Тёмный

ভাওনা প্ৰতিযোগিতাৰ পাছত বিচাৰক প্ৰজ্ঞান বৰুৱা দেৱে কি কলে, কিছু নজনা কথা জানি লওক🙏 

RANGPUR MIX
Подписаться 8 тыс.
Просмотров 67 тыс.
50% 1

ভাওনা প্ৰতিযোগিতাৰ পাছত বিচাৰক প্ৰজ্ঞান বৰুৱা দেৱে কি কলে, কিছু নজনা কথা জানি লওক🙏
#viral #vauna #assamesevaona #assam

Развлечения

Опубликовано:

 

8 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 115   
@user-uk7hi9yn1g
@user-uk7hi9yn1g 11 часов назад
সন্দুৰ অতি সুন্দৰ। ভগৱন্তই কৃপা কৰক কৃষ্ণ প্ৰভু।
@pachaniaxom1155
@pachaniaxom1155 23 дня назад
কৃষ্ণ কৃষ্ণ প্ৰভূজনা বহু বিচাৰক দেখালো।আপোনাৰ দৰে ত্ৰুটি সমুহ তন্ন-তন্নকৈ বহুল ব্যাখ্যা কৰি আঙুলিয়াই দিয়া নেদেখিলো।আপোনাৰ দীৰ্ঘ জীৱি কামনা কৰিলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@user-yz5tm7re5i
@user-yz5tm7re5i 3 месяца назад
বেয়া নাপাব। কিন্তু সকলো বিচাৰকৰ সিদ্ধান্তই বেলেগ । নাম নাজানো এজন বিচাৰকে কৈছিল আৰকাপোৰ খনৰ আতৰাই দিয়াৰ পিছত তাৰ বাহিৰৰ পৰাই সূত্ৰ নাচিৱ লাগে ‌অভিনয় কৰিৱ নাগে । আজি আকৌ এনেকৈ কোৱা দেখিছোঁ। মই বিচাৰোঁ সকলো বিচাৰকৰ সিদ্ধান্ত একে হৱ লাগে । পাৰিলে সকলো বিচাৰকে মিলি এখন ভাওনা পাতি সকলোকে দেখাই দিয়ক ভাওনা কেনেকৈ কৰিব লাগে 🙏🏻🙏🏻
@padumkakati2938
@padumkakati2938 Месяц назад
সুন্দৰ কথা কোৱা হৈছে।
@hrishikeshneog
@hrishikeshneog Месяц назад
সত্ৰীয়া নৃত্যৰ ব্যাকৰণ- নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীৰ পুস্তক। বায়ন, গায়ন, নটুৱাসকলে নপঢ়িলে কেনেকৈ গম পাব।
@RiturajSaikia-hs3tq
@RiturajSaikia-hs3tq 18 дней назад
Mohasoi apunar brain t eku nai
@bituponduttavlog7287
@bituponduttavlog7287 5 дней назад
কথা খিনি বৰ , খং কৰি কোৱাৰ দৰে লাগিছে দাদা , আপোনাক ভাওনা শিকাৰ দিনৰ পৰাই ভাল পাওঁ নিজৰ ককাইদেউ দৰে কিন্তু বুলি এটা শব্দ থাকি যায় । পাৰিলে , ৰঙা পানী কন খাই যে এচাম ব্যক্তিয়ে , মহাপুৰুষ জনাৰ নাটক ভাগৰ কাষতে টোপনি যায় , কোনো জনৰ মুখত ইমান ভাল ভাল শব্দ , আকৌ কোনো জনক , বিচাৰি ফুৰিব লগীয়া হৈ ,ভাওনাৰ মৰ্যদা শেষ কৰি পেলাইছে , এজনৰ কাৰণে যে গোটেই ভাওনা জগত খনৰে বদনাম হয় সেই বিষয়ে অলপ কোৱা হলে আৰু ভাল লাগিল হেতেন ।। সকলোৱে মতামত দিব ,। বিশেষ নাজানো বাৰু বেয়া নাপাব দেই মনৰ কথা খিনিহে কৈছোঁ ।
