Тёмный

বিশ্ববাসীৰ বাবে এতিয়া চিনাকি নাম হৈ পৰিব অসম! 

Asom Live 24
Подписаться 606 тыс.
Просмотров 298 тыс.
50% 1

Опубликовано:

 

28 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 579   
@JBaudio24
@JBaudio24 3 месяца назад
শ্ৰদ্ধাৰে ছাৰ ৰতন টাটালৈ এটা লাইক ❤👍
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 месяца назад
সেই গৰাকী মহান মনিষী ৰতন টাটালৈ আমাৰ তৰফৰ বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। ৰতন টাটাৰ দৰে মহান মনিষী গৰাকীৰ পৰা আম্বানী,আদানী আদি পুঁজিপতি সকলে শিক্ষা লোৱা উচিত। ৰতন টাটাৰ লগত এই সকল বৃহৎ পুঁজিপতিৰ কোনো তুলনা নহয়।❤❤❤ ভগৱানে তেওঁৰ কুশল কৰক। শেষত তেওঁৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো। ❤❤❤
@DipenkarNath
@DipenkarNath 3 месяца назад
ৰতন টাটাৰ লগত মুকেশ আম্বানীৰ তুলনা নহয়।অসমৰ প্ৰতি ৰতন টাটাৰ অৱদান অনবদ্য।
@mohiruddin1328
@mohiruddin1328 3 месяца назад
Right
@rajeshhazarika1663
@rajeshhazarika1663 3 месяца назад
আম্বানি ত এটা মহা ডকাইত হয় কেলা😡
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 3 месяца назад
Aambani hol luteraj
@iyarmahammad6891
@iyarmahammad6891 3 месяца назад
8: 8:51 ooo oo 9:06 o 9:11 ooo 9:o ol oooooooooooooooooooooooooooooooooooo 9:11 ooo9ooooooooooooooooooo 9:11 ooooooooo ooo oooo ooooo 8:35 ​@@mohiruddin13288:01 8:07 8:11 8:13 8:21 8:24
@kalpanadeka6201
@kalpanadeka6201 3 месяца назад
আম্বা নিয়ে কিনে নেকি?
@bhabengogoi4634
@bhabengogoi4634 3 месяца назад
এতিয়া অসমৰ লৰা ছোৱালী বোৰে সংস্থাপন পোৱাটো কামনা কৰিলো ।
@M17-f5l
@M17-f5l 3 месяца назад
এইজনা ব্যক্তিক শতকোতি প্ৰনাম🙏 🙏 ৷
@mujiburhussain3294
@mujiburhussain3294 3 месяца назад
পাব যানো দাদা চাকৰি
@bhabengogoi4634
@bhabengogoi4634 3 месяца назад
@@mujiburhussain3294 দেখা যায় কি হয়,,,
@dipdas6045
@dipdas6045 3 месяца назад
এই সুখবৰ টোৰ কাৰণে ভাৰতৰ মহানব্যক্তিজনলৈ কোটি কোটি নমন 🙏🙏🙏❤
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 3 месяца назад
ৰতন টাটা দেৱলৈ শতকোটি প্ৰণাম।এই মহান ব্যক্তিজনক ভগৱানে সু স্বাস্থ্যৰ লগতে দীঘায়ূ প্ৰদান কৰক তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@himangshugayan522
@himangshugayan522 3 месяца назад
ঈশ্বৰে তেওক দীৰ্ঘায়ু কৰক......🙏🙏
@mrinalmedhi8346
@mrinalmedhi8346 3 месяца назад
মহামানৱ ৰতন টাটাক ভাৰতৰত্ন প্ৰদান কৰিব লাগে, ভগৱানে এই মহান ভাৰতীয় জনক জীৱিত অৱস্থাত ভাৰত ৰত্ন দিব লাগে।
@BUDHU-27
@BUDHU-27 3 месяца назад
হয়। এয়া প্ৰত্যেক ভাৰতীয়ই বিচাৰে। তেখেতক জীৱিতকালত ভাৰত ৰত্ন দিয়াটো দেশৰ দায়িত্ব।
@rumibaishya302
@rumibaishya302 3 месяца назад
হয়
@DhanishShah-r3s
@DhanishShah-r3s 2 месяца назад
ভাৰত ৰত্ন প্ৰদান কৰিছিল ভাৰত চৰকাৰে তেখেতে গ্ৰহণ কৰা নাই।
@nirupoma5935
@nirupoma5935 3 месяца назад
Ratan Tata jindabad🙏One of the great man in the world.
