Тёмный

ভাগৱত গীতাৰ ১১১টা অমৃত কথা | ৰাতিপুৱা শুনিলে জীৱনত চমৎকাৰ হ'ব | Bhagawat geeta | Motivational Video 

Chitra Ranjan Nath
Подписаться 513 тыс.
Просмотров 228 тыс.
50% 1

ভাগৱত গীতাৰ ১১১টা অমৃত কথা | ৰাতিপুৱা শুনিলে জীৱনত চমৎকাৰ হ'ব | Bhagawat geeta | Motivational Video
Other Important Videos-
আমাৰ চেনেলৰ এই গুৰুত্বপূৰ্ণ Video কেইটা বাৰু চালেনে? নাই চোৱা যদি এবাৰ চাই লওক...
👇👇👇
ধনী হ’ব বিচাৰে যদি এই ভিডিঅ’টো এবাৰ চাওক- • অযথা ভিডিঅ’ চাই বহুত ট...
ব্যৱসায়ত সফল হ’ব বিচাৰে যদি এই ভিডিঅ’টো চাওক- • Video
ঘৰত টকাৰ অভাৱ হ’লে তলৰ ভিডিঅ’টো চাওক। টকাৰ সংকট দূৰ হ’ব- • যেতিয়া ঘৰত টকাৰ বহুত ...
চাণক্যৰ মতে ১০জন মানুহৰ ঘৰত একো খাব নালাগে, নহ’লে দৰিদ্ৰ হৈ যাব- • ১০জন মানুহৰ ঘৰত কেতিয়া...
আপোনাক ভৰিত ধৰিলেও এজন মানুহক কেতিয়াও ক্ষমা নকৰিব- • ভৰিত ধৰিলেও জীৱনত ১ জন...
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#motivationalvideo
#geetamotivation
#gita
#assamesemotivation

Развлечения

Опубликовано:

 

20 авг 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,5 тыс.   
@chitraranjannath
@chitraranjannath 10 месяцев назад
আপোনালোকৰ প্ৰতিটো Comment মোৰ বাবে আশীৰ্বাদ স্বৰূপ। যিদৰে আপোনালোকক মই অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰি আহিছোঁ, মোৰ অনুপ্ৰেৰণাৰ উৎসও আপোনালোকেই। আশাকৰোঁ এইদৰেই সদায় আপোনালোকৰ উপকাৰ হোৱা কথাবোৰ যাতে আগবঢ়াবলৈ মোক শক্তি দিয়ে, উৎসাহিত কৰে ।♥️🙏 এজন এজনকৈ সকলোৰে Comment বোৰ Reply দিব নোৱাৰাৰ বাবে দুঃখিত।
@gitanjalidevi3939
@gitanjalidevi3939 10 месяцев назад
Mor. Gitar. Bani. Bahut. Val. Pao Moi. Agorakinari. Moi. Gita. Pathkariba. Parimne.
@DigantaHazarika-ud8dd
@DigantaHazarika-ud8dd 8 месяцев назад
Bohut bohut val lagil, kun khini Kom hoklu khini eai val lagil, dhonoybad
@JayshreeKalita-cl3je
@JayshreeKalita-cl3je 7 месяцев назад
জয় শ্ৰীকৃষ্ণ 🌹🌹🙏🙏🙏
@jyotisonowal6255
@jyotisonowal6255 7 месяцев назад
কৃষ্ণ কৃষ্ণ
@gaurangtaript01chaparralsa66
@gaurangtaript01chaparralsa66 6 месяцев назад
Joy srikrishna moi gitar banito bohot val lagil aru moi soday suneboly sasta korim joy srikrishna
@tiluttamatilu8109
@tiluttamatilu8109 10 месяцев назад
আটাইকেইটাৰে মন চুই গৈছে সকলো কেইটা মন ৰাখিবলৈ চেষ্টা কৰিছো কৃষ্ণ 🙏
@BishnuChetri-nx2xb
@BishnuChetri-nx2xb 6 месяцев назад
আমাৰ দৰে অল্পমতিৰ বাবে ভাগৱত গীতাৰ প্ৰতিটো শব্দই মনক চুই যায়।গোটেই বিশ্বপ্ৰকৃতি আপোন আপোন লাগে,কাৰণ এই সৃষ্টি স্বয়ং শ্ৰীকৃষ্ণৰ দ্বাৰা হৈছে ,যি কৃষ্ণক আমি প্ৰাণভৰি ভাল পাওঁ,হিয়াখনত যাৰ স্বৰূপ উমাল কৰি ৰাখিছো সযতনে সেই কৃষ্ণৰ প্ৰতিটো বাণীয়েই মোৰ জীৱনৰ অমৃত পাথেয়।ৰাধা ৰাধা ৰাধা.........
