Тёмный

বিজেপিক নহয়; মোদীৰ নামতহে ভোট দিব গুৱাহাটীৰ নাগৰিকৰ কথা... দেওবৰীয়া বিশেষ 

Prag News
Подписаться 2,2 млн
Просмотров 57 тыс.
50% 1

দেওবৰীয়া বিশেষ | বিজেপিক নহয়; মোদীৰ নামতহে ভোট দিব গুৱাহাটীৰ নাগৰিকৰ কথা... Watch the full clip to know more about this story.
#pragnews #bjp #amitshah #elections2024 #loksabhaelection2024 #publiccomments #streetinterview
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Опубликовано:

 

27 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 233   
@munnaahmed2249
@munnaahmed2249 Месяц назад
বুৰবক ছব মূৰত গোবৰ লৈ আহিছে । এইকাৰনে শিক্ষাৰ দৰকাৰ মানুহক
@manishdas2471
@manishdas2471 Месяц назад
Bhaijaan democracy belegok bhurbok Kole eko nohoi , sharia tolor tu pura kati diye
@elvish3766
@elvish3766 Месяц назад
Kak burbok koyso be toy kela
@prasantadewri5118
@prasantadewri5118 Месяц назад
আজিয়েই গম পালোঁ, চৰকাৰ আচঁনি নাপালেওঁ বিজেপিকেই ভোট দিব,এইয়াই অসমৰ সাধাৰণ মানুহৰ কথা ইস্পষ্ট কথা,আৰামত জিকিব বিজেপি।
@bijusaikia5372
@bijusaikia5372 Месяц назад
বেপাৰী বেপাৰীয়েই । বেপাৰী কেইটাক সুধি কি লাভ ? লেটিং এখান পাইছি , পালেং এখান পাইছি , তাতে বহি বহি ... হাগবা দিছি বাপ্পা ঐ ।
@LegendIshan
@LegendIshan Месяц назад
প্ৰাগ নিউজে গোবৰ খাবলৈ ললে নেকি ?
@apurbadas2233
@apurbadas2233 Месяц назад
গোকাট মিছা কথা কৈছে , এই ব্যক্তি জনে | বয় বস্ত্তৰ মূল্য বৃদ্ধি , জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি , নিবনুৱাৰ সংস্থাপন নাই , খোৱা পানীৰ অভাব , অসমীয়া ভাষাৰ প্রতি কা প্ৰৱৰ্ত্তনৰ জৰিয়তে ভাবুকিৰ সৃষ্টি কৰা , এইবোৰ সমস্যা এই ভোটাৰ সকলে দেখা নাই নেকি!
@nikulahkar6838
@nikulahkar6838 Месяц назад
এয়াই গুৱাহাটীৰ নাগৰিক যিয়ে প্ৰাৰ্থীয়েই চিনি নাপাই আৰু গঢ়িব ওলাইছে দেশ । এওঁলোকৰ বাবে দেশখন বিক্ৰী হব। অকামিলা হত।
@success2089
@success2089 Месяц назад
গৰুৰ মূত খোৱা সোপাক সুধি কি লাভ
@nilxendas2354
@nilxendas2354 Месяц назад
হাও, গাহৰিৰ গু আৰু মুত খোৱাৰ আচফালন।😂😂😂😂😂😂
@arupkalita4557
@arupkalita4557 Месяц назад
🐪 uut r moot khoa bilakok xudhibo lagisil
@manjubarman1855
@manjubarman1855 Месяц назад
বিবেক নোহোৱা কেইটাক সুধি আছে।এইটো বিজেপিৰ সাংবাদিক।
@technicalrajpratim3058
@technicalrajpratim3058 Месяц назад
এই কেইটাক টকা দি কথা সোধিছে।