@manjitman2384
@manjitman2384 3 месяца назад
খুব সুন্দৰ খবৰ মৰিগাঁও বাসী , অসম বাসী হিচাপে আজি গৌৰম্বাদিত ❤❤ বহুত বহুত ধন্যবাদ জনালোঁ ৰতন টাটা ডাঙৰীয়া লগতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লৈ🙏🙏🙏
@akshaykumarphukan6612
@akshaykumarphukan6612 3 месяца назад
সুন্দৰ খবৰ অসম বাখিৰ বাবে। নক্ষত্ৰ তুল্য ব্যক্তি শ্ৰদ্ধাৰ ৰতন টাটা ডাঙৰীয়ালৈ কোটি কোটি বাৰ ধন্যবাদ জনাইছো 🙏🏻 আপুনি আৰু জিলিকক ছাৰ আৰু আপুনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏🏻🙏🏻😍
@______________Ss23
@______________Ss23 3 месяца назад
TATA ji অমৰ হৈ থাকক❤
@lakshmipriyadutta1091
@lakshmipriyadutta1091 3 месяца назад
ভাল মানুহৰ ভাল কাম....অসমীয়াই সুযোগ পালে হয়।❤❤❤
@satyabaruah5400
@satyabaruah5400 3 месяца назад
উজ্জ্বল নক্ষত্ৰ স্বৰূপ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসমৰ উন্নয়ন সম্বৃদ্ধীশালি কৰিব বিচৰা মাননীয় ৰতন টাটা মহাশয়এই দুই গৰাকী মহান মনিষীলৈ অশেষ ধন্যবাদ ,দুয়ো গৰাকীকে ভগৱানে মংগল কৰক দীৰ্ঘায়ু কৰক এয়ে মোৰ ভগৱানৰ ওপৰত প্ৰাৰ্থনা ।
@himusgamingvlogs2082
@himusgamingvlogs2082 3 месяца назад
মাননীয় ৰতন টাটা মহোদয়ক অশেষ ধন্যবাদ জনাইছো । পিছে যি ৩০ হাজাৰ নিবনুৱা ই সেই প্ৰকল্প ত কৰ্মসংস্হাপন পাব বুলি কৈছে সেই নিবনুৱা সকলৰ ৮০% ই অনা অসমীয়া নহলেই হল । কাৰন ইতিমধ্যে অসমত যি সমুহ ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠিছে সেই সমুহত অনা অসমীয়া কৰ্মচাৰী ৰ দপদপনি বেছি। সেই উদ্যোগ সমুহে প্ৰথম অৱস্থাত অসমীয়া যুৱক যুৱতীক কৰ্মসংস্হাপন দিম বুলি কৈছিল, কিন্তু পিছলৈ তেনে নকৰি অনা অসমীয়াক হে সংস্থাপন দিছে ।
@adipurush6623
@adipurush6623 3 месяца назад
আপুনি যদি নিজে এটা ফেক্টৰী start কৰে আপুনি নিজেও অসমৰ মানুহক কামত নাৰাখিব । ৰাখিবনো কিয়? দুদিনমান কাম কৰি Union বনাব? কাম কৰে কম সাধা, বিড়ি খাব বেছি । কাম শিকিবৰ ইচ্ছা নাই । দক্ষতা বৃদ্ধিৰ চিন্তা নাই । কেৱল union আৰু দম দাদাগিৰী । সেয়েহে অসমীয়া সকলে নিজে industry বনালেও অসমৰ মানুহক নাৰাখে আৰু এইটো মই মোৰ নিজৰ experiance ৰ পৰা কৈ আছো । আমাৰ লৰা-ছোৱালী কৰ্মসংস্কৃতি আৰু কামৰ প্ৰতি থকা দায়বদ্ধতা সচাঁকৈ বহুত কম । নহলে কোনো মালিকে নিবিচাৰে ঘৰৰ ওচৰত থকা লৰা ছোৱালী কেইটাক কাম নিদি বাহিৰৰ ৰাজ্যৰ লৰাক বেছি দৰমহা দি ৰখাৰ।
@User60here
@User60here 3 месяца назад
​@@adipurush6623 Theek koisa tumi.. eyat kiba utsob eta holei kaam koriboloi pahori jai prai bhag manuhe. Aru eitu ami maniu lobo laage je jak ami ona oxomiya buli koi thaku teuluke bohut kaam koribo jaane