@bijubharali8484
@bijubharali8484 5 месяцев назад
তোমাৰ বাবে যি হৈছে ভালেই হৈছে যি হৈ আছে ভালেই হৈছে আৰু যি হব ভালেই হব। ভগৱানৰ দান ভাল বুলিয়েই গ্ৰহণ কৰিব লাগে। তেতিয়া মনত শান্তুি পোৱা যায়। তথাপি আটাইকেইটা বাণীয়েই মন চুই গৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@user-tl7hl1mn2t
@user-tl7hl1mn2t 7 дней назад
য়দা য়দাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত । অভ্যুত্থানম ধৰ্মস্য তদাত্মানঙ সূজাম্য হম। পৰিতানায় সাধু নাঙ বিনাশয় চ দুস্কূতাম। ধৰ্ম সঙস্থাপনাথায় সম্ভৱামি য়ুগে য়ুগে। যেতিয়া ধৰ্মৰ গ্লানি হয় আৰু অধমৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় তেতিয়া মই অৱতাৰ হৈ নিজকে প্ৰকাশ কৰোঁ। সাধু সকলক পৰিতানৰ বাবে দুস্কূতিপৰায়ন সকলক বিনাশৰ হকে আৰু ধৰ্মৰ পূৰ্ণ সঙস্থাপনৰ বাবে ম ই যুগে যুগে দেখা দিও। এতিয়া গীতাৰ শ্লোক দুটাৰ প্ৰথম টোত কৈছে যে যেতিয়া ধৰ্মৰ গ্লানি হয় অধমৰ পৰা প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় তেতিয়া মই অৱতাৰ লৈ দুষ্টক দমন শান্তক পালন কৰোঁ। দ্বিতীয় টো শ্লোকত কৈছে যে সাধু সকলক পৰিতানৰ বাবে দুস্কূতিপৰায়ন সকলক বিনাশৰ হকে আৰু ধৰ্মৰ পূৰ্ণৰ সঙস্থাপনৰ বাবে ম ই য়োগে য়োগে দেখা দিও। ইয়াত বিশেষকৈ কূষ্ণ বা আত্মা বা ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্মৰেই প্ৰতিবিম্ব প্ৰক্ষেপিত সমষ্ট চেতনা বা আত্মা। আত্মা বা ব্ৰহ্মৰ স্বৰূপ হ'ল সত্য কিন্তু অদূশ্য অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় অচল অজনমা অমৰন অভগন অসীম সবব্যাপী নিগূন চৈতন্য সনাতন কল্পনাতীত কালৰ অতীত নিৰাকাৰ নিবিকাৰ অদাহ্য অদ্ৰৱনীয় অসীম অভেদ্য ইত্যাদি। গতিকে মহা ভাৰতমহাকাব্য খনৰ ৰচক আছিল মহিষী পৰাশৰ নন্দন বেদব্যাস ৰচক সত্য কিন্তু কাহিনী ৰূপক দি জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে সবজনিন ভাৱে চাৰি ও যুগৰ সকলো বয়সৰ সকলো শ্ৰেণীৰ ব্যক্তি বিশেষৰ জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আত্মাবোধ আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা আৰু ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ ৰাখিব সেই সময়ত সমাজ সংস্কাৰ সংস্কৃতি সেই সময়ৰ দেশ স্থান কাল পাএ ৰজা মহাৰজা পৰিবেশ পৰিস্থিতি ৰীতি নীতি খাদ্য প্ৰণালী ইত্যাদি চাইচিতি বাজ্যিক আধ্যাত্মিক দুইটা দিশতে তত্ব ৰহস্য থকা কালজয়ী সাৰ মম্ম থকা কবিতা ৰে লিখা হয় মহাকাব্য। গতিকে