Тёмный

মাতা লক্ষ্মীয়ে কৈছিল। চাৰিবিধ বস্তু দান দিলে ঘৰলৈ দৰিদ্ৰতা আহে। 

Kakati Creation
Подписаться 102 тыс.
Просмотров 32 тыс.
50% 1

Title 👉 মাতা লক্ষ্মীয়ে কৈছিল। চাৰিবিধ বস্তু দান দিলে ঘৰলৈ দৰিদ্ৰতা আহে।
মাতা লক্ষ্মীয়ে কৈছিল, ঘৰৰ চাৰিটা বস্তু কেতিয়াও আনক দিব নালাগে।
মাতা লক্ষ্মী হৈছে ধন-সম্পত্তি, ঐশ্বৰ্য্য-বিভূতি, সুখ-সমৃদ্ধিৰ অধিকাৰিণী দেৱী। মানুহৰ কিছুমান কৰ্মৰ বাবে কেতিয়াবা দেৱী লক্ষ্মী ৰুষ্ট হয়, আৰু সেই ঘৰৰ পৰা আতৰি যায়। যাৰ ফলত সেই ঘৰখনৰ ধন-সম্পত্তি, ঐশ্বৰ্য্য-বিভূতি, সুখ-সমৃদ্ধি একো নাথাকে, মানুহ কঙ্গাল হৈ পৰে।
আজি আমি মাতা লক্ষ্মীৰ এটা প্ৰাচীন কাহিনী ক'বলৈ লৈছো। এই কাহিনীত মাতা লক্ষ্মীয়ে নিজে কৈছিল যে, এগৰাকী মহিলাই তেওঁৰ ঘৰৰ কোনবোৰ বস্তু আনক দিব নালাগে। আৰু যদিহে কোনো নাৰীয়ে এই বস্তুবোৰ আনক দিয়ে, তেন্তে দেৱী লক্ষ্মীয়ে সেই ঘৰৰ পৰা ওলাই গুচি যায়।
Your queries -
মাতা লক্ষ্মীয়ে কৈছিল
চাৰিবিধ বস্তু দান দিলে ঘৰলৈ দৰিদ্ৰতা আহে
ভক্তি ৰস
আধ্যাত্মিক তত্ত্ব
ভক্তি তত্ত্ব
কাকতি চেনেল
কাকতি ক্ৰিয়েচন
Kakoti Creation
kakati creation
kakati channel
পৌৰাণিক কাহিনী
Assamese story
Assamese stories
Assamese motivational story
---------------------------------
বি.দ্ৰ :::: ভিডিঅত ব্যৱহৃত ভিডিঅৰ অংশ RU-vidৰ পৰা লোৱা হৈছে, কাহিনী, চিত্ৰ আৰু সংগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে ।
Video content 👉
এই ভিডিঅটো সম্পূৰ্ণৰূপে মোবাইলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ।
Music 👉
.........................................
Kakati Creation চেনেলত উপলব্ধ অন্যান্য কাহিনী 👉
👉 পিতৃৰ ঘৰত বাস কৰা নাৰীৰ কি পাপ হয়
• যমৰাজে দেৱৰ্ষি নাৰদৰ আ...
👉 সমুদ্ৰ মন্থনৰ পৰা ওলোৱা চৈধ্য ৰত্ন কি কি
• সমুদ্ৰ মন্থনৰ পৰা ওলোৱ...
👉 মাতা লক্ষ্মীয়ে কিয় ঘোঁৰাৰ ৰূপ লৈছিল
• মাতা লক্ষ্মীয়ে কিয় ঘ...
👉 অক্ষৌহিনী সেনা কি
• অক্ষৌহিনী সেনা কি? এক ...
👉 অম্বুবাচী মেলা কিয় হয়
• অম্বুবাচী মেলা কিয় হয...
---------------------------------
#মাতা_লক্ষ্মীয়ে_কৈছিল
#চাৰিবিধ_বস্তু_দান_দিলে_ঘৰলৈ_দৰিদ্ৰতা_আহে
#কাকতি_ক্ৰিয়েচন
#কাকতি_চেনেল
#Kakoti_Creation
#Kakati_Creation
#Kakati_Channel
#আধ্যাত্মিক_তত্ত্ব
#ভক্তি_তত্ত্ব
#ভক্তি_ৰস
#পৌৰাণিক_কাহিনী
#Assamese_story

Опубликовано:

 

12 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее
А ВЫ ЛЮБИТЕ ШКОЛУ?? #shorts
00:20
Просмотров 2,5 млн