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 3 месяца назад
তথাপিও আমাৰ ! চৰকাৰে আম্বানীৰহে গুন গাব ।ৰতন টাটাদেৱলৈ গমোছাএখনৰো অভাৱ হয়। কাৰন তেখেতৰ ওচৰত দালালবোৰে সুবিধা নাপায় ।আমি তেখেতৰ সু দীঘায়ু কামনা কৰিছো।ৰতন চাহাব জীন্দাবাদ ।
@dhritirekhadas2757
@dhritirekhadas2757 3 месяца назад
চেমি কন্দাক্টৰ প্ৰকল্প অসম চৰকাৰৰ চেষ্টাতে ৰতন টাটাই গ্ৰহণ কৰিছে ৷
@Bingoooo605
@Bingoooo605 3 месяца назад
Semiconductor project tu Assam govt r under te ana hoise..okol sorkar k criticise e kori thakibi aru.. congress e ki dile aji loike?
@TECHpost
@TECHpost 3 месяца назад
Ambani congress r dinotey dhoni hol ako😂😂😂 modi 2014 t hey PM hoise…. Baki 60years Congress r asil government 😂😂😂
@TECHpost
@TECHpost 3 месяца назад
@@Bingoooo605 aji kali poisa ghoti dhoni hoi hadharon ke thakile manuhe val pai…. ru jiman poisa ghotile sob dukhia k dibo lagey 😂😂 karon hei jon hey prokit manuh congresi bure koi………
@debashishchakraborty2401
@debashishchakraborty2401 3 месяца назад
Ratan Tatak axom sarkare bohut bohut shraddha ooo kritaigyata gyapan korise.gamusa CM a nije going pindhai ahise dada.
@ranjitbora734
@ranjitbora734 3 месяца назад
অসমৰ পৰা আমবানি/আদা নিয়ে চুচিছে, কিন্তু টাটাই অসমক দিব খুজিছে। প্ৰসংশনীয় পদক্ষেপ।
@KulenGogoi
@KulenGogoi 3 месяца назад
তোমাৰ শিক্ষা একেবাৰে কম যেন লাগিছে
@mainaborah6592
@mainaborah6592 3 месяца назад
​@@KulenGogoitur akw ki jolile selkhowa
@rupjyotisaikia1789
@rupjyotisaikia1789 3 месяца назад
Ki susile,,,
@sumu1453
@sumu1453 3 месяца назад
Ki suisise koba sn
@DebodeboBorabora
@DebodeboBorabora 3 месяца назад
Ratan Tata is the Real businessman hero in our India. No other cruel business men can not take any steps like him. Jai ho Ratan Tata. Jai Hanuman. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@stupid-bs1ym
@stupid-bs1ym 3 месяца назад
অতি সুন্দৰ পদক্ষেপ সন্মানীয় টাটা লৈ সহ শ্ৰদ্ধ প্ৰণাম জনাইছো।
@nandeswartaye805
@nandeswartaye805 3 месяца назад
অতি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰতন টাটা ছাৰ আপুনি অসমৰ বাবে প্ৰণাম কৰিছোঁ যুগ যুগ জীয়াই থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🙏🏼🙏🏼🙏🏼👍🏼
@Dhruvrathee_fanclubb
@Dhruvrathee_fanclubb 3 месяца назад
আম্বানি এ কামাখ্যা মন্দিৰ ত kg kg gold দান কৰে আৰু ৰতন টাটা ই 5 খন cencer hospital..........this is the difference between great tata and Ambani ❤❤❤
@User60here
@User60here 3 месяца назад
