Тёмный

ভাগৱত কেনেকৈ পৃথিৱীলৈ আহিল||শ্ৰী শ্ৰী দেবানন্দ দেৱ গোস্বামী  

Sashi Borah আধ্যাত্মিক
Подписаться 113 тыс.
Просмотров 21 тыс.
50% 1

#ভাগৱতপাঠ #শ্ৰী_শ্ৰী_দেবানন্দ_দেৱ_গোস্বামী #pranjalprotimborah

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 56   
@Himangshudewri-ul9yl
@Himangshudewri-ul9yl 4 месяца назад
Jai shree Ram ♥️♥️♥️
@rajanikantasaikia6082
@rajanikantasaikia6082 3 месяца назад
কৃষ্ণ নামৰ 🙏🙏
@rupomamedhi3887
@rupomamedhi3887 5 месяцев назад
Krishna krishna
@ganeshborah4361
@ganeshborah4361 6 месяцев назад
Krishna
@user-to3rv9yi5t
@user-to3rv9yi5t 6 месяцев назад
Krishna Krishna namaste 🙏 ♥️
@kuluboruah8577
@kuluboruah8577 6 месяцев назад
🙏🙏🙏
@Pahikoch-gm7ij
@Pahikoch-gm7ij 3 месяца назад
Krishna probhu bapjona val lagil🙏🙏🙏🙏🙏🙏🙏🙏
@aparajitatamuli7273
@aparajitatamuli7273 6 месяцев назад
❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ নাৰায়ন বিষ্ণু গোবিন্দ ❤
@munmigogoi2377
@munmigogoi2377 6 месяцев назад
Krishna Krishna provu
@bipulkalita6608
@bipulkalita6608 6 месяцев назад
সত্য মতত চলাটো আছল ধম্
@prasantabhatta3428
@prasantabhatta3428 6 месяцев назад
Om nomu Bhagowate nomoh Krishna Krishna Krishna
@user-gn3pp7zh9c
@user-gn3pp7zh9c 6 месяцев назад
কৃষ্ণ,,, গুৰুজনাৰ মুখেৰে কোৱা প্ৰতিটো কথাই মোৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ বাণী স্বৰূপ,,❤❤
@DipaMoran-kk7gw
@DipaMoran-kk7gw 6 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
@parulborgohain8511
@parulborgohain8511 6 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@junumech7558
@junumech7558 6 месяцев назад
কৃষ্ণ কৃষ্ণ প্ৰভু জনা আপোনাৰ শ্ৰী চৰণ সতকোটি প্ৰণাম সেৱা নিবেদিলে প্ৰাভু জনা কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ
@AmusedElephant-oc7ne
@AmusedElephant-oc7ne 6 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা জ্নালো প্ৰভু
@binabora5025
@binabora5025 6 месяцев назад
Krishna Krishna xewa jonisu Krishna Krishna 🙏🙏🙏🙏🙏
@binasaikia9178
@binasaikia9178 5 месяцев назад
Krishna Krishna probhu 🙏🙏🙏
@The_Passionate_SSCian
@The_Passionate_SSCian 6 месяцев назад
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 6 месяцев назад
কৃষ্ণ কৃষ্ণ
@munindraborgohain6054
@munindraborgohain6054 6 месяцев назад
Krishna. Krishna. Parvu. Jona.bhut.val.lagil.Krishna🙏🏼🙏🏼🙏🏼🙏🏼
@tridipnath7618
@tridipnath7618 6 месяцев назад
Krishna 🙏🙏🙏
@pradipgogoi2191
@pradipgogoi2191 6 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা নিবেদন কৰিলো প্ৰভু।
@dulalchbora8601
@dulalchbora8601 6 месяцев назад
Aapunar lgta Katha patib bisao Prabhu
@modanborah2333
@modanborah2333 6 месяцев назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@taranidas6027
@taranidas6027 6 месяцев назад
কৃষ্ণ কৃষ্ণ প্ৰভু অমৃত বাণী শুনিলো।
@nilamborah1376
@nilamborah1376 6 месяцев назад
Krishna.pravu
@arunkonwar6132
@arunkonwar6132 6 месяцев назад
Bhagawatar hundar byakha deka Prabhujanar, krishna ..krishna...krishna.......
