Тёмный

ভগৱান আৰু ভূত সঁচাকৈ আছেনে? এজন জ্যোৰ্তিবিজ্ঞানীৰ একান্ত ব্যক্তিগত গৱেষণাই কি কয়? 

Prranjal P Hazarika
Подписаться 145 тыс.
Просмотров 123 тыс.
50% 1

My contact details
For email- pranjal.pratim17@gmail.com
For instagram- prranjalphazarika

Наука

Опубликовано:

 

6 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 212   
@monudekari2919
@monudekari2919 10 месяцев назад
ড° বৰুৱাদেৱৰ কথাবোৰ বৰ ভাল লাগিল ৷ বিজ্ঞানে সত্যৰ সন্ধানত আগুৱাইছে ৷ বিশ্ব প্ৰকৃতি ৰহস্যৰ আধাৰ ৷ অলৌকিক ঘটনাবোৰ আমি নজনা বহুতো ঘটনাৰ সমাৱেশ বুলি বৌদ্ধ দৰ্শনে যি দৰ্শনক সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক আইনষ্টাইনেও বিশ্বৰ অন্যতম বিজ্ঞানসন্মত দৰ্শন বুলি কৈছে ৷ বিজ্ঞানী কিশোৰ বৰুৱাদেৱৰ বক্তব্যই মোক বৌদ্ধ দৰ্শনৰ কথা মনলৈ আনিলে বাবে উল্লেখ কৰিলোঁ ৷৷ধনডা°৷৷
@majanikalita6025
@majanikalita6025 10 месяцев назад
বিজ্ঞানে সকলো সৃষ্টি কৰিব পাৰিলেও জীৱ সৃষ্টি কৰিব নোৱাৰে । সেই বাবে মোৰ মতে সৃষ্টিকৰ্তা ভগৱান আছে।
@ratulkalita1758
@ratulkalita1758 3 месяца назад
তথাপিও সন্দেহ আছে মানে ।।
@NabinRabha-nz2xy
@NabinRabha-nz2xy 10 месяцев назад
ছাৰক ধন্যবাদ জনাইছো। ভগবান এক নিৰাকাৰ জ্ঞাণৰ শক্তি বুলি ভাবো।ধৰ্ম অবিহনে বিজ্ঞাণ অন্ধ আৰু বিজ্ঞাণ অবিহনে ধৰ্ম পুঙ্গ।
@khargeswardeka3827
@khargeswardeka3827 10 месяцев назад
❤Very good explanation:Everywhere there must be Holy Spirit !
@dhrubajyotitalukdar2864
@dhrubajyotitalukdar2864 10 месяцев назад
আপোনাৰ ভিডিও আৰু বাৰ্তালাপ যুক্তিসংগত, কাৰণ এইবাবেই মোৰ জীৱনতো তেনেকুৱা ঘটনা হৈছে, মোৰ বয়স পাছ বছৰ হওতেই মোৰ মাৰ মৃত্যূ হৈছিল, আৰু মৃত্যূৰ দহ দিন পিছত অৰ্থাৎ দহা কাজ শেষ হোৱাৰ দিনা ৰাতি ন মান বজাত মই ভাত খাই উঠি ৰাস্তালৈ প্ৰচাপ কৰিব গৈছিলো দেউতাৰ লগত তেনে অৱস্থাত মোৰ কাষেৰে এজন বগা কাপোৰ পিন্ধা মানুহ মোক মাতি ধ্ৰুৱ আহ বুলি পাৰ হৈ গ'ল আৰু মইও তেওৰ পিছে পিছে কিছু দূৰ গলো, তাৰ পিছত মোক দেউতাই মাত লগালে আৰু তেতিয়াই মই বুজি পালো যে বগা কাপোৰ পিন্ধা মানুহ জন দেউতা নহয় অইন কিবা হয় আৰু তাৰ পিছত অদৃশ্য হৈ গ'ল, মই দৌৰি দেউতাৰ কাষলৈ গুছি আহিলো আৰু সিদিনা গোটেই ৰাতি মোৰ টোপনি নাহিল, এইটো মোৰ জীৱনত ঘটা একেবাৰেই সচা ঘটণা।
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
Bhogoban aseee ami asolote eta kalpanik duniyat asu ami xodai science maths eibilakor logot kaam kori ei jibon gol asolote ami kunodine bhogoban r mohima bujat sesta nokorilu aru nu ki kom kiba koboloi power e niii science e bhogobanok niikia koribo khujise aru tu kaliyug r somoshya bur asee xokolu tumar uporot pravu
@taramaiphukan8785
@taramaiphukan8785 10 месяцев назад
বিজ্ঞানে যিয়েই নকওক ভগৱান যে আছে সেইটো সচা।আলোচনা খিনি ভাল লাগিল।চাৰক ধন্যবাদ
@hasenbachari1333
@hasenbachari1333 10 месяцев назад
ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।ছাৰে মুছলমানৰ ধৰ্ম সম্পৰ্কে কৈছে কোনেও প্ৰশ্ন কৰে নেকি,নকৰে কাৰণ আপোনি বাস্তৱ সত্য খিনি সোৱৰাই দিছে।আগলৈও যাতে আপোনাক এনেধৰণৰ আলোচনাত পাওঁ,এয়াই আশা কৰিলো।ধন্যবাদ...