Ambani e jaane Tak manuhe hate aru troll koribo buli xei karone dhormor naam loi baasi ase
@putumoniburagohain871
@putumoniburagohain871 3 месяца назад
মহান ব্যক্তি জনক নমন জনাইছো।
@kalpanadeka6201
@kalpanadeka6201 3 месяца назад
এনেকুৱা সোণৰ দৰে মানুহ পৃথিবীয়ে বিচাৰে
@debajanikalita1461
@debajanikalita1461 3 месяца назад
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অভিনন্দন জনালো
@gunakantabaruah6243
@gunakantabaruah6243 3 месяца назад
এই পদক্ষেপ এক নতুন প্ৰচেষ্টা। ইমান দিনে জাগীৰোডৰ এই ধৰণৰ প্ৰকল্প উত্তৰ পূবত নাই। আনুসংগিক ভাবে ইয়াৰ গইনা লৈ যি বিলাক উদযয়োগ গঢ়ি উঠিব তাৰ বাবে সমুহ জাগীৰোড বাসীৰ পৰুক্ষভাবে লাভবান হ'ব। বেয়াকৈ দুৰ্নীতি ও শোষণৰ কৱলত স্বাধীনতাৰ পাছত হৈ উঠা ৩ টাকৈ উদয়োগে মানুহৰ আশা চুৰমাৰ কৰিলে।ই বিগত চৰকাৰে আওকাণ কৰা ফলত উদ্ভৱ হ'ল। একেবাৰে বিয়তিগত ক্ষেত্ৰত নিৰ্মাণ হ'ব লগা কোম্পানীত পাৱতগজা চৰকাৰী দালালৰ জবনিকা হ'ল।
@krishnak.tboruah5536
@krishnak.tboruah5536 3 месяца назад
Congratulations MR Ratan Tata ji
@GiriDas-o4r
@GiriDas-o4r 2 месяца назад
Sir apunak bahut bahut Dhanyabad
@krishnakantanath4699
@krishnakantanath4699 2 месяца назад
prosperious Development &Bright Future for NATION
@dipikakhound7805
@dipikakhound7805 3 месяца назад
ৰতন টাটা দেবলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। লগতে অসমত ইমান ডাঙৰ এটা প্ৰকল্প গঢ়ি তোলাৰ সংকল্প লোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো 🙏🙏💖
@shymantajyotidas4929
@shymantajyotidas4929 3 месяца назад
Protijon Assambasi aru Bharityar hredoyot jiyai thankibo apuni🙏🙏🙏
@aviborah642
@aviborah642 3 месяца назад
Tata ❤❤❤❤
@bhadreswardeka1695
@bhadreswardeka1695 3 месяца назад
God bless you. Sir. অসমতো এনেকুৱা বহুত কৰৰ প্ৰতি আছে। কিন্তু ______ .
@JayPegu321
@JayPegu321 3 месяца назад
তেখেতক ধন্যবাদ।।।❤❤❤
@dhrubajyotichoudhury5538
@dhrubajyotichoudhury5538 3 месяца назад
Ratan tata sir jindabad ❤❤
@gautamnarayangoswami4812
@gautamnarayangoswami4812 3 месяца назад
মহান ব্যক্তি টাটা দেবলৈ কোটি কোটি প্ৰণাম
@parthapratimgogoi5045
@parthapratimgogoi5045 3 месяца назад
My ideal ❤❤
@sarmahrupali
@sarmahrupali 2 месяца назад
মহান ৰতন টাটা দেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনালো।
@Shm995
@Shm995 3 месяца назад
Good step... thank you so much Ratan sir....atiya bohuto lora suwaliye nijukti pabo.... really you are one of the great man in the world...