@pachaniaxom1155
@pachaniaxom1155 25 дней назад
কৃষ্ণ কৃষ্ণ প্ৰজ্ঞান বৰুৱা প্ৰভূ।আপোনাৰ দৰে বিচাৰকৰ বৰ্তমানৰ ভাওনা প্ৰতিযোগিতাত নিতান্তই প্ৰয়োজন।আপোনাৰ দৰে সকলো বিচাৰকে নিখুঁত ভাৱে বিচাৰ কৰি ভুলখিনি আঙুলিয়াই দিলে ভাওনা দলটিয়েই হওঁক ভাৱৰীয়া জনেই হওঁক পুৰস্কাৰ নাপালেও হতাশাত ভূগিব নালাগে আৰু নুভূগে।
@lipikabhuyan9897
@lipikabhuyan9897 6 дней назад
বিচাৰক জন সচাঁই অধযন পুস্ত । ভাল লাগিল তেখেতৰ ব্যক্তব্য ।
@tmkoc5674
@tmkoc5674 2 месяца назад
বিচাৰকজনৰ ভাওনাৰ ওপৰত যথেষ্ট অধ্যয়ন আছে ।
@pranjalopratim1070
@pranjalopratim1070 3 месяца назад
আজিকালি শংকৰদেৱ ঢেৰ। আগৰ সেই মেন্ঠুন লাইটৰ পাম্প দিয়া দিনবোৰৰ ভাল আছিল। আজিকালি কিবা থিয়েটাৰ যেন হে লাগে।
@mrinalimahanta8705
@mrinalimahanta8705 20 дней назад
ভাল লাগিল।সুন্দৰ ।আৰু এটা কথা ,,কোনো এজন ভাৱৰীয়াৰ বছন শেষ নহওঁতেই ডাঙৰকৈ খোল তাল বজাই দৰ্শক সকলক ভাওনাৰ কাহিনীভাগ বুজাত অসুবিধাৰ সৃষ্টি কৰে। ভাওনাত লোৱা ছাউণ্ড টো মন কৰিলে আমাৰ ভাওনা আৰু সুন্দৰ হব।ভাল কথা কৈছে,ভাল বিচাৰ ,ধন্যবাদ থাকিল।
@user-vh9xb3tt2o
@user-vh9xb3tt2o Месяц назад
ভাওনাৰ এখন সংবিধান অতি প্ৰয়োজন।
@pallavborah6627
@pallavborah6627 Месяц назад
গুৰুজনা বৰ্তমান থকা হ’লে এইসকলৰ পৰা আঁতৰি আত্মগোপন কৰিলেহেঁতেন ৷
@user-yv8hm4bd8n
@user-yv8hm4bd8n 11 дней назад
কৃষ্ণ কৃষ্ণ ভাল লাগিল। বহু নজনা কথা জানিব পৰিলোঁ।অনাগত দিনবোৰত আৰু আশা কৰিলো।
@user-yz6zs2rb6h
@user-yz6zs2rb6h Месяц назад
বহুত ভাল লাগিল । ভাওনাৰ বিষয়ে বহু কথাই শিকিব পাৰিলোঁ । ধন্যবাদ ।
@pradipkalita4182
@pradipkalita4182 7 дней назад
ভাল দিছে দাদা আজি কালি বহুতেই ভকত, বায়ন হৈছে কিন্তু নামত হে
@jayantaboruah2442
@jayantaboruah2442 3 месяца назад
মই আজি কালি আচৰিত পাওঁ কিছুমান কথা ভাবি নাপাওঁ, আমাৰ অসমীয়া সংস্কৃতি ভাওনা যে আজি কালি প্ৰতিযোগিতাত নামিব লগা হল, ভাওনা প্ৰতিযোগিতাৰ নাম নহয় ।
@ProvatMudoi-om2gn
@ProvatMudoi-om2gn Месяц назад
খুব সুন্দৰ বক্তব্য ।।
@gobindaduwarah6160
@gobindaduwarah6160 3 месяца назад
