বিদ্যালয় সপ্তাহৰ উত্তোলিত পৱিত্ৰ পতাকাৰ তলত পৰিৱেশিত সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সংগীতৰ একাংশ । ৰচনা কৰিছে বৰ্তমানৰ অধ্যক্ষ জুৰি দেৱীয়ে । সুৰ সংযোগ কৰিছে বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জিয়ে ।
13 окт 2024