মানুহৰ কম্মৰ ফলেই হ'ল অৱতাৰ। ব্ৰহ্মৰ স্বৰূপ ইতিমধ্যে কোৱা হৈছে। ব্ৰহ্মৰ ওপৰত কোনো নাই ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয। ব্ৰহ্মাণ্ড সকলো ঠিক আছে। জীৱ বা চেতনা বা আত্মা ই নিজৰ গুন কৰ্ম ফলত আত্মাৰ বন্ধন হৈ থাকে। পৱিত্ৰ অহ্ঙকাৰ শূন্য চেতনাক আত্মা বোলে। গতিকে মহা ভাৰত মহাকাব্য ইতিহাস নহয় ই এখন কাল্পনিক কাহিনী যত মানৱ জীৱনৰ সাৰ্থকতা লাভ কৰিব পাৰি। জগতৰ জীৱ শ্ৰেষ্ঠ মানৱৰ ভাল বেয়া দুখ সুখ শান্তি অশান্তী নিজৰ গুন কৰ্ম অনুযায়ী পায়। সেই হে সৎ আৰু সদাচাৰী জীৱনৰ পাতনি মেলিব লৈ এই গীতাৰ জ্ঞান অতি প্ৰয়োজনীয়। অৱতাৰ মানেৰি কম্মৰ ফল। ইও বিধিৰ বিধান। হিৰণ্যকশিপু বধৰ বাবে কোনো অৱতাৰী পুৰুষ নাই। তাৰ জঘণ্য চৰিত্ৰৰ বাবে ই অদ্ভূত ধৰণৰ যান্তনা খাই মৰিব লগা হৈছিল। বাস্তৱিক জীৱনৰ বাস্তৱ সত্য ঘটনাৰ নিজৰ ভাগে ভাগে 😮 কম্ম ফল ইঅৱতাৰ। ইয়েই মহা সত্য আৰু বাস্তৱিক জীৱন। ধন্যবাদ প্ৰদীপ গগৈ গুৱাহাটী।
@aparajitabegum7760
@aparajitabegum7760 7 месяцев назад
সময় আৰু জীৱন কাৰোবাবে ৰৈ নাথাকে, একেবাৰে সঁচা কথা জয় শ্ৰী কৃষ্ণ
@jollydutta1250
@jollydutta1250 7 месяцев назад
জয় শ্ৰী কৃষ্ণায় নমহঃ 🪔🙏। অমৃতভূষণ যি হৈ আছে ভালেই হৈছে ,যি হব ভালেই হ'ব, আগলৈ যি হ'ব ভালেই হ'ব। ❤❤❤❤🎉🎉🎉
@kunjachoudhury3155
@kunjachoudhury3155 10 месяцев назад
Joi sries krishna val lagile 🙏🙏🙏
@Bishal73358
@Bishal73358 10 месяцев назад
,,Joi,, series,, Krishna🙏🙏🙏🌺☀🌹
@basantakumardas1866
@basantakumardas1866 10 месяцев назад
JAI SRI KRISHNA.. 🙏🙏🙏
@user-qt4oi4dj4h
@user-qt4oi4dj4h 2 месяца назад
Aay
@anusmitaborah8019
@anusmitaborah8019 26 дней назад
ভিডিঅ'টো শুনি বহুত শান্তি অনুভব কৰিছো, আপোনাক বহুত বহুত ধন্যবাদ জনাইছো।
@TileswarKolita
@TileswarKolita Месяц назад
ভাগৰুৱা জীৱনৰ কঠিন সময়খিনিত পুনৰ এক নতুন সাহসেৰে, নতুন আশাৰে আগবাঢ়ি যোৱাত বহুত বেছি সহায় কৰে আপোনাৰ এনে video বোৰে। আপোনাৰ এনেকুৱা video বোৰ আগলৈও এনেকৈয়ে পায় যাম বুলি আশা ৰাখিলোঁ 🙏।
@debapriyomusical.7417
@debapriyomusical.7417 10 месяцев назад
জয় শ্ৰী কৃষ্ণ❤😊
@pallabbora4422
@pallabbora4422 19 дней назад
জয় শ্ৰী কৃষ্ণ 💕💕💕
@AbhijitRider56
@AbhijitRider56 5 месяцев назад
Jai shri Krishna Radha radha Har Har Mahadev ♥️ 💙 ✨️ 💖 💖♥️💖♥️🍏🥀💕🌸💕🕉💕🍇💕💐🙏🙏🙏🍒❤️🍎💝🌼💘💘🌻🌻🌷🌷🌷🥥🍒❤️💕🥀💕🕉💖🍇💖♥️🏵🌾🪷🙏🙏🙏🙏🙏🙏🙏🙏
@popigogoi2137
