Тёмный

বাহঁৰ ঘৰ যদিও দেখুৱালো নাহাঁহিব 🙏 নিজৰ ঘৰটো যিমান বেয়া হলেও আপোন/Assamese home tour/ bandita baishya 

Bandita Baishya
Подписаться 15 тыс.
Просмотров 372 тыс.
50% 1

Опубликовано:

 

23 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,8 тыс.   
@banditabaishya
@banditabaishya 2 года назад
পোন প্ৰথমে আপোনালকক বহুত বহুত ধন্যবাদ জনাইছোঁ, মোক ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে। আশাকৰো আপোনালকে যেন এনেকে মৰম দি মোক আগলৈ লৈ যায় । ভিডিঅ'বোৰ চাৱ 🥰😍😘 lv u all
@anantarxbro
@anantarxbro 2 года назад
Wow vl lgila sai tumi j njor gr2 dakhbola lag kora ni Janka nholau moi anka bohut manuh paisu ji a njor ghor ba tar papa ki kora kobola lg kora but tumi kora so vl lgila anka video Boni thakiba👍👍👍👍
@asomiyabuarimayasvlog9833
@asomiyabuarimayasvlog9833 2 года назад
ok👍....mur vdo buru sbo .sprt krbo muku
@allrounderb2477
@allrounderb2477 2 года назад
Mur channel to video like kariba please
@nibeditagogoi218
@nibeditagogoi218 2 года назад
Yes
@nibeditagogoi218
@nibeditagogoi218 2 года назад
Yes
@nitulbaishya8582
@nitulbaishya8582 2 года назад
ঘৰত ছোৱালী মানুহ থাকিলে ঘৰ টো ধুনীয়া হৈ থাকে ।
@banditabaishya
@banditabaishya 2 года назад
Um hoi da
@rupamdas8163
@rupamdas8163 2 года назад
💯💯💯
@bnos6763
@bnos6763 2 года назад
Right ❤️
@Minakshi_Rajbongshi
@Minakshi_Rajbongshi 2 года назад
You are right
@chimibegum1073
@chimibegum1073 2 года назад
O suali home ot tkakila safa hoy thaka .
@AbdulJalil-hf5od
@AbdulJalil-hf5od 2 года назад
নিজৰ ঘৰখন যেনেকুৱা নহয় ‌কিয়। নিজৰ বাবে বহুত আপোন। ভাল লাগিল 😍
@banditabaishya
@banditabaishya 2 года назад
Thank you
@asomiyabuarimayasvlog9833
@asomiyabuarimayasvlog9833 2 года назад
১০০% ৰাইত👍👌
@asomiyabuarimayasvlog9833
@asomiyabuarimayasvlog9833 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1s5Nndff16o.html এবাৰ চাবচোন সকলোৱে🙏
@pompidas2174
@pompidas2174 Год назад
Mur senel tu sabo
@bidyutmelody3687
@bidyutmelody3687 2 года назад
নিজৰ ঘৰখন যেনেকোৱাই নহওঁক লাগে সুন্দৰ অাৰু পৰিপাতি কৈ নাৰাখিলে অট্টালিকা ও নৰক হৈ পৰে। বাইদেউ আপুনি আপোনাৰ ঘৰখন খুব সুন্দৰ কৈ ৰাখিছে 👍
@maineesbindassvlogs9196
@maineesbindassvlogs9196 2 года назад
Muk subscribe koriba dei 🙏
@arupdeuri5763
@arupdeuri5763 2 года назад
