Тёмный

ভাগৱত পাঠ আৰু ব্যাখ্যা - শ্ৰীৰাম অৱতাৰ। ৰাৱণে লক্ষ্মণক কি জ্ঞান দিছিল ? ৰণ্টু শইকীয়া। কৃষ্ণ। 

Rantu Saikia
Подписаться 9 тыс.
Просмотров 6 тыс.
50% 1

ভাগৱত পাঠ আৰু ব্যাখ্যা - শ্ৰীৰাম অৱতাৰ। ৰাৱণে লক্ষ্মণক কি জ্ঞান দিছিল ? ৰণ্টু শইকীয়া।
ভাগৱত পাঠ ও ব্যাখ্যা- ৰণ্টু শইকীয়া। মনলৈ ভাব ক'ৰ পৰা আহে.কৃষ্ণৰ ৰূপ ধ্যান Bhagawat by Rantu Saikia
• ভাগৱত পাঠ ও ব্যাখ্যা- ...
ভাগৱত পাঠ ও ব্যাখ্যা - ৰণ্টু শইকীয়াৰ দ্বাৰা। Online Bhagawat byakhya by Rantu Saikia..
• ভাগৱত পাঠ ও ব্যাখ্যা ...
যদি ভগৱান কৃষ্ণ সৰ্বশ্ৰেষ্ঠ হয়, তেনেহ'লে সকলোৱে কৃষ্ণক ভক্তি নকৰে কিয়? ৰণ্টু শইকীয়া
• যদি ভগৱান কৃষ্ণ সৰ্বশ্...
ভাগৱত পাঠ ও ব্যাখ্যা - ৰণ্টু শইকীয়া। ভাগৱত কিয় শুনিব লাগে? Bhagawat path by Rantu saikia
• ভাগৱত পাঠ ও ব্যাখ্যা -...
আহমেদাবাদত গুৰুজনাৰ ৫৭৫ তম্ জয়ন্তীত নিৰ্দিষ্ট বক্তাৰূপে দিয়া ভাষণ। জয় গুৰু শঙ্কৰ। ৰণ্টু শইকীয়া
• আহমেদাবাদত গুৰুজনাৰ ৫৭...

Опубликовано:

 

