Тёмный
No video :(

বিশ্বজিৎ গগৈৰ নেগেৰা বাদন // BISWAJIT GOGOI //PITY BORA // PRANJAL DAS// DIHANAAM // NAGARA BADON 

Anupom Bitupon
Подписаться 678 тыс.
Просмотров 517 тыс.
50% 1

#AnupomBitupon RU-vid channelৰ তৰফৰ পৰা শিল্পী সকললৈ অফুৰন্ত মৰম আৰু শুভ কামনা জ্ঞাপন কৰিছোঁ । সাঁজ পোচাক পৰিধানৰ ক্ষেত্ৰত কিছু ত্রুটি থাকি যোৱাৰ বাবে আমি ক্ষমা প্রাৰ্থী ।🙏🙏🙏🙏 । ধন্যবাদ বন্ধুসকল । ।

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,3 тыс.   
@parthaprotimgogoi15
@parthaprotimgogoi15 3 года назад
বহুত নেগেৰা বজালু, বহুত নেগেৰা বজোৱা দেখিবলো । কিন্তু আপোনাৰ নিচিনা আজিলৈকে দেখা পোৱা নাই। ভগৱানে কৃপা কৰক । অবশেষত কবলৈ লৈছো কৃষ্ণ 🙏🏻
@spk5536
@spk5536 3 года назад
কি বাঁহীৰ সুৰ কি নাগাৰা বজাইছে অ এনে লাগিছে যেন চাইয়ে থাকিম সুন্দৰ সুন্দৰ ❤❤❤❤❤❤❤
@pranabjyotigogoi5497
@pranabjyotigogoi5497 3 года назад
শিল্পীজনৰ প্ৰতিভাক মানিছো দেই। ইমান সুন্দৰ বজাইছে।
@gurukulamlikes6564
@gurukulamlikes6564 4 года назад
বহুত ভাল লাগিল নাম সাৰ শুনি very nice voice God bless you . অনুপম দা ,বিতুপন দা বহুত বহুত ধন্যবাদ জনালোঁ এই videoটো আমি অধমলৈ আগবঢ়োৱাৰ কাৰণে Thank you very much all group
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ ধন্যবাদ
@bijoykumarmusical
@bijoykumarmusical 3 года назад
বিশ্ব দাৰ হাতৰ কি ৰগৰ কবলৈ ভাষা নাই ॥ 🙏🙏🙏🙏🙏
@durlovesaikiachannel3286
@durlovesaikiachannel3286 3 года назад
সচাকৈ,, ভাবিব,নোৱাৰা,, নেগেৰা ৰগৰ,, এনেকুৱা প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আমাক এখন মন্সৰ দৰকাৰ,,লগতে তেখেতৰ লগতে সকলো লৈকে,, দীঘলীয়া আয়ুৰ কামনা কৰিলোঁ।। কৃষ্ণ 🙏🙏 বৈষ্ণৱ সৱ কৃষ্ণ
@nayanmonidutta9768
@nayanmonidutta9768 5 лет назад
অতি সুূন্দৰ \ নেগেৰা, বাঁহী ,নাম সকলোৱে মিলি সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিলে \ সুমধুৰ বাঁহীৰ মাত ,সুন্দৰ ৰগৰেৰে নেগেৰা বাদন সঁচাকৈ অপূৰ্ব. ....
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ ধন্যবাদ
@jugaldeka.3848
@jugaldeka.3848 4 года назад
বাইদেউ নমস্কাৰ। আপোনাৰ নম্বৰ টো দিব নেকি? নেলী আমচৈ নাম পাৰ্টী। ফেচবুকত দিব।
@nayanmonidutta9768
@nayanmonidutta9768 4 года назад
@@jugaldeka.3848 নমস্কাৰ, নম্বৰটো কিয় লাগে বাৰু? এনেদৰে অপেনলি দিবলৈ অসুবিধা ...
@jugaldeka.3848
@jugaldeka.3848 4 года назад
@@nayanmonidutta9768 যদি আপোনাৰ নম্বৰটো দিবলৈ অসুবিধা হৈছে। তেনেহলে দিব নালাগে বাৰু। কিন্তু মই বেলেগৰ দৰে দালাল নহয় ন বাইদেউ।
@nayanmonidutta9768
@nayanmonidutta9768 4 года назад
@@jugaldeka.3848 তুমি ভুল নুবুজিবা | মই ইয়াত নম্বৰ দিলে তোমাৰ বাহিৰেও সকলোৱেই পাব, নহয় জানো | তোমাকতো মই দালাল বুলি কোৱা নাই...