প্ৰথম বাৰ দেখিলোঁ আপোনাৰ প্ৰগ্ৰাম... নিজৰ ঘৰখন অতি সুন্দৰ কৈ দেখুওৱা বাবে বহুত ভাল্ লাগিল .. ঘৰটো বাঁহৰ হওঁক বা পকীৰ হওঁক মানুহ বোৰ ভাল্ হলে... তাতো সুখী হব পাৰি... ভবিষ্যত আগুৱাই যোৱা ভগৱান ওচৰত প্ৰাৰ্থনা কৰিলো ❣️❣️🙏🙏🙏
@amnasharif6675
@amnasharif6675 2 года назад
ইমান ধুনীয়া ঘৰ আৰু ইমান ধুনীয়া পৰিবেশ 😍 সঁচাকৈয়ে দেখি বৰ ভাল লাগিছে, বেলেগ এটা শান্তি পোৱা যায় এনেকুৱা পৰিবেশ চালে ❤️
@banditabaishya
@banditabaishya 2 года назад
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
@mrigendrakumarsarmah2872
@mrigendrakumarsarmah2872 2 года назад
Great... A girl with simplicity and extreme courage to show the real self... God bless you
@S.M.8439
@S.M.8439 2 года назад
মানুহৰ ভদ্ৰ ব্যৱহাৰেই মানুহৰ প্ৰকৃত ঘৰ।
@pompidas2174
@pompidas2174 Год назад
Mur senel tu sabo
@ramenkonwar1867
@ramenkonwar1867 2 года назад
Waw nice home.... যদি মনবোৰ ধুনীয়া হয়... ঘৰখন এনেই ধুনীয়া হয় তাতে তুমিও ধুনীয়া 😌😌😌
@sumitalukdar768
@sumitalukdar768 2 года назад
Bahut dhuniya lagise tumar ghortu❤️❤️❤️
@জোনাকৰনৱ
@জোনাকৰনৱ 2 года назад
নিজৰ ঘৰ টু যেনেকুৱাই হওক লাগে ।। সদায় আপোন ইমান পৰিপাতি কৈ ৰাখিছাঁ বহুত ভাল লাগিছে😍
@joonaksvlog7457
@joonaksvlog7457 2 года назад
Khasa bahut dhuniya ke khajai rakhisa.......
@rittik985
@rittik985 2 года назад
কেঁচা ঘৰৰ যিটো আমে জ ।। একো ঘৰত দিব নোৱাৰে❤️ গাঁৱলীয়া পৰিৱেশ অৰ মৰম লগা কেঁচা ঘৰ টি এঘৰ মানুহৰ বাবে কিমান আপোন বুজাবলৈ শব্দ কমি যাই কবলৈ 😇 Love from dergaon town
@banditabaishya
@banditabaishya 2 года назад
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
@jamindas9010
@jamindas9010 Год назад
প্ৰথমে কওঁ‌ তোমাৰ সৰলতা মৰমলগা কথাবোৰে মোৰ ভাল লাগিল।ঘৰখন কেচা হলেও পৰিপাটিকৈ ৰাখিছা।যি আছে তাক লুকধাক নকৰাকৈ দেখুৱাইছা তাতেই তোমাৰ পৰিচয় পাই গলো। সঁ‌চাকৈ তোমাৰ মনত কৃত্ৰিমতা নাই।বুজি পালো ঘৰখনত কিমান মৰম চেনেহৰ বান্ধোন আছে পৰিয়ালটি মাজত। শুভেছা জনালোঁ‌ । --ইতি -তোমাৰ দাদা -জমীন দাস( তিনিচুকীয়া, ধলা)
@sangitamedhi553
@sangitamedhi553 2 года назад
সঁচাকৈ তোমাৰ ঘৰতো বহুত ধুনীয়া মাজনী তোমালৈ বহুত মৰম ও আশীর্বাদ থাকিল।
@banditabaishya
@banditabaishya 2 года назад
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
@PinkiSaikia-u2q
@PinkiSaikia-u2q 2 месяца назад
Hosakoi .
@PinkiSaikia-u2q
@PinkiSaikia-u2q 2 месяца назад
Borma apuni Mur video sab dey kene py jonab .iman dhuniya comments dise dekhi vall lagil gl apunar nisina agraki subscribe pale muru bohut vll lagib .
