পোহৰ যেনেকৈ আছে তেনেকৈ আন্ধৰো আছে ,ভাল যেনেকৈ আছে বেয়াও আছে ,ধনাত্মক যেনেকৈ আছে তেনেকৈ ঋণাত্মক আছে । বায়ু যেনেকৈ আছে কিন্তু আমি দেখা নাপাওঁ , শব্দ যেনেকৈ এজনৰ পৰা আন এজনলৈ যাওঁতে আমি দেখা নাপায় কিন্তু শুনা পাও তেনেকৈ গোটেই বিশ্বব্ৰহ্মাণ্ড খন বহুত ৰহস্য জনক হয়। ডিম্পো দা আপোনালৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জাছিলো।❤❤❤🎉🎉🎉🎉❤❤❤🎉🎉
আজিকালি murder case বহুত এ হয়। মোৰ এটা Questions আছে যে সেই মৰি যোৱা মানুহজনে আত্মা হৈ আহি দেখা দি অশান্তি দি থাকিব লাগে আৰু ইমান এ অশান্তি দিব লাগে যে সেই murder কৰা মানুহ জনে নিজেই police ৰ আগত গৈ কয় যে মই এই সেই মানুহ জনক এনেকৈ এ -------------------- মাৰিলো ।
কিমান সঁচা নাজানো এইবোৰ..... কিন্তু, আমাৰ ঘৰৰ ওচৰৰ মানুহ এজন আত্মহত্যা কৰিছিলে আমি সৰু হৈ থাকোঁতে। ঘৰৰ ওচৰৰ হলে ও একো দেখা বা শুনা ও নাছিলোঁ সেইবাবে বিশ্বাস ও হোৱা নাছিল। কিন্তু, কিবা পৰিস্থিতিত পৰি আমি বেলেগ ঠাইলৈ গুচি আহিলো। মোৰ পঢ়া শেষ নোহোৱা বাবে তাত থাকিব লগা হল... ঘৰৰ মানুহ বোৰ মানে মা, দেউতা, ভাইটি, ভন্টি চব নতুন ঠাইলৈ আহিছিল পুৰণি ঘৰ টোত আইতা আৰু মই আছিলোঁ। তাত ওচৰত ও মানুহ নাছিল বেছি। যি ঘৰৰ মানুহ জন ঢুকাইছিল সেই ঘৰ মানুহ ও বেলেগ ঠাইলৈ গুচি গৈছিল। তাত অকল আইতা আৰু মই আছিলোঁ ৩ মাহ মান। এদিন ৰাতি ১ তা মান বজাত কিছুমান শব্দ শুনিছিলোঁ । তাৰ পিছত সদায় তেনেকুৱা শব্দ কিছুমান শুনিব পাইছিলো। কি শব্দ আছিল নাজানো...কিন্তু তাৰ পিছত আমি ও তাৰ পৰা আহিছিলোঁ একেবাৰে। সঁচাকৈ সেই ৰাতি কেইটা ভয়ানক আছিল। আজিৰ পৰা ৫ বছৰৰ আগৰ কথা
Kiba ata ase ami vorkoka koru manuh mori gole ami hanti pbo karone iman Hokam napatile hoi ... Anekua hoise kiba karone hokam pota deri hole dekha die hopun t aru kti amoni kore
সঁচা কথা কব গলে এই পৃথিৱীত ভূত, জীন বা দেৱতা আছে.. মই নিজে নিজ চকুৰে দেখিছোঁ আৰু অন্য মানুহৰ পৰা ও শুনিছোঁ যাৰ লগত এইবোৰ ঘটনা হৈছে..videoটোৰ শেষৰ ঘটনাটো শুনি মোৰে গাৰ নোম শিয়ৰি উঠিছে।।
Mur thinking exactly dimpur dorei. Bhoot buli direct ketiau dekha nai, ba kunubai dekhise buli solid proof u dibo pora nai so hei hisabe bhoot bissakh kru buli kobo nuaru. Kintu mur logot ba mur logor kisumanor logot anekua kisumn ghotona hoi thoise jibure ketiaba vabibole badhyyo krai diye. So yeah kiba eta tu negative energy thake, specially kisumn particular place t. So manuhe bhoot ase buli besi bhoi u khabo nalage aru bhoot nai buli bindass jetiai tetiai jot tot ghuri u furibo nalage
Dimpu da ata question asil apuni tu gutei dekh ghuri fhure kintu aji loike family logot ane korbat fhuribo goisene assamor bahirot mind nokoribo ane monot question tu ahi gol ❤
@@Cricketshorts1539 আমেৰিকাত গৈ আমেৰিকা খন দেখা নাই যদিও ফটো বা ভিডিঅ আকাৰে দেখিছোঁ যিটো আছে এই পৃথিৱীত । কিন্তু ভূতক ভূতৰ চিনেমা বা ছিৰিয়েলৰ বাহিৰে ক'ত দেখিছা সেইটো প্ৰমাণ দিয়া ।
Mur lgt o bhutor ata story hoisil.....rj jharna baa a baa r vd t Mur story tu koise.......jharna baa r vd bur sai bht bhl lge..... love from Goalpara ♥️