাকিব পাৰে নাজানো ।দ্বাপৰৰ শেষতহে ব্যাস চিন্তিত হৈছিল তাৰ আগত চিন্তিত হোৱা নাছিল আগত শুদ্ধই আছিল ।ব্যাস নিজেই চিন্তিত হৈছিল নে কাৰোৱাৰ প্ৰৰোচনা প্ৰভাৱত মতিভ্ৰম হৈ চিন্তিত হৈছিল সেয়াও বিচাৰ্যৰ কথা ।আগত ব্যাস শুদ্ধই আছিল কিন্তু দ্বাপৰৰ শেষত কলিৰ আদিত ব্যাস ক্ষমতাৰ অপব্যৱহাৰ কৰি অশুদ্ধ হৈ চিন্তিত হয় আৰু হঠাত নাটকীয় ভাবে নাৰদৰ আগমন হৈ ব্যাসক আগৰ বেদ পুৰাণ সমুহ বলি কাটি পাপকৰ্ম যুক্ত পূজাৰ বিধান প্ৰচাৰ কৰা বুলি কৈ কেৱল কৃষ্ণ নামত কৃষ্ণ নাম গুণক বৰ্ণাই আন দেৱৰ কথা আতৰাই এৰাই ভাগৱত লিখিব উপদেশ দিছিল সেই মতে ব্যাসে ভাগৱত ৰচনা কৰিল ।কিন্তু ভাগৱত লিখাৰ পিছত ব্যাস কলংকিত হৈ থাকিল যে আগৰ ৰচনা ১৭ পুৰাণত ঈশ্বৰ ভক্তিনাই মুক্তিৰ পথ নাই কেৱল জীৱ বলি কট মৰা কথা পাপযুক্ত কথাহে লিখিছিও সেয়ে ব্যাসে শান্তি নাপাই চিন্তিত হৈছিল ।পুৰাণ সমুহ অধ্যয়ণ কৰিলে অপযোখ অপবাদ শুদ্ধ নহয় কাৰণ পুৰাণত তেনে পাপকৰ্মৰ বিধান নাই ।পুৰাণ সমুহ পঢ়িলে ব্যাস মতিভ্ৰম চিন্তাম্বিত নাৰদৰ দ্বাৰা ভাগৱত লিখা উপদেশ আৰু ভাগৱত ৰচাৰ আদিত এক বৃহৎ ৰহস্য সোমাই আছে ।মই পঢ়া ন খন পুৰাণৰ পৰা নাটকীয় ৰহস্য সুস্পষ্ট ভাবে দেখিছো জানিছো বুজিছো ।কলিৰ আদিত বেদ পুৰাণ সমুহ অশুদ্ধ পাপযুক্ত কিন ভাগৱত খনহে শুদ্ধ সত্য এই কথা প্ৰচাৰ ঈশ্বৰৰে সৃষ্টি স্থিতি পালন সংহাৰৰ মহিমা ।অতি ৰহস্য ।আপাতত ব্যাস মতিভ্ৰম হৈ চিন্তিত হৈ নাটকীয়ভাৱে নাৰদৰ উপদেশ শুদ্ধ সত্য ভাগৱত ৰচনা আগৰ ৰচা বেদ পুৰাণ অশুদ্ধ লিখি প্ৰচাৰ কৰি নৰক পথভ্ৰষ্ট কৰা বুলি অপযোশ কলংকিত হৈ থাকিল কলিৰ মনুষ্যই তেনেকৈ বুজিলো ।ঈশ্বৰৰ সৃষ্টিৰ মহিমা ৰহস্য হৈ থাকিল ।
@himangshunath3912
@himangshunath3912 29 дней назад
কৃষ্ণ কৃষ্ণ বাপজনা । ভাগৱতৰ প্ৰথম স্কন্ধ ত লিখা বাবে কোৱা হৈছে। অৱশ্যে জীৱ বলি কথা অন্য শাস্ত্ৰ ত নাই বুলি কয় বিজ্ঞ সকলে। যত যি সকলো ঈশ্বৰৰ লীলা হয় আমি নিমিত্ত মাত্ৰ 🙏🙏
@jibongogoi6940
@jibongogoi6940 Месяц назад
প্ৰভু ঈশ্বৰ কিয় কয় মদাহী গায়ক গায়িকা ই কি বুজিব l
@himangshunath3912
@himangshunath3912 29 дней назад
কৃষ্ণ কৃষ্ণ
@NripenBorah-pk3wq
@NripenBorah-pk3wq Месяц назад
Guru borma grubisjnu guru maswar vuljoisa na ki
@himangshunath3912
@himangshunath3912 29 дней назад
কৃষ্ণ
@mamilabhuuyan6391
@mamilabhuuyan6391 Месяц назад
Prvo tomi mor niceyi osrar , gharloi gale pddholi lom goi,,,,
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@nirjurajgogoi319
@nirjurajgogoi319 Месяц назад
গুৰু শিষ্যৰ সম্পৰ্ক যদি বহুত গভীৰ, শিষ্যয় ৰন্ধন কৰা আহাৰ গুৰুজনাই কিয় গ্ৰহণ নকৰে বাৰু । সদাশয় কোনো লোকে জনালে চীৰকৃতগয্য় হৈ ৰম ।
