Тёмный

মুখ্যমন্ত্ৰী-পত্নীৰ ব্যক্তিগত ইংৰাজী বিদ্যালয়: ৰজাৰ ঘৰৰ পৰাই চৰকাৰী বিদ্যালয় ধ্বংসৰ আখৰা নেকি? 

NorthEast Now
Подписаться 339 тыс.
Просмотров 174 тыс.
50% 1

মুখ্যমন্ত্ৰী-পত্নীৰ ব্যক্তিগত আন্তঃৰাষ্ট্ৰীয় ইংৰাজী বিদ্যালয় মুকলি!
ৰজাৰ ঘৰৰ ভিতৰৰ পৰাই চৰকাৰী বিদ্যালয় ধ্বংসৰ আখৰা চলিছে নেকি?
ৰিক্সাৱালা-ঠেলাৱলাৰ পুত্ৰই বিনামূলীয়াকৈ অধ্যয়ণ কৰাৰ সুযোগ পাব নে?
নে লাখপতি-কোটিপতিৰ বাবেহে এই ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয়?
মাধ্যম বিতৰ্ক, চৰকাৰী বিদ্যালয়ৰ ডেক্স-বেঞ্চ ক্ৰয় কৰিবলৈ চৰকাৰৰ পুঁজিৰ অভাৱৰ সময়তে মুখ্যমন্ত্ৰী-পত্নীৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়
ৰাজনৈতিক দল, সচেতন মহলৰ লগতে সামাজিক মাধ্যমত এইখন বিদ্যালয়ক লৈ তুমুল চৰ্চা
#HimantaBiswaSarma #RinikiBhuyanSarma #RanojPegu #VandyaInternationalSchool
Like, share and subscribe our channel.
Follow us on:
Facebook - / nenownews
Twitter - / nenownews
Instagram - / nenownews

Опубликовано:

 

