Тёмный

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত অখিল গগৈৰ 

Pratidin Time
Подписаться 2,2 млн
Просмотров 1,1 млн
50% 1

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত অখিল গগৈৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি অভিযোগ দাখিল অখিল গগৈৰ। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি ভিক্টিম কাৰ্ড খেলাৰো অভিযোগ অখিল গগৈৰ। আনহাতে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সৈতেও বাকযুদ্ধত অৱতীৰ্ণ শিৱসাগৰৰ বিধায়কগৰাকী।
#PratidinTime #AkhilGogoi #assam

Опубликовано:

 

11 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 475   
@anjalibhuyan8884
@anjalibhuyan8884 Год назад
আপোনাৰ লগত মই সদায়ে একমত কাৰণ আপোনাৰ সকলোবোৰ কথাই সত্য আৰু স্পষ্টবাদী ..👍👍🙏🙏🙏
@ProbhatBaruahProbhatBaru-ne2qq
অখিলৰ হৈ সকলোৱে ‌ভগৱানৰ ওচৰত‌ প্ৰাৰ্থনা জনাওক সৎ আৰু সাহসী হৈ আমাৰ মাজত জিলিকি থাকক
@DipChetry-ns9oc
@DipChetry-ns9oc 6 месяцев назад
UGC UGC
@DipChetry-ns9oc
@DipChetry-ns9oc 6 месяцев назад
wax
@DipChetry-ns9oc
@DipChetry-ns9oc 6 месяцев назад
What
@DipChetry-ns9oc
@DipChetry-ns9oc 6 месяцев назад
Bjjjii
@ReajUddin-ed3yv
@ReajUddin-ed3yv 5 месяцев назад
Ok😮😮😮😢y😮😮😮😮😮6😊
@AshrafulIslam-xk5sb
@AshrafulIslam-xk5sb Год назад
মই এটা কথা বুজি নাপাও যে চৰকাৰৰ বিৰুদ্ধে মানুহে কথা কবলৈ কিয় ইমান ভয় পায়ে। এইটো এটা গনতন্ত্ৰৰ দেশ নহয় নেকি?
@musicmasti4292
@musicmasti4292 Год назад
চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে অৰুণোদয় আচঁনি, বিধৱা পেঞ্চনৰ দৰে বিছ-ত্ৰিশটা বিনামূলীয়া আচঁনিৰ পৰা বঞ্চিত হ'ব যে।
@S.hazarika
@S.hazarika Год назад
Luvey pap pape mitru.... Raije moza tu pai ase
@sahanasultana9592
@sahanasultana9592 Год назад
Bjp sorkaror biruddhe beyakoi kole jelot vorai j
@AsadulAlom-vs9mu
@AsadulAlom-vs9mu Год назад
Nice
@ৰাঃজেশঃশঃৰ্মাঃ
@ৰাঃজেশঃশঃৰ্মাঃ 11 месяцев назад
বিদ্বান মানুহবোৰৰ বহতেই আত্মকেন্দ্ৰিক, ধনসৰ্বস্ব, সুবিধাবাদী । চৰকাৰী সুবিধা লাভৰ আশাত নিমাত ।
@anjalibhuyan8884
@anjalibhuyan8884 Год назад
পিয়াঁজ হাজৰিকা হে জদ্ধা মূৰ্খ, বিজেপিৰ মাল যে দম দম কথা দেখিব মন নাযায় গেলা পিয়াঁজ টো
@billalali-xd6ce
@billalali-xd6ce 4 месяца назад
Ft
@kakalibaruah4972
@kakalibaruah4972 Месяц назад
Oh ahomr rani toi cmnt karise😅😅😅😅 . sarkari aasoni loi olp xakat hoisa dekhun. Ranimata ki jai akhil pagla kukur tor sela 😅😅
@inglishvlogs1015
@inglishvlogs1015 Год назад
বঢ়িয়া কথা কৈছে,
@MousumiDas-ny9jh
@MousumiDas-ny9jh 5 месяцев назад
😊
@digambarray3751
@digambarray3751 4 месяца назад
​O CT mo ft😊😊😊😊😊😅😅 5:44
@aminparakhowa2788
@aminparakhowa2788 Год назад
১০০%✓ শতাংশই শুদ্ধ কৈছে 👌
@kalukharia4238
@kalukharia4238 11 месяцев назад
Zchpda
@bhogendrapagag245
@bhogendrapagag245 Год назад
100% right. I also support you. A. Gogoi dev.charoi beti chaboloi beti..