@user-ii7dp9ww8o
@user-ii7dp9ww8o 3 года назад
অতি সুন্দৰ। বুজাই কব নোৱাৰা এটা সুখ পালো। ভগৱানে কৃপা কৰক। 🙏🙏🙏🙏🙏
@noyanmonisaikia8685
@noyanmonisaikia8685 4 года назад
সুন্দৰ পৰিবেশন ❤ সুন্দৰ কন্ঠ❤ নেগেৰা মেইন😍😍💓
@অনুপমবিতোপন
ধন্যবাদ
@anuragnath4642
@anuragnath4642 3 года назад
বহুত ভাল মজা হৈচে😘👍👍🙏
@jadumonidas8357
@jadumonidas8357 3 года назад
ধুনীয়া হৈছে নেগেৰা বাদন আৰু গোটেই নাম শাৰেই ভাল হৈছে 👍
@diputjalkataki573
@diputjalkataki573 3 года назад
নেগেৰাৰ মাতে অসম পোৰা ৰজনজনাই দিছে বহুত ভাল বজাইছে দাদাই।
@bisheswarborah5639
@bisheswarborah5639 3 года назад
One of the best... Negera badon.. Thanks so much Biswajit Gogoi.. Really best perfomance..
@অনুপমবিতোপন
thank you for your comment
@Dreamlife-assam
@Dreamlife-assam 5 лет назад
কৃষ্ণ...বান্ধব কৃষ্ণ। থৰ লাগি চাই আছো। অতি সুন্দৰ
@অনুপমবিতোপন
🙏🙏🙏🙏🙏 ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@rumabordoloi2713
@rumabordoloi2713 5 лет назад
Bohut hundor apunaku agrohi jen dekha pai bhal lagil
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
@parthabora7594
@parthabora7594 5 лет назад
নেগেৰাই জুই লগাই দিছে .......বিশেষকৈ ৰগৰটো যে গুলি... 🤗❤
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ ধন্যবাদ
@gayatreedeka9427
@gayatreedeka9427 5 лет назад
আজি মোৰ মনটো সচাকৈয়ে ভাল লাগিল। কিয়নো এনেকুৱা এটা সুন্দৰ অনুষ্ঠান চাব পোৱা বাবে।সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলো।
@অনুপমবিতোপন
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@AmarBarman
@AmarBarman 5 лет назад
অসমৰ কলা সচাই মনমোহা এই কলা আপুৰুগিয়া হৈ ৰওঁক বহু যুগ যুগ লৈ
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@user-vo9xx4nl6x
@user-vo9xx4nl6x 2 года назад
কি সুন্দৰ বজাইছে।wonderfull
@nipongogoi3009
@nipongogoi3009 5 лет назад
Bishaw da logot tingkhang or Vawnat Bahi bojai silo ....Aji pregame tu sai bohut val lagil...many many Thanks
@অনুপমবিতোপন
Thank you
@mamoniboruahchutia5012
@mamoniboruahchutia5012 4 года назад
মই ও এজন নেগেৰা বাদক , কিন্তু আপোনাক লাগি মই সামান্য ধুলি কনা,ভাল লাগিল
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@biswajyotiarandhara9402
@biswajyotiarandhara9402 5 лет назад
অতি সুন্দৰ বিশ্ব দা ।। তেওঁৰ বাদন শৈলী অতিকৈ মনোমোহা ।।শিৱসাগৰৰ বাবে গৌৰৱ আমাৰ বিশ্ব দা ।। লগতে বিতোপন দা আপোনালৈ বহুত ধন্যবাদ জনালোঁ এনেকৈ পৰিৱেশন কৰোয়াত সুবিধা কৰোৱাৰ বাবে।।
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো
@bishwajitgogoimusical442
@bishwajitgogoimusical442 5 лет назад
Thnqu
@dhontiraidehengiraidehengi5844
Bohut huwad lagil kintu ..hidoi sui goise .bhut bhut Val lagile👏👏👏👌👌👌👌
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ
@sikhatalukdar8735
@sikhatalukdar8735 4 года назад
বাহ !বাহ ! বাহ ! কি সুন্দৰ | তুলনাবিহীন | চালে চাই থাকিবৰ মন যায় | ধন্য ধন্য তুমি অসমী আই .....