@padmapaninath
@padmapaninath 10 месяцев назад
বৰ দৰকাৰী কথা জানিলো । প্ৰশ্নকৰ্তা আৰু চাৰৰ কথনশৈলী অতি সুন্দৰ বুলি গণ্য কৰিছো ।
@begumnarjee5046
@begumnarjee5046 10 месяцев назад
চাৰৰ লগত সাক্ষাৎ কাৰত যি বিলাক আলোচনা কৰিলে ভাল লাগিল । তেওঁ এজন মহান লোক , তেওঁ কোনো ধৰ্মক বেয়া বুলি প্ৰকাশ নকৰিলে 🙏🙏
@urmideka2292
@urmideka2292 10 месяцев назад
এনে টপিকবোৰ অলটাইম ফেভাৰিত হয় মোৰ বহুত ধন্যবাদ next time travel ৰ ওপৰত vdo বনাৱচোন প্লিজ।
@shyammahanta7317
@shyammahanta7317 10 месяцев назад
আমাৰ মহাপুৰুষ গুৰুজনাৰ হাত চাপৰি বজাই নাম গোৱাটো এটা থেৰাপী আৰু শস্টাঙ্গে সেৱা কৰা সত্ৰীয়া নাচৰ বিভিন্ন ভঙ্গিমা সেইবোৰ একোটা ব্যায়াম | আৰু ঈশ্বৰৰ অৱস্থিতি অৰ্থাৎ নিৰাকাৰ ঈশ্বৰৰ নুই কৰিব নোৱাৰি | কাৰণ বিজ্ঞানে এতিয়াও জীৱ সৃষ্টি কৰিব পৰা নাই | ভাগৱত খনৰ মাজতে জ্ঞান, বিজ্ঞান, তদং ,ৰহস্য সকলো বিশ্লেষণ কৰা আছে | যিখিনি মানুহে কৰিব সেইখিনিয়েই ভগৱান | মোৰ ব্যক্তিগত অনুভৱ ব্যক্ত কৰিলো 🙏🙏
@sunishakalita53
@sunishakalita53 10 месяцев назад
Thikei koise apuni.
@majanikalita6025
@majanikalita6025 10 месяцев назад
100%
@ranjitmahanta1565
@ranjitmahanta1565 10 месяцев назад
বৰ ভাল বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ’ল ৷ ভাল লাগিল শুনি ৷
@pranitabarmandas6911
@pranitabarmandas6911 10 месяцев назад
আধ্যাত্মিক তাটো সত্য, বিজ্ঞান হল সত্যৰ আবিষ্কাৰ। অলৌকিক শক্তি আছে, পূজা ৰ বাবে ব্ৰাহ্মণ পৰিয়ালৰ সৃষ্টি হৈছে
@LabakeshSutradhar
@LabakeshSutradhar 10 месяцев назад
গোটেই বিশ্বব্ৰহ্মাণ্ডই ভগবানৰ স্বৰূপ যেন; 🔥⚡
@budheswarsaikia3103
@budheswarsaikia3103 10 месяцев назад
Thanks to Dr Barua sir and pray God will bless you.