@kumudbaruah2001
@kumudbaruah2001 3 месяца назад
হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ৰতন টাটা জিন্দাবাদ। ছেমিকন্ডাকটৰ উদোগৰ ভবিষ্যৎ উজ্জ্বল হওক।
@dipjyotidas2039
@dipjyotidas2039 3 месяца назад
Himantar naamtu lola j kio
@PankajJyotiBora25
@PankajJyotiBora25 3 месяца назад
​@@dipjyotidas2039tata company axomoloi ahiboloi himanta biswaye jur korute ahise
@bhaitygaming8578
@bhaitygaming8578 3 месяца назад
Ball nki
@tarundeka8847
@tarundeka8847 3 месяца назад
@@dipjyotidas2039 Jua 2006 -2016 TARUN GOGOI GOVERNMENT
@tarundeka8847
@tarundeka8847 3 месяца назад
@@dipjyotidas2039 Jua 2006 - 2016 loi TARUN GOGOI Government r eta dangar project r kaam karisil ? SIR RATAN TATA sir a DIBRUGARH ke dhori 5 khan koi CANCER HOSPITAL udbudhan kari gol . 1962 r para Ji Congress a SARAIGHAT BRIDGE para ditiya khan bridge banab nuarile , GUWAHATI , DIBRUGARH UNIVERSITY pasat aru kunu university nahol , GUWAHATI, DIBRUGARH aru SILCHAR r pasat akhanu MEDICAL COLLEGE banab nuarile bah re bah ??? 2006 -2016 t pratidine CONGRESS a 5000 BANGLADESHI Asomat anile .
@RinkuMonikolita
@RinkuMonikolita 3 месяца назад
Thank you so much God bless you 🙏🏻🙏🏻🙏🏻
@BabluAcharjee-yq4rx
@BabluAcharjee-yq4rx 3 месяца назад
Hearty salute to the great Sir Ratan Tata Sir, we are proud that Ratan Tata, all the people of Assam support him and our country is shining the new Assam. Thank you very much, great sir, Ratan Tata, thank you very much🙏🫡🫡🫡🫡🇮🇳🇮🇳🇮🇳🇮🇳👍👍👍👍❤️❤️❤️🤗🤗✊✊✊✊ JAI HIND JAI AAI ASOM
@UshaChoudhury-zg5cy
@UshaChoudhury-zg5cy 3 месяца назад
Really He is a good n great Person for human being.
@rupapegu123
@rupapegu123 3 месяца назад
Thanks for yr great initiative for Assam and Assamese people 👏
@pranjalgogoi1297
@pranjalgogoi1297 3 месяца назад
Good sir আপোনি ভালে থাকক আপোনা দৰে মানুহক বহুত প্ৰয়োজন
@MridulRay-lf5ch
@MridulRay-lf5ch 3 месяца назад
Jodi he xosa koi hoy kodha to oti xukhobor kodha god job
@JunumaniDeka-h5v
@JunumaniDeka-h5v 3 месяца назад
Sir you are great.🎉
@hridyanshugogoi2943
@hridyanshugogoi2943 3 месяца назад
অনুগ্ৰহ কৰি অসমৰ যুৱক যুৱতী চাকৰি দিব বুলি আশা কৰিলো তেতিয়া হে ৰটন টাটা ক অসমৰ বাবে ভাল কৰিলে বুলি কোৱা হব
@KulenGogoi
@KulenGogoi 3 месяца назад
তোমাক ঘোৰ কংগ্ৰেছী যেন লাগিছে😅😅😂😂
@manjitman2384
@manjitman2384 3 месяца назад
Already অসমৰ বহু লৰা ছোৱালী এতিয়া ট্ৰেইনিং লৈ আছে বাংগালোৰত ইয়াৰ কাৰণে
@rupaborah7988
@rupaborah7988 3 месяца назад
You Are Great man🎉
@utpoldas5513
@utpoldas5513 3 месяца назад
Mohan bekti teo...amar mont voghawan sorup...selut Sir... always God belesing,
@KhushalDas-m1r
@KhushalDas-m1r 3 месяца назад
Bohut dhuniya kotha, aaponar news sai vaal lagil
@Assamfffgemaer
@Assamfffgemaer 2 месяца назад
Love from Assam ❤
@MoinamunBhuyan
@MoinamunBhuyan 3 месяца назад
Great man.. ❤.. hodai kuxole thakok...