Aibur niyom compition nohoi hokolute thakibo lage 👍🏻👍🏻
@AnjanAsom
@AnjanAsom Месяц назад
শ্ৰদ্ধাৰ সম্মানীয় বৰুৱাদেৱ আপোনাৰ বক্তব্য সঁচাই উত্তম।কোনোবাই আপোনাৰ কথাত তিতা ,কেহাঁ,টেঙা পাব পাৰে পিচে হোৱা ভুল কবই লাগিব ।আগলৈ পুনৰ পাম।
@bishnubaruah9983
@bishnubaruah9983 15 дней назад
যদি আপোনাৰ কথাবোৰ সত্য, তেন্তে আপোনাৰ পৰা অসমৰ ৰাইজে বহু শিকিব লগা আছে
@HemontaHemontakhanikar
@HemontaHemontakhanikar 5 дней назад
Right
@dipankarneog3095
@dipankarneog3095 Месяц назад
প্ৰতিযোগিতাতে নহয় সকলো প্ৰদৰ্শনী মূলক ভাওনাটো এইবোৰ মানিব লাগে। আপুনি অধ্যয়ন কৰিছে ভাল কথা। কিন্তু আপোনাৰ দোহাৰ ভাওনা বহুত দেখিছো কি অৱস্থাত কৰে। উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। আপুনি হাত চাপৰি নোপোৱা এটা কাৰণ হ'ল তাত উপস্থিত থকা সকলোৱে আপোনাৰ ব্যক্তিগত ভাৱে চিনি পাই। আপোনাৰ মন্তব্যত অহংকাৰী ভাৱটো প্ৰকাশ পাইছে।
@hrishikeshneog
@hrishikeshneog 3 месяца назад
ভাল কৈছে, কিন্তু খুজি সন্মান লোৱা প্ৰবৃত্তিৰ ব্যক্তি। নিজৰ ভাওনাৰ অৱস্থা শোচনীয়।
@AlokGogoi-pn4ci
@AlokGogoi-pn4ci 22 дня назад
aur duhar t hur tal mn aku nthke ge
@AlokGogoi-pn4ci
@AlokGogoi-pn4ci 22 дня назад
over koribole jai
@hrishikeshneog
@hrishikeshneog 22 дня назад
@@AlokGogoi-pn4ci এইজনৰ ভুল ধৰিবলৈ হ'লে এখন তালিকা হ'ব। চলি আছে। সাধাৰণ মানুহে কি বুজি পাব এওঁলোকৰ খেল?
@AlokGogoi-pn4ci
@AlokGogoi-pn4ci 22 дня назад
Upai nai au hur tanile kiba geet r rag man aku nthka jn lge
@hrishikeshneog
@hrishikeshneog 22 дня назад
@@AlokGogoi-pn4ci গীতৰ লয় নাই। মিঠাও নহয়, ফটা মাত, সেহনি আছে ।তালবোৰ সানমিহলি কৰি বজায়। দুখন বেলেগ তালৰ গামান বা ঘাত সংমিশ্ৰণ কৰি বজায়। ফেচবুকত ভিডিঅ' দিয়ে। মই সমালোচনা কৰাৰ পৰা কেইবাজনে মোক বেয়া পায়। মানুহে পচন্দ কৰিছে, আমি ক'বলৈ নাযাও।
@tridipnath7618
@tridipnath7618 3 месяца назад
ভিন্ন বিচাৰকৰ বিভিন্ন মন্তব্য 🙏 কৃষ্ণ
@nikesentertaimentnikesente9414
@nikesentertaimentnikesente9414 Месяц назад