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ সুন্দৰ প্ৰশ্ন। যদি শিষ্য জন গুৰু মতে চলে বুলি বিশ্বাস আছে , গুৰু জনাই নোখোৱা দ্ৰৱ্য বোৰ শিষ্য জনে গ্ৰহণ নকৰে বুলি বিশ্বাস আছে। বা তেওঁ যদি ভজন মাৰ্গত ঠিক মতে আছে তেন্তে তেওঁৰ হাতে খাব। কিন্তু কোনোবাই ব্যক্তিগত কাৰণত কাৰো হাতেই নেখাই এইটো তেওঁৰ কথা। মোৰ উপদেশি গুৰু ৰিজু পাঠক প্ৰভু ঈশ্বৰ তেওঁ আমি বনালে গ্ৰহণ কৰে বাৰু। শিষ্য জন তৈয়াৰ কৰাটো গুৰুৰ প্ৰধান দায়িত্ব ।।কৃষ্ণ চমুকৈ জনালোঁ অলপ
@nirjurajgogoi319
@nirjurajgogoi319 Месяц назад
@@himangshunath3912 এই প্ৰশ্নটোৰ উত্তৰ আজিহে লাভ কৰিলো । কৃষ্ণ ।
@sumanjyotinath2509
@sumanjyotinath2509 Месяц назад
कृष्ण
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
@user-om9xh3sr1f
@user-om9xh3sr1f 28 дней назад
Moi parim apunar logat ai bikhayar uporat kotha parim. Kot alusana koriba. Kuntu Chanel lot bahi alusana koriba Kauk.Raji ne apuni. Krishna bhagawan nahay, taru praman dim, park it bhagawan kun Hoi moi kom praman dim, apuni Raji asene.mahuday, bhoy khaba nahale. I
@himangshunath3912
@himangshunath3912 27 дней назад
Channel ত কথা কব আমাৰ দৰে মানুহক কোনে মাতিব হে আমি সাধাৰণ মানুহ আপোনাৰ দৰে নেঙুৰ দীঘল নহয় দিয়ক।। কংশ,শিশুপাল , জৰাসন্ধ এনেকৈ বহুত অসুৰে কৃষ্ণ ভগৱান নহয় কৈছিল। আপুনি সেইটো শাৰীৰে হয়। চিন্তা নকৰিব বিৰোধী ভাবে ভজিলেও কৃষ্ণ ক পায় ।। আৰু বহুত মুখৰ খজুৱতি থাকিলে মোৰ নম্বৰ দিয়া আছে কল কৰি আহিব বহিম।
@user-om9xh3sr1f
@user-om9xh3sr1f 27 дней назад
Moi u ajon khub sadharan manuh Hoi, aku dangar manuh nahay, kangkha,sisupalor nisina adharmau nahay, mukhor,, khujati nai apunalokar dare, bhagawan bishwas koru, kintu moi koisu Krishna bhagawan nahay, krishnay, nije korise, gitat. Moi, gita,bhagawat,Adi Jamal, rikbed,, hambed,, Bible, naamghukha, hakalu, reading korisu,gatike mukhor supoti Mari laav nai kot matiba bisare, Ami duijani alusana kori adukhor jega bisaru.ahak.jodi prayujon Hoi mur number u dim
@manyatagogoi2427
@manyatagogoi2427 Месяц назад
গুৰু বুলালেই নহব।আচল সত্য পথ প্ৰদৰ্শক হব লাগিব।তথাকথিত গুৰুসকলৰ গতি বিধিও ৰাইজে লক্ষ্য কৰি আছে।অসমত হাজাৰ ওপৰত সত্ৰ আছে।কিয় ?সকলো সত্ৰৰে নিয়ম নীতি একে নহয়।এইবোৰ কি ? আমাৰ জগতগুৰু জনাৰ নীতি আদৰ্শক প্ৰচাৰ কৰা আৰু মানি চলাত সত্ৰসমুহ কিমান সফল ?এই প্ৰশ্নবোৰৰ উত্তৰ সত্ৰসমুহৰ আছেনে ?গতিকে এই বিতৰ্কবোৰ হোৱাৰ মুলতে সত্ৰসমুহো জগৰীয়া নহয়নে ?