@srimantasaikia6432
@srimantasaikia6432 Год назад
ধন্যবাদ অখিল গগৈ ডাঙৰীয়া
@hemkantaborah7434
@hemkantaborah7434 Год назад
পিঁয়াজ হাজৰিকা কেলেংকাৰীৰ অংশীদাৰ।
@subhraisvlogging7600
@subhraisvlogging7600 Месяц назад
Molua o ase
@7gc970
@7gc970 Год назад
মুখ্য মন্ত্ৰীৰ পৰিয়ালক মাটিৰ কেলেংকাৰীৰ কথাবোৰ জাতে লোকাই নেথাকে।
@hasenbachari1333
@hasenbachari1333 Год назад
হিমন্ত বিশ্ব শৰ্মাৰ দৰে নিলাজ মুখ্যমন্ত্ৰী আজিলৈকে দেখা নাছিলো।
@radhikabsty9049
@radhikabsty9049 11 месяцев назад
❤ ty
@jaychankarborolegalforum7822
Akhil Gogoi zindabad
@jitulkalita4455
@jitulkalita4455 Год назад
অখিল দা আমি আপোনাৰ লগত আছো , এটা কথা এইখন চৰকাৰৰ বিৰোধীৰ মাত মাতিলে ইহতৰ খং আৰু সেই খংতে ইহতে আপোনাক চাব আৰু জেলত সোমাবলৈ চেষ্টা কৰিব , নহলে এই খন চৰকাৰৰ এটা উপাই কেবল জেলত ভৰাই লাগে , পীজুহ ইটো এটা বহুত ওপৰৰ মাল , বি জে পি যোৱা বাবে মানুহে চিনি পালে ই হিমন্তৰ ধেমা ধৰা মন্ত্ৰী , এটা সময়ত দম দি চলিছিল , এতিয়াও নিউজ চেনেলত মাজে মাজে দেখুৱাই কাৰোবাক দমকি দিয়া , মন্ত্ৰীৰ পদৰ মানুহে নহয় ,
@mukulbaruah1833
@mukulbaruah1833 Год назад
Akhil gogoi a 100% xosa kotha koise.
@intajurrahman4134
@intajurrahman4134 Год назад
হিমন্তৰ জন্ম হইছেও কেলেংকাৰী পৰা ৷ধন দাবিৰ পৰা সাৰদা হক বা লোইভাৰঝা ৰেই হক এইজন এজন ডকাইত তাৰ হাতিয়াৰ হল ৰাজনীতি
@Mompipathori.123
@Mompipathori.123 Год назад
বিজেপিৰ তিনি চাৰিটা মান নেতাৰ ক্ষমতাই মূৰত ধৰিছে ।এতিয়া পদত্যাগ নকৰে কাৰন মাটি আৰু লব লাগে।বিচনাৰ তলত থকা বাকচটো টকা ভৰ্তি হোৱাই নাই।
@snehashabnam4545
@snehashabnam4545 7 месяцев назад
Pet nvora himu piyu jayu ashu
@moonmeegohaingogoi1383
@moonmeegohaingogoi1383 Год назад
Ekdom right
@mantuhussain6183
@mantuhussain6183 Год назад
💯% যুক্তিসংগত কথা কয় A গগৈ 👍👍👍👍👍
@iliasahmed2682
@iliasahmed2682 Год назад
সঁচাই 100% সঁচা কথা কৈ দিলে, দেশ ৰাজ্যৰ বাবে খুব ভাল এনে ব্যক্তি
@prabitachutia448
@prabitachutia448 Год назад
ৰাজনীতি হ'ল তেওঁৰ ব্যৱসায় ,
