#NewsLive #HimantaBiswaSarma #AkhilGogoi #AssamAssembly #AssamNews
বিধানসভাৰ মজিয়াত অনুষ্ঠিত হল নৱনিৰ্বাচিত বিধায়কৰ শপতগ্ৰহণ। প্ৰথমে শপত ললে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া, সংস্কৃত, বড়ো আৰু বাংলা ভাষাত শপত লয় বিধায়কসকলে। আজিৰ শপতগ্ৰহণৰ সবাতোকৈ চৰ্চিত বিধায়ক অখিল গগৈ। GMCHৰ পৰা কাৰাৰুদ্ধ অখিল গগৈক কটকটীয়া নিৰাপত্তাৰে এখন বাছত লৈ অহা হয় বিধানসভালৈ। অখিল গগৈ বিধানসভা পোৱাৰ লগে লগে উদ্ভৱ হয় হূলস্থূুলীয়া পৰিৱেশ। কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ দাবী অখিল গগৈৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
20 май 2021