Лучшее на RU-vid
Кино
Авто/Мото
Видеоклипы
Животные
Спорт
Игры
Приколы
Развлечения
Хобби
Наука
Авторизоваться
Зарегистрироваться
No video :(
" বৰদৈচিলা নে ?"( 2004, New recording )কথা/সুৰ/কন্ঠ ডঃভূপেন হাজৰিকা ,কেছেটৰ পৰা ডিজিটাইজ ধ্ৰুৱ ডেকাৰ
dhruba deka
Подписаться 57 тыс.
Просмотров 301 тыс.
50%
1
Видео
Поделиться
Скачать
Добавить в
Опубликовано:
26 авг 2024
Поделиться:
Ссылка:
Скачать:
Готовим ссылку...
Добавить в:
Мой плейлист
Посмотреть позже
Комментарии :
61
@bhadrakantadas6101
Год назад
ভূপেন দাৰ গীত বোৰক লৈ গবেষণাৰ প্ৰয়োজন বুলি মোৰ ধাৰণা।দয়া কৰি ্্্্্।
@poetry_pulse2705
5 месяцев назад
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
@bikegames4313
Год назад
সুন্দৰ
@debajitbora8189
3 года назад
আগৰটোতকৈয়ো শব্দৰ উচ্চাৰণবোৰ স্পষ্ট আৰু মনপৰশা ৷
@prafullachdas3897
Год назад
ভূপেনদা আজি প্ৰতিজন অসমীয়াৰ হৃদয়ত সজীৱ হৈ আছে ।
@SMTcybo
2 года назад
আপোনাৰ প্ৰত্যেকটো গানেই অসমৰ জাতীয় গান।
@binaborah5866
3 года назад
বৰ ভাল লাগিল গীতটোৰ ২য়টো সংস্কৰণ পাই ।
@jogendranathsarma1899
3 года назад
ONE of the best assamese song of Dr Bhupen Hazarika
@taradoi7957
3 года назад
বহু অথ´ সমৃদ্ধ গান । ভূপেনদা আপুনিতো অজান দেশলৈ গলগৈ গতিকে আপুনি নেজানে ইফালে অসমীয়া জাতি ইতিমধ্যে মৃত্যু ঘটিল । জাতিটোৰ কথা ভাৱি বৰ দুখ লাগিছে ।
@antaripsexperiments836
Год назад
অসমীয়া জাতি ফিনিক্স পখীৰ দৰে পুনৰ জী উঠিছে। বিভিন্ন বিশ্ব ৰেকৰ্ড কৰিছে, অলিম্পিক পদক অৰ্জন কৰিছে, এভাৰেষ্ট আৰোহণ কৰিছে,বিদেশত বহু অসমীয়াই সুখ্যাতিৰে বিভিন্ন কাম কৰিছে। বহুত অসমীয়াই নীৰবে বহুত ভাল কাম কৰি আছে। জাতিটোক বিশ্ব দৰবাৰত সসন্মানেৰে প্ৰতিষ্ঠিত কৰিবলৈ সচেতন সকলো অসমীয়াই এই বহাগতে পণ লও আহক। হতাশা,কৰ্মবিমূখতা আতৰাই উলাহেৰে আগবাঢ়িব লাগিব।
@kushalkalita7299
2 года назад
Sachai aami prati asamiyai Hazarika deb k loi gourab kora uchit.,aami bar vagyaban ....Hazarika deb r dare bohumukhi prayivar garakik laav kora babe...
@letslearnwithsashin8648
2 года назад
কি অপূৰ্ব গীত,মন জুৰি পৰি যায়
@dhirendeka2690
3 года назад
অতি সুন্দৰ । ভূপেন দাৰ এইটো গীত মহঙা হৈ পৰিছিল । আপুনি Yt ৰ জৰিয়তে গীতটো পোহৰলৈ অনাৰ বাবে আপোনাক বহুত ধন্যবাদ ।
@h34852
3 года назад
স্বাগতম্
@sangitabujarbaruah3410
3 года назад
সঁচাকৈয়ে ভূপেন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব।💐💐🙏🙏
@cbhag
2 года назад
No
@basisthaacharya6590
2 года назад
গীতটিৰ সংগ্ৰহকাৰী শ্ৰী ধ্ৰুব ডেকালৈ অশেষ ধন্যবাদ। আগলৈকে আৰু এই মহান শিল্পী গৰাকীৰ গীতৰ শৰাই শুনিবলৈ পাম বুলি আশা কৰিলো।
@h34852
2 года назад
নিশ্ৱয়
@roktimk.6994
3 года назад
East or West Bhupen Hazarika is best.
