Тёмный

ব্যঞ্জন বৰ্ণ | শুদ্ধ উচ্চাৰণ | Pronunciation of Assamese consonant | Dr. Bindu Bhushan Borah 

BINDU BHUSHAN BORAH
Подписаться 16 тыс.
Просмотров 61 тыс.
50% 1

বিষয় : অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ 41টা। কিন্তু বিশিষ্ট ব্যঞ্জনবৰ্ণ অৰ্থাৎ মুখ্য ধ্বনিবিশিষ্ট বর্ণ 21টা। অৰ্ধস্বৰ ৱ আৰু য়-ক ধৰিলে মুঠ ২৩টা।
অসমীয়া ভাষাটো ইণ্ডোয়ুৰোপীয় ভাষা-পৰিয়ালৰ অন্তৰ্গত আৰ্য্যমূলীয় ভাষা হ'লেও মংগোলীয় নৃগোষ্ঠীৰ চীনতিব্বতীয় ভাষাৰ প্ৰভাৱৰ লগতে নানান আঞ্চলিক ৰূপৰ প্ৰভাৱত মান্যৰূপটোলৈ বহুবোৰ বিচিত্ৰতা আহিছে। ফলত অসমৰ ভিতৰতে, অসমীয়াভাষীৰ মাজতে অসমীয়া বৰ্ণৰ উচ্চাৰণৰ ভিন্নতা দেখা যায়। সেয়ে এই ভিডিঅ'টোত অসমীয়া মান্য ৰূপৰ ব্যঞ্জনবৰ্ণৰ বিষয়ে বিস্তৃত আলোচনা আৰু অনুশীলন কৰা হৈছে।
Topic:
There are 41 consonants in Assamese language. But the numbers of special consonants are 21. If wa and ya are added then it wil bee 23. Assamese is a common language of Assam state of India. It is the state language of Assam. This language is used by almost all the people of north-east India in their own tune and speciality.
In this video I have clearly explained how to pronounced the Assamese consonants appropriately. Hope, the discussion will be fruitfully for all the students from primary level to students of higher education. It will helps the new learners also.
Hope, You will enjoy the video. If you like, please share and subscribe my channel.
মই নিশ্চিত, এই পাঠটো চোৱাৰ পাছত আপুনি নিজস্বভাৱে বছৰ বছৰ লৈ ফুৰা কিছুমান ধাৰণা নিমিষতে সলনি হৈ যাব।
আশাকৰোঁ, ভিডিঅ'টোৰ পৰা বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক, গৱেষক, অভিবাৱক উপকৃত হ'ব!
উপকৃত হ'লে পৰৱৰ্মতী সময়ত মই কি বিষয়ত আলোচনা কৰিলে ভাল পাব মন্তব্য কৰিব, ভিডিঅ'টো আনলৈ বিলাই দিব আৰু চেনেলটো subscribe কৰিব।
#অসমীয়া_ব্যঞ্জনবৰ্ণ
#bindu_bhushan_borah
#ব্যঞ্জনবৰ্ণৰ_শুদ্ধ_উচ্চাৰণ
#অসমীয়া_ব্যাকৰণ
#pronunciation_of_assamese_consonants
#net_exam
#set_exam
#tet_exam
#assam_gk
#assamese_hs_classes
#assamese_language
#pronunciation_of_assamese_consonants
#dibrugarh_university_campus
#gauhati_university
#assamese_banjonborno_writing
#hs1st_year_assamese_class
#hs2nd_year_assamese_class
#class_seven_assamese
#assamese_Major
#assamese_for_LP_students
#assamese_for_High_school
#assamese_for_hs_school
#assamese_for_college_students
#assamese_for_University_students
Related Playlist :
1. General Knowledge: • General Knowledge
2. Motivational Videos: • Motivational Videos
3. অসমৰ বৰেণ্য সাহিত্যিক: • অসমৰ বৰেণ্য সাহিত্যিক
4. ভাষা-শিক্ষা Language training: • ভাষা-শিক্ষণ Language T...
5. ব্যাকৰণৰ পাঠ: • ব্যাকৰণৰ পাঠ
Related video link:
1. চন্দ্ৰবিন্দুৰ ব্যৱহাৰবিধি
• চন্দ্ৰবিন্দুৰ ব্যৱহাৰ-...
2. স্বৰবৰ্ণ আৰু বিশিষ্ট স্বৰবৰ্ণ
• স্বৰবৰ্ণ আৰু বিশিষ্ট স...