@rupamrabha188
@rupamrabha188 2 года назад
ঘৰখন দুখীয়া হলেও একো কথা নাই, আমাৰো একেই পৰিস্থিতি,,, হলেও ঘৰখনত ছোৱালী এজনী থাকিলে যেনে ধৰণৰ সুৱণি সেয়া সকলোতকৈ অতুলনীয়, যিটো আমাৰ ঘৰত নাই বৰ অভাৱ অনুভৱ কৰো ভন্তি এজনীৰ,,,,, সকলো থাকিও যেন আজি একো নাই। শুভকামনা জনাইছোঁ আপোনাৰ পৰিয়ালটোলৈ।
@banditapatgiri1581
@banditapatgiri1581 2 года назад
নিজৰ ঘৰ খন জেনেকুৱা হলেও খুবেই প্ৰিয় আৰু শান্তি পূৰ্ণ । ভাল লাগিল video টো চাই 👍
@utpalborah6726
@utpalborah6726 2 года назад
তোমাৰ মনটো বহুত সুন্দৰ। মনৰ জোখাৰে সুখী হোৱা মাজনী।
@dipentaid8685
@dipentaid8685 2 года назад
সময়ৰ সোঁতত সুখীৰো দুখী হয়, দুখীৰো সুখী হয়। হয়তো হ'ব পাৰে মোৰ ঘৰ খন ভগা পজা তথাপিও এয়াই মোৰ সবাতোকৈ মৰমৰ ঘৰ। 🌹🌹🌹🌹🌹🌹
@maineesbindassvlogs9196
@maineesbindassvlogs9196 2 года назад
Muk subscribe koriba dei 🙏
@SargamShikshaa
@SargamShikshaa 2 года назад
প্ৰথম কথাটোৱে হল তোমাৰ মনটো বৰ ধুনীয়া, সেয়েহে তোমাৰ সকলো বস্তুয়েই আপোন। ✋
@ghanakantamech6178
@ghanakantamech6178 2 года назад
ঈশ্বৰে তোমাক আৰু ঘৰৰ সকলোকে আশীৰ্বাদ কৰক। তোমাৰ ভবিষ্যত উজ্জ্বল হ'ক।
@banditabaishya
@banditabaishya 2 года назад
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
@ghanakantamech6178
@ghanakantamech6178 2 года назад
চাম কিবা এটা ভাল লাগিলে তোমাক।
@himangshukalita7591
@himangshukalita7591 2 года назад
এটা সুন্দৰ মন থাকিলে, এনেকুৱা এটা সুন্দৰ programme হয় ।
@anantarajkhowa7147
@anantarajkhowa7147 2 года назад
সঁচা কথা । বহুত ধুনীয়া সজাই চা ঘৰ খন ভাল লাগিল video চাই
@banditabaishya
@banditabaishya 2 года назад
Thank you
@montudarig4737
@montudarig4737 2 года назад
বা আপুনাৰ কথা শুনি বহুত ভাল লাগিল নিজৰ ঘৰ জেনেকোৱাই নহক কিয় নিজৰ ঘৰ সদাই নিজৰ বাবে আপোন । 💕 love from sivasagar 💕.