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv Год назад
আখিল গগৈ এজন ভাল কাম কৰা মানুহ।
@DipamoniGogoi_0_1
@DipamoniGogoi_0_1 Год назад
ধন্যবাদ অখিলদা
@anupamphukan3617
@anupamphukan3617 Год назад
পিজুজ হাজৰিকাৰ বাৰু কোন কুট্টা ? দেশৰ বদন হিমন্তৰহৈ মাত মাতিবলৈ আৰু এই বান্দৰটো বাহিৰে BJPত আন কোনো নাই নেকি ঔ ? এইটোক দেখি দেখি আমনি লাগিছে । বামোনৰ লিতিকাই বামোনক নবচালে কোনে বচাব ? নেৰিবা হেইৰা তুমি পিজুজ বোলাতো । নিশ্চয় এদিন অলপ ভাগ পাবাই 😂😂😂
@snehashabnam4545
@snehashabnam4545 7 месяцев назад
Himantar selavary eijon piyaj
@DxEftikarAnsari
@DxEftikarAnsari 24 дня назад
Right ❤
@matubora2743
@matubora2743 Год назад
Right
@_The_Leo_Man_
@_The_Leo_Man_ Год назад
100 percent right sir,carry on we r with u sir,
@Extremecreator-x8i
@Extremecreator-x8i Год назад
অখিল গগৈ জনতাৰ কণ্ঠ । ৰাইজৰ দল জিনদাবাদ।
@RajithMsy
@RajithMsy 9 месяцев назад
Qh ❤
@uddiptadas1875
@uddiptadas1875 Год назад
Akhil da apunak amak lagay apun bohut val manhu....
@bapanrajbongshi6637
@bapanrajbongshi6637 Год назад
Modi এইবাৰ হাৰি আছে । আপোনাকৰ এদিন Jail নিশ্বয় হব ।
@mnfilmproductionassamese6105
@mnfilmproductionassamese6105 10 месяцев назад
Very good comment.
@monujdey936
@monujdey936 Год назад
Akhil da jindabad
@MukundraSaikia-e2z
@MukundraSaikia-e2z 11 месяцев назад
I'm saport good sr
@rajkumarpegu912
@rajkumarpegu912 Год назад
পিয়ুজ হাজৰিকা মামাৰ নেগুৰ সেয়ে মামাৰ বিৰুদ্ধে কোনোবাই বেয়াকৈ ক'লে তেখেতৰ মূৰত ধৰেগে ।কিন্তু অখিল গগৈ সদায় স্পষ্টবাদী ।
@jscreation5966
@jscreation5966 Год назад
Akhil da you are Great 👍
@sibanathburagohain7573
@sibanathburagohain7573 10 месяцев назад
অৰুণোদয় কৃষক বিলাকে এইবোৰ বুজি পব
@birendeka5674
@birendeka5674 Год назад
Excellent speech by the respected AKHIL GOGOI. So I salute him
@Poetry-p2y
@Poetry-p2y Месяц назад
Dear Akhil da May God bless you. We all the Assam public peoples are full support you.Thanks.