@puspadhardowarah1932
@puspadhardowarah1932 10 месяцев назад
চাৰৰ কথাবোৰ ভাল লাগিল।মইয়ো কও ঈশৰ আৰু দেৱতা আছে।দেৱতা বা ভূত প্ৰেত মইয়ো দেখিছো।মোৰ চকুৰ আগতেই কি দেখিছিলো যদি সেইটো ভূত বা প্ৰেত নহয়!
@Danirojasfc6
@Danirojasfc6 10 месяцев назад
মানব ধৰ্ম্মৰ ওপৰত কোনো ধৰ্ম্মই নাই এই পৃথিৱীত...🌏
@dimbeswarborah4040
@dimbeswarborah4040 10 месяцев назад
হয় । একমত 🙏
@lakhyajitsarma1234
@lakhyajitsarma1234 4 месяца назад
Sir আপোনাৰ চিন্তা ক্ষমতা সমূহ সঁচাকৈ পৃথক আৰু অসাধাৰণ । আপোনাক অনুসৰণ কৰাটো সকলোৰে দৰকাৰ । আপোনাৰ কথা খিনি অনুসৰণ কৰিব পাৰিলে লোভ,মোহ , অহংকাৰ, ৰ পৰা দূৰত থাকিব পাৰি
@kishorbaruah6118
@kishorbaruah6118 4 месяца назад
Thank you very much.
@mousumichoudhury7409
@mousumichoudhury7409 10 месяцев назад
বহুত ভাল লাগিল Pranjal. এই বিষয়ে আজি বহুত কথা জানিলো। 🙏🙏
@rajendrabordoloi5285
@rajendrabordoloi5285 9 месяцев назад
চাৰ, ধন্যবাদ সচাই আলোচনা টি বিষয় বস্তুৰ শুনি বৰ ভাল লাগিল
@pranabgogoi6283
@pranabgogoi6283 10 месяцев назад
Very good discussion.
@shyammahanta7317
@shyammahanta7317 10 месяцев назад
বিশ্বাসে মিলয় হৰি তৰ্কে বহুদুৰ!
@anupambini3930
@anupambini3930 10 месяцев назад
Sir আপোনাৰ কথা বোৰ ভাল লাগিল। আৰু দাদা আপোনাক বহুত ধন্যবাদ ❤
@prodipbora2752
@prodipbora2752 10 месяцев назад
চাৰক বহুত বহুত ধন্যবাদ। আলোচনাটো ভাল লাগিল।
@dhrubajyotisarma9035
@dhrubajyotisarma9035 10 месяцев назад
মই আৰু মোৰ মাই ২০০৫ চনৰ বহাগ মাহৰ ৰ এক সন্ধিয়া সময়ত এখন সশ্মাশনৰ ওচৰতযাক আমি সৰু ল'ৰা ৰূপী এজন দেৱত নে ভূত লগপআইছইলও।
@harichandrasaharia7406
@harichandrasaharia7406 10 месяцев назад
ভগৱান ১০০% আছে।আপুনি জানে নে নাজানে শাস্ত্ৰৰ পৰাই বিজ্ঞানৰ জন্ম।
@LabakeshSutradhar
@LabakeshSutradhar 10 месяцев назад
হয় নে কি? 🔥⚡
@srigunajitsharma8282
@srigunajitsharma8282 10 месяцев назад
👍🙏 thike koise ,aru sir o seytu a koise
@gunajitkalita2937
@gunajitkalita2937 10 месяцев назад
Scince নহলে এই দুনিয়াত আদিম যুগৰ নিচিনা হলহেঁতেন
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
@@gunajitkalita2937 adim jugor agote o bohu jug goise jot science nhoi dharm aur manuh asil 😈😈
@ratulkalita1758
@ratulkalita1758 3 месяца назад
আপোনাক নমস্কাৰ ।।আপুনিয়ে পৃথিৱীৰ ডাঙৰ বিজ্ঞানী।মই কৈছোঁ 200% ভগবান নাই ।।
@mirdas3206
@mirdas3206 9 месяцев назад
He is right on d speech. Of namaj and exercise no doubt.