3. সাহিত্যৰ সংজ্ঞা
• সাহিত্যৰ সংজ্ঞা ৷ Defi...
4. ধ্ৰুৱবাদ
• CLASSICISM ধ্ৰুৱবাদ ৷ ...
My FB profile link:
/ bindubhushan.borah
Instagram Account:
@bindu_bhushan_borah
Twitter Account:
@bindu_borah
If you like, please coment, share and subscribe my channel.
Thanks for watching.
পাঠটো ভাল পালে মৰম দিব; মন্তব্য কৰিব; আনলৈ বিলাই দিব; 'BINDU BHUSHAN BORAH' আপোনাৰ আপোন বা কামত অহা চেনেল যেন লাগিলে subscribe কৰিব।
We all are winners.
নিজে ভাবিলে প্ৰতিজন লোকেই বিজয়ী হ'ব পাৰে।
সকলো ছাত্ৰ-ছাত্ৰীলৈ চেনেহ আৰু শুভেচ্ছাৰে-
বিন্দু ভূষণ বৰা
Bindu Bhushan Borah
(M.A., Double, NET, SET, Ph.D.)

Опубликовано:

 

11 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 144   
@জয়মহাকাল-শ৯ভ
নতুন কথা কেইটামান শিকিলো ৷ আপোনাক অশেষ ধন্যবাদ ছাৰ ৷ কিবা পৰীক্ষাৰ কাৰণে নহয় , নিজৰ ভাষাটো শুদ্ধকৈ ক’ব আৰু লিখিবলৈ জনাটো আমাৰ দায়িত্ব তথা গৌৰৱৰ বিষয় বুলি ভাবো ৷ আপোনাৰ পৰা এনেদৰে শিকিবলৈ পাই ধন্য হৈছো ৷
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ।
@padmagogoi6320
@padmagogoi6320 Год назад
Very important. Thank You.
@manjusaikia3725
@manjusaikia3725 3 года назад
সঁচাকৈয়ে বহুত উপকৃত হলোঁ বিন্দু ভাইটি , নিজেই ভুল কৈ শিকিলোঁ কিন্ত লৰাটোক শুদ্ধকৈ শিকাবলৈ পাৰিম ।
@BHUSHAN21
@BHUSHAN21 3 года назад
আপোনাক অশেষ ধন্যবাদ।
@mayuriborkataky1393
@mayuriborkataky1393 Год назад
সুন্দৰ হৈছে , ন - পুৰনি সকলো শিকাৰু ৰ বাবে উপযোগী হৈছে বুলি ভাবিছোঁ l পুৰনি মানে ভুলকৈ শিকি অহা সকলকো শুদ্ধ কৰিবলৈ পথ প্ৰদৰ্শন কৰিব I এই পাঠৰ ওপৰিও Anglo _ Assaese কৰিব পাৰিলে কিজানি অনা অসমীয়া অথবা অসমীয়া নজনা কিন্তু শিকিবলৈ বিচৰা সকলেও শিকিব পাৰিলে, অসমীয়া ভাষাৰ প্ৰসাৰ হ'ব নেকি বাৰু?আপোনাৰ এই প্ৰচেষ্টাৰ শলাগ ললোঁ ই
@BHUSHAN21
@BHUSHAN21 Год назад
আপোনাক অশেষ ধন্যবাদ৷
@sabitrixtrii5829
@sabitrixtrii5829 Год назад
Akhek dhnybd sir njona bhu kotha hikilu aru upokrito holu .... 🙏
@BHUSHAN21
@BHUSHAN21 Год назад
Most welcome. All the best.
@bokulborah3792
@bokulborah3792 Год назад
ছাৰ, যথেষ্ট উপকৃত হ'লোঁ। আপুনি ব্যতিক্ৰম।
@purminakurmi7556
@purminakurmi7556 Год назад
Bohut val koi hikale amak TQ 🙏🏻🙏🏻
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you Purnima.
@supratimdutta5356
@supratimdutta5356 2 года назад
Bar hundar sir💖❤️👌
@kharkhuaokhomia5949
@kharkhuaokhomia5949 Год назад
বহুত উপকৃত হলো বুলি ভাবিছো।আপোনাক ধন্যবাদ জনালোঁ ।
@BHUSHAN21
@BHUSHAN21 Год назад
স্বাগতম৷
@MamoniSonowal-g2f
@MamoniSonowal-g2f 5 месяцев назад
নতুনকৈ শিকিলোঁ । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰ ।
@BHUSHAN21
@BHUSHAN21 5 месяцев назад
স্বাগতম৷
@joychandragogoi
@joychandragogoi Год назад
Sir I am poli my school name is kamalpur H.S school moi apunar video agor parai saw aru bahut buji paisu
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you. All the best.
