#villagelife #traditonalfood #villagefood
নমস্কাৰ🙏🙏
মই মোৰ youtube channel লৈ সকলোকে স্বাগতম জনাইছো😍
গাঁওৰ এগৰাকী সাধাৰন যুবতী হিচাপে মই কেইবিধমান থলুৱা খাদ্য আপোনালোকৰ মাজত আগ বঢ়ালো
যদি আপোনালোকে মোৰ video tu চাই ভাল পালে তেন্তে like comment shre আৰু লগতে channel tu subscribe কৰি দিব
22 окт 2024