@অনুপমবিতোপন
ধন্যবাদ
@pratapsarmah2324
@pratapsarmah2324 4 года назад
বিশ্বজিৎ গগৈ আপোনাৰ অনাগত দিন বিলাক সুন্দৰ ‌হওক, প্ৰতাপ শম্মা,
@অনুপমবিতোপন
ধন্যবাদ
@pranjalkalita6268
@pranjalkalita6268 5 лет назад
এনেকুৱা নাগাৰা বাদন জীৱনত দেখা নাই ...... বাহঃ বাহঃ.... কি বজাই হে.... চাই এ থাকিম যেন.. চাই এ থাকিম যেন.. যিমানেই নাচাও কিয় হেঁপাহ এ নপলাই .... ধন্য তুমি অসমী আই এইসকল অতি পাৰ্গত শিল্পীক পাই....আৰু এটা কথা কৈ নগলে আধৰুৱা হব.... এই মৰম লগা প্ৰীতি দা তো যে বৰ খুহুতীয়া দেই......
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ ধন্যবাদ
@pankajbhuyan8775
@pankajbhuyan8775 5 лет назад
Biswa da k live hunile buku kopai diye
@pallavidutta325
@pallavidutta325 4 года назад
Mojhhh bojaisa
@sintubora1958
@sintubora1958 4 года назад
বহুত ভাল লাগিল
@kalpanasassamesekitchen...6455
@kalpanasassamesekitchen...6455 4 года назад
L
@nilakhisonowal5032
@nilakhisonowal5032 3 года назад
Bohut dhuniya ...hunile huni thakib mon jai krishna 🙏🙏🙏💕💕💕
@অনুপমবিতোপন
ধন্যবাদ
@tanmoitagarchetia9326
@tanmoitagarchetia9326 5 лет назад
সঁচাই অতি সুন্দৰ বজাইছে,, তেওঁক সেৱা জনাইছো ।
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@jibonneog8475
@jibonneog8475 5 лет назад
অসমৰ বিহু আৰু লোকবাদ্যৰ শিল্পী সকলৰ প্ৰতিভাক এনেদৰে চিনাকি কৰি দিয়াৰ বাবে, আপোনালোকক ধন্যবাদ জনাইছো
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@amritmon7885
@amritmon7885 5 лет назад
Mojhaaa..khosa bohut val lagile apurboh....
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@DhritimanZoomer
@DhritimanZoomer 5 лет назад
আজি প্ৰথম দেখিলো..... এনেকুৱা নাগাৰা নাম...... বহুত ভাল লাগিল।
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@borahlalit9320
@borahlalit9320 4 года назад
কাইদৌ 🙏🙏🙏 জনাইছোঁ আপোনাক । আপোনাৰ নেগেৰা বজোৱা ভাল লাগিল । আপোনাৰ দিৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏🙏
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@unitedfc8150
@unitedfc8150 3 года назад
জয় ৰাম, কৃষ্ণ ৰাম, ভগৱানে আশিৱাদ ,কৰক,
@rajibborah8375
@rajibborah8375 5 лет назад
অতি সুন্দৰ নেগেৰা বাদন,,,জীৱনত প্রথম দেখিলো এনে নেগেৰা বাদন,,,বাঁহী,গীত সুব ধুনিয়া হৈচে |
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
@pankajborah6829
@pankajborah6829 5 лет назад
Wow ki xundor bah bhut dhunia lgil xokoluke dhoinyobad
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
@jituburagohai7535
@jituburagohai7535 5 лет назад
Wonderfull performance and best contribution to build assamese rich culture to accived highest peak at international level. Keep it up
@অনুপমবিতোপন
Thank you so much for your comment...
@user-ib2ml9fs9s
@user-ib2ml9fs9s 4 года назад
নাম গাওঁতা জনক প্ৰনাম তেওঁ একেলগে দুয়োটা কাম অহ মাই দগছ্ বিচুৰ্তি মই, সকলোলৈকে বহু বহু মৰম ও শ্ৰদ্ধা জনালোঁ। অসমীয়া সকল কোনো দিশৰ পৰাই কম নহয় দেই
@অনুপমবিতোপন
আমি অসমীয়া নহয় দুখীয়া ...