@nurulislam560
@nurulislam560 10 месяцев назад
সুন্দৰ আলোচনা ছাৰ ৷ ভাল লাগিল আটাইবোৰ কথা শুণি ৷
@indraboley3677
@indraboley3677 10 месяцев назад
পৃথিৱীৰ ভাড় কথাটো শুনিবলৈ মন।
@swarajdutta9530
@swarajdutta9530 10 месяцев назад
বৰ ভাল লাগিল শুনি.. ধন্যবাদ।
@moja581
@moja581 10 месяцев назад
Thanks. Excellent Discussion.
@tamannaphukan4852
@tamannaphukan4852 10 месяцев назад
Bohut val lgel sirr kotha bur ru duijonle bohut bohut dhyanbad
@chefrahul156
@chefrahul156 10 месяцев назад
Bor Bhal lagil kothabur khuni🙏
@ratuldutta5119
@ratuldutta5119 10 месяцев назад
বস্তুনিষ্ঠ বলিষ্ঠ বৈজ্ঞানিক বিশ্লেষণৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। এইক্ষেত্ৰত কব বিচাৰিছো যে যিটো মই দেখিছোঁ সেইটো হে ম‌ই বিশ্বাস নকৰো। নেদেখা অস্তিত্বহীনক মই বিশ্বাস নকৰো। বহুত ক্ষেত্ৰত যদি, কিন্তু, তথাপি আদি বহুত শব্দ মস্তিষ্ক‌ই ভালপোৱাৰ ধৰণে কৈ যাও যাৰ কোনো মূল্য নাই। ধন্যবাদ 🌹
@kishorbaruah6118
@kishorbaruah6118 10 месяцев назад
আপোনাক বহুত ধন্যবাদ। বহুত সময়ত কথাবোৰ পোনে পোনে কৈ দিলে বহুতেই বেয়া মন্ত্যবৰে ভৰাই পেলায়।তেতিয়া মনবোৰ বৰ বেয়া লাগে। সেয়েহে এনে আলোচনাবোৰত বৰ সাৱধানে কব লগা হয়।
@avinob92
@avinob92 10 месяцев назад
Logic ase... kotha burt ❤
@anjumahanta3626
@anjumahanta3626 10 месяцев назад
সুন্দৰ বিশ্লেষণ ।বৰ ভাল লাগিল ।
@ranjankeot3875
@ranjankeot3875 10 месяцев назад
Right 👍
@DipaMoran-kk7gw
@DipaMoran-kk7gw 10 месяцев назад
সুন্দৰ আলোচনা ।ভাল লাগিল🙏🙏
@S.M.8439
@S.M.8439 2 месяца назад
বিজ্ঞানো ভগৱানৰে অৱদান।
@budhendas3209
@budhendas3209 7 месяцев назад
আপুনি আগবঢ়ওৱা ভিডাঅতো চাই , শুনি ইমানেই অভিভূত হৈছোঁ যে মানুহৰ মগজুত কি সোমাই আছে তাক লৈ গৱেষক সকল লৈ আকৌ কি আবিস্কৰ কৰে বহু আশাৰে অপেক্ষা কৰিব লাগিব, ধন্য বাদেৰে ।
@kishorbaruah6118
@kishorbaruah6118 7 месяцев назад
ধন্যবাদ।
@pcdeka
@pcdeka 10 месяцев назад
বৰ্তমান বিজ্ঞান নোহোৱাকৈ মানুহ জীয়াই থাকিব নোৱাৰে বুলি এনে এটা পৰিবেশৰ সৃষ্টি হৈছে, কিন্তু বৰ্তমান ধৰ্ম অনুসৰন নকৰাকৈ জীয়াই থকা সম্ভব হয়,বহুতে তেনেকৈ জীবন কটাইছে।যিবোৰ কথা বিজ্ঞানে কয় তাৰ বিৰোধে প্ৰমাণ যুক্তি আদি দৰ্শায় আৰু ভবিষ্যতে সেই যুক্তি বা প্ৰমান উন্নতি কৰাৰ অবকাশ ৰাখে। কিন্তু ধৰ্মৰ মোদিফিকেচনৰ অপচন নেৰাখে।ধৰ্ম সৃষ্টি হৈছে তিনি চাৰি হেজাৰ বছৰৰ পৰা হৈছে কিন্তু মানুহটো লাখ বছৰৰ পৰা আছে।ধৰ্ম সৃষ্টিৰ আগতে পৃথিৱীৰ সভ্যতা বোৰনো কেনেকৈ আছিল?কথাবোৰ অলপ দকৈ চিন্তা কৰিলে কথাটো উমান কৰিব পাৰি। কিন্তু প্ৰতিষ্ঠানিক ধৰ্মই অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজত বাৰুকৈ প্ৰভাব পেলাই বহুদেশত অশান্তিৰ সৃষ্টি কৰিছে।।
@dimbeswarborah4040