@himangshunath3912
@himangshunath3912 Месяц назад
ভক্তি নিজৰ বস্তু। মহাপুৰুষৰ নীতি আদৰ্শ যিজনে যেনেকৈ ৰাখিব পাৰিছে তেওঁ ফল পাব। আমাৰ মতান্তৰ থাকিব পাৰে সঁচা কিছু কিন্তু কোনো মনান্তৰ নহয়। সকলোৱে গুৰু আখন প্ৰতিষ্ঠা কৰোঁ কৃষ্ণ বুলি কওঁ। গতিকে আমি এক ।। তেওঁৰ মতে কৃষ্ণ ভগৱান নহয় আৰু এটা সত্ৰাধিকাৰ বোৰক বেয়া শব্দ কৈছে তাৰ বাবে মই নাম নধৰাকৈ কৈছোঁ কিছু। আজি আমি মৌন হলে এদিন পিছৰ প্ৰজন্মই দোষ দিব।
@manyatagogoi2427
@manyatagogoi2427 Месяц назад
অস্পৃশতা ৰাজসত্ৰসমুহৰ মূল সমস্যা।সকলোকে ব্ৰহ্মময় দেখাজনহে আচলতে গুৰুৰ যোগ্য।মাধৱ গুৰুজনাই গুৰু বুলাই ফুৰা তথাকথিত গুৰুৰ কথা নামঘোষাত উল্লেখ কৰি থৈ গৈছে।এই কথাবিলাকো আজিৰ প্ৰজন্মই চৰ্চ্চা কৰে।আজিকালি শিক্ষিত ল'ৰা ছোৱালীবিলাকে পাঠ্যক্ৰমত গুৰুজনাৰ নীতি আদৰ্শৰ কথাবিলাক পঢ়িছে আৰু জানে।তেওঁলোকে পাঠ্যক্ৰমত পঢ়ি পোৱা আৰু সত্ৰসমুহত চলি থকা ক্ৰিয়াকলাপৰ সামঞ্জস্য আৰু প্ৰাৰ্থক্যও লক্ষ্য কৰি আছে।গতিকে সত্ৰসমুহেও এইবিলাক চাব লাগিব।অন্যথা আজি প্ৰজন্মই গুৰু অমান্য কৰিবলৈও হয়তো বেছি দিন নালাগিব।জুবিন বাৰু সুৰা কন্ঠ আবুল তাবুল গাই সচাঁ ।কিন্তু সত্ৰসমুহেও আত্মবিশ্লেষণ কৰাতো অতি জৰুৰী অন্যথা সত্ৰসমুহ অদুৰ ভৱিষৎতে বকৰাণিত পৰিনত নহবযে মানে নাই।
@asomiaasom6008
@asomiaasom6008 29 дней назад
তোমাৰ জগত গুৰু জনাই অসমত গুৰু নহয় অসমত আৰু দুজন স্বতন্ত্ৰ মহাপুৰুষ আছে গুৰু হৰিদেৱ আৰু মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱ ।অসমত তিনিজন মুখ্য গুৰু ক্ৰমে গুৰু হৰিদেৱ গুৰু শংকৰদেৱ আৰু গুৰু দেৱ দামোদৰদেৱ ।তিনি মুখ্য গুৰুৰ আামেৰে তিনি পন্থ হৰিদেৱী ,শংকৰী বা মহাপুৰুষীয়া বা একশৰণীয়া আৰু দামোদৰীয় ।অসমত প্ৰথমে সত্ৰ পাতিছিল গুৰু দেৱ দামোদৰদেৱে ।সত্ৰ গুৰু দেৱ দামোদৰদেৱৰ অবদান ।থান নামঘৰ গুৰু শংকৰদেৱৰ অবদান আৰু আশ্ৰম গুৰু হৰিদেৱৰ অবদান ।