Bht dhunia boktobyo dse pragyan daee... Aiekhini kotha jdi mon die bht sanskritir khetro khnt bht... Agoronua hbo... Xudho hbo... Amibure aiekhini kotha gurtro diu... Akhon natok ba sanskriti tu... Ajibon xudho hoi roi jbo... Aru vul nhbo ktiau.... Bht vaal lgil vedeo tu sai... Bht kotha xikilu🫸🫷......jai guru sankar🙏
@user-md4vi2hc3u
@user-md4vi2hc3u 18 дней назад
অতি সুন্দৰ বক্তব্য
@birenkonwar9666
@birenkonwar9666 3 месяца назад
বৰ্তমান ৰামো নাই অযোদধাও নাই। এইয়া সময়ৰ পৰিবৰ্তন।সময়ৰ লগত শৰ মাৰিবলৈ শিকা সকলেহে দেখোন আজিৰ দিনত জয় জয় ময় ময়।
@user-xq3ww4gl1z
@user-xq3ww4gl1z 2 месяца назад
ৰাম, অযোধ্যা আছে বাবেই ৰাম মন্দিৰ হৈছে। আধ্যাত্মিক চেতনাত আজিকালি বা আধুনিকতা শব্দটি নাহে।
@assameseofficialstatus8896
@assameseofficialstatus8896 2 месяца назад
ভাওনাৰ মহত্ব কি দেউতা মাই নিহিকাই নেকি। মই গম পাইছোঁ তোৰ বুলি এ কৈছোঁ তয় অসমীয়া সংস্কৃতিৰ জগত খনৰ কলংক।
@titabarorlora6622
@titabarorlora6622 9 дней назад
ভাল লাগিল কথা কেইটা🙏
@rinjuneog5461
@rinjuneog5461 3 месяца назад
বৰ সুন্দৰকৈ তুমি তোমাৰ বাখ্যা দাঙি ধৰিলা প্ৰজ্ঞান।আগুৱাই যোৱা।
@madhurigogoi.3727
@madhurigogoi.3727 19 дней назад
Val lgil kotha bur
@dineshrobidas4968
@dineshrobidas4968 24 дня назад
বহুত ভাল লাগিলে আপোনাৰ কথা শুনি❤❤❤❤❤❤❤❤❤❤
@jinurajkonwar9338
@jinurajkonwar9338 3 месяца назад
বৰ সুন্দৰ কৈ বিচাৰকে ক'লে দেই
@Kardomm
@Kardomm 3 месяца назад
কবলৈ beya lage kin2 kole bohut kothai কব মন যায়,আপোনাক মই দেখিছোঁ দোহৰ কৰা আগত কি কৰি লৈ ভাওনা আৰম্ভ কৰিছিল।।।কৃষ্ণ বাদ দিলোঁ আৰু🙏🙏
@trishnabora877
@trishnabora877 25 дней назад
Ghutung pani
@sanjibbora1789
@sanjibbora1789 3 месяца назад
Progyan tumar bohumuliya besoi tuwe sosakoi hridoysporsho korise ,bohut val lagise.enekoi silpi sokolok bujai dile bohut foloproshu hobo.
@SunnyPradhan-zr2rc
@SunnyPradhan-zr2rc Месяц назад
সুন্দৰ, আচলতে এনেকৈ বিচাৰকৰ মন্তব্য দিব লাগে। বহুতো বিচাৰকে বেলেগ বিষয়ৰ ওপৰত হে মন্তব্য দিয়ে।
@manashjyotishkonch1994
@manashjyotishkonch1994 19 дней назад
বৰ সুন্দৰ মাজে মাজে কিয় হাত চাপৰি টো বিচাৰে বা
@anitakeot3795
@anitakeot3795 Месяц назад
Xundor.