@dimbeswarborah4040 10 месяцев назад
হয় । একমত 🙏
@kishorbaruah6118
@kishorbaruah6118 10 месяцев назад
ধন্যবাদ।
@prabirray5999
@prabirray5999 10 месяцев назад
👍👍👍👍👍👍
@gunajitkalita2937
@gunajitkalita2937 10 месяцев назад
Scince bade sob misa ai duniya Dharma ata hoise business
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
@user-iz8kt8kc6p kalki ahi asee sinta nokoribo and thank you karon moio kalki r darsan pabo bisaru aru etia xeitu nikatot asee kebol apunalokor dore Kalik support kora xokol
@asimbaishya5808
@asimbaishya5808 10 месяцев назад
সেই আগৰ inteligent মানুহবোৰ কৰ পৰা কেনেকৈ intelligent হৈ ভগৱান নামটো উৎপত্তি কৰিলে ?
@ritubhuyan6622
@ritubhuyan6622 10 месяцев назад
আলোচনাটো ভাল লাগিল 🙏
@rabiulislam9042
@rabiulislam9042 10 месяцев назад
মানুহে ক্ৰমান্বয়ে উন্নত হৈ আছে, কিন্তু পৃথিবীত নতুন আবিষ্কাৰ নাই , যিবোৰ হৈছিল আগৰ দিনত হৈছিল। মই ভাবো, সেই বোৰ হৈছে ধৰ্মগ্ৰন্থ ৰ সহায়ত। ধৰ্মগ্ৰন্থ বোৰ ভগৱানে প্ৰেৰিত পুৰুষ ৰ দ্বাৰা সৃষ্টি কৰিছিল। বিগ বেংগ থিয়ৰি কিন্তু পুৰ্ণাংগ বিশ্বাস দিব পৰা নাই। বিজ্ঞানে কিন্তু প্ৰাকৃতিক জীৱন দিব পৰা নাই।
@ushadutta5266
@ushadutta5266 10 месяцев назад
No no
@ushadutta5266
@ushadutta5266 10 месяцев назад
😊
@srigunajitsharma8282
@srigunajitsharma8282 10 месяцев назад
👍
@moudotahmed8823
@moudotahmed8823 10 месяцев назад
Sir apunr cenel to sua manei subscribe krisu... Apnk bht vl paw n apnr ktha bur bht val lage
@RajibSonowal-re6lj
@RajibSonowal-re6lj 10 месяцев назад
Baruah sir bohut oporot bor bhal lagil dei Thanksgiving to you
@ArfidaBegum-l7h
@ArfidaBegum-l7h 9 месяцев назад
Bohut bhal lagil apunalukoloi akhek dhonyavad.
@Devirina1973
@Devirina1973 10 месяцев назад
Very good discuss👍
@brishtisonowaldekari
@brishtisonowaldekari 9 месяцев назад
বিজ্ঞন সম্পৰ্কে বিশ্বামিত্ৰই ৰামক অস্ত্ৰ পদান কৰা সময়তো কিছু আখ্যা দি থৈ গৈছে ।
@NagenDas-m4k
@NagenDas-m4k 10 месяцев назад
ভ্ৰণৰ পৰা কেনেকৈ জীৱ সৃষ্টি হয় আলোচনা কৰিব চোন ।
@bimanborah-p1o
@bimanborah-p1o 10 месяцев назад
Nice topic
@harakantatamuli1053
@harakantatamuli1053 10 месяцев назад
Enekua vedio bilak moi bor bhal pawn .Agoloi enekua bikhoy loi boholai alusona koribo buli aakha rakhilu .Duyu jonoke mur antorik abhinandon jonalu . 😊
@jpmotivationaltips8480
@jpmotivationaltips8480 10 месяцев назад
Dr sir soooo simple man
@fireball1174
@fireball1174 9 месяцев назад
Asolote enekuwa video bur sai thakile Recharge korilew kora jen nalage. ....sir k khoto kuti pranam.