@popigogoi2137 7 дней назад
কৃষ্ণ 🙏 যি জনে শুদ্ধ স্পষ্ট আৰু চিধা কথা কৈ তেওঁৰ কথা কঠোৰ নিশ্চয় হব পাৰে ।কিন্তু তেওঁ কেতিয়া ও কাকো নথগে। সত্য কথা। 🙏 জয় শ্ৰী কৃষ্ণ 🙏
@pankajabaruah9932
@pankajabaruah9932 8 месяцев назад
,"কাম কৰি যোৱা,ফলা ফলৰ বাবে আশা নকৰিবা" কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@TanmoyKonwar-cm5or
@TanmoyKonwar-cm5or 8 месяцев назад
Jai shri krishna ❤️❤️❤️❤️🙏
@user-mb3nj2fs7o
@user-mb3nj2fs7o 2 месяца назад
জয় শ্ৰী কৃষ্ণ জয় মোৰ দুখ বোৰ আতৰাই সুখৰ দিন দেখোৱাউক কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু তোমাৰ শ্ৰী চৰনত থাই দিয়া কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সুখ সানতী দীয়া ❤❤❤❤❤❤❤ আমাক কৃপা কৰা প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
@promadbasumatary5819
@promadbasumatary5819 6 месяцев назад
Bhal gyane manuhok jiyay thokat prerona jogay. Very very thank u
@sebikahazarika7239
@sebikahazarika7239 10 месяцев назад
গোটেই বোৰেই মন চুই গল ❤❤
@sadhanidas4195
@sadhanidas4195 10 месяцев назад
ভিদিঅ টোৰ প্ৰতিটো উপদেশেই কম বেছি পৰিমাণে অলপ হলেও অন্তৰ চুই গৈছে, কিন্তু তাৰ ভিতৰতো দুটামান উপদেশ বেছি ভাল লাগিল শুনি যি কেইটাই অলপ বেছি হৃদইত লাগি গৈছে,, ১মৌনতাতকৈ ডাঙৰ কোনো উত্তৰ নাই আৰু ক্ষমা কৰি দিয়াত কৈ ডাঙৰ কোনো শাস্তি নাই, ২বহুত বেছি সুখত আৰু বহুত বেছি দুখত কেতিয়াও কোনো সিদ্ধান্ত লব নালাগে কিয়নো এই দুয়োটা পৰিস্থিতিয়ে মানুহক কেতিয়াও সঠিক সিদ্ধান্ত লবলৈ নিদিয়ে,৩. আমাৰ আশে পাশে কিমান বেয়া মানুহ আছে সেইটো ডাঙৰ কথা নহয় সেই বেয়া খিনি আমাৰ ভিতৰত প্ৰবেশ কৰিবলৈ দিয়া টো হে ডাঙৰ কথা,৪. কোনে কি কৰি আছে কেনেকৈ কৰি আছে আৰু কিয় কৰি আছে? এই কথাবোৰৰ পৰা আমি যিমানে দূৰ হব পাৰিম সিমানে আমি সুখী হব পাৰিম,৫. সমালোচনা লৈ ভয় কৰি নিজৰ লক্ষ ত্যাগ কৰিব নালাগে,৬. যিমান পাৰোঁ সিমানে মনে মনে থকাই ভাল। কাৰণ জিভা খনৰ কাৰণেই আমাৰ মানুহে সকলোতকৈ বেছি অপৰাধ কৰি পাওঁ, সঁচাকৈ video টোৰ পৰা বহুত উপকৃত হোৱা যেন অনুভৱ কৰিছো, গোটেই video টোৱে শুনি মনটো ভাল লাগিল , শেষত আপোনালৈ অশেষ ধৈন্য বাদ থাকিল, সদায় ভগৱানে ভালে ৰাখক কুশলে ৰাখক ল
@mtf5games658
@mtf5games658 10 месяцев назад
অতি সুন্দৰ
@user-jh3zs3ig7j
@user-jh3zs3ig7j 10 месяцев назад
গোটেই কথা গিটা মন ৰাখিব লগিযা কথা সচা V চাই ভাল লাগিল !
