This is the best interview I've ever witnessed in my life till date. And I'm a fan of him since long ago(when his song upohar had only 4k-5k views. That day I realised a gem has taken birth in my মাতৃভূমি). অন্তৰৰ পৰা কৈছোঁ, আগুৱাই যোৱা ভাইটি.
Khub hundor Bishrut 👍👍 aguwai juwa.. maa r akhirbad ataitkoi dangor bostu jibonot.. Maa r logot ei bondhutto sirodin enekoi rakhiba,, val lagil tmr maa r proti je emmmn morom,shrodha,vokti... Val houk tmr...
সেই দিনা যে আপুনি আমাৰ কানৈ কলেজ আহিছিল সেই দিনা প্ৰথম বাৰৰ বাবে আপোনাক নিচেই কাষত লগ পাইছিলোঁ কিন্তু নিচেই কম সময়ৰ বাবহে...তথাপিও কিন্তু সেই সময়কনত আগতে নোপোৱা কিবা এটা অনুভৱ হৈছিল...❤️💌 সদায় এনেদৰেই থাকক ❤️
লাটুমণি আৰু যে আছে এটা ভৃগু নে কিবা অলপ শিকক গান কি বিশ্ৰুত শইকীয়াৰ পৰা এজন ইংৰাজী medium ত পঢ়া লৰাই কি ধুনীয়া শব্দত গান ৰচিছে আৰু আমাৰ লাটুমণি মণ্টুমণি আৰু যে আছে এডাল ভৃগু শিকক শব্দ কি হব লাগে গানৰ গান কি গানে সমাজক কি দিব পাৰে