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Год назад
বহুত বহুত বহুত উপকৃত হলো । অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏻
@BHUSHAN21
@BHUSHAN21 Год назад
অশেষ ধন্যবাদ৷ আনলৈ বিলাই দিব৷
@dmdrabha1981
@dmdrabha1981 Год назад
আশা কৰো আহা ভিডিওত "ভগৱান, আৱিষ্কাৰ, বান্ধৱী, আঞ্জা এই বোৰ শব্দৰ ওপৰত উচ্চাৰণ বিশ্লেষন কৰি দিব।
@padminirabha7089
@padminirabha7089 Месяц назад
🙏🙏🙏
@BHUSHAN21
@BHUSHAN21 Месяц назад
Thank you.
@r.hussain4948
@r.hussain4948 10 месяцев назад
উপকৃত হ'লোঁ।
@BHUSHAN21
@BHUSHAN21 10 месяцев назад
ধন্যবাদ R Hussain.
@jonaliborah8027
@jonaliborah8027 2 года назад
Very helpful. Thank you.
@subhashdas118
@subhashdas118 Год назад
মহোদয় ,অতি উত্তম ,ভাল লাগিলে
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you.
@paporiduttaborah6737
@paporiduttaborah6737 2 года назад
Thank you.
@tapanjyotisaikia2917
@tapanjyotisaikia2917 Год назад
সুন্দৰ হৈছে
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷
@lifejindabad5590
@lifejindabad5590 2 года назад
Very scientific. Thank you sir.
@asadrahman.3486
@asadrahman.3486 Год назад
Great knowledge
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷ আনলৈ বিলাই দিব৷
@smritapegu4302
@smritapegu4302 Год назад
ভাল লাগিল ‌ছাৰ👍।
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷
@bhubaneswarsaikia1152
@bhubaneswarsaikia1152 Год назад
বহুত বহুত ধন্যবাদ ছাৰ।
@BHUSHAN21
@BHUSHAN21 Год назад
স্বাগতম৷
@pranabsaikia5303
@pranabsaikia5303 2 года назад
ভাল ধৰণে শিকি ল'লো দেই। নজনা কথাবোৰ বুজিলো ।ধন্যবাদ
@BHUSHAN21
@BHUSHAN21 2 года назад
অশেষ ধন্যবাদ৷
@Kripal_Das
@Kripal_Das Год назад
বৰ ভাল লাগিল চাৰ। বহুতো নতুন কথা জানিবলৈ পালো ।
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you very much for your comment.
@Kripal_Das
@Kripal_Das Год назад
@@BHUSHAN21 most wlcm sir.
@shreyashikha2646
@shreyashikha2646 Год назад
সুন্দৰ
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you very much for your comment.
@lokapriyahazarika8766
@lokapriyahazarika8766 Год назад
Nice super, nice sir.
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷ আনলৈ বিলাই দিব৷
@lipidutta388
@lipidutta388 Год назад
Great
@purnanandarajkhowa8712
@purnanandarajkhowa8712 Год назад
সুন্দৰ 🙏
@tultulchowdang852
@tultulchowdang852 Год назад
উপকৃত হলোঁ ৷
@ChandanDas-lu3hk
@ChandanDas-lu3hk 4 месяца назад
Vl lgil .... Upokit holu
@BHUSHAN21
@BHUSHAN21 4 месяца назад
Thank you.
@dipubhuyan5875
@dipubhuyan5875 3 года назад
সুন্দৰ হৈছে দাদা
@nirodsarma6198
@nirodsarma6198 Год назад
খুব ভাল লাগিল দাদা
@BHUSHAN21
@BHUSHAN21 Год назад
অশেষ ধন্যবাদ৷
@localyoutuber5232
@localyoutuber5232 3 года назад
ধন্যবাদ ছাৰ।
@rojoniprovabaruah5461
@rojoniprovabaruah5461 Год назад
ছাৰ, আজিহে আপোনাৰ পাঠদানটো পালোঁ।ভাল লাগিল
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷ কেনে পাইছে জনাব৷
@bharatibhuyan1851
@bharatibhuyan1851 3 года назад
বহুত উপকৃত হৈছোঁ।
@BHUSHAN21
@BHUSHAN21 3 года назад
জানি সুখ পালোঁ। ধন্যবাদ।
@hemchandrapegu951
@hemchandrapegu951 Год назад
উপকৃত হলো।
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷
@pragyarabha3868
@pragyarabha3868 3 года назад
ধন্যবাদ ছাৰ
@nabakantaroy2560
@nabakantaroy2560 2 года назад
Name Miss Maukuhi Roy Class vi School name Gyan jyoti Jatiya Vidyalaya Salakati . Bohut bhal lagil sir .