@rekhaborah6416
@rekhaborah6416 10 месяцев назад
জয় শ্ৰী কৃষ্ণ ❤
@user-xh5wm9qx5w
@user-xh5wm9qx5w Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম 🚩🙏🌾🌻
@user-cm7nv3ul6g
@user-cm7nv3ul6g 2 месяца назад
Jai shree krishna,,.... radhe radhe krishna krishna ❤❤❤
@b.b2543
@b.b2543 5 месяцев назад
জয় শ্ৰীকৃষ্ণ ❤🙏
@hemangasaharia7221
@hemangasaharia7221 9 дней назад
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏
@ajantaphukan3964
@ajantaphukan3964 29 дней назад
জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম
@BhanitaKalita-us8kh
@BhanitaKalita-us8kh Месяц назад
বৰ সুন্দৰ কথা ,সকলো সময়তে এনেধৰণৰ প্ৰয়োজনীয় কথা শুনি থাকিব পাৰি , কৃষ্ণ কৃষ্ণ
@Shua_098
@Shua_098 5 месяцев назад
Bani bilak khubai bhal, eyak mani chalatuai akmatra upai, Jay shri Sri krishna.jay shri ram
@daniyalhazarika4510
@daniyalhazarika4510 2 месяца назад
Joi shree krishna nomoh 🚩💐🙏❤️
@manjutalukdar5999
@manjutalukdar5999 6 месяцев назад
Heart warmig ,very practical and ever impotant teaching of Gita.
@user-mb3nj2fs7o
@user-mb3nj2fs7o 5 дней назад
জয় শ্ৰী কৃষ্ণ জয় ❤❤❤❤❤🙏🙏🙏🙏🙏
@dipshikhaduwarah9865
@dipshikhaduwarah9865 14 дней назад
❤❤Jai shri Krishna❤❤
@user-wk4ww8bb2j
@user-wk4ww8bb2j 8 дней назад
Jai shree krishna 🌹🌷🌻
@kabitakk5245
@kabitakk5245 3 месяца назад
বহুত ভাল লাগিল কথা কেইটা শুনি। আপোনাক বহুত বহুত ধন্যবাদ🙏🙏
@user-gw2to9zv7n
@user-gw2to9zv7n 17 дней назад
জয় শ্ৰী কৃষ্ণ ৰাম কৃষ্ণ হৰি
@Kiranmonibakatial1669
@Kiranmonibakatial1669 5 дней назад
জয় শ্ৰীকৃষ্ণৰ নমঃ🙏🙏🙏
@bashantadas1542
@bashantadas1542 2 месяца назад
Krishna krishna jai jai shree krishna bhagaban tomar saranat coti coti pranam
@kukilgogoi7155
@kukilgogoi7155 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম
@Manishasarmah221
@Manishasarmah221 6 месяцев назад
Tq.sir..bout nojana kotha khikisu apuner pora god bless you 🙏
@user-zq7gt3ki1m
@user-zq7gt3ki1m 5 месяцев назад
কৃষ্ণ প্ৰভু সেৱা জনাইছো
@lakhisaikia8525
@lakhisaikia8525 Месяц назад
ভগৱান কৃষ্ণৰ 🙏🙏 ধ্যান কৰিছো
@ShShshdd-oe5pu
@ShShshdd-oe5pu 4 дня назад
জয় শ্ৰী কৃষ্ণ
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 6 месяцев назад
জয় শ্ৰী কৃষ্ণ🙏🙏🙏🙏🙏🙏
@pakghorthefoodhub7059
@pakghorthefoodhub7059 5 месяцев назад
Bhout bohut dhanyabad jonalu 🙏🙏👍
@dhansingdeka4606
@dhansingdeka4606 6 месяцев назад
আপোনাৰ কথাবোৰ বহুত সাহস আৰু পেৰনা দিয়ে।🙏🙏
@usharajbongshi8414
@usharajbongshi8414 3 дня назад
জয় শ্ৰী কৃষ্ণ🙏🙏
@KonthaigiriNarzary-qi4ek