@nilxendas2354
@nilxendas2354 Месяц назад
বিবেক থকা কেইটাই কমেণ্টত যে ভুকি আছা।😂😂😂😂😂 বেয়া লাগিছে তহতলৈ।
@hrishikeshbaruah7570
@hrishikeshbaruah7570 Месяц назад
এইবিলাক মানুহৰ ভোটতয়ে চৰকাৰ গঠন হয়। শিক্ষিত মানুহৰ ভোটতকৈ খাটি খোৱা মানুহৰ ভোট যিয়ে লাভ কৰিব, সিয়ে চৰকাৰ গঠন কৰিব।
@entertainment1273
@entertainment1273 Месяц назад
বিজেপিৰ সমৰ্থক কেইজনক জাগাই জাগাই থিয় কৰাই থোৱা যেন লাগিছে
@deepjyotidas2957
@deepjyotidas2957 Месяц назад
4 June t Gom Pabo
@pgoswami5378
@pgoswami5378 Месяц назад
সেইসকল অন্ধ ভক্ত।দেশ দুনিয়াৰ একো খবৰ নৰখা লোকক সুধি কি লাভ হব। দিব,দিবই।সেই সকল মোডীময় সমাজৰ,নিদিবনে? একো বেয়া হোৱা নাই।ভালেই। কোনোবাই ভাল পাইছে,কোনোবাই বেয়া পাইছে। এয়াইতো গণতান্ত্ৰিক দেশৰ নাগৰিকৰ চৰিত্ৰ হোৱা উচিত। বিৰোধীও লাগেতো।
@prabinmallabaruah8845
@prabinmallabaruah8845 Месяц назад
সাধাৰণ এই শ্ৰেণীটোৱে টিভিত কথা কলে ভূলকৈ ভাবে যে তেওঁলোকৰ সকলো সুবিধা কাঢ়ি লব যদিহে বিজেপিৰ বিৰুদ্ধে কয়। গতিকে এওলোকৰ পৰা সঠিক উত্তৰ পোৱা টান। এচাম আছে অন্ধ ভক্ত।
@Danirojasfc6
@Danirojasfc6 Месяц назад
একেবাৰেই সত্য কথাই কৈছে আপুনি।
@nilxendas2354
@nilxendas2354 Месяц назад
@pgoswami5378 নিজে অন্ধ নামাজি চামচা সেইটোও নোকোৱা কিয়।😂😂😂😂
@narayankumarbora3762
@narayankumarbora3762 Месяц назад
প্ৰথমে নিজৰ ৰাজ্যৰ কথা চিন্তা কৰি নিভীক ভাৰে সংসদত কথা কব পাৰা ,১৪ জন সাংসদক নিৰ্বাচিত কৰিব লাগে। লাগিলে, তেওঁ যি দলৰে নহওক কিয়। মীৰা বৰঠাকুৰ ডাঙৰীয়ানী অসমৰ অতি উপযুক্ত সাংসদ হ'ব বুলি নিশ্চিত ভাবে ৰাইজ বুজিছে। 7 মে'ত সকলোৱে ভোট দিবলৈ এলাহ নকৰিব। ৯০/১০০ বছৰীয়া, বিশেষ ভাৱে সক্ষম সকলে কষ্টৰে আহি ভোট দিবলৈ আহে। গতিকে, ভোট দিয়াতো প্ৰতিজন নাগৰিকৰে দায়িত্ব।
@user-fu3bt4wj9x
@user-fu3bt4wj9x Месяц назад
এইবোৰ মানুহনে আন কিবা নেকি?ধেৎ।
@anjusaikia9306
@anjusaikia9306 Месяц назад
এইটো এটা অন্ধ পাগল ভক্ত
@elvish3766
@elvish3766 Месяц назад
Evm or Tana tu Mari nidiyo kiyo logote ...😂😂😂
@nilxendas2354
@nilxendas2354 Месяц назад
আৰু আপুনি এটা অন্ধ পাগল নামাজি।😂😂
@SubhamBhattacharjee-xi2te
@SubhamBhattacharjee-xi2te Месяц назад
Miya hoi axomia naam likhise Anju Saikia naam change kor
@user-cg9dz1fk2q
@user-cg9dz1fk2q Месяц назад
We are proud of being jorhatian as the people of Jorhat highly politically conscious.