@bishnugogoi1597
@bishnugogoi1597 4 года назад
Negera bojaixe kin2😍😍..1st dekhixu aji❤️❤️❤️
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@rashmiphukon5552
@rashmiphukon5552 4 года назад
হৃদয় চুই গ'ল ।কৃষ্ণ 🙏🙏🙏
@অনুপমবিতোপন
ধন্যবাদ
@rajibkonwarrajibkonwar5108
@rajibkonwarrajibkonwar5108 2 года назад
বাঁহী মাত, নেগেৰা লগতে সংগী সকলো লৈ অশেষ ধন্যবাদ, কৃষ্ণ কৃষ্ণ ,,
@dibyajyotisaikia
@dibyajyotisaikia 5 лет назад
Outstanding perdormance.. Biswajit Pity duyujanei, mind blowing
@অনুপমবিতোপন
thank you thank you for your comment
@subhangogoi5283
@subhangogoi5283 5 лет назад
Krishna.. Biswajit Dev. Apunar bhobishyot jibonr Protitu khyon aru adhoik agbarhi jaboloi Bhogobane humoti diyk tar kamona korilu.. Dhoinyabad thakil bahu bahu !!!!
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
@bishwajitgogoimusical442
@bishwajitgogoimusical442 5 лет назад
Thnqu so much
@sumotigogoi243
@sumotigogoi243 5 лет назад
বিশ্ব, তোমালৈ সদায়ে আশীৰ্বাদ অাছে, থাকিবও।
@অনুপমবিতোপন
ধন্যবাদ
@bishwajitgogoimusical442
@bishwajitgogoimusical442 5 лет назад
Thnqu so much
@satyamdas7704
@satyamdas7704 4 года назад
বিশ্ব দালৈ এটা like
@অনুপমবিতোপন
ধন্যবাদ
@ipg9121
@ipg9121 3 года назад
Big salute...nagara paribekhan kora jonoloi logote bahi bojuwa jonoloi🙏
@অনুপমবিতোপন
ধন্যবাদ
@dr.binodgogoi3642
@dr.binodgogoi3642 5 лет назад
বৰ ভাল লাগিল ৷ সুন্দৰ !
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ
@travelingblogsandcultural996
@travelingblogsandcultural996 5 лет назад
বাহ! অপূৰ্ব । নেগেৰাৰ জাৰন দেখিয়ে বুজিছো , খাতি গাওঁলীয়া ডেকা ।।
@অনুপমবিতোপন
হয় হয়..ৰাম জাৰণ.....ধন্যবাদ
@bishwajitgogoimusical442
@bishwajitgogoimusical442 5 лет назад
Thnqu dada
@travelingblogsandcultural996
@travelingblogsandcultural996 5 лет назад
@@bishwajitgogoimusical442ভাদ মাহ, আমাৰ এতিয়া চিজন আৰু ন বিতুপনদা আৰু বিশ্বদা ।। গাওঁৰ পৰিবেশ গাওঁলীয়া ডেকাইহে বুজিব ।। দুয়োজন আগুৱাই যাওক ।
@pronabjyotiduarah2601
@pronabjyotiduarah2601 5 лет назад
বিতোপন দা আপোনাৰ চেনেল টো অসমৰ প্ৰতিভাৱানলোকৰ ইণ্টাৰভিউ বোৰ চাই বহুত ভাল লাগিছে ...সঁচাকৈ অসমৰ প্ৰতিভাৱান লোকৰ প্ৰতিভাৰ অভাৱ নাই ....আৰু নতুন নতুন ভিদেও চাবলৈ পাম বুলি আশা কৰিছোঁ... .
