Тёмный

ভাগৱত ব্যাখ্যা।। গীতা শাস্ত্ৰৰ দৰ্শনৰ আলোচনা , স্থান : শ্ৰীমন্ত শংকৰদেৱ নামঘৰ, দুলীয়াজান। ভাগৱত পাঠ। 

কৃষ্ণ চেতনা।। (KRISHNA SETONA)
Просмотров 7 тыс.
50% 1

Опубликовано:

 

27 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 19   
@SumiBaishya-g6q
@SumiBaishya-g6q 9 дней назад
❤gurujona apunar dore bakator bahut proyojon ahi porise pronam probhu❤❤❤❤❤
@BobyboruahBobyboruah-jr8nv
@BobyboruahBobyboruah-jr8nv 17 дней назад
Krishna Krishna
@pranabjyotihazarika7145
@pranabjyotihazarika7145 21 день назад
কৃষ্ণ কৃষ্ণ 🙏 বহুত সুন্দৰ ব্যাখ্যা শ্ৰৱণ কৰি ধন্য হলো 🙏🙏🙏🙏
@Shua_098
@Shua_098 17 дней назад
Bap jonAloi antarik huvesha thakil.
@dipisaikia287
@dipisaikia287 5 месяцев назад
কৃষ্ণ হৰি ৰাম
@smritirekhaborah9936
@smritirekhaborah9936 5 месяцев назад
🙏 আপোনাৰ সৎসঙ্গ পাই থাকো যেন।🙏
@anjalibaruah7669
@anjalibaruah7669 5 месяцев назад
কৃষ্ণ, শতকোটি প্ৰণাম বাপ🙏❤🙏
@dwipenphukon7460
@dwipenphukon7460 5 месяцев назад
প্ৰভুজনা আপুনি আমাৰ তেনেই চিনাকী , আমাৰ ফালে পদাৰ্পনো হৈছে আপোনাৰ , আমি (মই নিজে) সম্পুৰ্ণ নিৰামিশ হবৰ চেষ্টা কৰিছো , পিছে আমিশৰ জড়িয়তে শৰীৰে আহৰণ কৰা খাদ্যপ্ৰাণ সমূহ কিদৰে বিকল্প পদ্ধতিৰে পুৰণ কৰিব পৰা যাব জনাবনেকি , কণী বিকল্প হব পাৰে জানো !? অৱশ্যে গ্ৰহণ কৰা নাই আমিশ বুলি ভাবি । অপৰাধ মাৰ্জনা কৰে যেন , জনাৰ স্পৃহা জগাত প্ৰশ্ন ভাগী কৰা হ'ল ।
@DebojitGogoi-e7x
@DebojitGogoi-e7x 3 месяца назад
Krishna
@mridulraidihigia1818
@mridulraidihigia1818 3 месяца назад
Danwat pranam prubhu Krishna Krishna Krishna Krishna Krishna
@basantigogoi8385
@basantigogoi8385 4 месяца назад
মাধুৰ্য তোমাৰ কথাখিনি অক্ষয় তৃতীয়া তিথিত শুনিবলৈ পাই নিজকে ধন্য মানিছো। আমাৰ আত্মাই পুৱাই ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত এই কথাখিনিৰ জ্ঞান পাই পুনৰ আত্মা তৃপ্তি পোৱা যেন অনুভৱ হৈছে। আমিও বৰাই ধাৰণ কৰিব লগীয়া কথাবোৰ শুনাৰ সৌভাগ্য হৈছে। ঈশ্বৰে কুশলে ৰাখক।ওম: শান্তি।
@jayasaharia5055
@jayasaharia5055 3 месяца назад
ভগৱন্ত ঈশ্বৰৰ গুনানুকীৰ্তন কৰি শ্ৰৱণ কৰাই সুখ দিব পৰাটো ভাগ্য। ঈশ্বৰ প্ৰভুৱে আৰু ভাগ্য প্ৰদান কৰক যাতে আমাৰ দৰে মুৰ্হ মতি সকলে অলপ হলেও উপকৃত হব পাৰো । কৃষ্ণ
@ParishimaBorah
@ParishimaBorah Месяц назад
🙏🙏🙏🙏
@BinodHazarikachemtech
@BinodHazarikachemtech 5 месяцев назад
🙏
@rekhaneog1101
@rekhaneog1101 5 месяцев назад
বহুত ভাল লাগিল শুনি
@anjalibaruah7669
@anjalibaruah7669 5 месяцев назад
বৰ সুন্দৰ ব্যাখ্যা🙏🙏🙏🙏🙏
@monjuchutia8791
@monjuchutia8791 5 месяцев назад
Krishna Krishna
@preranaburagohain2063
@preranaburagohain2063 5 месяцев назад
🙏🌸
Далее
We finally APPROVED @ZachChoi
00:31
Просмотров 6 млн