@azarika1
@azarika1 2 года назад
Very nice. This video reminds me my summer vacation at my grand parent”s house. Whole one month of summer holidays in school time, we used to spend at grand parent’s house. Beautiful feeling and endless enjoyments with the nature. Home is always sweet. Home Sweet Home. 👌👌
@pompidas2174
@pompidas2174 Год назад
Mur senel tu sabo
@techtipssupported8958
@techtipssupported8958 2 года назад
Ghor jenekuai nohowk,manuhor montu he main...Kotha botora-aasar bibyohar...Ghor khon dekhi vl lagil dei...Bondhu holu ajir pora🙏❤️🙏
@gitanjalisvlog771
@gitanjalisvlog771 2 года назад
সচাকৈয়ে নিজৰ ঘৰ নিচিনা শান্তি ক'তো নাই ।নতুনকৈ বান্ধৱী হ'লো আৰু মোৰ চেনেলটো লৈ স্বাগতম জনাইছো আশা কৰো সহাঁৰি দিবা।
@asomiyabuarimayasvlog9833
@asomiyabuarimayasvlog9833 2 года назад
Vl lgl....akha kru mr vdo buru sai jba...lgte frnd hba bli
@kankanabaishya1162
@kankanabaishya1162 2 года назад
এই পুৰণি ঘৰ বোৰ এটা সময়ত নোহোৱা হৈ যাব ।। ভাবিলে বেয়া লাগে বহুত।।এই ঘৰ বোৰে গাঁৱলীয়া পৰিবেশ সুন্দৰ কৰাই।।।বহুত ধুনীয়া ঘৰ✨✨❤️
@abhijithazarika5659
@abhijithazarika5659 2 года назад
আজি তোমাৰ ভিডিও চালু বহুত ভাল লাগিছে । চোৱালি থাকিলে ঘৰ খন বহুত ধুনীয়া হৈ থাকে।।
@banditabaishya
@banditabaishya 2 года назад
Thanks
@subhashdas5997
@subhashdas5997 2 года назад
ঘৰ খন চালো আৰু এটি সহজ সৰল সুস্থ পৰিবেশ বিচাৰি পালো, মই দেখা সমাজ খনৰ 99%ৰে সেইখিনি নাই। তোমালৈ আন্তৰিক শুভেচ্ছা থাকিল, ঈশ্বৰে মঙ্গল কৰক! এজন বৰদেউতা
@princhipriyagogai2770
@princhipriyagogai2770 2 года назад
সছাকৈ তোমাৰ কথাখিনি বহুত ভাল লাগিল, আগুৱাই যোৱা ভগৱানে নিশ্বয় তোমাক সহায় কৰিব ।
@banditabaishya
@banditabaishya 2 года назад
Thanks
@nayanchangmai1125
@nayanchangmai1125 2 года назад
Good Bandita proud of you bhogoban ae jatey tumak aru tumar poriyal tuk hukherey rakhok aru jatey tumi jibon ot hofhol hua hey kamona korisu kosto kori thakiba aru amak hodai eney dorey video upload kori amar mon tu bhal logai thakiba. 🥰🥰
@saikiazzcreations7844
@saikiazzcreations7844 2 года назад
নিজৰ ঘৰখনৰ সমান সুখী ঠাই ক'তো নাই 👌👌
@jumankumarsarmah5131
@jumankumarsarmah5131 2 года назад
ঘৰ কেনেকুৱা সেইটো ডাঙৰ কথা নহয়।মানুহখিনিৰ মন কেনেকুৱা ব্যৱহাৰ কেনেকুৱা সেইটোহে আচল কথা। সুন্দৰ ঘৰ
@rumeekalita3812
@rumeekalita3812 2 года назад
👍তোমাৰ RU-vid channel থকা বুলি আজিহে গম পালো, ভাল লাগিল আৰু অশেষ শুভেচ্ছা থাকিল তোমালৈ বহু আগুৱাই যোৱা তুমি 💐💐💐
@banditabaishya
@banditabaishya 2 года назад
Thanks
@rumeekalita3812
@rumeekalita3812 2 года назад
@@banditabaishya স্বাগতম 💐
@manashpratimsarmah2547
@manashpratimsarmah2547 2 года назад
Bohut dhuniya ghor... eman bhalke xojai porai rakhisa bhal lagise
@FardusATVlogs
@FardusATVlogs 2 года назад
যিটো ঘৰত ছোৱালী আছে সেই ঘৰৰ পৰিৱেশ বহুত দুনিয়া থাকে।keep up . Nice vlogs video
@banditabaishya
@banditabaishya 2 года назад
Thanks
@asomiyabuarimayasvlog9833
@asomiyabuarimayasvlog9833 2 года назад
Akha koru mur vdo sbo hkuye🙏
@tushamadur1914
@tushamadur1914 2 года назад
Val lalig saiii
@dhanjyotigogoi88
@dhanjyotigogoi88 2 года назад
বহুত ভাল লাগিল ভিডিঅটো চাই। নিজৰ আপোন ঘৰ খন যেনেকুৱাই নহওক কিয়,, ভাষাৰে বুজাব নোৱাৰি। আন্তৰিকতাহে মূল বিষয়বস্তু👍 4m DIBRUGARH.