@madhurjyadeka5248
@madhurjyadeka5248 Год назад
পৃথিৱীত ভাল মানুহনো কোন আছে ।লংকালৈ গ'লে সকলো ৰাৱণ হয় ।
@BhubanchandraDas
@BhubanchandraDas Год назад
Plp
@SarsingKathar-rg6xy
@SarsingKathar-rg6xy Год назад
You are right Sir✊
@dhananjoytalukdar6758
@dhananjoytalukdar6758 Год назад
Akhil Da......you are correct 💯
@pallabbarman5163
@pallabbarman5163 Год назад
Akhil Gogoi👍👍👍
@karabihandique998
@karabihandique998 Год назад
100%right
@lakhyeswarborah614
@lakhyeswarborah614 Год назад
সত্য কথা কৈছে অখিলে ।
@arupgoswami2297
@arupgoswami2297 Год назад
অখিল গগৈ জিন্দাবাদ ❤❤❤❤❤❤
@binabarua9304
@binabarua9304 Год назад
আনৰ স্বাৰ্থৰ কথা চিন্তা কৰা হ’লে টেট উত্তীৰ্ণ বঞ্চিত সকলক নিযুক্তি দিলেহেতেন ৷
@anupamgogoi5852
@anupamgogoi5852 Год назад
😂😂😂
@nabapathak7684
@nabapathak7684 Год назад
Pijush tu eta 3rd class character ...
@uddiptadas1875
@uddiptadas1875 Год назад
Akhil da in best
@nitudeka-ks1sc
@nitudeka-ks1sc Год назад
ফিউজ তোমাৰ দিন উকলিছে
@mukulbaruah1833
@mukulbaruah1833 Год назад
Abe kul naikia kol tol t joga aag guri nathoka Bamunr goo khua adha pagol. Kela prithibit anei buja di nethakibi.
@gobintanti3457
@gobintanti3457 Год назад
একমত
@sonaramsonaram3546
@sonaramsonaram3546 3 месяца назад
Jinda bad Akil gogi assam
@ipshita9737
@ipshita9737 Год назад
Eiyae শৰ্মাৰ asol soritro
@_itz_lucky_338
@_itz_lucky_338 Год назад
Excellent respected Akhil dada Excellent 👍🏻👍🏻👍🏻
@indirabaruah8033
@indirabaruah8033 Год назад
Hosa kotha koise Gogoideu .
@samsulhaque4571
@samsulhaque4571 Год назад
১০০/ সত্য ভাই ।
@pgoswami5378
@pgoswami5378 Год назад
লাতমাৰা শব্দটি বেয়া। সমাৰ্থক বেলেগ শব্দ ব্যৱহাৰ কৰিলে শোভনীয় হলহেঁতেন।
@dhananjoytalukdar6758
@dhananjoytalukdar6758 Год назад
Akhil Da keep it up ......we are with you....
@AbulSarkar-zw7js
@AbulSarkar-zw7js 7 дней назад
কু কৰ্মৰ কু ফল প্ৰাপ্ত হ'বৈ লাগিব,লাগিলে সেই জন ৰাষ্ট্ৰপতিয়েই নহোক কিয়, আকৌ ধামা ধৰায়ো সাৰি যাব নোৱাৰিব, প্ৰত্যেকেই কৰ্মফল প্ৰাপ্ত হ'বৈ, স্বয়ং জন ৰাষ্ট্ৰপতিৰো ৰাষ্ট্ৰপতি, তেওঁ কোনো ৰাষ্ট্ৰপতিক এৰা নাই আৰু নেৰিব।
@rotikantoray2187
@rotikantoray2187 11 месяцев назад
পিযুষহাজৰিকা আপুনি অখিল গগৈ দাৰ লগত জিকিব নোৱাৰিব
@bharatbora8392
@bharatbora8392 Год назад
Akhil da best
@dhunukonwar4605
@dhunukonwar4605 Год назад
Good keep it up
@moviesproduction505
@moviesproduction505 Год назад
In my opinion only and one person akhil gogoi is the brave man raises his voice against ruling party otherwise rest of are sleeping in a sweet dream shame on other party's ministers