পৰবৰ্তী সময়ত গুৰু দেৱ দামোদৰদেৱৰ প্ৰথমখন পাটবাউসী সত্ৰৰ আৰ্হিত মাধৱদেৱে বৰপেথা থান স্থাপিত কৰে, পিছত শংকৰ গুৰু আৰু শিষ্য মাধৱদেৱ সমন্মিতে সকলো থান নামঘৰক সত্ৰ নামেৰ নামকৰণ কৰে ।সেইদৰে গুৰু হৰিদেৱৰ হৰিদেৱাশ্ৰম সমুহকো সত্ৰ নামেৰে নামকৰণ কৰা হয় ।সেয়ে তিনিওজন গুৰুৰ আদৰ্শৰ তিনি পন্থৰ সত্ৰ সমুহত তিনি গুৰুৰ আদৰ্শ নীতি নিয়ম চলে বাবে সত্ৰ সমুসৰ নীতি নিয়ম আৰাধনা উপাসনা আচৰণ একে নহয় বেলেগ বেলেগ ।তুমি ভবাৰ দৰে তোমাৰ জগতগুৰু জনাৰ নীতি নিয়ম আদৰ্শ সকলো সত্ৰই নামানে প্ৰচাৰ নকৰে ।হৰিদেৱাশ্ৰম সত্ৰ সমুহ গুৰু হৰিদেৱৰ নীতি নিয়ম আদৰ্শত চলে ,শংকৰী মহাপুৰুষীয়া একশৰণীয়া থান নামঘৰ সত্ৰ সমুহে গুৰু শংকৰদেৱৰ নীতি নিয়ম আদৰ্শত চলে আৰু দামোদৰীয় সত্ৰ সমুহে গুৰু দেৱ দামোদৰদেৱৰ নীতি নিয়ম আদৰ্শত চলে ।
@asomiaasom6008
@asomiaasom6008 29 дней назад
@@manyatagogoi2427 তোমাৰ গুৰু মাধৱেই নামঘোষাত শংকৰদেৱক একমাত্ৰ শ্ৰেষ্ঠ গুৰু সজাই আন গুৰুক নিন্দা হেয়জ্ঞান তুচ্চতাচ্চিল্য কৰি অসমত প্ৰথমে বৈষ্ণৱ ধৰ্মৰ ভকতৰ মাজত বিভেদ সৃষ্টি কৰি থৈ গৈছে ।নামঘোষাত মাধৱদেৱে শংকৰদেৱৰ বাহিৰে আন গুৰু যে গুৰু হব নোৱাৰে এনে একপক্ষীয় সংকীৰ্ণ অহং মনোভাব প্ৰকাশ কৰিছে ।নামঘোখাত মাধৱদেৱে আন গুৰু নিন্দা হেয়জ্ঞান অবজ্ঞা কৰা ,ঈশ্বৰৰ বিভূতি স্বৰূপ প্ৰকৃতিৰ চৈতন্য শক্তি দেৱ দেৱীক নিন্দা ঘৃণা হেয়জ্ঞান তুচ্চ তাচ্ছিল্য কৰা ,আন লোকৰ ধমীয় আৰাধনা আচৰণক নিন্দা ,বেদৰ বিহিত ভক্তি ধৰ্ম কৰ্মক পাপকৰ্মৰ দৰে নিন্দা কৰিবলৈ শিক্ষা জ্ঞান উদগনি দি গৈছে পদৰ জৰিয়তে ।পৰধৰ্ম, পৰ গুৰু,দেৱ দেৱী ,বেদক ,বেদবিহিত ভক্তি কৰ্ম আচৰণক নিন্দা হেয়জ্ঞান কৰা দুৰাচাৰ পাষণ্ড বুলি শাস্ত্ৰই কৈছে ।
@manyatagogoi2427
@manyatagogoi2427 29 дней назад