@dipshikhaborah3082
@dipshikhaborah3082 6 месяцев назад
জয় কৃষ্ণ❤❤❤❤
@golapsaikia9642
@golapsaikia9642 6 месяцев назад
কৃষ্ণ । সুন্দৰ ব্যাখ্যা।
@user-mf6tp4lv3i
@user-mf6tp4lv3i 6 месяцев назад
এক দেও একসেৱ একৰ বিনে নাই কেৱ প্ৰভু অন্তৰে হ্নদয়েৰে তোমাৰ চৰণত হস্তাঙৰে সেবিছো 17:31
@krishnakakaty2624
@krishnakakaty2624 6 месяцев назад
Krishna Krishna. Provu xoto. Kuti. Pronam jonaisu. Krishna
@bijubharali8484
@bijubharali8484 6 месяцев назад
কথাবোৰ ভাওনাৰ ভাৱৰীয়াৰদৰে হৈছে।
@user-tl7hl1mn2t
@user-tl7hl1mn2t 6 месяцев назад
প্ৰভু ঈশ্বৰৰে ঠিকেই কৈছে মানৱৰ হ্নদয় জগতত আদি কামনা বাসনাৰ জুই দপদপ কৈ জ্বলি থাকে তাত লোভ মোহ কাম ক্ৰোধ মদ মাচায্য আৰু ৰাজসিক তামসিক গুণ সম্পন্ন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ শোষণ নিস্পেষন অমানুষিক কাৰ্যকলাপ অহ্ঙকাৰ আদি অসৎ চিন্তা চৰ্চা স্বভাৱ চৰিত্ৰ ই হ্নদয় পূৰ্ণ কৰি ৰাখে শূন্য হ্নদয়ত ভাগৱত দৰ্শনৰ আধ্যাত্মিকতাবাদৰ স্থান ক'ত থাকিব? এখন কানে সোমাই আনখন কানেৰে উলাই যাব। সেই হে প্ৰভু ঈশ্বৰৰে ঠিকেই কৈছে সদাচাৰী জীৱনৰ পাতনি মেলিব লাগিব। সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস সকলো জীৱকেই আত্মা সম জ্ঞান কৰিব লাগিব।যত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি কায়া ঈশ্বৰ স্বৰূপ ব্ৰহ্ম স্বৰূপে মানিবলৈ অভ্যাস কৰিব লাগিব। সৎ সঙ্গত সৎ ৰীতি-নীতি আহাৰ বিহাৰ সৎ আলোচনা বিলোচনা নিৰন্তৰ ভাৱে ৰোগ সেয়ে ৰাখিব লাগিব। তেতিয়া ধীৰে ধীৰে অহম ভাৱত থকা অহ্ঙকাৰ শূন্য হৈ চেতনা consiousness মন বুদ্ধি চিত বিবেক লৈ ঘুৰি আহিব। শৰৎকালৰ নদীৰ দলৰ দৰে জীৱন নদীত বাৰিষা কালত উভতি অহা লেতেৰা জাবৰ জোঠৰ নাথাকে ৰয়। স্বভাৱে নিৰ্মল হ'ব হ্নদয় ধীৰে ধীৰে। সদাচাৰী জীৱনৰ হ্নদয়ত নাথাকে মল। শূন্য হ্নদয়ত ভৰি ৰব পাৰে ভাগৱত দৰ্শনৰ আধ্যাত্মিকতাবাদৰ আত্ম উপলব্ধিৰ আত্ম বোধ আৰু আধ্যাত্মিক জ্ঞান। তেতিয়া কুণ্ঠা বিহীন ভাৱে ভকত বৈষ্ণৱ সহ বৈকুণ্ঠ ত সচিদানন্দ হ'ব পাৰে। জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য ৰে ভৰপূৰ হৈ ৰত্নাকৰৰ পৰা বাল্মিকীৰ আৰু দৈত্যৰ সন্তান প্ৰহ্লাদ হ'ব পাৰে। মানুহৰ ওপৰত সকলো জীৱ উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ ই নিৰ্ভৰ কৰে। মানুহৰ বাদে বাকী জীৱ বিলাক মায়াময় প্ৰাকৃতিৰ অধীনত চলি থাকে। মানুহৰ উওম আৰু নৰম