@SurenBhuyan-cx1ts
@SurenBhuyan-cx1ts Месяц назад
এইতো হেতৰপৰাই অসমখন শেখহৈছে
@manjubarman1855
@manjubarman1855 Месяц назад
এইসকলে দেশৰ বা বাতৰি একোৱে নাপায়। অ ককাই তৰুণ গগৈৰ পুত্ৰৰ নামত একো সম্পত্তি নাই।
@srigunajitsharma8282
@srigunajitsharma8282 Месяц назад
Americat sampoti asse ,akhil Gogoi kuwa suna nai neki
@ClashWithDeep
@ClashWithDeep Месяц назад
​@@srigunajitsharma8282 Tente He Axomot Ki Set Tu Kori Aase? Americat Ghar Baapre! He London Ot Porhisil, Aru America Ghartu Bhaarate Di Thoise Tur Mote.
@manjubarman1855
@manjubarman1855 Месяц назад
এইজনৰ বহুত টকা আছে দাম বেছি হলেও চিন্তা নাই।
@trishnakalita4154
@trishnakalita4154 Месяц назад
Yess
@lkgogoisworld7191
@lkgogoisworld7191 Месяц назад
bjpক ভাল পোৱাসকল অন্ধ ভক্ত কংগ্ৰেছক ভাল পোৱাসকল মহা দেশভক্ত পঞ্চাচ বছৰে দেখি আহিলো
@collectionvideo.7763
@collectionvideo.7763 Месяц назад
But vot for mira borthakur
@manikchandradas7057
@manikchandradas7057 Месяц назад
মুদিৰ পোকৰ চেলেকি ভালপোৱা কুকুৰ বোৰৰ কাৰণে আমি মধ্যে বিত সকল মৰিলো। 😵
@jaydipdas2707
@jaydipdas2707 Месяц назад
right koise
@RupokDas-ct1xm
@RupokDas-ct1xm Месяц назад
Toi priyankar toltu seleko
@himanshudeka5085
@himanshudeka5085 Месяц назад
Sudmarani😂😂 toi
@arupkalita4557
@arupkalita4557 Месяц назад
Sudhirbhai congress r pokor seleki Desh barbaad korili
@lakhantanti5784
@lakhantanti5784 Месяц назад
heri korok guwahatir voter nijor ghorot mudir photo logai puja korok aata kg 80 toka di khauk
@gubinthengal8699
@gubinthengal8699 Месяц назад
Moza dise raije
@DipNalbaria
@DipNalbaria Месяц назад
Congressok vote dim buli kowa manuh nai neki 😂😂😂
@assameseorganisation
@assameseorganisation Месяц назад
Congress zindabad 🎉🎉🎉
@paramanandathakuria4981
@paramanandathakuria4981 Месяц назад
Right. সচাঁ কথা কৈছে
@rameshpayang7871
@rameshpayang7871 Месяц назад
Ai Manuh Keita ekdam right 💯 kotha koise
@northeastindian7617
@northeastindian7617 Месяц назад
Mira borthakur 100% jikibo Guwahatit...
@srigunajitsharma8282
@srigunajitsharma8282 Месяц назад
😂😂 joi hole mor pora 50000loi jabi likhe rakh
@SubhamBhattacharjee-xi2te
@SubhamBhattacharjee-xi2te Месяц назад
Baal jikibo
@ajaybaruah5628
@ajaybaruah5628 Месяц назад
Ghenta, Guwahati hoi , eyat Rahul Gandhi aahileo congress jikibo nuware
@northeastindian7617
@northeastindian7617 Месяц назад
@@srigunajitsharma8282 Tuk Moi 50 lakh dim loi jabo andho bhakto..
@northeastindian7617
@northeastindian7617 Месяц назад
@@SubhamBhattacharjee-xi2te toi nokole u jikibo Bongali boka suda andho bhakto...