@LegendIshan
@LegendIshan 5 месяцев назад
একমাত্র লৰা ড্ৰাগছ আষক্ত হৈ পাগল হৈছে বুলি চৰ্চা হৈ আছে, ভগৱানৰ ওচৰত কামনা কৰিছো সেই সম্পত্তি সমূহ ভোগ কৰিবলৈ সুষ্ঠ হৈ উঠক
@hemantapathak2307
@hemantapathak2307 Год назад
একেবাৰে সঁচা কথা।
@trailukyaneog7748
@trailukyaneog7748 Год назад
অখিল গগৈ জিন্দাবাদ
@mustafaali89621
@mustafaali89621 Год назад
আপোনাৰ কথাৰ যুক্তি আছে
@PranjalSaikia-yk1lc
@PranjalSaikia-yk1lc 4 месяца назад
MATI VHOOR TOK KHAD
@PrasenjitRoy-xu6mw
@PrasenjitRoy-xu6mw Год назад
Akil da jindabat
@pgoswami5378
@pgoswami5378 Год назад
জাগীৰোডৰ পৰিবেশ পৰিস্হিতি এতিয়াও বিজেপিৰেই হৈ আছেনে সেইটোহে প্ৰথমতে চৰজমীন তদন্ত কৰা ভাল হব। আকৌ তেখেতকেই তাত মানে জাগীৰোডত বিচাৰে নে অন্য কাৰোবাক বিচাৰে সেইটোও অনুসন্ধান কৰিলে থিক হব । সময়বোৰ সলনি হৈ থাকে যে! মানুহৰ মনবোৰো সলনি হৈ থাকে বাবেহে কথাবোৰ ৰাইজে চিন্তাচৰ্চালৈ আনিছে।
@dhananjoytalukdar6758
@dhananjoytalukdar6758 Год назад
He is doing business in politics along with his family members.....
@simahazarika9717
@simahazarika9717 Год назад
Axomar raije potibad kotibad koribo lge
@majuliboy5001
@majuliboy5001 Год назад
Bohut val kotha koixe
@bulumoninath6956
@bulumoninath6956 Год назад
একেবাৰে সঁচা কথা ।বিৰোধী হোৱা হলে কি যে কৰিলেহেঁতেন ।বেছি হৈছে
@nitudeka-ks1sc
@nitudeka-ks1sc Год назад
১০০% শতাংস ৰাইত ! cm এ নিজৰ বাদে কাকো নাজানে !
@nirugogoi4576
@nirugogoi4576 Год назад
Akhil zindabad
@GirinGirin-qk1fi
@GirinGirin-qk1fi Год назад
Right kotha koise.
@bitupatnayak891
@bitupatnayak891 10 месяцев назад
কাৰো ৰাজনীতি ক্ষেত্ৰখনৰ একমত মই নহৈ এইবোৰ কেলেগকাৰি মাজত সোমাব নাই কাৰণ জন সাধাৰণৰ ভোট লৈ ৰাজগাধিত বহি অলপ চিন্তা কৰিব নহলে আম গছত এক বছৰেই আম নধৰে জানি বুজি লওক
@mridulnath1556
@mridulnath1556 Год назад
Akhil da right talk.
@RosojitBiswas
@RosojitBiswas 10 месяцев назад
আমাৰ বিজেপিৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমত শান্তিৰ একতাৰ আসনত বহিব বটা
@biswabhubanbosumatary7722
@biswabhubanbosumatary7722 Год назад
Mojja🎉
@DIPAKDAS-yq4vb
@DIPAKDAS-yq4vb Год назад
পিজুছ তোক কেলা দেখিব মন নাযায়
@KalpaAbhaipuria
@KalpaAbhaipuria Год назад
Akebare hosa kotha
@minotisonowal604
@minotisonowal604 Год назад
গোটেইখন সচা কৈচে গগৈয়ে
@gobindazg2002
@gobindazg2002 Год назад
Apunar kothat ami xodai akmot hoi ahiso ❤ sidha kotha
@WKBasuGB
@WKBasuGB 9 месяцев назад
G N
@pranabgogoi6283
@pranabgogoi6283 Год назад
Dhor dhor dhor. Bhalkoi dhor. Eyak neribi.
