Тёмный

মহাকাশত হেৰাই যাব নেকি সুনীতাই উইলিয়ামছ? 

NKTV PLUS
Подписаться 620 тыс.
Просмотров 11 тыс.
50% 1

আজি চুমি-বিশাল, কচুতলী নহয়, আলোচনাৰ বাবে বিশেষ বিষয়
চুমি-বিশাল, কচুতলীৰ আলোচনা আপোনাৰ বাবে হৈ গৈছে আমনিদায়ক
আজি এগৰাকী সম্পূৰ্ণ সুকীয়া ব্যক্তিৰ বিষয়ে কথা পাতিম
মহাকাশলৈ তেওঁ গৈছিল মাথোন ৮টা দিনৰ বাবেহে
কিন্তু মহাকাশত ৰৈ যাবলগীয়া হ’ল ৮ মাহৰ বাবে
মহাকাশৰ মহাশূন্যত ওলমি ৰৈছে সুনীতা উইলিয়ামছৰ জীৱন
তেওঁক কঢ়িয়াই নিয়া মহাকাশযানো উভতি আহিল পৃথিৱীলৈ
কি হ’ব ভাৰতীয়মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ ভৱিষ্যৎ?
সুনীতাৰ লগতে মহাকাশত আৱদ্ধ তেওঁৰ সংগী বুচ্ছ উইলম’ৰো
কেনেকৈ, কি বিজুতি ঘটিল সুনীতা কঢ়িয়াই নিয়া মহাকাশযানৰ?
মহাকাশত বৰ্তমান নিজকে কিদৰে ব্যস্ত ৰাখিছে সুনীতাই?
কেনেকৈ মহাশূন্যত মানসিক স্থিতি অক্ষুণ্ণ ৰাখিছে ‘পদ্ম বিভূষণ’ সুনীতাই?
বৃহস্পতিবাৰে মহাকাশতে ৫৯ তম জন্মদিন পালন কৰিব সুনীতাই
বলীউডৰ প্ৰখ্যাত তাৰকাই কিদৰে সুনীতাক জনালে জন্মদিনৰ শুভেচ্ছা?
এগৰাকী তাৰকা মহাকাশচাৰী ৰূপে প্ৰখ্যাত সুনীতা উইলিয়ামছ
৩বাৰকৈ মহাকাশত বিচৰণ কৰাৰ বিৰল অভিজ্ঞতা সুনীতাৰ
‘দৰবাৰ’ৰ বিষয়- মহাকাশতে হেৰাই যাব নেকি সুনীতা?
লগতে কথা পাতিম ভাৰতৰ মহাকাশ অভিযানৰ বিষয়ে
ভাৰতৰ মহাকাশ গৱেষণাত আজিৰ দিনটো বিশেষ দিন হিচাপে চিহ্নিত
চন্দ্ৰযান ৩ৰ সফল অৱতৰণৰ পিছত এইবাৰ চন্দ্ৰযান-৪
চন্দ্ৰযান-৪ অভিযানত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
চন্দ্ৰযান-৪ৰ বাবে আৱণ্টন ২,১০৪ কোটি টকা
চন্দ্ৰপৃষ্ঠৰ মাটি সংগ্ৰহ কৰা হ’ব এই অভিযানৰ জৰিয়তে
২০৪০ৰ ভিতৰত চন্দ্ৰযান-৪ক উভতাই অনা হ’ব পৃথিৱীলৈ
দেশৰ প্ৰথমটো মহাকাশ কেন্দ্ৰ স্থাপনতো অনুমোদন কেবিনেটৰ
২০২৮ৰ পৰা আৰম্ভ হ’ব ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ কাম
মহাকাশ কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব ২০৩৫ৰ ভিতৰত
গগণযান অভিযানৰ লগতে মহাকাশ অভিযানৰ বাজেট দ্বিগুণে বৃদ্ধি
ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই পৰিচালনা কৰিব মহাকাশ অভিযান
এই সকলো অভিযানৰ বাবে কেন্দ্ৰৰ অনুমোদন ৩১,৭৭২কোটি
Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে আজিৰ ‘দৰবাৰ’

Опубликовано:

 

18 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 12   
@hemantachutia-o2z
@hemantachutia-o2z 10 часов назад
বৰ সুন্দৰ বিষয় এটা বাছি ললে প্ৰণয়দা ,সুনিতা মেমলৈ জন্ম দিনৰ শুভেচ্ছা জনালোঁ।
@tileswarbora2643
@tileswarbora2643 7 часов назад
বৰ উপযোগী আলোচনা ।
@salmabegum9503
@salmabegum9503 10 часов назад
Happy birthday to you Mam ❤🎉🎂🥳🎈🤲🤲
@ganeshboro1468
@ganeshboro1468 10 часов назад
Happy birthday to you
@SantanuBora-g2d
@SantanuBora-g2d 11 часов назад
Happy birthday to you medam
@smritigogoi3492
@smritigogoi3492 9 часов назад
Save earth😮😮😮😮😮😮
@shivajijvlogs8384
@shivajijvlogs8384 11 часов назад
Exactly...... Important topic for our Nation
@robinclever6186
@robinclever6186 10 часов назад
Sopun sopun jen lage
@prafullahazorika9608
@prafullahazorika9608 8 часов назад
happy birthday to you
@GunindraDoley-e8q
@GunindraDoley-e8q 11 часов назад
এনেকুৱা ভাল containt diba এনে পথোৱা মানুহবোৰৰ কথাবোৰ আলোচনা নকৰি l potua news 😂😂
@mridusmitadutta3072
@mridusmitadutta3072 8 часов назад
বহুত নজনা কথা জানিব পাৰিছো।
@tp84676
@tp84676 8 часов назад
Kitanu Bhuyan namor TRP r pisot doura jone sage Sunita Williams r namei huna nai, Sunita tu teu sage 'Sumi-Tarkik' he hune😂😂
Далее
🧙‍♀️☃️💥 #ice #icequeen #winter
00:14
Просмотров 69 тыс.
🧙‍♀️☃️💥 #ice #icequeen #winter
00:14
Просмотров 69 тыс.