@nilxendas2354
@nilxendas2354 Месяц назад
কমেন্টেত বহুত অন্ধ নামাজি চামচাই ভুকি আছে। আবে, যিমান ভুকিলেও জিকিব মোদীয়ে।
@apurbadas2233
@apurbadas2233 Месяц назад
গছত গৰু উঠা কথা
@user-lx9tv2qw7y
@user-lx9tv2qw7y Месяц назад
ৰাইজ কত আছে আগত দৰমহা ,দিন হাজিৰা কিমান আছিল এতিয়া কিমান ? বিজেপিৰ জয ।
@RupokDas-ct1xm
@RupokDas-ct1xm Месяц назад
Mojja voice
@sharmahdoley6121
@sharmahdoley6121 Месяц назад
সেই সকল লোকক সুধি কি লাভ ? তেওঁ বিলাকৰ বিবেক নাই ।
@NomadicAssam
@NomadicAssam Месяц назад
গুৱাহাটীৰ অন্ধ ভক্ত সকল😂
@nilxendas2354
@nilxendas2354 Месяц назад
পিছে তই কৰ অন্ধ নামাজি??😂😂😂😂
@plabitabora-nt4op
@plabitabora-nt4op Месяц назад
এই মিপু খিনিয়ে সছা কথাকে কৈছে যেন লাগিছে । কাৰোবাৰ কলিজাত ঘা লগালেও উপায় নাই । নিৰক্ষৰ হলেও কিছু বিবেচনা কৰি কথা বোৰ কোৱাৰ বাবে শলা গিছো । মনত আছে দাবোল ইঞ্জিনৰ চৰকাৰ নোহোৱাৰ কাৰণে এদিন এ জি পি চৰকাৰক পতন ঘটাই ছিল । সেইয়াই সছা হ'ব । গুৱাহাটীৰ পৰা বা অসমৰ পৰা কেই জন মান সাংসদ গৈ দিল্লিত একো কৰিব নোৱাৰে । মানুহে এইখন চৰকাৰৰ সপক্ষে কোৱাত যি সকলে বেয়া পাইছে তেঁওলোকে ও বিজেপিৰ দৃষ্টি ভঙ্গীৰে অসমৰ জনতাৰ উন্নয়ন ৰ সপক্ষে নিজৰো উন্নয়নৰ চিন্তা কৰক ।
@srigunajitsharma8282
@srigunajitsharma8282 Месяц назад
Bjp zindabad,❤. guwahati
@pranabbaruah7687
@pranabbaruah7687 Месяц назад
অপ্ৰিয়🤣🤣🤣🤣🤣
@RameshRabha-tp9ly
@RameshRabha-tp9ly Месяц назад
Good montyobo congres ahileo bastur dam baribo BJP ahileo bariba
@moinulhaquechoudhury5056
@moinulhaquechoudhury5056 Месяц назад
মহাশ য় কংসময়তৃ কি হাৰত দাম বাঢ়িছিল জনাব নে?
@porishmitagorh1173
@porishmitagorh1173 Месяц назад
মজ্জা
@moinulhaquechoudhury5056
@moinulhaquechoudhury5056 Месяц назад
হা: হা: লেট্ৰিন পাইছে.।
@RojoniProvaBoruah
@RojoniProvaBoruah Месяц назад
বস্তু দামত কিনি খাব পাৰিবা।
@mahanpuja7915
@mahanpuja7915 Месяц назад
Khaboloi pale bhal eko najanilei santi.