@prathanasumi7053
@prathanasumi7053 2 года назад
নিজৰ ঘৰ যেনেকোৱাই নহৱক ,সকলোৰে বাবে মৰমৰ ❤️ ভাল লাগিল চাই,
@banditabaishya
@banditabaishya 2 года назад
ধন্যবাদ 🥰 আগলৈও ভিডিঅ'বোৰ চাৱ
@pranjaltaw8097
@pranjaltaw8097 2 года назад
Bhal lagil tumar kuwa kothakhar ....apuni bisora bostutu nupuwa kin2 moi bisora bostutu pau nijor ghrkhon hoxai bohut priyo❤️❤️❤️❤️❤️❤️❤️❤️❤️
@pranabjyotiborah1066
@pranabjyotiborah1066 2 года назад
লখিমপুৰৰ পৰা তোমালৈ মৰম যাচিলোঁ💗 সুন্দৰ কৈ ঘৰখন সজাই ৰাখিছা🥰🤗
@banditabaishya
@banditabaishya 2 года назад
Thanks
@pranabjyotiborah1066
@pranabjyotiborah1066 2 года назад
@@banditabaishya most wlcm ✨🤝
@krishnamonibhuyan3422
@krishnamonibhuyan3422 Год назад
শিৱসাগৰৰ পৰা বহুত মৰম তোমালৈ ভনী। ভাল হওঁক দিনবোৰ,আজি প্ৰথমবাৰ চাইছো তোমাৰ ভিডি'অ ইমান সুন্দৰকৈ প্ৰকাশ কৰিছা কথাবোৰ,আৰু বেছি ভাল লাগিল নিজৰ ঘৰটোক লৈ গৌৰৱ কৰা বাবে। শিৱসাগৰ আহিলে জনাবা দেই
@samirondutta3742
@samirondutta3742 2 года назад
নিজৰ ঘৰখন যেনেকুৱাই নহওক সকলোৰে মৰমৰ
@ratulchekanidhara6187
@ratulchekanidhara6187 2 года назад
ছোৱালী জনীৰ ইমান ধুনীয়া ব্যৱহাৰ কিয় বেয়াকৈ comment কৰিব বাৰু.. সহজ সৰল মানুহ সকলক বহুত বেছি ভাল পাওঁ মই... আগুৱাই যোৱা তুমি🤗❤️
@prakashsarma5550
@prakashsarma5550 2 года назад
A home is a Temple. This is a dream house of the owners
@rupanjalikalita3126
@rupanjalikalita3126 2 года назад
Nice
@pranjalsaikia8440
@pranjalsaikia8440 2 года назад
Tumi aguwai juwa. Asolote mnbur xukhi hole xokolute xukhi hbo pari.
@ariyanmoranofficial8710
@ariyanmoranofficial8710 2 года назад
আশা কৰোঁ তুমি যেন সদায় যোৱা তাৰে কামনা কৰিলোঁ ❤️
@khokomoko5557
@khokomoko5557 2 года назад
Bht dhunia lgise apunalokor ghrkhon.♥️.bht dhunia koi sojoa ase...asolote ghr Khan kenejua xetu dangor kotha nhi..manuhor mntu dangor hbo lge😄😄
@rumeekalita3812
@rumeekalita3812 2 года назад
বাহৰ হলেও ধুনীয়া দা 👌যাম এদিন ঘৰ চাবলৈ 👈
@banditabaishya
@banditabaishya 2 года назад
Thanks ...ahiba
@rumeekalita3812
@rumeekalita3812 2 года назад
@@banditabaishya মই কোন চিনি পাইছেনে বাৰু?
