মাৰ্ঘেৰিটাৰ মাকুম পথাৰৰ পৰা মোদীৰ কেবিনেটলৈ। ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা দেশৰ শাসকীয় দলৰ বৰঘৰলৈ যাত্ৰা পবিত্ৰ মাৰ্ঘেৰিটাৰ। দেওবাৰৰ পুৱাৰ ১৮টাকৈ MISSED CALLৰ পাছতেই সপোন সপোন যেন লগা খবৰটো পাইছিল পবিত্ৰ মাৰ্ঘেৰিটাই। চাওক পবিত্ৰ মাৰ্ঘেৰিটাৰ চমকপ্ৰদ উত্থানৰ কাহিনী
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
30 сен 2024