@svcgauravduarah9549
@svcgauravduarah9549 2 месяца назад
সঁচাকৈ জ্ঞানৰ ভাণ্ডাৰ প্ৰজ্ঞান দাদা। বহুত কথা জানিব পাৰিলো
@user-iz5et9bw1l
@user-iz5et9bw1l Месяц назад
অতি সুন্দৰ পৰামৰ্শ।
@pankojbora1245
@pankojbora1245 3 месяца назад
বহুতো নজনা কথা জনিলো,ধন্যবাদ প্ৰজ্ঞান দা
@brojenkhargharia15
@brojenkhargharia15 Месяц назад
Val lagel god bless you
@JayantaMadhabSaikia
@JayantaMadhabSaikia Месяц назад
বোপাই অ, অধ্যয়ন কিছু কৰিছা মানিছো দেই... পিছে, এই সোপা শুনাৰ পাছত আৰু জীয়াই থকা দিন কেইটাত ভাওনা প্ৰতিযোগিতাত ভাগ নলওঁ আও.. আজিলৈকে প্ৰতিযোগিতাত ভাগ লৈ পোৱাও নাই বাৰু. ভাওনা সৃষ্টিকাৰী মহাপুৰুষ গুৰুজনা তকৈ বহুত বেছি জ্ঞান আছে দেখোন. অ পুতাই হঁত, প্ৰতিযোগিতা মুখী কৰি ভাওনাক সাত জনমতো বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰিৱ নোৱাৰিবা. কেতিয়াবা যদি লগ ভাগ হওঁ, দুটামান(??)( =) বিচাৰিম.
@dhrubajyotimohan9648
@dhrubajyotimohan9648 3 месяца назад
ভাওনা শেষ কৰিলে। ঘেনটা বিচাৰক।
@pabitraprandutta2497
@pabitraprandutta2497 Месяц назад
ধন্যবাদ জনালোঁ দে ❤
@prasannabora7644
@prasannabora7644 3 месяца назад
Asolote Vaona Protiyogita patiboi nalage.........Vaona Namghorotei koribo lage .....
@malasaikia9996
@malasaikia9996 Месяц назад
Competition bur hwar krne vulbur ulai porise
@assameselocalmixer9924
@assameselocalmixer9924 Месяц назад
একমত
@jayantachetia4488
@jayantachetia4488 19 дней назад
বিচাৰক ডাঙৰীয়ালৈ ধন্যবাদ
@dimpisaikiabaruah8166
@dimpisaikiabaruah8166 3 месяца назад
Moja
@ranajitgogoi1523
@ranajitgogoi1523 2 месяца назад
কিঞ্চিৎ শুদ্ধ। কিন্তু মদাহী ভাৱৰীয়াৰ সকলৰ বিষয়েও ক'বচোন।
@DipshikhArandhara
@DipshikhArandhara 3 месяца назад
🙏🙏🙏
@BrojenKalita-ct3tk
@BrojenKalita-ct3tk 3 месяца назад
Moja da
@user-eg7de3oj3h
@user-eg7de3oj3h 3 месяца назад
বিভিন্ন ঋষিৰ বিভিন্ন মত
@bipulborah1718
@bipulborah1718 3 месяца назад
সংস্কৃতিৰ আলমত পেতপোহাৰ পোষকতা গুৰু জনাই কেতিয়াও কৰা নাছিল।
@bindassboy9993
@bindassboy9993 Месяц назад
Mujjang
@abhijitvasudev3283
@abhijitvasudev3283 3 месяца назад
Atea aibur viral korok raij a .❤
@malasaikia9996
@malasaikia9996 Месяц назад
Enkwa video videobur viral nhy
@arshisnath4651
@arshisnath4651 3 месяца назад
আজিকালি শংকৰদেৱ বহুত
@arunchbora
@arunchbora 3 месяца назад
সকলো পণ্ডিত ৷
@jayantaboruah2442