@bhesojbaruah6265
3 года назад
গীতটি শুনিবলৈ পোৱাত ভাল লাগিল। এই গীতটি ভূপেনদাই ১৯৬৮ চনৰ এপ্ৰিল মাহত শ্বিলঙৰ পাইনউড্ হোটেলত থকা সময়ত লেখা বুলি ছপামাধ্যমৰ পৰা জনা যায় !! পৰবৰ্তী সময়ত ভূপেনদাই ক'ৰবাত কোৱা কথা এষাৰ এই গীতৰ সম্পৰ্কে কৈছিল- " ১৯৭০ চনৰ ২ এপ্ৰিলৰ দিনা মেঘালয়ৰ জন্ম দেখি মূৰৰ ফুলাম গামোছা শেনে কাঢ়ি নিয়াৰ কথা মনত পৰিলে আমাৰ দোষ ক'ত ?....." এয়াই ভূপেনদাৰ গীতৰ কালিকা ....... !!
@khokansantra5799
3 года назад
🌺🙏🌺🙏🌺
@narayanbabubharali9846
3 года назад
💚❤👌🙏🙏
@chumidas5200
2 года назад
My all time favourite singer.very good collection deka sir.
@pritamsingh3417
2 года назад
Most outstanding bihu song thanks bhupenda
@ManmathDas-wr9if
3 месяца назад
অতি সুন্দৰ ❤❤
@gaganlaskar7086
9 месяцев назад
What a hearttouching song.!!!!
@sukurmahmud4971
Месяц назад
ভুপেনদাৰ গীতৰ সুৰে মোক সপোনতো খেদি ফুৰে ৷
@bhadrakantadas6101
2 года назад
All songs of bhupenda is in my heart .
@JintuSarma
2 года назад
Bhupen da❤️
@ExploreNEIndia
2 года назад
Excellent👍👍👍 great work
@rajendrarajbongsi6865
4 месяца назад
অতি সুন্দৰ
@dhan__13
3 года назад
দাদা, বহুতো পুৰণি অসমীয়া গীত কেৱল ৰেডিঅত হে শুনিবলৈ পোৱা যায়, পাৰিলে সেই আপুৰুগীয়া গীত বোৰো ডিজিটাইজ কৰিব চোন🙏
@ratulbora2871
4 месяца назад
ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত যথেষ্ট পৰিমাণে গৱেষণা কৰাৰ প্ৰয়োজন আছে
@RamenTalukdar-wx8ky
Год назад
মই অসমীয়া ভূপেনদা ভয় লাগে মই জীয়াই থাকিম অসমবাসীৰ মাজত
@manikahmed5079
2 года назад
My favourite songs
@dipokbaruah1566
2 месяца назад
বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত কিবা এটা কৰিব বুলি আশা কৰিলো
@sadanandapegu6241
2 года назад
Good collection
@parulkalita2581
3 года назад
👌👌👌. N ii CE
@Hitesh-sx6wv
4 месяца назад
100
@pallabikagohain5720
Год назад
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rashmiborah1103
2 года назад
অ আমাৰ হিয়াআমথু ভূপেনদা 🙏🙏🙏🙏
@medinitalukdar4873
2 года назад
This songs my heart ❤💙💜
@chandrapravamazumdar9839
Год назад
Asomiya k ganor joriote bahu kothai koisile.bt dhodor posola asomiya bure eko buji napale 😭😭😭
@ankitpritam1752
2 года назад
🙏🙏🙏
@medinitalukdar4873
2 года назад
Sirodin aru sirojugomia geet
@factquots8109
2 года назад
Bhupen hajarikar gane hridoy dhuai niye sobore
@globalbhaskar
8 месяцев назад
Regular listner
@tafikurrahman5765
3 года назад
সছাই ভুপেন মামা আপুণি সদাই অমৰ হৈ থাকিৱ আৰু এইবিলাক ইমান অৰ্থপুৰ্ণ গাণৰ ভিউজ কিয় নহয়
@globalbhaskar
Год назад
karon sobe vaal bstu nubuje ..