@AshikLaskar-bh6jl
@AshikLaskar-bh6jl Месяц назад
অন্ধ ভক্ত সবটা, ভালো মন্দ কিছু বুঝে না
@nilxendas2354
@nilxendas2354 Месяц назад
তোৰ লিখনিত এ গম পোৱা গৈছে তই নিজে যে এজন অন্ধ নামাজি চামচা।😂😂😂😂
@TarunDeka-vk8dp
@TarunDeka-vk8dp Месяц назад
সাংবাদিকৰ আগত দুলাইন কথা কোৱা দেখা নাই বিজেপিৰ প্ৰাৰ্থী গুৱাহাটীৰ,দিল্লীত কি কৱ সন্দেহ আছে
@assamesehit5725
@assamesehit5725 Месяц назад
Bjp long live❤
@SankarDeka-ho8il
@SankarDeka-ho8il Месяц назад
BJP zindabad zindabad zindabad Modi ji ki jai ho jai shree Ram Bharat mata ki jai jai hind ❤❤❤❤ 🎉🎉🎉🎉🎉🎉❤ ❤❤❤❤❤
@Nboys1
@Nboys1 Месяц назад
Sadharon sobji mas beparik keytak sudhile ki kobo 😅
@7gc970
@7gc970 Месяц назад
এই বাতৰি ছাই মীৰাৰ বৰঠাকুৰ মাথা বেয়াৰ হৈ যাব । গুৱাহাটীৰ বাসীৰে বুজি পাইছে মীৰাৰ বৰঠাকুৰে জিকি গলেই দিল্লী পৰা একো আনিব নোৱাৰে যিহেতু চৰকাৰ বি জে পি হব ।
@panindrasutradhar6899
@panindrasutradhar6899 Месяц назад
বিজেপি জিন্দাৱাদ
@RehanAhmed-re9lo
@RehanAhmed-re9lo Месяц назад
Congress jindabad Congress jindabad Congress ji ki BOI
@bijugogoi1125
@bijugogoi1125 Месяц назад
মূখত এটা মনত এটা 😂
@user-rq2id6yb7b
@user-rq2id6yb7b Месяц назад
আগতে মানুহ সজাই থৈ কথা খিনি সুধি আছে। midea জনে।
@manashsvlogr
@manashsvlogr Месяц назад
এইবিলা সাধাৰন মানুহৰ পৰা শিকিব হল জ্ঞানী বিলাকে ! একেবাৰে সচাঁ কথা কৈছে ! গোটেই অসমত বিজেপি জিন্দাবাদ💪💪
@j.rahmanrahman6139
@j.rahmanrahman6139 Месяц назад
Kiman hajira diye
@TCF573
@TCF573 Месяц назад
Doggee bur 😅😅
@krishnaborah5951
@krishnaborah5951 Месяц назад
অন্ধভক্তৰ চোৱা খোৱাই প্ৰধান কাম।
@mamonibora2837
@mamonibora2837 Месяц назад
গুৱাহাটীত বহুত শিক্ষিত মানুহ আছিল বুলি ভাবিছিলো নাই । এই সতি- সন্ততিলৈকে পাঁচ কেজি চাউল আৰু বাৰশ পাই থকাৰ যোগ্য হৈ থাকক।
@JayramBordoloi-tk5qn
@JayramBordoloi-tk5qn Месяц назад
Correct reply .
@BH19555
@BH19555 Месяц назад
ইংৰাজে এনেই কানি খোৱাই ৰাজত্ব কৰিব পৰা নাছিল।
@SunehwarSonowal-yl3ip
@SunehwarSonowal-yl3ip Месяц назад
বি জে পি চৰকাৰে সোই কাৰনে চৰকাৰী ইস্কুল বন্ধ কৰিছো ।
@arunavdutta8636
@arunavdutta8636 Месяц назад
এই কেইজনা ঠিক দিছা ,আৰু কব নালাগে 😂😂😂😂
@nijeshray2303
@nijeshray2303 Месяц назад
তোমাক ইমান দিন দেখাই নাই ৷কিমান বা টকা দিলে তোক এইবোৰ কৰিবলৈ ৷ হোজা মানুহক কি সুধিছে মোৰ ইয়াত আহক তোমাক ভালকৈ শিকাই দিম কাক ভোট দিব লাগে ৷ তহঁতেই ৰাইজক বিপথে পৰিচালিত কৰি আছা ৷ বন্ধ কৰক তোৰ ভেকভাওনা ৷ কা আইন, মুল্য বৃদ্ধি, ইলেকট্ৰল বন্ধ, চাকমা হাচং আহি আছে এইবোৰ প্ৰশ্ন ৰ উত্তৰ বিচাৰক ৷ অন্ধভক্ত ঝুমলা ৰ্পাটি ৷