@nabajyotimissong4129
@nabajyotimissong4129 2 года назад
Subscribe korilu,bohut vhal lagil. Vhal content video bonai juwa and akha kori aru aguwai juwa buli.
@binapanisaikia4910
@binapanisaikia4910 2 года назад
আগুৱাই যোৱা, আশীৰ্বাদ থাকিল
@banditabaishya
@banditabaishya 2 года назад
ধন্যবাদ
@xaikiaparixmita4114
@xaikiaparixmita4114 2 года назад
নিজৰ ঘৰখন সদায় সুন্দৰ❤️তুমি ইমান ধুনীয়াকৈ দেখুৱালা ভাল লাগিল।ভালে থাকা
@anantagogoi7206
@anantagogoi7206 2 года назад
ঘৰ কেচা হওক পকা আপোন ঘৰখন সদায় মৰমৰ
@banditabaishya
@banditabaishya 2 года назад
সচাঁকে
@adishgogoi5729
@adishgogoi5729 2 года назад
Hundor hundor tumalukor ghor khon aikhon ghorot g hukh onuvob hoi vakhare bujhabo nwari ...
@surajxhetri3303
@surajxhetri3303 2 года назад
Nicely you have presented the tour, Be Happy Always Best Wishes from Goalpara ❤️👍👌
@mantupathak2932
@mantupathak2932 2 года назад
Bahut Val lagil maina, tomar video tu Sai bahut Val lagil. Xaisabar katha manat pari gal. Nijar Ghar Khan jimanel lokar manat dekhibaloi beya nahauk kiyo nijar babe saday priyo. Aguwai joa tumi
@PompiAssamesemotivational
@PompiAssamesemotivational 2 года назад
আপুনি বহোত ধুনীয়াকে কয়❤️❤️❤️🙏
@bipinkumarramchiary8905
@bipinkumarramchiary8905 2 года назад
Thanks for showing your house without hesitating..... for public.
@jagannathchutia4948
@jagannathchutia4948 2 года назад
bohut dhunia lagise simple jodiu😍😱❤️❤️❤️
@banditabaishya
@banditabaishya 2 года назад
Thanks
@_sajid1274
@_sajid1274 2 года назад
Dhunia 👌👌👌 ঘৰ তু আচল কথা নহয় , মানোহৰ মন বোৰ হে আচল কথা ।
@rituponhazarika3448
@rituponhazarika3448 2 года назад
আগুৱাই যোৱা শুভেচ্ছা থাকিল মোৰ পৰা
@banditabaishya
@banditabaishya 2 года назад
ধন্যবাদ
@jambholo3093
@jambholo3093 2 года назад
ধুনীয়া ধুনীয়া, মন টো সুন্দৰ হব লাগে, যিটো তোমাৰ .....
@b_scartoon7667
@b_scartoon7667 2 года назад
Very beautiful your house 😍😍😍
@UKNUjjal
@UKNUjjal 2 года назад
Bohut dhuniya lagil video tu sai... 😍😍
@গাঁৱলীয়াছোৱালীৰমই
বহুত ধুনীয়া পৰিবেশ ভাল লাগিল চাই তোমাৰ ঘৰখন ❤️❤️❤️ আজিৰ পৰা মইও নতুন বন্ধু হলো মোৰ ৰামধেনু চেনেলটো মৰমৰ দিবা বা❤️❤️❤️
@banditabaishya
@banditabaishya 2 года назад
Thanks
@sanjivray9054
@sanjivray9054 2 года назад
Video to sai bohut val lagile aru agoloi akha thakil tomar notun video sabor babe.