দুবিধ আছে। এবিধ জীৱ শ্ৰেষ্ঠ মানৱৰ পৰাই মহামানৱ অতি মানৱ দেৱী দেৱতা ঈশ্বৰ ঈশ্বৰী দৈত্য দানৱ সকলো মানুহৰ পৰাই ৰূপান্তৰিত হয়। নিজৰ গুন কৰ্ম অনুযায়ী । ভাগৱত হ্নদয়ঙ্গম হ'ব লাগিব। চিঞৰি বাখৰী পঢ়ি শব্দ প্ৰদূষণ কৰি লাভ নাই। যিহেতু ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। ধন্যবাদ। প্ৰদীপ গগৈ। গুৱাহাটী।
@mainabordoloi2479
@mainabordoloi2479 6 месяцев назад
কৃষ্ণ ,প্ৰভুজনাৰ শ্ৰী চৰণত এই অধমে কোটি কোটি সেৱা জনালো🙏🙏🙏
@asomiaasom6008
@asomiaasom6008 6 месяцев назад
ভাগৱতে স্ব-গুৰু ত্যাগ কৰি আন গুৰু ভজিবলৈ শিক্ষা দিছে সেয়ে আউনীআটী সত্ৰৰ পৰম আৰাধ গুৰু দেৱ দামোদৰদেৱক ত্যাগ কৰি গুৰু সলনি কৰি গুৰু শংকৰদেৱক মাধৱদেৱক গুৰু ভজিছে ।বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ দেৱ দামোদৰদেৱৰ শিষ্য প্ৰধান আচাৰ্য বংশীগোপালদেৱৰ শিষ্য ভাগৱতী নিৰঞ্জনদেৱত জয়ধ্বজ সিংহই শৰণ লৈ আউনীআটী সত্ৰ পাতিছিল ।আউনীআটী সতৰ পৰম আৰাধ্য গুৰু দেৱ দামোদৰদেৱ ।পিছে দুৰ্ভাগ্য যে আউনীআটী সত্ৰত আজি গুৰু দেৱ দামোদৰদেৱক গুৰু আতৰাই ত্যাগ কৰি গুৰু শংকৰ মাধৱক পৰম গুৰু কৰা হল ।স্ব গুৰু ত্যাগ কৰি গুৰু সলনি কৰি পৰ গুৰু ভজা ভাগৱতৰ আদৰ্শ নে কি ধৰ্ম আদৰ্শ ভাবি নাপাও ।আদৰ্শহীন পুৰুষে কি আদৰ্শ দিব ?
@nabajyotibora124
@nabajyotibora124 6 месяцев назад
আপুনি শুনিছে কিয় তেন্তে দামোদৰ দেৱ ৰ ধৰ্ম প্ৰচাৰ কৰি ফুৰক গৈ। তেওঁ নিচিনা হবলৈ আপোনাৰ 100 তা জন্ম লব লাগিব পাভত গজা ও।😂
@asomiaasom6008
@asomiaasom6008 6 месяцев назад
​@@nabajyotibora124তাৰ জ্ঞান শুনা নাই কমেন্তেৰে তাৰ আদৰ্শ দাঙি ধৰিছো ।তাৰ দৰে হবলৈ ১০০ বছৰ লাগিব সেয়া সঁচা কাৰণ আদৰ্শহীন ধৰ্ম কৰে কোনে ?যাৰ বিকৃত ধৰ্ম সিয়েহে আদৰ্শহীন ধৰ্ম কৰে গতিকে তাৰ দৰে লোকক দেখাই কৰা আদৰ্শহীন ধৰ্ম মই নকৰো সেইকাৰণে মই তাৰ দৰে সুবিধাবাদী আদৰ্শহীন ধৰ্ম কৰিবলৈ ১০০ বছৰ লাগিব ঠিকে কৈছা তুমি ।তুমি জানানে আউনীআটী সত্ৰৰ জন্মৰ ইতিহাস ?নাজানা যদি আউনীআটী সত্ৰৰ বুৰঞ্জী আৰু মহাপুৰুষ দেৱ দামোদৰদেৱৰ বিষয়ে পঢ়িবা ।সত্ৰৰ স্ৰষ্টা মহাপুৰষ দেৱ দামোদৰদেৱ ,মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ হৰিদেৱৰ অসমলৈ দি যোৱা অৱদান অৰিহনা কৃতিত্বৰ বিষয়ে পঢ়িবা তাত সুন্দৰকৈ আছে ।তুমি কৈছা গুৰু দেৱ দামোদৰদেৱক ভজি থাকা বুলি ,প্ৰতিজন অসমীয়াই ভজিব লাগে দেৱ দামোদৰদেৱক কিয় জানানে ?