@jaydipdas2707
@jaydipdas2707 Месяц назад
aybur khudhar dom ase janu khangghatikor
@SimantaBora-sn4qi
@SimantaBora-sn4qi Месяц назад
অসমত আৰু মানুহ বিচাৰি নাপালে
@mandiraboro5657
@mandiraboro5657 Месяц назад
Moha pondi keitai kabol sosial mediat Halla kori ase
@Lalung88
@Lalung88 Месяц назад
BJP❤❤
@indian4794
@indian4794 Месяц назад
Moja moja. Bjp a jikibo
@r.b786
@r.b786 Месяц назад
Bijiboloi baki asey
@sanjibhazarika9681
@sanjibhazarika9681 Месяц назад
Bjp 12
@bijay7660
@bijay7660 Месяц назад
বিজেপিৰ দিনত যিমান দাম বাঢ়িছে ককা কংগ্ৰেছৰ দিনত সিমান বঢ়া নাছিল ককা । চাকৰি কৰা যে সেই কাৰণে প্ৰভাৱ পৰা নাই তহঁতৰ পেতত। তহতৰ দৰে মানুহে বুজি নাপাই দুখীয়া কী হয়
@LankheswarBoro
@LankheswarBoro Месяц назад
400 টকা গেচ. লগতে পিয়াজ মালা পিন্ধাই বিজেপিৰ ।অসমত এক বিৰাট হাল্লা এতিয়া ৰাইজৰ 1200 টকাৰ গেছ। বিজেপিৰ দিনত লাজ লগা নাই নে।
@krishtinagogoi9385
@krishtinagogoi9385 Месяц назад
Moja😂😂😂
@iamTakla
@iamTakla Месяц назад
Yea . ...andabakta..bjp t.....vote. Dibo. . Deshar. Khabar. Narakha. Voter
@priyagaming8309
@priyagaming8309 Месяц назад
গুৱাহাটীৰ সেইজাক মানুহে ফ্ৰী চাউল খায় চাগৈ, বাপেকৰ মূৰটো দিছে তহঁতক।
@ProsantaTaye123
@ProsantaTaye123 Месяц назад
মূৰ্খ বোৰক সুধি কিবা লাভ আছে জানো
@user-db2gk7gr3s
@user-db2gk7gr3s Месяц назад
Bhal news eaibur eiyar pasat uh EVM ak badnam Diya tu aamar bhul ,,sab manuh yei vote dise so last tat dukh Diya hoi EVM AK😂😂😂
@sankardev349
@sankardev349 Месяц назад
Miraborthakur jindabad
@mrinalpachani8984
@mrinalpachani8984 Месяц назад
It proved that Guwahati people is Guwahati people, not fool to play caste politics like upper Assam
@gunindas9326
@gunindas9326 Месяц назад
দেশ খবৰ নজনা মানুহক সুধিলে কি হব । জনা শুনা মানুহ ক সোধক ।
@hrishikeshbaruah7570
@hrishikeshbaruah7570 Месяц назад
জনা শুনা মানুহৰ ভোটত চৰকাৰ গঠন নহয় বোপাই। সাধাৰণ মানুহৰ ভোটতে চৰকাৰ গঠন হয়।
@gunindas9326
@gunindas9326 Месяц назад
@@hrishikeshbaruah7570 সাধাৰণ মানুহৰ ভেটত চৰকাৰ গঠন হয় আমি ও জানো । কিন্তু যিসকল মানুহৰ বাইত লৈছে তেখেতসকলে ৰাজনৈতিক খবৰ ৰাখে না দেশৰ খবৰ ৰাখে ।
@rajbiharigupta6225
@rajbiharigupta6225 Месяц назад
Thank you
@AnkitSonowal-un8vv
@AnkitSonowal-un8vv Месяц назад
সাংবাদিকজন বিজেপিৰে চাগে 🤣
@TCF573
@TCF573 Месяц назад
Hudhiboloi bhal manuh bidari paligoi dei. 😅😅😅😅
@priyagaming8309
@priyagaming8309 Месяц назад