@NOVA0442
@NOVA0442 2 года назад
Keep up you're work Your intro convinced me to subscribe and to see the whole video keep ur good work up Much love from golaght ❤
@banditabaishya
@banditabaishya 2 года назад
Thanks
@neelofficial7230
@neelofficial7230 2 года назад
যিয়েই নহওঁক নিজৰ ঘৰ খন সদায় আপোন আৰু ধুনীয়া, আগুৱাই যোৱা ভন্টি🤟👍
@ChayaPragyaLiveLoveDance
@ChayaPragyaLiveLoveDance 2 года назад
বৰ ভাল লাগিল চাই 🥰🥰নিজৰ ঘৰ খনৰ প্ৰতি আপোনাৰ মৰম ভালপোৱা বৰ সুন্দৰকৈ প্ৰকাশ পাইছে 💕💕আমাৰ channel টো এবাৰ চাব দেই আৰু ভাল লাগিলে বন্ধু হ'ব 🥰🥰
@banditabaishya
@banditabaishya 2 года назад
Thanks
@asomiyabuarimayasvlog9833
@asomiyabuarimayasvlog9833 2 года назад
Val lgl sai....mur vdo sabo dei hkluye🙏
@asomiyabuarimayasvlog9833
@asomiyabuarimayasvlog9833 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1s5Nndff16o.html
@susmitabezbaruah8977
@susmitabezbaruah8977 2 года назад
ধুনীয়া বা । আজিকালি টো চবেই পকিঘৰ নহ'লে একো দেখা ব নোৱাৰে । কিন্তু আপোনি খুবেই ধুনীয়া কে ‌চব কৈ পেলায় ধুনীয়া কে দেখাইছা । ভাল লাগিছে।❤️
@greentreevlogs4135
@greentreevlogs4135 2 года назад
Suwali thakile sob thik hoi thake 😘 amr ba agate thako te dhunia safa hoi asil ghar khan .atiya latera e hoi thake jiman safa korilo😂
@bijubordoloi9141
@bijubordoloi9141 2 года назад
Manuhor prothom mrmr apun ghor aixonei. tarpasot he beleg. video tu antoro pora vl lagil. nice.tumaloi xuvessa thakil mrm lga gavru...
@tokalizatokaliza7994
@tokalizatokaliza7994 2 года назад
Beautiful house sister God Bless you
@nivadevi606
@nivadevi606 2 года назад
ঘৰখনত সকলো বস্তুৱে আছে দেখোন। ধুনীয়া পৰিপাটি ঘৰ।
@malarabha2531
@malarabha2531 2 года назад
Beautiful House 😍🥰
@jakbasu7768
@jakbasu7768 2 года назад
Tumar video tu hompurno salu...aru bohut val lagil...1ta khukhor ghor..val lagil...
@sahiko3405
@sahiko3405 2 года назад
Beautiful house ❤️
@mylife-eg7rh
@mylife-eg7rh 2 года назад
Hi u from
@shukadas692
@shukadas692 2 года назад
Beautiful house
@jumannath4451
@jumannath4451 2 года назад
Baa tumi xosai bohut dhunia... Vloger..... ❤
@princessmoromi4030
@princessmoromi4030 2 года назад
Such a beautiful house ❤️
@dhritismitadas5253
@dhritismitadas5253 2 года назад
নিজৰ ঘৰখন যি নহলেও সদায় আপোন ।। বা আপোনাৰ video টো চাই বহুত ভাল লাগিল আপোনাৰ কথাবিলাক শুনি খুব ভাল লাগিছে।। বহুত বহুত মৰম থাকিল আপোনালৈ আগুৱাই যাওক।।❤️
@manavlog3926
@manavlog3926 2 года назад
Beautiful 😍
@banditabaishya
@banditabaishya 2 года назад
Thanks
@kiranborgohain3820
@kiranborgohain3820 2 года назад
তোমাৰ ভিদিঅ আজি প্ৰথম চাইছো॥ তোমালোকৰ ঘৰখনৰ লগতে তুমিও বহুত ধুনীয়া॥বহুত ভাল লাগিল তুমি বহুত ধুনীয়া কৈ ঘৰৰ সকলো বচ্তু সজাই থছা॥ নিজৰ আপোন ঘৰ খন যেনেকুৱাই নহক লাগিলে তাত থকাৰ মজাই বেলেগ॥ আমাৰো একেই॥পিছে তোমাৰ ঘৰ কোন ঠাইত?? আৰু আগলৈ ভাল ভাল ভিদিঅ বনাই যোৱা॥ মই শিৱসাগৰ নাজিৰা পৰা চাই আছো॥
@uditsharma5005
@uditsharma5005 2 года назад
Beautiful house🏠
@banditabaishya
@banditabaishya 2 года назад
Thanks
@bhaskarray..6009
@bhaskarray..6009 2 года назад
বাকি যিয়েই নহক তুমাৰ কথাবোৰ আৰু তুমাকেই ভাল লাগিছে 💞
@donalmaring4869
@donalmaring4869 2 года назад
Lovely house 🤗😁❤️
@anupdas8423
@anupdas8423 2 года назад
Dhuniya video Ba. Aji a salu 1st time aponar video bohut bohut val lagil. Mojja.