গুৰু দামোদৰদেৱেই অসমক সত্ৰ অনুস্থান দিছিল ।গুৰু দেৱ দামোদৰদেৱে অসমক সত্ৰানুস্থান পাতি দি যোৱাৰ বাবে অসমত আজি সৰু বৰ সত্ৰসমুহ স্থাইিত হৈছে ।গুৰু দামোদৰদেৱে দি যোৱা সত্ৰতে আজি পিতাম্বৰ গোস্বামী ,দেৱানন্দ গোস্বামীয়ে সত্ৰাধিকাৰ হৈ সন্মানজনক ভাবে থাকিব পাৰিছে ।গুৰু শংকৰদেৱে নামঘৰ থানহে পাতিছিল ,থান নামঘৰত সত্ৰাধিকাৰ নাথাকে ।পৰবৰ্তী সময়ত গুৰু দামোদৰদেৱৰ সত্ৰৰ আৰ্হিত গুৰু শংকৰদেৱৰ শিষ্য মাধৱদেৱে নাৰায়ণ দাসৰ উপদেশত বৰপেটা থান পাতিছিল তাৰ নাম আজি বৰপেটা সত্ৰ । গুৰু দেৱ দামোদৰদেৱৰ শিষ্যৰ দ্বাৰা স্থাপিত আউনীআটী সত্ৰত বৰ্তমান গুৰু দেৱ দামোদৰদেৱক গুৰু নামানে আনকি গুৰু দেৱ দামোদৰদেৱক অসমত নামগন্ধ অস্তিত্বহীন কৰিবলৈ বৰ্তমান আউনীআটী সত্ৰই সত্ৰাধিকাৰে প্ৰধান সেনাপতিৰ ভুকিকা লৈ আছে ।সেই কাৰণে এই কমেণ্ট মই জনাবলৈ লিখিছো আলোচনা হওক প্ৰকৃত সত্য ।
@asomiaasom6008
@asomiaasom6008 6 месяцев назад
​​@@nabajyotibora124তুমি ধৰ্ম কি জানানে ?তুমি কিহৰ বাবে সত্ৰাধিকাৰৰ ভিডিও সম্প্ৰচাৰ কৰিছা ধৰ্মৰ বাবে নে TRP ৰ কাৰণে ? নিশ্চয় ধৰ্মৰ বাবেই সম্প্ৰচাৰ কৰিছা ।সঁচা ধৰ্ম কোন বিলাক সেই বিষয়ে দেৱানন্দ গোস্বামীয়ে আলোচনা কৰিছে নিজেই সঁচা ধৰ্মত নাই সি আন লোকক কি সঁচা ধৰ্মৰ জ্ঞান দিব ?যি জন গুৰু দেৱ দামোদৰদেৱৰ অৱদান সত্ৰত সত্ৰাধিকাৰ হৈ সেৱাৰ পাত্ৰ হৈ আছে তেনে সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী পিতাম্বৰ গোস্বামী হতে গুৰু দেৱ দামোদৰদেৱক মানুহ বুলিয়ে নাভাবে গুৰু দেৱ দামোদৰদেৱৰ নাম লবলৈ ঘিণ কৰে পাপ লাগিব বুলি ।পিছে সিঁহতে গুৰু দামোদৰদেৱক অবজ্ঞা কৰি গুৰু শংকৰ মাধৱক গুৰু ভজি গৌৰম্বাবিত হৈ ধন্য হলেও গুৰু দেৱ দামোদৰদেৱৰ বৈদিক সনাতন বৈষ্ণৱ ধৰ্মৰ আদৰ্শ মাগ দৰ্শনতে ঈশ্বৰ উপাসনা আৰাধনা কৰি আছে এতিয়াও সম্পুৰ্ণকৈ সত্ৰৰ পৰা বেদৰ বিহিত উপাসনা আতৰাব পৰা নাই কিন্তু গুৰু স্তুতি শংকৰ মাধৱকে ভক্তি কৰে পৰম গুৰু বুলি ।গুৰু শংকৰদেৱ মাধৱৰ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ আদৰ্শ মাৰ্গ দৰ্শনত বেদৰ বিহিত উপাসনা ভক্তি কৰ্মৰ স্থান নাই কেৱল গুৰু শংকৰ মাধৱ ৰচিত পুথি গীত পদ ঘোষা শ্ৰৱণ কীৰ্তনহে কৰা হয় । গুৰু দেৱ দামোদৰদেৱৰ আদৰ্শ মাগ দৰ্শনৰ সত্ৰত বেদৰ বিহিত নিত্য নৈমিত্তিক বেদমন্ত্ৰৰে পৰমেশ্বৰৰ পঞ্চদেৱৰ পূজা যাগ যজ্ঞ ব্ৰাহ্মণ্য ব্যৱস্থাৰে কৰা হয় ।মই উল্লেখ কৰা মত শুদ্ধনে অশুদ্ধ যুক্তিৰে তথ্য সহ মন্তব্য কৰিবা ।