Тёмный

মুখ্যমন্ত্ৰীয়েও কান্দিছে, আমাৰো দুখ লাগিছে... 

NKTV PLUS
Подписаться 582 тыс.
Просмотров 68 тыс.
50% 1

▶️আৰু এজন অবিনাশৰ মৃত্যু হ'ব নালাগে। মুখ্যমন্ত্ৰীয়েও কান্দিছে, আমাৰো দুখ লাগিছে। পথটো ল'ৰাটোৰ নামেৰে নামকৰণ হ'লে অমৰ হৈ ৰ'ব। সৰ্বানন্দ সোণোৱালকো লগ পাইছিলোঁ, এতিয়া মই দুয়োজন মুখ্যমন্ত্ৰীক লগ পোৱাৰ সৌভাগ্য হ'ল বুলি মন্তব্য অবিনাশ সৰকাৰৰ পিতৃৰ।

Опубликовано:

 

7 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 36   
@DPffx
@DPffx 13 дней назад
মুখ্য মন্ত্ৰী মহোদয়ৰ মহানুভৱতাৰ শলাগ লৈছো , আন্তৰিকতাৰে।
@jk4887
@jk4887 13 дней назад
আপোনাৰ সন্তানৰ মৃত্যুৰ বাতৰিয়ে লাখ লাখ মানুহৰ হৃদয় চুই গৈছে। সেয়ে ভাইটি গৰাকীৰ আত্মাই সদগতিৰ পাব ।
@tribenigogoi7273
@tribenigogoi7273 13 дней назад
তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।
@user-fy2im3ds3h
@user-fy2im3ds3h 13 дней назад
কি দিছে কি নাই দিয়া সেইটো কিয় লাগে,,, এগৰাকী মাননীয় মুখ্যমন্ত্ৰী হৈ যে সেই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰলৈ গৈছে,,,
@Nitakalita-xm5kb
@Nitakalita-xm5kb 13 дней назад
Hoi heitu bohut dangr katha
@user-cm1fm7yv7y
@user-cm1fm7yv7y 13 дней назад
Right
@Rekhasvlog1515
@Rekhasvlog1515 11 дней назад
100% Right 👍
@tutumanibarman5384
@tutumanibarman5384 13 дней назад
এই সাংবাদিক বোৰ বৰ সাংঘাটিক দে মাক বাপেক দুইতাকে শান্তি দিয়া মানে 😡😡😡😡কি দিছে কি দিয়া নাই সেইটোও সুধিব লগা কথা নেকি ।
@girindrasharma3561
@girindrasharma3561 13 дней назад
Hehotok nidile je😂😂😂😂😂.
@kukikonwar6377
@kukikonwar6377 7 дней назад
😂😂
@user-lx3gx4zv4f
@user-lx3gx4zv4f 12 дней назад
যাৰ লগত ইমান বছৰ থাকি politics শিকিছিল সেইজন মানুহ মৰোতে কন্দা নেদেখিলো আৰু এওৰ ল'ৰা জন মাৰোতে কন্দিব😂😂 এনেই টোপ দি মানুহৰ মাজত ভাল দেখাব আহিল। বামুণ হয় ভাই.. বেলেগ মাল
@anishaofficial2656
@anishaofficial2656 13 дней назад
Ki dise ne nai aibur xudhar drkr ni nhoi 🙂 already teu imn dukh t ase tar pstu imn questions xudhi thke , atleast atiya tu olp xnti diyak bare bare jdi akeburke xudhiye thke teulukr dukh besi hb he , olp vbib lge 🙂
@nanditapatar1465
@nanditapatar1465 12 дней назад
Sir k val kaam koribo diyok,,nhle aru Abhinash r anekua hobo...karon teulukr gafitoli karone ane incident hoboloi pale
@jituborah5788
@jituborah5788 13 дней назад
Om shanti 🙏🙏
@barnalidas4035
@barnalidas4035 13 дней назад
❤god bless you nd your family ❤🙏 om shanti abinash babu 🙏
@user-gf6dx1yh4g
@user-gf6dx1yh4g 13 дней назад
Right you are 😔😔😔
@jackjyoti4114
@jackjyoti4114 13 дней назад
🙏🙏🙏🙏🙏🙏
@ranojdey7290
@ranojdey7290 13 дней назад
RIP
@bantidas2403
@bantidas2403 12 дней назад
😢উপাই নাই এছাৰ ছৈৰি এই আৰু অণুৰোধ থাকিল চাৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ ধজ হৈছে সজ এই আৰু অণুৰোধ থাকিল মানুহ মৰণশীল হয় এই আৰু অণুৰোধ থাকিল আজি ম ই কালি সন্তান এই ক্ষেত্ৰত এই হৈছে পৃথিৱীৰ পৰাম্পৰাগত হয় সাৱধান নিজৰ লগতে ধজ লগতে কষ্ট নিজৰেই হব এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই জিৱন এই সকলোও জয় শ্ৰী ৰাম জয় কৃষ্ণ
@nnloveu294
@nnloveu294 13 дней назад
Thanks
@girindrasharma3561
@girindrasharma3561 13 дней назад
Rest in Peace... 🙏🙏🙏🙏🙏😭😭😭
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht 13 дней назад
😭😭😭😌😌😌
@Bran47772
@Bran47772 12 дней назад
Bipodor homoyot je goise dukhia usorot heitue bohut
@ankurbaruah5034
@ankurbaruah5034 12 дней назад
Apunar Hahokhr Holoag loisu Aguaui jawk dada
@user-hz8xn8xh1v
@user-hz8xn8xh1v 11 дней назад
Ki দরকার স্যার কি দিচ্ছে না। বিবেক নেয় প্রশ্ন করে,,,, সবাই সতর্ক থাকা উচিত
@rimjimsonowal2853
@rimjimsonowal2853 13 дней назад
এইবিলাক সাংবাদিকেএনেকুৱা কিবা নিউজ পালে ফুৰ্তি হে পাই । অদৰকাৰী কিছুমান মানে । সিহঁতি নিজৰ সন্তানক হেৰুৱায় কিমান কষ্টত আছে ভাবি চাব লাগে । অকল নিউজ নিউজ নিউজ,,,
@dickykashyap2563
@dickykashyap2563 13 дней назад
Natok ! Nola bilk vlke bonai...bondho korok
@imoff-sv4jw
@imoff-sv4jw 12 дней назад
Time thakote lora to bisari olai nidile.atia saku Pani tokile olaba nki.aibur natak.mak/bapekar bukar bikh takare ba mama.r saku pania atarai nidia.age mariba pisat taka di sahai kari bah/bah laba.aiyai Amar samajar nitiniyam
@user-bk3qs4ek4n
@user-bk3qs4ek4n 12 дней назад
Ghy MP joa nai nki..? Teoro ghr tatei dekhon
@sunishakalita53
@sunishakalita53 12 дней назад
Sanbadik kitaru question ki saba
@pramudbordoloi2725
@pramudbordoloi2725 13 дней назад
যিয়ে নিদিয়ক তহতক কিয় লাগে ঘুৰাই পকাই নিউজ বনাবি আল দিলে বাল দিলে বুলি ।
@apurbadas1622
@apurbadas1622 12 дней назад
Buku bix uthi jai.
@digantaborah2152
@digantaborah2152 13 дней назад
নলা মেন
@bodonortheast
@bodonortheast 13 дней назад
RIP
Далее