@banditabaishya
@banditabaishya 2 года назад
Thanks
@rikkisdailyprivateinformat8047
@rikkisdailyprivateinformat8047 2 года назад
Beautiful sister ❣️ lots of love from Moran, Dibrugarh
@banditabaishya
@banditabaishya 2 года назад
Thanks
@pikuofficelaxom3378
@pikuofficelaxom3378 2 года назад
Wow ধুনীয়া ❤️❤️ সুন্দৰ ভাল লাগিল
@digantabora4099
@digantabora4099 2 года назад
Beautiful 👌❤️
@banditabaishya
@banditabaishya 2 года назад
Thanks
@rii0.07
@rii0.07 2 года назад
Hundor poribekh ata...manuhe keityau khuwa,.pindha,ghor khont loi laz koribo nalge😍🥰
@lukeraj7276
@lukeraj7276 2 года назад
👌💕
@parthaborborah2123
@parthaborborah2123 2 года назад
Hundor ghor.ghor tu kesa logot kotha manuh r montu vl HBO Lage ru ghortu saf sikun ke thkile hoii Jai.. tmi j dekhaise heitue bht..lov from Jorhat
@abatarrvlogs9987
@abatarrvlogs9987 2 года назад
Tumar ghor khon sai val lagil,,,Nijor nijr ghr tu hklore karone priyo
@assameselifetips1164
@assameselifetips1164 2 года назад
মজা ভিডিঅ। আপোনাৰ চেনেলত নতুনকৈ আহিলো।
@ashokroy5783
@ashokroy5783 2 года назад
সুন্দোৰ পৰিবেশ বহুত ভাল লাগিছে
@sinmoyxaikia1668
@sinmoyxaikia1668 2 года назад
মানুহৰ মনবোৰ যিমান খোলা হয়...সিমানে কামবোৰো ভাল হয়.... keep it up sis💪🔥
@santoshbodo6359
@santoshbodo6359 2 года назад
Bohut khudor vonti, tumar ai video Tu sai mur koka-aita kotha monot pori goise j amiu kikhur kal parkori ahisu so bohut bhal lagise............
@murxopun12
@murxopun12 2 года назад
Tumar video aji prothom salu. Sai val lagil. Sbcrb kri dilu Chanel tu.
@monjai773
@monjai773 2 года назад
Val lagise ghrt dhyniakoi rakhisa..... Agg bari joa
@simantabora8407
@simantabora8407 2 года назад
Nice Bandita god bless you
@swarnadas6975
@swarnadas6975 2 года назад
Ghor tu bohut bhal lagise iman aholbohol 😘🤗🤗🤗😊
@ankitaburagohain7481
@ankitaburagohain7481 2 года назад
Tumi bor morom loga deii 🥰 bikhekh k tumar daat khni bhut besi dhuniya 🥰 tumalukor ghrr tu u bhut poripati 🥰
Далее