মই এনে মন্তব্য নকৰিলো হেতেন যদি গুৰু দেৱদামোদৰদেৱৰ শিষ্যৰ দ্বাৰা থাপিত গুৰু দামোদৰদেৱৰ আদৰ্শৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নহলহেতেন ।দামোদৰীয় সত্ৰৰ সত্ৰাধিকাৰ হোৱা হেতুকে মই উক্ত মন্তব্য কৰিছো প্ৰশ্ন উল্থাপন কৰিছো ।দেৱানন্দ গোস্বামী হতৰ ধৰ্ম সঁচানে সুবিধাবাদী জনপ্ৰিয়তাৰ ভ্ৰষ্ট ধৰ্ম মতামত জনাওক ।ঔঁ🙏
@nabajyotibora124
@nabajyotibora124 6 месяцев назад
সেইটো হয় বাৰু, শঙ্কৰদেৱ ,মাধৱদেৱ, দামোদৰদেৱ, অনুৰুদ্ধ দেৱ তেওঁলোকৰ কিছুমান নিয়ম নীতি পৃথক হয় কিন্তু সকলো জানো একেটা পথৰে যাত্ৰী নহয় জানো। সেয়েহে দেবানন্দ দেৱ নাইবা পীতাম্বৰ দেৱ গোস্বামী চাগে শঙ্কৰ দেৱ ৰ আদৰ্শ মতে চলিব বিচাৰিছে সেইটো তেওঁ লোকৰ কথা নহয় জানো?
@asomiaasom6008
@asomiaasom6008 6 месяцев назад
​​@@nabajyotibora124গুৰু দেৱ দামোদৰদেৱৰ শিষ্যৰ দ্বাৰা স্থাপিত সত্ৰত সত্ৰাধিকাৰ হৈ গুৰু দেৱ দামোদৰদেৱক গুৰু নভজি দামোদৰদেৱৰ আদৰ্শ এৰি গুৰু শংকৰদেৱ মাধৱদেৱৰ আদৰ্শত চলিব গলে কংগ্ৰেছ দলত থাকি বিজেপিক সমৰ্থন গুণানুকীৰ্তন কৰা বা নিজ স্বামীক এৰি পৰপুৰুষক স্বামী পতি ভজা দুচৰিত্ৰা নাৰীৰ চৰিত্ৰৰ দৰে নহয়নে বাৰু ?যদি দেৱানন্দ গোস্বামী পিতাম্বৰ গোস্বামীয়ে দামোদৰী সত্ৰৰ সত্ৰাধিকাৰ নহৈ শংকৰদেৱৰ থান সত্ৰৰ অধিকাৰ হলহেতেন তেতিয়া গোস্বামী দুজনাৰ শুদ্ধ ভক্তি ধৰ্ম আদৰ্শৱান হলহেতেন ।পিছে নিজ স্বামীক এৰি পৰপুৰুষক স্বামী ভজাৰ দৰে দষ্টচৰিত্ৰা কলংকিতাৰ দৰে নহলনে ?কৃষ্ণ ।
@user-mf6tp4lv3i
@user-mf6tp4lv3i 6 месяцев назад
এক দেও একসেৱ একৰ বিনে নাই কেৱ প্ৰভু অন্তৰে হ্নদয়েৰে তোমাৰ চৰণত হস্তাঙৰে সেবিছো
@probinbora8871
@probinbora8871 6 месяцев назад
🙏🙏🙏
@madhurjyagogoi6085
@madhurjyagogoi6085 6 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@ChitranjanBourah
@ChitranjanBourah 6 месяцев назад
Krishna Krishna provu
@pariboruah6694
@pariboruah6694 6 месяцев назад
Pranampranampravu
@user-mf6tp4lv3i
@user-mf6tp4lv3i 6 месяцев назад
এক দেও একসেৱ একৰ বিনে নাই কেৱ প্ৰভু অন্তৰে হ্নদয়েৰে তোমাৰ চৰণত হস্তাঙৰে সেবিছো 17:31
@lonimadhandia5679
@lonimadhandia5679 6 месяцев назад
Ì
@ramcharandeka9143
@ramcharandeka9143 6 месяцев назад
Krishna
@purabidihingia8784
@purabidihingia8784 6 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Далее