তোমাৰ সকলো ব্লগ ভাল সৈছে 😍 লাগি থাকা শুভেচ্ছা জনালো ৷ তোমাৰ বন্ধু হলো ৷ তুমিও হ’বা বুলি আশা ৰাখিলো ৷ আমি নতুন RU-vidr ইজনে সিজনক সহায় কৰি আৰু ভুল বোৰ শুধৰাই দি আগবাঢ়ি যোৱাত সহায় কৰিবা 🙏🙏 মইতো সকলোকে support কৰি যাম ৷
কি বেয়া দেখিলে, এইটো এটা প্ৰাকৃতিক নিয়ম । আপুনি কেনেকৈ জন্ম হৈছিল বা আপোনাৰ যে সন্তান আছে সিহঁত কেনেকৈ জন্ম হৈছে? ইয়াত লাজ কৰিবলগীয়া কি কথা আছে। ইয়াত অভিনয়হে কৰা হৈছে।