বিষ্ণু ৰাভা সঙ্গীত - বেজাৰৰ চকুলো
বেজাৰৰ চকুুলো
হালি-জালি ভাঁহি
হিয়া নাওঁখনি উটি যায়।
বিষাদৰ ডাৱৰে আকাশখন ঢাকিলে
মহা ধুমুুহাই গৰজি যায়।
বেজাৰৰ চকুলো।
তোমাৰ আশাতে নাাওঁ মেলি দিলোঁ
তোমাৰ ভৰষাতে পাল তৰি ল'লোঁ।
তুমি মোৰ এই হিয়া নাৱৰে
নাৱৰীয়া হৈ যোৱা হে বাই।
বেজাৰৰ চকুলো।
Bezaaror sokulu, A Tribute to Kolaguru Bishnu Prashad Rabha
Vocal :: Amrina
Music :: Rupam Talukdar
Studio :: Sabdarupa
Video credit :: Kaustav Das
Planning & Execution :: Pranabjyoti Neog
Special Thanks to :: Durgamayee Bora
© aastha creations, Assam
16 сен 2024