@koushikpathak1213
@koushikpathak1213 10 месяцев назад
Vogoban bula shakti ase moi believe koru. Jiman dangar bigani hok mora time t last vogoban r a nam loi.. Biso brahmando khon vogoban a enekoi bonai thoise j Ami manuh tak ketiya o Jani complete korib ketiya o nuwaru.. for example ata poruwa r babe akhon village kiman big hoi ..sei poruwa ba pok tui akhon dist ghuri furi tar jibon kal t somvob nohoi ..sei poruwa tui akhon state r kotha kenekoi vabib si dhuki a napai ..aru akhon country..oinno akhon country tar babe rohossso a hob. Thik tenedore amar babe milky galaxy tenekuwa kotha ..baki Galaxy dur r kotha
@anilloing9195
@anilloing9195 10 месяцев назад
ভাল লগিল ।
@umeshkardong6116
@umeshkardong6116 10 месяцев назад
ভগৱান আছে বুলি কব নোৱাৰিম কাৰণ আজিলৈকে কোনেও দেখাও নাই। ভগৱান নাই বুলিও কব নোৱাৰিম কাৰণ বিশ্বৰ প্ৰায় মানুহে ভগৱান বিশ্বাস কৰে ।
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
Bhogobanok dekha pua tu ki manuhok dekha puar logot tulona korise nki iswarok dekha paboloi hole bohot bhakti koribo lagee
@litonboruah6195
@litonboruah6195 10 месяцев назад
Bhal alusona anekua topics hobo lage hokure gyen hobo
@Rax_kun
@Rax_kun 9 месяцев назад
Maje maje sir interview sai tkaku,teor kotha bilak mor khub val lage .
@beautybailung1428
@beautybailung1428 10 месяцев назад
Hosakoi bohut bohut bhal lagil vedio tu .
@sjrajbonshi3110
@sjrajbonshi3110 10 месяцев назад
Video tu val lagil,next part lage👌👏🙏
@tulonmohan9583
@tulonmohan9583 10 месяцев назад
ধন্যবাদ!
@bituponbora7597
@bituponbora7597 10 месяцев назад
ভাল লাগিল
@sunishakalita53
@sunishakalita53 10 месяцев назад
Science jimanei agbari najaai kionu Bhagaban ase. Aloukik saktiu ase. Prithibit jodi positive energy ase negative energy u ase. Karan kisuman questionr answer tu science e u dibo nuare.
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
Example :The reason of the universe infinity
@KunjaKalita-f2f
@KunjaKalita-f2f 10 месяцев назад
বহোত ভাল লাগিল চাৰ
@NikitaSarma-n4z
@NikitaSarma-n4z 10 месяцев назад
Kotha bor bhal lagil,
@jintudeka899
@jintudeka899 10 месяцев назад
Sir...kothakhini janibloi pai vall lagile🙏🏽dada apunio agoli ru aenekua kothabor sirr pora jonai thakibshon🙏🏽❤
@punyakonwar41
@punyakonwar41 10 месяцев назад
Bor hundor video, bohut kotha janibo parilo,enekua video aru dibo buli akha rakhilo,🙏
@JinnatAli-r3h
@JinnatAli-r3h 8 месяцев назад
Kothabor huni bhot val lagil
@lakhyajitsarma1234
@lakhyajitsarma1234 4 месяца назад
এই ব্ৰহ্মাণ্ডৰ সাধাৰণ মাত্ৰ ধূলি -কণা মই
@TutumoniBora-gp8hw
@TutumoniBora-gp8hw Месяц назад
Val lagil videoto Sai
@bishnusadhanpaulmazumder3965
@bishnusadhanpaulmazumder3965 10 месяцев назад
Another question Sir: Do you believe in negative energies and their effects etc. ?
