বহাগী ক্ষেত্ৰ চৌকিডিঙ্গী খেলপথাৰত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় বাসীৰ সহযোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী উৎসৱৰ বিহু হুঁচৰি প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ হুঁচৰি দলৰ সন্মান লাভ কৰে বৰদৈচিলা বিহু হুঁচৰি দল-দুলীয়াজানে । দলটিলৈ বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো
bordoisila_bihu_husori_dol
bihu
bihu 2024
bihu husori
chowkidingee bihu
30 сен 2024