@@asomiaasom6008 সমস্যাতো দামোদৰেই সৃষ্টি কৰিলে।যি দামোদৰে শঙ্কৰ গুজনাৰ শ্ৰাদ্ধলৈও নগল।যি জন গুৰুৰ পৰা কথাবতৰা পালে সেইজন গুৰুৰ শ্ৰাদ্ধলৈতো নগলেই পৰৱৰ্ত্তী কালত সংহতিৰ সৃষ্টি কৰা মানুহজন দামোদৰ দেৱেই নহয়জানো? আমি কিন্তু গুৰু বুলিলে শঙ্কৰ আৰু মাধৱ বুলিয়েই জানো।জগত গুৰু শঙ্কৰদেৱ বুলিয়েই জানো।বিশ্ববিদ্যালয় পৰ্য্যালৈকে এইবুলিয়েই পাইছো।শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ,দুইতো নাহি পৰ বুলি জানো।গোপালদেৱৰ পাছত যিসকল গুৰু ওলালে সেইসকলৰ কথা বতৰা বিলাকৰ কথাও গুৰু চৰিত পুথিত পোৱা যায়।মুঠতে সত্ৰাধিকাৰ হলেই নহব,শঙ্কৰ গুৰুজনাৰ প্ৰৱৰ্ত্তিত একশৰণ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত কাম কৰিব লাগিব।যদি ধৰ্ম গুৰুৰ নামত অন্য কথা বতৰা চলে, তেন্তে আমি পুনৰ কৰ্মকাণ্ডী ফালেহে ধাবমান হম।ব্যাসৰ সমস্যাতো সেইটোৱেই হৈছিল।গতিকে শঙ্কৰ মাধৱে দামোদৰৰ আৰ্হি লোৱাতো হবই নোৱাৰে।দামোদৰেহে গুৰু ধৰ্মতোক অন্যফালে লৈ গ'ল।বৰ্ত্তমান সকলোৱে অধ্যয়ন কৰে।আজি তাৰিখত আভোৱা ভাৰিব নোৱাৰে।বৰ্ত্তমান সময়ৰ লগত খাপ খুৱাই শুদ্ধ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ নকৰিলে ওলোটাই নতুন প্ৰজন্মই যে উলটি ধৰিব এইটো খাটাং।ভুল তথ্য দি আভুৱা ভৰা দিন নিশ্চয় উকলিল।তাৰ প্ৰমান জুবিনৰ বিৰ্তকিত সেই বাক্যটো।গতিকে সত্ৰৰ ইখনৰ লগত সিখনৰ নীতি আদৰ্শ নিমিলে,এইবোৰ কিবা ৰাজনৈতিক দলৰ দৰে লগা নাইনে বাৰু ?এনেদৰে থাকিলে অদুৰ ভৱিষৎতে মানুহে উপলুঙা কৰিবগৈ।সেইকাৰণে আত্মবিশ্লেষন নকৰিলে কিবা ৰূপ লোৱাতো খাটাং।
@jayantaburagohain4098
@jayantaburagohain4098 Месяц назад
আপোনালোকৰ গাত মানুহৰ সন্মানে মোৰত ওঠিছে ভুল নাথাকিলে গাতু নালাগে
@himangshunath3912
@himangshunath3912 Месяц назад
হয় দিয়ক কৃষ্ণ ঈশ্বৰে সুমতি দিয়ক আপোনাক
@nimnitamahanta7390
@nimnitamahanta7390 Месяц назад
Krishna
@himangshunath3912
@himangshunath3912 Месяц назад
কৃষ্ণ কৃষ্ণ
Далее