@KonthaigiriNarzary-qi4ek 6 месяцев назад
Jai sri krisno jai raadhe 3:28
@pinkyguwala3121
@pinkyguwala3121 2 месяца назад
Radhe radhe joy sri krishna
@simangboro7098
@simangboro7098 13 часов назад
Radhe radhe
@rimpibordoloi3888
@rimpibordoloi3888 5 месяцев назад
Joy shree krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna krishna
@DimpiDevi-gu9ol
@DimpiDevi-gu9ol 2 дня назад
Jai Sri krishn
@user-ul6zb2hn2n
@user-ul6zb2hn2n 2 месяца назад
, জয় শ্ৰী কৃষ্ণ আমাৰ সকলো দোষ মাজ্না কৰক 🙏🙏
@dipshikhaduwarah9865
@dipshikhaduwarah9865 14 дней назад
❤❤❤❤
@sonpahigogoi607
@sonpahigogoi607 4 дня назад
জয় শ্ৰীকৃষ্ণ।
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 6 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃপাৰ কৰিবা 🙏🙏❤️❤️🙏🙏
@rupamonidas9266
@rupamonidas9266 6 месяцев назад
Hokolu upodekh val lagile. Enedore gitar upodekh d thakib sun. Vogobank usrte pua jen lagise. Apunak dhynabad jonalu.
@AnjanaDeka-hi1yv
@AnjanaDeka-hi1yv 16 часов назад
Joi Srikrishna
@PratulSarma-vg1sh
@PratulSarma-vg1sh 17 дней назад
Jai shree Krishna
@jinabora7860
@jinabora7860 2 месяца назад
জয় কৃষ্ণই কৃপা কৰে যেন
@user-iv3qy2lp9c
@user-iv3qy2lp9c 10 дней назад
জয় শ্ৰী কৃষ্ণ
@user-xb5im1qs9k
@user-xb5im1qs9k 6 месяцев назад
Jai sree krishna ahankar nokoriba, kreesnar uparat bishash rakhi nij kormot mon Diya.
@BrittimaChetia
@BrittimaChetia 6 месяцев назад
❤ Good morning.val lagil.❤Jai Shri Krishna...❤
@ManalishaManalisha-qs2jz
@ManalishaManalisha-qs2jz 2 месяца назад
ভগৱান শ্ৰী কৃষ্ণ
@user-mb8kt5nu8w
@user-mb8kt5nu8w 5 дней назад
Joi shri krishna🙏🙏🙏
@rajeshdoley5162
@rajeshdoley5162 Месяц назад
কবিৰ পৰমেশ্বৰ সকলো সৃষ্টিৰ মালিক হয়
@puspalatabora4392
@puspalatabora4392 5 месяцев назад
জয় শ্ৰী কৃষ্ণ 3:43
@MousumiozahSaikia
@MousumiozahSaikia 2 месяца назад
জয় শ্ৰী কৃষ্ণ প্ৰভু 🙏🙏🙏
@dipankanath5943
@dipankanath5943 14 дней назад
জয় শ্ৰীকৃষ্ণ
@GitanjaliDevi-jc6is
@GitanjaliDevi-jc6is Месяц назад
জয় শ্ৰী কৃষ্ণ❤🎉❤❤
@simpideori8554
@simpideori8554 6 месяцев назад
জয় শ্ৰী কৃষ্ণ । জগত গুৰু শ্ৰী কৃষ্ণাই নমো নমঃ
@runudeka9570
@runudeka9570 3 месяца назад
Krishna Krishna mor ataikeita Amrit bani khuni bohut Val lagil
@chittadas9549
@chittadas9549 2 месяца назад
Hare Krishna hare Krishna hare Krishna hare Krishna hare Krishna hare Krishna Krishna Krishna hare hare hare Rama hare Rama Rama Rama hare hare
@MonjulaTerangpi
@MonjulaTerangpi Месяц назад