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ ধন্যবাদ
@jitunath5281
@jitunath5281 4 года назад
Bitupanda bahute bhal lagise
@piyanwow447
@piyanwow447 6 месяцев назад
প্ৰভুসকল কৃষ্ণ, নমস্কাৰ জনালো। অভূতপূর্ব,অতি সুন্দৰ।
@voiceofpranabmedhipathk
@voiceofpranabmedhipathk 5 лет назад
সচাই বৰ ধুনীয়া বজাইছে,,,, মজা মজা মজা
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@bikisaikia8351
@bikisaikia8351 5 лет назад
ধন্যবাদ দাদা ইমান ধুনীয়া হৰিনাম এটা উপহাৰ দিয়া বাবে । ইমান ভালকৈ নেগেৰা বজোৱা মই কেতিয়াও দেখা নাই ।মোৰ বিৰাত ভাল লাগিছে । তেওঁক লৈ আৰু দুই এটা মান দিব ভিডিঅ' আৰু আপলোড দিব মই অনুৰোধ কৰিলোঁ
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ 🙏🙏🙏🙏🙏
@binodrabha1143
@binodrabha1143 3 года назад
শুনি থাকিলে শুনি থাকিব মন যায় ।
@debajitborah7730
@debajitborah7730 5 лет назад
Anupam bitupon da mojja lage apunar video dekhi...apuni Eman busy thaka tar majote Amar Karone Eman monumuha drishya bur loi ane tar Karone apunak dhoinyabad disu ru aguai jauk apuni logote Bishwa DA Piti DA apunalukole xuvesha thakil bohut Dhuniya lagil ru aagbahi jauk Apunaluk....anupom DA moi Maharashtra t asu apunar program mur fvrt axa krisu ru val val video pam buli
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ ধন্যবাদ
@mrinilinipatowary4283
@mrinilinipatowary4283 4 года назад
Bitupon tumar bandhujomor hahi dekhiboloi ake Aru sundor poribesoon Val lagile sai
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@RanjeetChangkakoti
@RanjeetChangkakoti 3 года назад
ভাল লাগিল ❤️👍🙏
@user-ct7cb1ju4j
@user-ct7cb1ju4j 5 лет назад
ৰাতিপুৱাই মনটো ভাল লাগি গল ,,ধন্যবাদ
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ
@অনুপমবিতোপন
ধন্যবাদ
@dharmendranath8020
@dharmendranath8020 4 года назад
আপোনাৰ প্ৰতিটো অনুস্থান চাই ভাল লাগে।
@অনুপমবিতোপন
ধন্যবাদ
@niranjandas8195
@niranjandas8195 2 года назад
Dhuniya hoise, Val lagil, moja bojaise de,
@ajitneog686
@ajitneog686 5 лет назад
সচা কৈ সুন্দৰ হৈচে পৰিবেসন
@অনুপমবিতোপন
ধন্যবাদ
@madhujyaburagohain1308
@madhujyaburagohain1308 5 лет назад
Ultimate biswa daa...bohut besi vaal laagil...
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ
@bishwajitgogoimusical442
@bishwajitgogoimusical442 5 лет назад
Thnqu
@diliphazarika4541
@diliphazarika4541 4 года назад
Bahut val lagil Delhi t thaki eai sankator samoiot eai negera badon aaru geet hunui sakalu dukh pahori goisu
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । সুস্থ হৈ থাকক সজাগ হৈ থাকক
@bipulkumardas9275
@bipulkumardas9275 5 лет назад
সুন্দৰ বাদন । আচল শিল্পীসকল আমাৰ গাৱতেই লুকাই আছে ।
@অনুপমবিতোপন
সচাকৈয়ে
@rahulgogoi7272
@rahulgogoi7272 5 лет назад
Ratipuaii.....kiba antorkhn haat pori gol.....wahhh biswa kokai....apuni hosaiii oprotidondii...amar gaurab ohonkar @biswajit gogoi da....piti daiu bhttt hundor gaisee.....enekoie jen axomiya hongskriti protijon axomiyar hire hire biyopi thakok....biswa da, piti da,bitupan da apunaluk eaar dhojabahok❤
@অনুপমবিতোপন
Thank you rahul
@bishwajitgogoimusical442
@bishwajitgogoimusical442 5 лет назад
Rahul thnqu
@pityborahmusical5053
@pityborahmusical5053 5 лет назад
Bahut bahut dhannyabad Rahul.
@sumangaldutta9637
@sumangaldutta9637 4 года назад
এ মজা
@অনুপমবিতোপন
ধন্যবাদ
@nikhilkrmohan4277
@nikhilkrmohan4277 4 года назад
Oti hundar Val lagil. Aru..Biswajit dar. Nagera badon. Video. Bonabosun. Moi bohut Val paw Nagera .bojabo. hikisu. Krishna 🙏🙏🙏
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@NilutpalHBaxom
@NilutpalHBaxom 2 года назад
Xosai bht dhuniya hoise jai guru sankar...