@BHUSHAN21
@BHUSHAN21 2 года назад
Thank you.
@abcs123s3
@abcs123s3 Месяц назад
Would you be playing a stereo in a classroom while you’re trying to teach? I assume not… It makes it INCREDIBLY DIFFICULT to hear the correct pronunciation of the letters when nearly every Assamese video has loud music playing over the teacher
@BHUSHAN21
@BHUSHAN21 Месяц назад
Correct.
@kaminidas3534
@kaminidas3534 Год назад
খুব সুন্দৰ
@BHUSHAN21
@BHUSHAN21 Год назад
অশেষ ধন্যবাদ৷ আনলৈও বিলাই দিব৷
@shikhadas5536
@shikhadas5536 Год назад
ভাল লাগিল
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷ আনলৈ বিলাই দিব৷
@punyalatagogoi4853
@punyalatagogoi4853 2 года назад
Dhuniya lgil,,,jnilu
@BHUSHAN21
@BHUSHAN21 2 года назад
জানি সুখী হ’লোঁ৷
@ilasaikia7305
@ilasaikia7305 Год назад
Very nice video
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you.
@puberundas5846
@puberundas5846 Год назад
Very interesting 🙏
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you.
@babusirdhubri
@babusirdhubri Год назад
প্ৰশংসনীয় 🎉 কিন্তু প্ৰথম চ, দ্বিতীয় ছ.... আমি মূৰ্ধন্য ট, মূৰ্ধন্য ঠ,... দন্ত্য ত দন্ত্য থ বুলি কোৱাটো উচিত হয় নে বাৰু....? যদি হয় তেন্তে ওষ্ঠ প ওষ্ঠ ফ বুলি ক'ব লাগিছিল... শুদ্ধটো জানিবলৈ আগ্ৰহী....
@BHUSHAN21
@BHUSHAN21 Год назад
Good question. বিশিষ্ট স্বৰ আৰু বিশিষ্ট ব্যঞ্জনৰ পাঠত এইবিষয়ে কোৱা হৈছে৷ আৰু দুটামান কৰ্মশালাতো কোৱা হৈছে৷ পাঠকেইটা চাই জনাব৷ আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ৷
@mitramahanta6049
@mitramahanta6049 Год назад
Nice..
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you.
@sauravjyotisivananda6315
@sauravjyotisivananda6315 3 года назад
thank you sir
@BHUSHAN21
@BHUSHAN21 3 года назад
welcome.
@karishmatalukdar7141
@karishmatalukdar7141 3 года назад
ভাল লাগিল ছাৰ। কিন্তু এটা কথা ক'ম আজিকালি 'স' ৰ উচ্চাৰণ 'চ' বুলিয়ে কৰা দেখিবলৈ পাও। হিন্দী ভাষাৰ প্ৰভাৱ বুলি ক'ব পাৰি। আপুনি সুন্দৰকৈ বৰ্ণনা কৰি দিলে🙏 ধন্যবাদ।।
@BHUSHAN21
@BHUSHAN21 3 года назад
কৰিস্মা, হয়। তুমি ঠিকেই মন কৰিছা। মন্তব্যৰ বাবে ধন্যবাদ।
@sumanjyotideka7593
@sumanjyotideka7593 2 года назад
very good dada..
@BHUSHAN21
@BHUSHAN21 2 года назад
Thank you Sumanjyoti.
@Ankuran_Saikia
@Ankuran_Saikia 10 месяцев назад
উদ্‌যাপন শব্দ টো বুজাই দিয়ক
@paraghazarika3046
@paraghazarika3046 Год назад
আপোনাৰ যুক্তিৰে “আজব” শব্দৰ উচ্চাৰণটো কি হ’ব জনাবচোন ৷
@BHUSHAN21
@BHUSHAN21 Год назад
কোনটো যুক্তি?