@aftabahmed-cx5qp
@aftabahmed-cx5qp 3 месяца назад
Mr ratan tata ji great person alllah always bless you❤
@tribenigogoi7273
@tribenigogoi7273 3 месяца назад
Salute Tata sir
@adritagogoi2088
@adritagogoi2088 2 месяца назад
ৰটনটাটাক অশেষ ধন্যবাদ তেখেতৰ মহানুভৱতাক আদৰনি জনাইছো
@nirensaikia7017
@nirensaikia7017 3 месяца назад
Heartwarming news. Heartfelt thanks to philanthropist industrialist Mr. Ratan Ji and wishing his good health and long life. 🙏
@IkbalAhmed-om4fd
@IkbalAhmed-om4fd 3 месяца назад
When i heard for first time this song i felt very nice that time , this so beautiful song❤❤❤❤😊😊😊
@monjilmusic9534
@monjilmusic9534 3 месяца назад
শ্ৰদ্ধা জনাইছো ৰতন টাটা ছাৰক।অসমৰ পৰা।
@binapanichetia582
@binapanichetia582 3 месяца назад
বহুত ভাল খবৰ,❤❤❤
@adityakalita5560
@adityakalita5560 3 месяца назад
অসমৰ অদক্ষ ল'ৰা ছোৱালতকৈ বহিঃৰাজ্যৰ দক্ষ মানুহেহে চাকৰি লাভ কৰিব।
@Bingoooo605
@Bingoooo605 3 месяца назад
Thik koise..asomiya hupak di lav nai..hihoti akou congress ke vote dibo.khai pat fola
@miranshvlogs922
@miranshvlogs922 3 месяца назад
বহুত বহুত ধুনীয়া লাগিছে 🥰🥰🥰🥰🥰
@Hemen-k1u
@Hemen-k1u 3 месяца назад
ধন্যবাদ. টাটা.মহাশয়
@PapudewriDewri
@PapudewriDewri 3 месяца назад
Most welcome Tata group..... thanks you Sri.....
@gauravgogoi5240
@gauravgogoi5240 3 месяца назад
Lots of love and respect for Ratan Tata 💌, when everyone looks at Assam as a lower priority place for investment in industries, Ratan Tata gonna bring Assam's name in the limelight
@tonu1237
@tonu1237 2 месяца назад
Tq Sir🙏
@mintumonidaskonwar2609
@mintumonidaskonwar2609 3 месяца назад
Bohut bohut dhoniybad jonaisu 🙏 Sir .akhomor lora suwali bilake subidha pab
@Danirojasfc6
@Danirojasfc6 3 месяца назад
সচাঁই অতি সুন্দৰ পদক্ষেপ। 🙏
@ranjitawary5293
@ranjitawary5293 3 месяца назад
A man with a Big Heart...❤
@pabinsarma2989
@pabinsarma2989 3 месяца назад
মাননীয় ৰতন টাটা মহোদয় লৈ বহুত ‌বহুত‌‌ ধন্যবাদ জনালো
@Dhruvrathee_fanclubb
@Dhruvrathee_fanclubb 3 месяца назад
The backbone of India sir Tata
@Bingoooo605
@Bingoooo605 3 месяца назад
Assam govt. Aru bharat govt.❤ AAP(ajad Abdullah party), khangress e ajiloike enekua kam kori paise??
@bhairabmedhi9399
@bhairabmedhi9399 3 месяца назад
One of the great man I the world
@manjit.sarania
@manjit.sarania 3 месяца назад
Great work Tata industry
@milankumarhazarika725
@milankumarhazarika725 3 месяца назад
Great news...
@shivamsarmah6174
@shivamsarmah6174 3 месяца назад
Long live ratan Tata sir.and hemanta sir.