@juribaruah221
@juribaruah221 4 года назад
Wonderful performance .Krishna 🙏🙏🙏
@অনুপমবিতোপন
কৃষ্ণ
@nituofficial5483
@nituofficial5483 3 года назад
Love from gohpur ♥️
@bitupanphukon6329
@bitupanphukon6329 5 лет назад
Bahut....................mojja da
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ ধন্যবাদ
@aadhyaatmiktatva
@aadhyaatmiktatva 5 лет назад
বহুত সূন্দৰ লাগিল ।
@অনুপমবিতোপন
ধন্যবাদ
@bishwajitgogoimusical442
@bishwajitgogoimusical442 5 лет назад
Thnqu
@swagotsyamolbora869
@swagotsyamolbora869 5 лет назад
Biswa daa.... Jharise deii eisat... Piti daa u jui 🔥
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ
@jengoboys3432
@jengoboys3432 4 года назад
ধুনীয়া
@অনুপমবিতোপন
ধন্যবাদ
@rupamdeka9495
@rupamdeka9495 4 года назад
Outstanding Bitupan da mon sui gol
@অনুপমবিতোপন
ধন্যবাদ
@siddharthboruah9040
@siddharthboruah9040 4 года назад
Wahhh bor dhuniya bojaise negera jur... Awesome👏👍
@অনুপমবিতোপন
ধন্যবাদ
@kumudkakati1284
@kumudkakati1284 4 года назад
সুন্দৰ
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@bornalibora5348
@bornalibora5348 5 лет назад
বিশ্বজিত গগৈয়ে আামাৰ ল’ৰাৰ নেগেৰাৰ প্ৰশিক্ষক আছিল নিমাইজানৰ দ্বিজেন গগৈৰ ছাৰৰ সুৰ সমলয় কলা কেন্দ্ৰত ২০১৮ চনত ৷ বৰ ভদ্ৰ তেখেতৰ মাত কথা ৷ ভাল লাগিল চাই ৷ সঁচাকৈয়ে হাতত যাদু আছে ৷
@অনুপমবিতোপন
ধন্যবাদ ধন্যবাদ ধন্যবাদ
@bishwajitgogoimusical442
@bishwajitgogoimusical442 5 лет назад
Thnqu baideu
@pranjalbora8855
@pranjalbora8855 4 года назад
ধুনীয়া হৈছে , আগুৱাই যাওক আপুনি
@অনুপমবিতোপন
ধন্যবাদ
@nituldutta4905
@nituldutta4905 5 лет назад
Bahut dhuniya lagil ...anupom da ...Bahut bahut dhanybad
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@villagelife9307
@villagelife9307 4 года назад
অসমৰ ডেকা ৰাখিব লাগিব জাতীয় সংস্কৃতি ।
@অনুপমবিতোপন
সচাকৈয়ে
@sumitranjan1250
@sumitranjan1250 5 лет назад
Mozza... Reality show t jabo lage
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@rupjyotidutta5720
@rupjyotidutta5720 5 лет назад
Ki hundor negera badan..Mon bhal lagi gol..aru ankua ma'am hunila bhl lge
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ 🙏🙏
@papuchetia4751
@papuchetia4751 4 года назад
বিশ্বদা,পিটিদা আপোনালোকক অনুপম-বিতুপন চেনেলৰ যোগেদি চোৱাৰ সৌভাগ্য ঘটিল,আপোনালোকৰ সকলোৰে মংগল কামনা কৰিছো,মনুজদাকো মংগল কামনা কৰিছো
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@dwipenphukon7460
@dwipenphukon7460 5 лет назад
ভক্তি সাজযোৰ পৰিধান কৰাহেতেন সোনত সুৱগা চৰিল হেতেন ।
@অনুপমবিতোপন
সাঁজ পোচাক পৰিধান কৰাৰ ক্ষেত্ৰত ত্রুতি থাকি যোৱাৰ বাবে আমি অশেষ দূষিত ।
@mridulmech2708
@mridulmech2708 5 лет назад
Hundor moza lagise
@অনুপমবিতোপন
ধন্যবাদ
@dimpalsaikia8229
@dimpalsaikia8229 4 года назад
বহুত ধুনীয়া বজাইছে ককাইদেউ
@অনুপমবিতোপন
ধন্যবাদ
@dibyajyotideka3041