@kishorbaruah6118
@kishorbaruah6118 10 месяцев назад
মই আচলতে এইবোৰ কথা বেছি অধ্যয়ন কৰা নাই। সেইকাৰণে কেৱল নিজৰ ধাৰণা হে দিব পাৰিম। মোক জ্যোতিৰ্বিজ্ঞানৰ কথা সুধিলে মোৰ সুবিধা হব। ধন্যবাদ।
@coachsurajitdas
@coachsurajitdas 10 месяцев назад
Awesome 👍
@malobikabhuyan3110
@malobikabhuyan3110 10 месяцев назад
আপোনাৰ লগত একমত
@NayanMili-b8v
@NayanMili-b8v 10 месяцев назад
Surjya kar pora sisti hol. Thank you🙏💕
@amar..1830
@amar..1830 10 месяцев назад
Anekuwa topic r uport video pale bhut katha hikibo paru....
@assamvlog1676
@assamvlog1676 10 месяцев назад
বঢ়িয়া কথা ❤❤
@anilhazarika8872
@anilhazarika8872 10 месяцев назад
ভাল বিশ্লেষণ
@prabinboruah7271
@prabinboruah7271 10 месяцев назад
বৰ সুন্দৰ ।
@nurjahanbegum6924
@nurjahanbegum6924 10 месяцев назад
Good decision
@ranjitkalita9098
@ranjitkalita9098 9 месяцев назад
শংকৰদেৱে ম'হ বগৰোৱা নাছিল ষাৰ গৰু হে বগৰোৱাইছিল
@kishorbaruah6118
@kishorbaruah6118 9 месяцев назад
আপুনি ঠিকেই কৈছে। পিছে তেখেতে কথাও নাজানি কোৱা নাছিল। slip of the tongue হৈ হে কথাটো তেনেকৈ কৈছিল। পিছত আমি সেই কথা আলোচনা কৰিছিলোঁ।
@RajibSonowal-re6lj
@RajibSonowal-re6lj 10 месяцев назад
Hosakoi bhogoban aase
@sanjayblogsng5169
@sanjayblogsng5169 10 месяцев назад
Umm।
@rupjyotisarma7434
@rupjyotisarma7434 10 месяцев назад
I like this type of video... please keep it up continue.
@babaisto4019
@babaisto4019 10 месяцев назад
Jimanei dangor bigyani nhouk kiyo teo isork dekhi pabo aru teor agoman oti nikot.❤
@oggyandthecockroaches1953
@oggyandthecockroaches1953 10 месяцев назад
Kihor biggyani h 9 - 10 r maths atai koribo noaribo ee😂😂
@subratadeori7790
@subratadeori7790 9 месяцев назад
​@@oggyandthecockroaches1953AJDW😊
@chandikanath4027
@chandikanath4027 9 месяцев назад
​@@oggyandthecockroaches1953ààqqp😮1à1111q1A❤ ni hu😢1 bhi hu ki 100 bhi😅😅😅😅😮
@MammaToy
@MammaToy 9 месяцев назад
​@@oggyandthecockroaches1953হেৰৌ তেওঁ গণিতজ্ঞ নহয়।
@sandhyanaiding605
@sandhyanaiding605 9 месяцев назад
🙏💕
@nayanapatar2099
@nayanapatar2099 9 месяцев назад
ভাল লাগিল ❤
@kishorbaruah6118
@kishorbaruah6118 9 месяцев назад
ধন্যবাদ।
@bhrigukalita6479
@bhrigukalita6479 10 месяцев назад
ছাৰে ভাল কথা কৈইছে বহুত নজনা কথা জানিলো আজি
@kiyaan314
@kiyaan314 10 месяцев назад
Sir jonor kotha kuwa style bhal lagil... Nojona kotha kisuman janibo parilu.. ❤
@bikashsaikia814
@bikashsaikia814 9 месяцев назад
অতি উন্নত চিন্তা-চৰ্চা ।
@nadiasworld4046
@nadiasworld4046 10 месяцев назад
Thank you sir
@GauriBaruah-gx7ck
@GauriBaruah-gx7ck 10 месяцев назад
অন্ধ বিশ্বাসৰ প্ৰতি পুনৰ আকৰ্ষিত কৰাৰ চেষ্টা কৰা হৈছে নেকি?