Shrikhrisna probhu🙏🙏🙏🙏🙏🙏joy shrikhish🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rakhibordoloi
@rakhibordoloi 6 месяцев назад
Jai shree krishna 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@user-kw2fg7yr1g
@user-kw2fg7yr1g 6 дней назад
Jay shri krisna
@PrbinChutia
@PrbinChutia 5 месяцев назад
জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ।
@NisshuuMaina
@NisshuuMaina 3 дня назад
কৃষ্ণ ৰাম নাৰায়ণ
@BimanUrang-pq6hj
@BimanUrang-pq6hj 7 дней назад
জয় শ্ৰী কৃষ্ণ।
@BobitaKalita-de4yl
@BobitaKalita-de4yl 13 дней назад
জয় শ্ৰী কৃষ্ণ 🙏🏻❤️
@satyajitmajulimusical133
@satyajitmajulimusical133 4 месяца назад
Radhe krishna radhe syam ❤❤❤
@anamiborah606
@anamiborah606 10 дней назад
জয় শ্ৰীকৃষ্ণ 🙏
@Assamese-Zg
@Assamese-Zg 7 дней назад
Hare Krishna hare Krishna ❤
@priyadarshinigogoi7036
@priyadarshinigogoi7036 Месяц назад
Hare Krishna hare Krishna Krishna Krishna hare hare, hare raam hare Ram Ram Ram hare hare
@dhirudeka5668
@dhirudeka5668 25 дней назад
Hare Krishna hare Krishna Krishna Krishna hare hare
@user-zl1sl2mz5m
@user-zl1sl2mz5m 3 месяца назад
অতি সুন্দৰ। 😂কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏।
@user-ul2lj9gh1b
@user-ul2lj9gh1b 9 дней назад
Jay shri krishna❤🙏🙏🙏
@amiborsaikia5074
@amiborsaikia5074 3 месяца назад
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@swapnaborah5005
@swapnaborah5005 6 дней назад
Jai shiri krishna 🙏
@HemalataPatir-pj2bn
@HemalataPatir-pj2bn Месяц назад
জয় শ্ৰী কৃষ্ণা
@user-on7oy5jy2i
@user-on7oy5jy2i 2 месяца назад
Radhe radhe radhe radhe radhe radhe radhe ❤❤❤
@limagogoi7802
@limagogoi7802 22 часа назад
Jai sree krishna
@MitaliKalita-bi2vn
@MitaliKalita-bi2vn 19 часов назад
Jay Sri krisna
@user-mj6fv3wo8g
@user-mj6fv3wo8g 9 дней назад
Jai Shri Krishna ❤️
@rimaswargiary4159
@rimaswargiary4159 Месяц назад
Krishno krishno krishno
@bhabenvlogs
@bhabenvlogs 15 дней назад
জয় শ্ৰী কৃষ্ণ 🙏🙏🙏
@binisharma7500
@binisharma7500 6 месяцев назад
জয় শ্ৰী কৃষ্ণ 🌹🙏🙏🌹
@devajithazarika1226
@devajithazarika1226 8 дней назад
Jai Shri Krishna 🙏
@manasdeka6801
@manasdeka6801 5 месяцев назад
Joy guru Shanker 🙏🙏🙏 Joy shree Krishna Krishna Ram Krishna Hari
@simanta12-
@simanta12- 4 месяца назад
Jaii Sri krishna
@RJrekhacreation
@RJrekhacreation 6 месяцев назад
জয় শ্ৰী কৃষ্ণ 🙏
Далее
КВН 2024 Высшая лига Четвертая 1/4
1:52:57
▼ЧЁРНАЯ МАГИЯ 🔮
31:15
Просмотров 502 тыс.
NARAYAN KAVACH DIRGHA
16:21
Просмотров 12 млн
Respect 🤯💯 || Look This 👰🏻#shorts
0:29
Просмотров 23 млн