@dibyajyotideka3041 2 года назад
Best ever...Biswa and Hemanta Gogoi ❤️❤️❤️
@BhabaBihuDAS
@BhabaBihuDAS 5 лет назад
Guli pura ...🔥🔥🔥 Logai dse pura
@অনুপমবিতোপন
ধন্যবাদ
@sumangaldutta9637
@sumangaldutta9637 4 года назад
বহুত ধনীয়া
@অনুপমবিতোপন
ধন্যবাদ
@sumangaldutta9637
@sumangaldutta9637 4 года назад
@@অনুপমবিতোপন wel com
@sumangaldutta9637
@sumangaldutta9637 4 года назад
Aponar phon namber to debo son
@singleboy4546
@singleboy4546 2 года назад
ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই ভাল লাগিছে আৰু ভিডিঅ'আপলোড কৰিব
@armwrestlinglevelup6746
@armwrestlinglevelup6746 2 часа назад
Bapre ..xundor ❤❤❤
@অনুপমবিতোপন
😊
@ankurdutta3149
@ankurdutta3149 5 лет назад
We should cheerup these guys for the development of our culture
@অনুপমবিতোপন
Thank you so much for your comment
@DhritiRajMohan
@DhritiRajMohan 5 лет назад
Videotuye ratipwa2 khub hundor kori tulile aji💕
@অনুপমবিতোপন
ধন্যবাদ
@minakshisaharia7590
@minakshisaharia7590 5 лет назад
Bhut val lagise......hidoy sui jai
@bishwajitgogoimusical442
@bishwajitgogoimusical442 5 лет назад
Thnqu so much
@অনুপমবিতোপন
ধন্যবাদ
@DiamondAasamese
@DiamondAasamese 5 лет назад
নেগেৰা নামত আমি হলে নাচি হে দিওঁ ... সুন্দৰ ... হুৰা হুৰ বাজে দুনলী বুলনী নেগেৰাৰ ৰগৰ
@অনুপমবিতোপন
ধন্যবাদ
@p.gvlogscharaideo9332
@p.gvlogscharaideo9332 5 лет назад
Faaali disaaa nageraa 😍😍😍
@অনুপমবিতোপন
Hoi hoi
@probingogoi9151
@probingogoi9151 5 лет назад
Very good I hope more .......
@অনুপমবিতোপন
Thank you
@hemantavlogs13k
@hemantavlogs13k 4 года назад
guru srimanta sankardev e dia bidya jiyoi rokha babe bhut dhanyabad.....very very best
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@jpdeodhai9623
@jpdeodhai9623 5 лет назад
ভাল লাগিল সচাকৈ ,,,,,
@অনুপমবিতোপন
ধন্যবাদ
@bhupen123gohain6
@bhupen123gohain6 5 лет назад
আপোনালোক সকলোকে অশেষ ধন্যবাদ; আপোনালোকে আমাৰ সংস্কৃতিৰ প্ৰচাৰ কৰি উন্নতি সাধনৰ যি পদক্ষেপ লৈছে অত্যন্ত সূখী অথবা গৌৰাম্বিত
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏
@djutpalmix5584
@djutpalmix5584 5 лет назад
ভাল লাগিল...অসমীয়া কলা-সংস্কৃতিক জীয়াই ৰখাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ.......আপোনাৰ চেনেলটিত প্ৰদ্যুৎ বৰাক আনিবচোন....বৰ সুন্দৰ নাম গাই তেখেতে....নগাওঁৰ হয় তেখেত
@অনুপমবিতোপন
আপুনি মোলৈ ফোন কৰিব। । 7002101476no
@অনুপমবিতোপন
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
@rajibsaikiamoza9977
@rajibsaikiamoza9977 4 года назад
Bohut dhunia lagise dada
@অনুপমবিতোপন
ধন্যবাদ
Далее
Кого из блогеров узнали?
00:10
Просмотров 461 тыс.
what will you choose? #tiktok
00:14
Просмотров 4,6 млн
Can You Bend This Bar?
01:00
Просмотров 4,2 млн
Negera training#bikash saikiya
6:24
Просмотров 64 тыс.
Кого из блогеров узнали?
00:10
Просмотров 461 тыс.