যোৱা ১৭ জানুৱাৰীত লতাশিলত অনুস্থিত হোৱা বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাখনৰ আঁত ধৰিছিল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৷ বহু ৰসাল কথাৰে দৰ্শকক যথেষ্ট আমোদ দিছিল অভিনেত্ৰীগৰাকীয়ে ৷ তাৰেই কিয়দাংশ আপোনালোকলৈ আগবঢ়ালো ৷ আশা কৰো আপোনালোকে চাই নিশ্চয় ভাল পাব ৷
" LIKE " কৰিবলৈ নাপাহৰিব আমাৰ Facebook Page তলৰ লিংকটোত ৷
/ djs-hub-141793563030996
21 авг 2024