@FarheenaNasrin
@FarheenaNasrin Год назад
Atanka Biswa sarma
@upenrabha-kv4mf
@upenrabha-kv4mf Год назад
You are right
@stephanronghang9958
@stephanronghang9958 7 месяцев назад
Akhil Gogoi good leader and a very brave leader we like you sir and Salute
@salimhussain4907
@salimhussain4907 Год назад
১০০% শুদ্ধ কৈছে
@AbdulRahman-p1u5d
@AbdulRahman-p1u5d Год назад
I heartfully like your spices 🙏
@pabitrahazarika6576
@pabitrahazarika6576 Год назад
মামাই যে কি বিপদত পৰিছে অখিল গগৈ কাৰনে সেই তেতিয়াৰ পৰা ।।।।
@haridaskaman6299
@haridaskaman6299 Год назад
ফিয়ুজ গোৱাল।
@kusumitakkardong9484
@kusumitakkardong9484 Год назад
3,Gogoi,,hero,of,Assam,future
@rajani149
@rajani149 Год назад
আহিছে আহিছে... হেমন্ত আহিছে আশাৰে বতৰা লৈ....😅😅 শুনিছিল নে এই চং টো...😮😮😮 ৰাইজে আশাৰ বতৰা ভাল কৈ পালে নিশ্চয়...😅😅😅 এই বাৰ যাতে আকৌ চং (মানে গান) শুনি আকৌ পথ ভষ্ট্ৰ নহয় অসমৰ ৰাইজ। আগতেই কৈ থলো.. নিৰ্বাচন আহি আছে....🙂🙂🙂 টেঙা আম যাতে দুবাৰ বেছিব নোৱাৰে...! সাধাৰণতে মহিলা সকলৰ উৎপাত টো বেছি দেখা যায় গামোচা এখন লৈ দৌৰ মাৰে... চং টো শুনি.... এতিয়া গম পাইছে 😅😅😅
@kanaklalsutradhar6998
@kanaklalsutradhar6998 Год назад
Akhil Gogoi aru Gaurab Gogoir kotha boror cut nai jen feel hoy.
@paraggogoi405
@paraggogoi405 Год назад
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@assamtractorvideo6619
@assamtractorvideo6619 Год назад
দিছা ফালি দিছা।
@RobiSenchuwa-xx5tm
@RobiSenchuwa-xx5tm Год назад
পিষূজ হাজৰিকাই সিমন্তৰ নেগুৰত ধৰি কংগ্ৰেছৰ পৰা বি জে পি লৈ গৈছিল আৰু এতিয়া সিমন্তৰ নেগুৰত ধৰিয়েই মন্ত্ৰী হৈ আছে । সেইবাবে সিমন্তক তৈলমৰ্দন কৰি থাকে ।পাৰে যদি নিজৰ দক্ষতাৰে মন্ত্ৰী হৈ দেখুৱাওক
@gokulnath3591
@gokulnath3591 Год назад
next cm akhil siroko khubidha diyok.... tasting tasting...
@mukulbaruah1833
@mukulbaruah1833 Год назад
Dharma aru Adharmar juddhat Akhil gogoi jikiba.Pijush hajarika khariba, karan teo adharmir lagot asey.
@PrasenjitRoy-xu6mw
@PrasenjitRoy-xu6mw Год назад
Akil sosa manu
@sonvitocorleonedon2145
@sonvitocorleonedon2145 Год назад
Thike koise Akhil Goigoi e💪🏻🙏🙏
@malabikapegu4300
@malabikapegu4300 Год назад
Akhil Da great
Далее
IKENGA UGOCHINYERE BRIEFS ON PDP CRISIS
43:22
Просмотров 12 тыс.
BRUTAL STREET FIGHT KNOCK OUT
00:20
Просмотров 1,3 млн
КУШАТЬ ХОЧЕШЬ? #дистори
00:15
Просмотров 141 тыс.
BRUTAL STREET FIGHT KNOCK OUT
00:20
Просмотров 1,3 млн