@jayantaboruah2442 3 месяца назад
ভাওনাত বিচাৰক কৰ পৰা আহে
@numolisaikia4826
@numolisaikia4826 19 дней назад
কৃষ্ণৰ বিছাৰক,মন্দলী,বাপজনাৰসুন্দবিছাৰ,কৰি,সকলো,ভূল,খুতিনাতি,আঙুলীয়াই,দিয়াৰ,বাবে,কুতি্ কুস্তি,প্ৰনাম,জনালো।আপোনাক,বহ্নত,বহ্নত, ধণ্যবাদ।
@rajubora4950
@rajubora4950 Месяц назад
কৃষ্ণ আপোনাৰ বক্তব্য সমোহ হৃদয় চুই গৈছে ৷ আমাৰো শিকিব লগা আছে ৷ নিমন্ত্ৰণ দিলে আপুনি আহিবনে ? যদি আহে আপোনাৰ যোগাযোগ নম্বৰটো দিব ৷ কৃষ্ণ
@birennath8618
@birennath8618 3 месяца назад
ভাওনাৰ এখন সংবিধান থাকিব লাগিছিল। কাৰণ আজি-কালি ভাওনাটো থিয়েটাৰৰ ফালে ঢাল খাই গৈ আছে।
@prabhatgogoi393
@prabhatgogoi393 2 месяца назад
Nija ganji pindha
@JogenRohidas-jr2ns
@JogenRohidas-jr2ns Месяц назад
এই ভিডিঅ টো চাই বহু কিছু শিকিলো। কিন্তু আমি জনাত চাৰিওফালে দৰ্শক থকা ভাগক আৱদ্ধ মঞ্চ,বোলা হয়, আৰু এই কথা আমি Prodip হাজৰিকা ছাৰৰ পৰা শিক্ষা গ্ৰহণ কৰোঁতে জানিছিলো..................
@user-hi3zk1qz8p
@user-hi3zk1qz8p Месяц назад
Kisumane bya pale nohobo....
@pranjitsaikia8424
@pranjitsaikia8424 3 месяца назад
He had a Phd in that context 🤯.
@dilipborah7739
@dilipborah7739 2 месяца назад
বক্তব্য খিনি ভাল লাগিল শুনি কিন্তু বন্ধু তোমাৰো কথাবোৰ বেচি ৰাপ হৈছে কথাবোৰ কওঁতে সকলো মঞ্চতে তেনেকৈ ক’লে বেয়া দেখি ৷
@papusarmah6402
@papusarmah6402 2 месяца назад
আপুনিও ভাওনাত অতি ৰূপ দিয়ে, আৰু বহু আছে নকওঁ
@user-wg2ei5bt5g
@user-wg2ei5bt5g 3 месяца назад
দামভিক অহ্ংকাৰি বিচাৰকজন কথা।খিনিএকমত হব নোৱাৰি লো
@gautamdutta340
@gautamdutta340 3 месяца назад
Hat sapori khujiha loise 😂🤣
@Entertainment-fg4sj
@Entertainment-fg4sj Месяц назад
অগ্নিগৰৰ ভিতৰত চুৰিয়া চোলাৰ লগত কোট পিন্ধি ধুনীয়া সংস্কৃতি ৰক্ষা কৰিছে প্ৰভু😂
@pradipkalita4182
@pradipkalita4182 7 дней назад
মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ ভাওনা খনৰ লিংকটো দিব দাদা
@Rangpurmix
@Rangpurmix 6 дней назад
Live t check korok
@ranjanborah5983
@ranjanborah5983 Месяц назад
অতি দুখ লাগে ভাওনাক কিছুসংখ্যকে শেষ কৰি দিলে ৷ মদ খাই ভাও গায়৷ দোহাৰত দীঘলকৈ ৰখা চুলি মেলি FASHION কৰা দেখিলে খংত পগলা হৈ যাও৷ ভাওনাক ভাওনা হিচাপে জনমুখী কৰি ৰাখক৷ অতিৰন্জিত কৰি ভাওনাক শেষ নকৰিব৷ জয় আই অসম ৷
@hrishikeshneog
@hrishikeshneog Месяц назад
চুলি ৰখাটো বেয়া নহয়।
@pranjaldutta1529
@pranjaldutta1529 3 месяца назад
অলপ বেছি হৈছে নে কি?
