▶️আৰু এজন অবিনাশৰ মৃত্যু হ'ব নালাগে। মুখ্যমন্ত্ৰীয়েও কান্দিছে, আমাৰো দুখ লাগিছে। পথটো ল'ৰাটোৰ নামেৰে নামকৰণ হ'লে অমৰ হৈ ৰ'ব। সৰ্বানন্দ সোণোৱালকো লগ পাইছিলোঁ, এতিয়া মই দুয়োজন মুখ্যমন্ত্ৰীক লগ পোৱাৰ সৌভাগ্য হ'ল বুলি মন্তব্য অবিনাশ সৰকাৰৰ পিতৃৰ।
14 окт 2024