@karunakantachaudhury6901
2 года назад
Bhupen Hazarika songs are late be new blood new jeneration.
@mahendradas1610
5 месяцев назад
অৱতাৰী পুৰুষ ।
@rajaelectricals4312
2 года назад
aei geet bilakor protitu bakyar, sabdar gobekhonar proujon ase.sarkare prodokhyap lobolage. karon ane dorkhon thoka geet world te nai.aibilak jatik jiai rokha manobotar gan.
@pranaydeka3512
Год назад
Arnab Deka
@ruplekhadutta2307
2 года назад
ভিউজ বঢ়া বলৈ আমি সকলোৱে হাতেকামে লাগিব লাগিব
@amritdas1477
2 года назад
Dislike kora keijon vu pondit
@subodhtalukdar4233
2 года назад
00p
Далее
5:31
" সূৰ্য উদয় যদি লক্ষ্য আমাৰ" কথা/সুৰ/কন্ঠ ড০ভূপেন হাজৰিকা, সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা
Просмотров 270 тыс.
7:50
Prem prem buli.... Dr Bhupen Hazarika. Lyrics.. Laksminath Bezbaruah..
Просмотров 14 тыс.
00:15
ОЛЕСЯ НЕМНОЖКО ПЕРЕПУТАЛА 😃 #натальнаякарта #иванченко #тимати #юмор #журавлев #mediumquality
Просмотров 122 тыс.
37:20
ЛЕДИ ДИАНА - ОДИН ДЕНЬ ИЗ РЕАЛЬНОЙ ЖИЗНИ!!! ДАНА И КНОПА ЖИВЕТ С ДИАНОЙ?
Просмотров 663 тыс.
1:45:21
ПАВЕЛ ДУРОВ АРЕСТОВАН
Просмотров 114 тыс.
3:09:39
🎙А не СПЕТЬ ли мне ПЕСНЮ?
Просмотров 1,6 млн
33:55
সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ
Просмотров 447 тыс.
47:54
Dr. Bhupen Hazarika Full Concert | LIVE | Noonmati Bihu Sanmilan
Просмотров 58 тыс.
5:11
" বোলো অ' মিচিং ডেকাটি " ( NEW VERSION 2004) কথা,সুৰ,কন্ঠ ভূপেন হাজৰিকা ,সংগ্ৰহ ধ্ৰুৱ জ্যোতি ডেকা
Просмотров 396 тыс.
26:57
Mahendra Hazarika songs l Mahendra Hazarika old songs l assemeses songs best Mahendra Hazarika songs
Просмотров 1,5 млн
47:54
কাহানিও হাৰ নমনা ভূপেন দা অসুস্থ হৈ পৰিল মঞ্চত, সদায় থিয় হৈ গান গোৱা শিল্পীজনে অৱশেষত গান গালে বহি
Просмотров 809 тыс.
26:10
কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old Assamese song || Part4
Просмотров 132 тыс.
6:11
কথাৰ ছন্দেৰে লিখা হোৱা নাই ।। Kothar Sandere likha hua nai উদীয়মান শিল্পী #আৰিয়ান হাজৰিকা
Просмотров 1 млн
6:45
Jui a Pora Tiraxir | Dr. Bhupen Hazarika | Morome Morom Bichare | Exclusive Lyrical Video
Просмотров 1 млн
20:11
BHUPEN HAZARIKA SONGS | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 56
Просмотров 214 тыс.
1:17:03
BEST OF DWIPEN BARUAH - দ্বীপেন বৰুৱাৰ চিৰসেউজ জনপ্ৰিয় গীত
Просмотров 265 тыс.
00:15
ОЛЕСЯ НЕМНОЖКО ПЕРЕПУТАЛА 😃 #натальнаякарта #иванченко #тимати #юмор #журавлев #mediumquality
Просмотров 122 тыс.