এইবোৰ চোট মানুহৰ চোট কথা আচঁনিৰ টকা খোৱা মানুহৰ মুৰত আৰু কি থাকিব। বাপেকৰ মুটো ডেভেলপ্ হৈছে।
@LankheswarBoro
@LankheswarBoro Месяц назад
চাৰিলাস তোমি দি দিবা নেকি।
@AsminaraAhmed-iv6mt
@AsminaraAhmed-iv6mt Месяц назад
Mira bar thakur lage
@DhimanDasOfficial
@DhimanDasOfficial Месяц назад
Congress'r dinot guwahati imaan develop'e kora nasil. Bahirot manuhe guwahati buli city je ase imaan siniye napaisil. Etiya bjp ahar pisot jimaan development hoise bohut aag barhise agot ke. Etiya guwahati'r kotha manuhe bohut koi specially bahirot. Gotike aroo jodi development laage bjp ahaar bohut dorkaar. Okol bjp thakilehe development hobo. Congress'e nokore aroo ahile guwahati khon akow nosto hoi jabo aroo aag barhibo nuwaribo. Gotike guwahati khon aroo bhal koribole hole bjp jikar tu oti dorkaar.
@PrasantaDutta-qf7pm
@PrasantaDutta-qf7pm Месяц назад
Saluatu
@himanshudeka5085
@himanshudeka5085 Месяц назад
Only BJP Zindabad ❤️🔥 Jai shree ram 🚩🚩🚩
@SAHIDAKHTAR-ok7qe
@SAHIDAKHTAR-ok7qe Месяц назад
Nije kuneu eku pua nai sobe koise baki sobei pai ase ki maneeee eibur😂😂😂
@PjitSingha-jn9wz
@PjitSingha-jn9wz Месяц назад
ইমান বুৰবক আছে যে আজি হে গম পোৱা গল
@jaydipdas2707
@jaydipdas2707 Месяц назад
aybur manuhor ketiyaw unnoti nohoy karon sinta dhara unnoti nohoy ehotor.
@bituponborh521
@bituponborh521 Месяц назад
Bjp👌👌
@jadavgogoi944
@jadavgogoi944 Месяц назад
চেনেলটোৰ উদ্দেশ্য বৰ নিৰপেক্ষ নহয় সাক্ষাৎকাৰ বোৰেই প্ৰমাণ। আজি কালি সংবাদ কৰ্মী সকল মুঠেই সন্দেহৰ উৰ্ধত নহয়।
@mukterhussain2512
@mukterhussain2512 Месяц назад
Kor o eijona moha pondit
@SAHIDAKHTAR-ok7qe
@SAHIDAKHTAR-ok7qe Месяц назад
Axomt sbtke besi pgol mnuh ase.eibur eta eta example 😂😂
@user-ky9bh9ze2m
@user-ky9bh9ze2m Месяц назад
A moja.
@mahadebsaha2867
@mahadebsaha2867 Месяц назад
BJP
@rupakkumarojah1343
@rupakkumarojah1343 Месяц назад
Dangariya guwahati khnt overbridge keikhnr bahire ki devlope dekhise
@renubaruah360
@renubaruah360 Месяц назад
এইটো সাংবাদিক বি, জে, পি
@sanjibhazarika9681
@sanjibhazarika9681 Месяц назад
Bjp 12 khon likhi rakh andha vakto kowa bilak jay sri ram
@jaydipdas2707
@jaydipdas2707 Месяц назад
ok
@user-pr1jq4hf7f
@user-pr1jq4hf7f Месяц назад
Mira Baidau
@naturalvlogs6.5
@naturalvlogs6.5 Месяц назад
Porha likha nohowa manuhor aru ki kaam ase
Далее
nyan.mp3 - Хватит мне звонить #nyanmp3
00:16