@Abinash935
@Abinash935 Год назад
Sir bohut val lagil. Moi u ajilokay vulkay pahi asilo.
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you.
@BHUSHAN21
@BHUSHAN21 Год назад
অশেষ ধন্যবাদ৷ আনলৈ বিলাই দিব৷
@jatindeka6784
@jatindeka6784 Год назад
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে প্ৰশিক্ষনৰ ব্যৱসথা চৰকাৰে কৰিব লাগে
@BHUSHAN21
@BHUSHAN21 Год назад
হয়৷ ধন্যবাদ৷
@dineshpegu1804
@dineshpegu1804 2 года назад
Aru video lage sir
@BHUSHAN21
@BHUSHAN21 2 года назад
ok. Thank you. Please see the playlist.
@BHUSHAN21
@BHUSHAN21 Год назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-spOWJa1MCd0.html
@BHUSHAN21
@BHUSHAN21 Год назад
Please visit my chennal to get more videos.
@mayasubba493
@mayasubba493 2 года назад
Very nice Sir
@BHUSHAN21
@BHUSHAN21 2 года назад
Thank you.
@sanjittalukdar5052
@sanjittalukdar5052 3 года назад
Natunkoi bahu sikilo val lagil
@BHUSHAN21
@BHUSHAN21 3 года назад
Thank you.
@crazyfunnyvideo9301
@crazyfunnyvideo9301 Год назад
Sir মই সৰুৰেপৰাই 'ৎ' ইয়াৰ উচ্চাৰণ খণ্ড ত উচ্চাৰণ কৰি আহিছো।কিন্ত্ত ২০১৪চনত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পিছত যতেই যাঁও ছাত্ৰ ছাত্ৰীৰ মূখত 'ৎ' ইয়াৰ উচ্চাৰণ ব্যাজন্ত শুনিবলৈ পাঁও। অকল যে ছাত্ৰ ছাত্ৰীৰ মূখত শুনিবলৈ পাঁও সেয়া নহয়,শিক্ষক শিক্ষয়িত্ৰী সকলেও ব্যাজন্ত উচ্চাৰণ কৰে। মই মোৰ সহকৰ্মীৰ লগতো এই বিষয়ত বহুবাৰ আলোচনা কৰিছো। কিন্ত্ত সকলোৱে 'ৎ'ৰ উচ্চাৰণ ব্যাজন্ত বুলিয়েই কয়।সেয়ে যোৱা ৮বছৰ ধৰি খণ্ড ত আৰু ব্যাজন্তৰ মাজত ওলমি আছো।
@BHUSHAN21
@BHUSHAN21 Год назад
ময়ো ব্যঞ্জন ত কৈছিলোঁ৷ আপুনি কৈ অহা খণ্ড তই শুদ্ধ আছিল৷ এই ভিডিঅ’টো তেওঁলোকক দেখুৱাব৷ তাৰপিছত মোক জনাব৷
@crazyfunnyvideo9301
@crazyfunnyvideo9301 Год назад
মই আপোনাৰ ভিডিওৰ লগতে বেলেগ ভিডিও দেখাইছো। কিন্ত্ত কোনেও পাত্তা নিদিয়ে। আপুনি এটা কওকচোন,আপুনিও কৰবাত 'ৎ'ৰ উচ্চাৰণ ব্যাজন্ত কোৱাটো শুনিছেনে? অথবা খণ্ড ত ৰ উচ্চাৰণ ব্যাজন্ত কৰিব পাৰি নে নোৱাৰি?