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
@user-iz8kt8kc6p dharm andhviswas nhoi dharm reality hoi jiyee scienceok fail kori disee dharm nohole science r kaam niii dharm e yug bosai asee science e sob dhonkho koribo sai thak
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
@user-iz8kt8kc6p prithvi nhoi beta kaliyug aur tur science r aukat kiman beee science jodi aru odhik aag bar he kibo vabi saisane sob digital hobo mandir masjid eko nathakibo lora suwa liye dangorok xonman koribo pahoribo manuhe jiv jantuk Mari kati khai khek koribo beta dharm asee karone heee basi asssa tohot eta kotha monot rakh prithvi jiman ei aguwai jabo ximanei dhonkho hobo satyug lagee amak satyug satyug r doree yug bonabo paribo tur science e ghanta toi Sai thak koisuna science r real kaam ei hoise andhviswas bur guri mari bhoguwa kintu God r existenceok june fake buli vabe xii tu nishoy narak pabo aru beta bohut proof aseee toi mur logot debeat koribo nuwaribi
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
@user-iz8kt8kc6p science student hoi no toh thik aseee etia eta proshno xudhu ko Q 1. Viswa brahmand r annta kot aseee 😎 aaah beta real proof aru real point ot dhorisu jar ans eko nii 😈
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
@user-iz8kt8kc6p ooo ami janu karun tohote ketiyaba ved porhi paiso ane ane je kobo aho bhogoban niii buli beta toi aji val jagat poriso tohotor doree bohot super talented nastik aseee xeiburok moi harai pelaisu debeat ot toi ki he dom asee abe aukate asena 1 ta proshnor uttar dee prothomote jodi bhogoban niii tetiyahole viswa brahmand annta keneke hol? How is possible the universe infinite? Karon toi tu ata nastik tur mote bhogoban niii thik aseee tetiyahole jodi bhogoban niii viswa brahmand annt (infinite) keneke hol karon universe khon tu science creation hoi no aru science tu nijei infinite nhoi tetiyahole tar creation infinite how it possible? Beta tujhe pata nhi kis bande se pela pada hai tera 😈😎
@SUMIT_SANATANI_MEGAFORCE
@SUMIT_SANATANI_MEGAFORCE 10 месяцев назад
@user-iz8kt8kc6p ki hol bhai kot gol etia tor dom tur science dharm r agot tur science r eko aukat niii 😂😂😂😂😆😆😆 viswas hua niii jodi mur first Q tur ans kio dibo pora niii 😂😂😂 why the universe is infinite even this is science creation? Science is not infinite than how can possible that his creation infinite tell me explain in scientific proof dom asee jodi 😈 aru Q no 2. Atmak kuneo bonua niii aru atmar jonmo mrityu o niii prof kori dekha atma science e bonaise 😂😂😂😆😆😆😆😆 mohan scientist xokoleo koise jeee atmak iswar Mane bhogoban r bahire kuneo bonua niii karon tak bonaboloi karo xomota niii this is real God existence prof ki hol beta mur agot tur aukat ki hol tur dom e niii mur logot debeat koribor karone aja beta tujhe pelta hun 😎
@ranjitbora734
@ranjitbora734 10 месяцев назад
মহ নহয় ষঁাড গৰু হে বগৰাইছিল।
@sacreativeandcrazy953
@sacreativeandcrazy953 10 месяцев назад
Very importent viw
@manjubarman1855
@manjubarman1855 10 месяцев назад
ভাগৱত ব্যাখ্যাকাৰ প্ৰাণজিত গগৈৰ সাক্ষাৎকাৰ ল'ব চোন।
@rumidoley111
@rumidoley111 9 месяцев назад
Verygood
@anjubezbaruah9999
@anjubezbaruah9999 10 месяцев назад
শঙ্কৰদেৱে ষাঁড় গৰুৰ লগতহে যুঁজিছিলে দেই ।
@jpmotivationaltips8480
@jpmotivationaltips8480 10 месяцев назад
Laheke huni thakibi ......kam nai .....okol hi2 hi2 koi nathak
@user-cp6ru9bp4x
@user-cp6ru9bp4x 10 месяцев назад
Very nice 🙏🙏🙏🙏🙏
@Chitralideka9861
@Chitralideka9861 10 месяцев назад
Anekua video aru lage.
@akhilgogoi1869
@akhilgogoi1869 10 месяцев назад
Bhout bhout bhal lagil
@milonjyotibora568
@milonjyotibora568 10 месяцев назад
😊
Далее
Дым-машина из Китая
0:57
Просмотров 55 тыс.
Куда пропал Kodak?
1:01
Просмотров 10 млн