5 май 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 38   
@daisyrabha2343
@daisyrabha2343 Месяц назад
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 Месяц назад
Krishna Krishna Krishna kripamoy tumar soronot sewa nibedilu.
@user-tl7hl1mn2t
@user-tl7hl1mn2t Месяц назад
নমস্কাৰ বাপ ঈশ্বৰ। ঈশ্বৰ বুলি এই কাৰণেই কলো উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ পৰম ব্ৰহ্মৰ প্ৰতিবিম্ব।মানে ব্ৰহ্ম আৰু আত্মা একেই। ব্ৰহ্ম সত্য আৰু এক।ই অচল অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিগূন নিৰাকাৰ নিবিকাৰ অদাহ্য সনাতন কল্পনাতীত ব্ৰহ্ম সত্য জগৎ মিথ্যা। গতিকে সকলো আত্মা ই এক ব্ৰহ্মৰেই প্ৰতিবিম্ব। কিন্তু বিশেষত্ব মনুষ্য গনত প্ৰধান। জীৱ শ্ৰেষ্ঠ মানৱ বোলা হয়। মানুহৰ পৰাই মহাত্মা মহাপুৰুষ মহামানুহ অতি মানৱ মহিষী অৱতাৰী পুৰুষ আৰু দৈৱিক ঐশ্বৰিক গুণ কম্ম সম্পন্ন ব্যক্তি সকলৰ উৎপত্তি হয় ৰাজসিক তামসিক গুণ কম্ম সম্পন্ন ব্যক্তি সকল দুষ্ট দৈত্য দানৱ অসুৰ আদি হয়। গতিকে আচল কথা লৈ আহো। ধৰ্ম হ'ল হ্নদয়ত থকা তত্ত্ব। ধৰ্ম বাহিৰৰ স্তৰৰ তত্ত্ব ৰহস্য নহয়। ধৰ্মক জানিবলৈ আত্ম বোধ আত্ম উপলব্ধি আৰু আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণাক হ্নদয়ঙ্গম কৰিব লাগিব। ক্ষেত্ৰ বিনা ক্ষেত্ৰজ্ঞৰ স্থান বিহীন আৰু ক্ষেএজ্ঞ বিনা ক্ষেত্ৰৰ চেতনা বিহীন। ক্ষেত্ৰজ্ঞ বা আত্মাৰহে ধৰ্ম হয় পঞ্চ ভৌতিক পদাৰ্থৰে গঠিত মায়াময় প্ৰাকৃতিক দেহটোৰ ধৰ্ম হ'ল বিনাশ। আত্মাৰ কোনো জাতি ধৰ্ম কৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্য হীন অতীন্দীয় অলৌকিক পাৰমাথিক তত্ত্ব। আত্মা সকলো পৰম ব্ৰহ্মৰেই প্ৰতিবিম্ব। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম এক অচল অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অদাহ্য সনাতন কল্পনাতীত। গতিকে চাৰি মুঠি জীৱ ই ব্ৰহ্মৰ প্ৰতিবিম্ব। নিজৰ নিজৰ গুন কৰ্ম অনুযায়ী বেলেগ বেলেগ শৰীৰ প্ৰাপ্ত কৰে। ধৰ্ম মানে হৈছে ধূ ধাতু ধৰি ৰখা। আত্মাই দেহক ধৰি ৰাখিছে আৰু দেহে আত্মাক স্থান দি ধৰি ৰাখিছে। মত জীৱ জঙ্গম কীট পতংগম অগ নগ জগ তেৰি কায়া। কুকুৰ শিগাল গডভৰো আত্মা ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। আত্মা সব সমান। দেহৰ হে সৰু বৰ সুক্ষ্ম বূহৎ আকাৰ থাকে। আত্মা নিৰাকাৰ নিবিকাৰ অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অজনমা অচল অমৰন অভগন অদূশ্য সবব্যাপী নিগূন চৈতন্য সনাতন কল্পনাতীত কালৰ অতীত আদি। হ্নদয়ত থকা কামনা বাসনা আক্ৰাঙ্খা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল অহ্ঙকাৰ শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ কূটনীতি আদি সৎ সঙ্গত স্বাভাৱিক ভাৱে থাকি সদাচাৰী হৈ দুষ্কিতিৰ বিপৰীতে সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী ভাৱনাৰে পৰিপুষ্ট হৈ মানৱীয় প্ৰমূল্যবোধ বুজি অতীন্দীয় অলৌকিক পাৰমাথিক তত্ত্বদক্ষি হৈ সকলো জীৱ আত্ম সম ভাবি অহম পৰিহাৰ কৰি আত্মাক জানিলেই ব্ৰহ্মক চিনি জন্ম মৃত্যু বন্ধনৰ চক্ৰৰ পৰা মুক্ত হ'ব পাৰি। ধৰ্ম হ'ল আত্ম বোধ আত্ম উপলব্ধি আৰু প্ৰয়োগকাৰ জগতৰ সৰ্বকালৰ সুমঙ্গলৰ বাবে মানৱ কল্যাণৰ হকে কাম কৰা। ধৰ্ম অলেখ নহয় ধৰ্ম এক। সত্য এক। ব্ৰহ্ম এক। বাকী সকলো মিথ্যা। প্ৰকূতিৰ মায়া মোহ ৰ ভ্ৰম সকলো। ধন্যবাদ প্ৰদীপ গগৈ। গুৱাহাটী ।
@mridulraidihigia1818
@mridulraidihigia1818 29 дней назад
Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram
@gitikakalita5413
@gitikakalita5413 Месяц назад
Krishna. 🙏. Krishna
@girishch.boruah5582
@girishch.boruah5582 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ
@JunuDutta-js8yp
@JunuDutta-js8yp Месяц назад
কৃষ্ণ ৰাম আপোনাসবৰ চৰণত সেৱাহে ধৰিছো
@ramcharandeka9143
@ramcharandeka9143 Месяц назад
Ram Ram Ram Ram Ram Ram Ram
@pallabikagohain5720
@pallabikagohain5720 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@dimbeswarigogoi6683
@dimbeswarigogoi6683 Месяц назад
Krishna prabhu heware pronipat jonaisu apuner tattik byakhyare amak kritartho korise Krishna
@deepadas4
@deepadas4 Месяц назад
কৃষ্ণ।
@ShantanuDas2100
@ShantanuDas2100 Месяц назад
ৰাম-ৰাম❤❤❤❤🙏🙏🙏
@nripendeka9800
@nripendeka9800 Месяц назад
krishnsa Krishna sunddar 🙏
@nirmalsaikia3658
@nirmalsaikia3658 Месяц назад
Krishna krishna
@DipankorDihiangai-up8ru
@DipankorDihiangai-up8ru Месяц назад
Krishna
@jaganathsonowal2365
@jaganathsonowal2365 Месяц назад
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
@anjalibaruah7669
@anjalibaruah7669 Месяц назад
কৃষ্ণ🙏🙏🙏🙏
@benukurmi8774
@benukurmi8774 Месяц назад
Krishna bap
@momichetia2149
@momichetia2149 Месяц назад
Jai shree Ram, 🙏🙏
@user-kz6xd9sk2h
@user-kz6xd9sk2h Месяц назад
কৃষ্ণ বাপ প্ৰণাম 🙏🙏🙏🙏🙏from ঢেঁকীয়া জ্বলি
@keshabbora7742
@keshabbora7742 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@mamoniboruah2986
@mamoniboruah2986 Месяц назад
🙏 🙏 বাপ সেৱা ধৰিলো
@pritilatadeka4876
@pritilatadeka4876 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ পাঠ শুনিলে অন্তৰ শুধ্য হৈ যায়
@khogeswarigogoi1902
@khogeswarigogoi1902 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@pallabikagohain5720
@pallabikagohain5720 Месяц назад
কৃষ্ণ নাম শৰ্বন কৰো জেন সৰ্ব ক্ষীয়নে কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@MonalisaSaikia-ce4el
@MonalisaSaikia-ce4el Месяц назад
🙏🙏🙏🙏
@prasannadaimary7872
@prasannadaimary7872 Месяц назад
🙏🙏🙏
@puspalataborah8895
@puspalataborah8895 Месяц назад
বাপ্প
@puspalataborah8895
@puspalataborah8895 Месяц назад
Krishna krshna bapjanar shrichsanatkauty kautpranam ❤❤ kene hulalit byakhy
@HiddenBeautyExplore
@HiddenBeautyExplore Месяц назад
কৃষ্ণ কৃষ্ণ কহে গুৰু শঙ্কৰ পুথি ভাগ কেনেকৈ পাম
@rantusaikia8274
@rantusaikia8274 Месяц назад
ঠিকনাটো দিবছোন বাৰু বাপ
@HiddenBeautyExplore
@HiddenBeautyExplore Месяц назад
ইয়াত দিবলৈ মন যোৱা নাই
@rantusaikia8274
@rantusaikia8274 Месяц назад
9435304205 এই নম্বৰত পঠাই দিব। কৃষ্ণ।
@puspalataborah8895
@puspalataborah8895 Месяц назад
বাপ্প
@puspalataborah8895
@puspalataborah8895 Месяц назад
বাপ্প
@puspalataborah8895
@puspalataborah8895 Месяц назад
বাপ্প
@puspalataborah8895
@puspalataborah8895 Месяц назад
বাপ্প
@puspalataborah8895
@puspalataborah8895 Месяц назад
বাপ্প
Далее
Я нашел кто меня пранкует!
00:51
Просмотров 468 тыс.
March 26, 2024
25:49
Просмотров 16 тыс.