Shanghai City Tour China By Bhukhan Pathak China Trip Bhukhan Pathak Assamese vlog Assamese mixture Episode - 14 Shanghai tower #bhukhanpathak #shanghai #china
ভূষণ ভাই অলপ বেলেগ টাইপৰ বনোৱা ৷ ৰাজহুৱা স্থানত মানুহবোৰক অলপ প্ৰশ্ন সুধি ফুৰিবা ৷ Chinaৰ বিষয়ে ৷ খোৱা খাদ্যবোৰ গোটেই চাইনাত একে নে ঠাই হিচাপত বেলেগ বেলেগ ৷ চাইনাৰ মানুহ কি খাই ভাল পায়, Fav country কোনবোৰ, কি মাছ-মাংস প্ৰিয়, কি কাম কৰে ইত্যাদিবোৰ সুধি চালে বস্তুবিলাক গম পোৱা যায় ৷ চাইনাৰ Film industryৰ বিষয়ে সুধিবা, Popular side আৰু কি কি আছে এইবোৰৰ ওপৰত এটা Vlog বনাব পাৰা ৷ এনেকুৱা হ'লে চাই মজা লাগিব ৷
British k kiman dukh diba. Bristish bur etia nai nohoi. Paan khai rastat peek pelabo , Jote tote mutibo , Curruption koribo ,kaam edinot koribole dile dudin logabo ,traffic signal namanibo ,letera bostu jote tote pelabo. Val ke kiba ase janu ?