@axomiyafamilyvloggers9258
@axomiyafamilyvloggers9258 Год назад
হসন্ত বা ব্যঞ্জনান্ত বা হলন্ত বুলিও কোৱা হয়৷
@BHUSHAN21
@BHUSHAN21 Год назад
খণ্ড ত৷
@axomiyafamilyvloggers9258
@axomiyafamilyvloggers9258 Год назад
2য় শ্ৰেণীৰ কিতাপত হসন্ত বা ব্যঞ্জনান্ত বা হলন্ত বুলি আছে৷
@assamesedictionary2606
@assamesedictionary2606 Год назад
য টোক শেষত থকা বাবে নহয়, স্পৰ্শবৰ্ণ আৰু উষ্মবৰ্ণৰ মাজত থকা (interposing) বাবেহে অন্তঃস্থ য বুলি কোৱা হয়। অৰ্থাৎ ভিডিঅ’টোত কোৱাৰ দৰে এইটো অন্তস্থ নহয়, অন্তঃস্থহে। আশা কৰো পিছত শুধৰাই দিব, অন্যথা ভুলকৈ শিকোৱা হ’ব।
@BHUSHAN21
@BHUSHAN21 Год назад
হয় আপুনি ঠিকেই কৈছে৷ অন্তঃস্থ বুলিয়ে লিখা আৰু উচ্চাৰণ কৰা হৈছে৷ কিন্তু অডিঅ’ত ‘মাজত’ বোলাৰ পৰিৱৰ্তে ‘শেষত’ বোলা হ’ল৷ পিছৰ পাঠত শুধৰোৱা হৈছে৷ আপোনাৰ সচেতনতাৰ বাবে ধন্যবাদ৷
@pankajdeka5620
@pankajdeka5620 28 дней назад
In ​@@BHUSHAN21
@pankajdeka5620
@pankajdeka5620 28 дней назад
​@@BHUSHAN21in
@sushmitapegu2736
@sushmitapegu2736 Год назад
হসন্ত kole ভুল hoi nki sir jonabosun
@BHUSHAN21
@BHUSHAN21 Год назад
হলন্ত বা হসন্ত দুয়োটা শুদ্ধ৷
@pranjalkalita4477
@pranjalkalita4477 3 года назад
গুণ বুজোৱা আ কাৰান্ত শব্দত স্ত্ৰীলিংগত কি প্ৰত্যয় হয়? আ? ঈ ? অনী? ৰী? জনাব৷
@BHUSHAN21
@BHUSHAN21 3 года назад
এই কেইদিনতে দি আছোঁ।
@nabajyotisaikia8449
@nabajyotisaikia8449 6 месяцев назад
অসমীয়া যুক্তাক্ষৰ ৰ উচ্ছাৰণ সমুহ দিবচোন।
@BHUSHAN21
@BHUSHAN21 5 месяцев назад
বাৰু৷ ধন্যবাদ৷
@junmoniphukan8966
@junmoniphukan8966 Год назад
Sagoli , sobi , aibur word ussaron koribosun sir.
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷
@ajitngatey4449
@ajitngatey4449 Год назад
অসমীয়াত 200 শতাংশ কেতিয়াৰ পৰা হল
@sanatankalita9086
@sanatankalita9086 Год назад
ক্+ষ=ক্ষ।ক্+খ=ক্ষ হয় জানো?
@BHUSHAN21
@BHUSHAN21 Год назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-15Bl13GEDn4.html Please see this video.
@niyaswartaku4815
@niyaswartaku4815 8 месяцев назад
হ hiyar nidishta nam ki
@BHUSHAN21
@BHUSHAN21 8 месяцев назад
কি? বুজা নাই৷
@BHUSHAN21
@BHUSHAN21 8 месяцев назад
‘হ’ত য়-কাৰ দিলে য্য উচ্চাৰণ কৰিব লাগে৷(এইটো ব্যতিক্ৰম৷)
@bholanathpadi8350
@bholanathpadi8350 Год назад
Apunar. Pora. kisu. kotha. bhol dharona. jen. palu
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you.
@projitbarman4230
@projitbarman4230 3 года назад
Sir ami bhut hukhi hoisu
@BHUSHAN21
@BHUSHAN21 3 года назад
ধন্যবাদ প্রজিৎ।
@lipidutta388
@lipidutta388 Год назад
Amak teacher a jeneke xikaisil tenekei nio hoi gol ha ha ha ha ha
@BHUSHAN21
@BHUSHAN21 Год назад
Thank you.
@indubhushanborah4507
@indubhushanborah4507 3 года назад
সুন্দৰ বিশ্লেষণ
@lakhimibhuyan4074
@lakhimibhuyan4074 3 года назад
উপকৃত হ'লোঁ।
@BHUSHAN21
@BHUSHAN21 3 года назад
জানি সুখ পালোঁ। ধন্যবাদ।
@damayantichetia6406
@damayantichetia6406 Год назад
ভাল লাগিল
@BHUSHAN21
@BHUSHAN21 Год назад
ধন্যবাদ৷ আনলৈ বিলাই দিব৷
Далее
Свинья неудачник ( Liar's Bar )
24:01
Просмотров 378 тыс.
Learn the Cyrillic alphabet in one video
9:35
Просмотров 488 тыс.
Are Urdu and Hindi Really Different?
28:47
Просмотров 847 тыс.