@amiaxomiyanohowdukhiya9667
@amiaxomiyanohowdukhiya9667 14 дней назад
অনুগ্ৰহ কৰি প্ৰজ্ঞান দা number দিব পাৰিব নেকি please
@user-om9xh3sr1f
@user-om9xh3sr1f 3 месяца назад
Aku laav nai, aibilak
@anupsaikia8212
@anupsaikia8212 2 месяца назад
@BRIGHTASSAM989
@BRIGHTASSAM989 Месяц назад
শংকৰদেউ নে শংকৰদেৱ !!
@hrishikeshneog
@hrishikeshneog Месяц назад
ৱ উচ্চাৰণ কৰিবলৈ অলপ বেয়া কাৰণে দেউ বুলি কয় বা লিখে। ভুল নহয়।
@SumonSaikia-ys2vh
@SumonSaikia-ys2vh 2 месяца назад
Vaounak business kribole koicle janu..
@rupmahanta8652
@rupmahanta8652 Месяц назад
বাপৰে,,,,,, ইমান জানে ?
@user-zy9he8ol5o
@user-zy9he8ol5o 22 дня назад
😂😂😂😂😂😅😅 ভাওনা আৰু আজিকালি নিজে ভাবি লোৱা চিন্তা,এইবোৰ বিচাৰ গুৰু দুজনাই কৰি গৈছিল😭😆
@bikashkalita6485
@bikashkalita6485 Месяц назад
Aijon besaokokt bohele 12 bazibo naitodolor...
@trailukya888
@trailukya888 3 месяца назад
Tika khojuai oo poko nokhojuai punor akamila hobothun kije koi hei
@pranjalsharma7103
@pranjalsharma7103 6 дней назад
😂😂😂😂হাহিঁ উঠে তব বাণী শুনি 😅😅😅😅😅😅😂😂😂
@Entertainment-fg4sj
@Entertainment-fg4sj Месяц назад
শংকৰ মাধৱ দেৱৰ পাছতেই নেকি এইজনা দেৱ😂😂দেৱ শব্দৰ অৰ্থ আগত জানি লওক ডাঙৰীয়া
@outofdrange8775
@outofdrange8775 3 месяца назад
G jon bisaroke nijei genji pindhi bayon kore.. Aru competition bayonok dress Pusakor uporot question kore.?????
@junhazarikajunhazarika5936
@junhazarikajunhazarika5936 3 месяца назад
Baperro murtu cudurbhai kotha napali toi aru grm uthile toi ki koro demo aru compition blg blg bostu
@Joonjoonak123
@Joonjoonak123 3 месяца назад
Pragyan dai ki poristhiti t pori tenedore duhar koribo loga hol tar spostikoron dise.... competition buror pora kiba olop xikibo lage, bisarokok xomalusona Kora dekhi apunar nisina manuhe jen puroskaror luvot he jen competition kore tenekua lagil
@bedantachutia8891
@bedantachutia8891 2 месяца назад
Teu bhul hoise sagoi. Take toi axomor pora dubai puai disa
@malasaikia9996
@malasaikia9996 Месяц назад
Teu 38.52 minutest ebaru bayenor dressr ktha kwa nai mohakhoi🙏ru teu genji pindhi gela goromot ekhn demo vauna he korixile..competition vauna kribole jwa nai
@drunaofficial78
@drunaofficial78 Месяц назад
Tumi ki jana aijono kotha…..tau ki hor uport koi asa hunisa ne….taur bohumulia kotha gita hunaa…jodi vhauna kora ba koriba Aigita kotha kam dibo…..aku njna ke comment nkriba
Далее
ЮТУБ БЛОКИРУЮТ?
01:52
Просмотров 820 тыс.
ТЫ С ДРУГОМ В ДЕТСТВЕ😂#shorts
01:00
ПИРАТСКИЙ ЗАЖИМ ФРЕГАТАМИ
0:51
Это реально работает?!
0:33
Просмотров 3 млн