@Ruhul_Amin_Mondal
@Ruhul_Amin_Mondal 3 месяца назад
ৰতন তাতা নহয় 😂 ৰতন টাটা 👍 অসমীয়া বৰ্ণমালাত উচ্চাৰণ ঠিক নাই ইংৰাজীৰ লগত। Best Language English, Hindi, Bangla
@chayanikabhagabati7555
@chayanikabhagabati7555 3 месяца назад
মহান ব্যক্তি গৰাকী লৈ প্ৰনাম জনালোঁ।
@bikrambiswah
@bikrambiswah 3 месяца назад
ঈশ্বৰে ৰতন টাটা জীক সুস্হ আৰু দীৰ্ঘায়ু কামনা কৰিলো ।
@achyutbora8873
@achyutbora8873 3 месяца назад
বহুত প্ৰসংশনীয় আৰু আদৰণীয় কাম
@dhirenkumarbora6200
@dhirenkumarbora6200 3 месяца назад
Long live Ratan Tata !... Long live his aspirations !!
@hajongpr5848
@hajongpr5848 3 месяца назад
Congratulations...aru logote axomor artho niti agbari jabo
@gogonamusic6986
@gogonamusic6986 3 месяца назад
ৰতন টাটা great
@BaruvaUttara-rw5tq
@BaruvaUttara-rw5tq 3 месяца назад
Long live Ratan Tata Sir. May God bless you.
@dilipsaha180
@dilipsaha180 3 месяца назад
Very good news for us
@babuborah2227
@babuborah2227 3 месяца назад
অতি সুন্দৰ খবৰ।
@Famt-sd8di
@Famt-sd8di 3 месяца назад
❤ সুন্দৰ প্ৰয়াস❤
@sunishakalita53
@sunishakalita53 3 месяца назад
All time favorite person Ratan Sir. ❤❤
@lakhijan2366
@lakhijan2366 3 месяца назад
Good News Congratulations Ratan Tata Jindabad
@mohiruddin1328
@mohiruddin1328 3 месяца назад
Good news
@pranjalpradipnath6355
@pranjalpradipnath6355 3 месяца назад
Great sir 🙏🏼🙏🏼🙏🏼🙏🏼
@gopalsarma6981
@gopalsarma6981 3 месяца назад
GREAT NEWS FOR NORTH EAST ....
@BirinchiKonwar-o5s
@BirinchiKonwar-o5s 3 месяца назад
val kotha
@AmarendraDeka-j1c
@AmarendraDeka-j1c 3 месяца назад
Ratan Tata is really a great Indian, great hearted man . Salute to him
@dimbeswarbhagawati6517
@dimbeswarbhagawati6517 3 месяца назад
Thanq u
@ranjitborah1647
@ranjitborah1647 3 месяца назад
Ai jon mahan purukhak karu lgt tulna nakoribo . ❤❤❤❤❤
@minudevi785
@minudevi785 3 месяца назад
বৰ ভাল খবৰ
@prodeepdas9024
@prodeepdas9024 3 месяца назад
Mama zindabad,Modi zindabad, Ratan Tata ji ❤❤❤❤
@KulenGogoi
@KulenGogoi 3 месяца назад
I love you Pradeep Das❤
@gopalsaikia9212
@gopalsaikia9212 3 месяца назад
Verygoodsir
@ramayaprasadbordoloi1379
@ramayaprasadbordoloi1379 3 месяца назад
0m,Namah ,for such great noble man in our countary.
@NibaranNath-bx4ee
@NibaranNath-bx4ee 3 месяца назад
মামাই টাটাৰ লগত মিলি এটা উল্লেখযোগ্য প্ৰতিষ্ঠান অসমক উপহাৰ দিলে।আগৰ মামা বিলাকে এনেকুৱা মহৎ কাম কৰা নজিৰ নাই। কথা হল বেছি ভাগ চাকৰি যাতে অসমীয়া ডেকা গাভৰুৱে পায়।
@paragdas7692
@paragdas7692 3 месяца назад
Yas
@mamonipator7640
@mamonipator7640 3 месяца назад
Thik ase
Далее
Rate our flexibility 1-10🔥👯‍♀️😈💖
00:12
Rate our flexibility 1-10🔥👯‍♀️😈💖
00:12