12 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 293   
@anuborphukon40
@anuborphukon40 2 года назад
হিমন্ত বিশ্বশমা আৰু ৰিণিকী শমা ভূঞা ওপৰত চিবিআই তদন্ত কৰিব নোৱাৰেণে ইমান অন্যায় চলিথাকিলেও আইনৰ বিষেশগ্য সকলৰ চকুত নপৰেনে এটোহে ডাঙৰ কথা হিমন্তই এই সকলকো কিনিপেলালে নেকী সবানন্দ শ্লগান আছিল জাতি মাটি ভেটি ৰক্ষা কৰা কথা শুনি শুনি আমনি লাগিছিল এতিয়া কিহৈছে উত্তৰ দিয়ক
@bimalbaishya3703
@bimalbaishya3703 2 года назад
CBI tu baad diya o. Amar major kisumane a mori pelabo mamak beyake kole.
@amaljyotiborah8420
@amaljyotiborah8420 2 года назад
Kiya karib jhumala babai amar manuh burak burbak banabahe jane Sarada ,aru je ki kelengkari thik nai ami vote di raja banai lutibale disu.
@tmff4973
@tmff4973 2 года назад
Hero bupai axomiya ajone ha shcool khulise apunar mote bamgladesi ajone khulibo lagisil
@nightridingking847
@nightridingking847 2 года назад
moja korise mamai
@nabajyotisaloi3728
@nabajyotisaloi3728 2 года назад
CBI enquiry hbo lag
@phanindradevagoswami4635
@phanindradevagoswami4635 2 года назад
ই চোৰ -দগাবাজৰ ভোটেৰে অসমৰ মাননীয় মুখ্য মন্ত্ৰীৰ আসনখন লৈ অসম বাসীক যি পয়মাল কৰিছে তাৰ প্ৰতিবাদ ৰোধ কৰিবলৈ ই কেৱল আৰক্ষীত নিয়োগ বঢ়াইছে ! এইয়া বৃটিছ শাসনতকৈও কঠোৰতম!!
@ukimu9855
@ukimu9855 2 года назад
এই পলিচি অকল চৰকাৰী স্কুল ধ্বংস‌ই নহয়। চৰকাৰী হস্পিটেলকে ধৰি সকলো ৰাজহুৱা খণ্ডৰ বিভিন্ন উদ্যোগবোৰৰ বিভিন্ন অজুহাত দেখুৱাই বন্ধ কৰি দি তথা ধবংস যজ্ঞ কৰি নিজৰ নিজৰ ব্যক্তিগত খণ্ডৰ বিভাগবোৰৰ ব্যৱসায়বোৰ যাতে লাভৰ মুখ দেখা পায়। আজি চৰকাৰী হস্পিটেলত ঔষধ নাই। ঔষধ যোগান ভালদৰে নধৰে। ৰোগীয়ে বাহিৰৰ পৰা সকলো কিনিব লাগে। চৰকাৰে এইবোৰ ইচ্ছা কৰিয়ে যোগান নধৰে। কাৰণ, চৰকাৰী হস্পিটেলত সকলো সুবিধা পালে নেতাহঁতৰ নিজৰ নিজৰ নাৰ্চিংহোমৰ ব্যৱসায়বোৰ যদি বন্ধ হৈ যায় । সেই লৈ আমাৰ নেতা মন্ত্ৰীবোৰ তৎপৰ। সেইকাৰণে ৰাজহুৱা খণ্ডৰ সম্পত্তিবোৰ এটা এটাকৈ বেচি বা একেবাৰে ধ্বংস কৰি নিজৰ ব্যৱসায়ৰ বাট মোকলাই আহিছে। তাকে আমাৰ দেশৰ এচাম মূৰ নোহোৱা যধামূৰ্খ‌ই নেতাবোৰৰ ফটা লেকচাৰবোৰকে সঁচা বুলি চকুমুদি সমৰ্থন কৰে।
@shikhatreditionlrecipichan5486
@shikhatreditionlrecipichan5486 2 года назад
Axomkhn rokhatole gyse
@sankargoswami4570
@sankargoswami4570 2 года назад
মুখ্যমন্ত্ৰী চৰকাৰী মন্ত্ৰী নে প্ৰাইভেট মুখ্যমন্ত্ৰী। অসমৰ আটাইতকৈ ধুৰন্ধৰ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা।ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্ধ ভক্ত বি জে পি বিধায়ক আৰু অসম দৰদী এ জি পি দলৰ নেতা সকলক লগত লৈ অসম খন বিক্ৰী কৰিব ওলাইছে।কুকুৰ নেজ তেল মালিচ কৰিলেও চিধা নহয়।হিমন্ত বিশ্ব শৰ্মা ভণ্ড পূজাৰী। মিছা প্ৰলোভন দিয়া আৰু চৰকাৰী সম্পত্তি আত্মসাত কৰা হৈছে তেওঁৰ কাম। ৰাইজে তেঁওৰ পৰা কিবা উন্নয়ন নেপায়। তেওঁৰ আগৰ ৰাজনৈতিক ইতিহাস চালে সকলো ওলায় আহে।
@nkdas7082
@nkdas7082 2 года назад
CM (Criminal Minister)
@babul8718
@babul8718 2 года назад
Nice
@rajubora3485
@rajubora3485 2 года назад
টকা বোৰ কত পাইছে ? অসম খন ধ্বংসাত্মক দিশত গৈ আছে । আৰু কিমান টকা লাগে ?
@arjun-roadtrip5289
@arjun-roadtrip5289 Год назад
Hoi right
@jahangirmondal3354
@jahangirmondal3354 Год назад
Greatest identity of Assam in lndia
@mantudas3746
@mantudas3746 2 года назад
মহাশয় আপোনাৰ বক্তব্য এশ শতাংশ শুদ্ধ এইবো বিদ্যাল নে বানিজ্যিক কেন্দ্ৰ
@buddhadevray5643
@buddhadevray5643 2 года назад
চিন্তা নাই অসম খন আমেৰিকা হব গৈ আছে দুদিন পিছত নিজৰ ভাষাৰ অস্তিত্ব নোহোৱা হৈ যাব চব টকাৰ খেল
@bkp9774
@bkp9774 4 месяца назад
অসম খন আৰু অসমীয়া জাতি হেমন্ত, ৰিকিনিৰ পৈত্ৰিক সম্পত্তি।
@vikramborgohain1910
@vikramborgohain1910 2 года назад
মুখ্যমন্ত্ৰীৰ চকী খনো গেলাই পেলালে,,,,,,,ক্ষমতাৰ অপব্যৱহাৰ,,,,মুখ্যমন্ত্ৰীৰ চকী খনৰ কোনো অৰ্থ নাইকিয়া হৈ থাকিলে,,,
@atulmurari4955
@atulmurari4955 2 года назад
এওঁৰ দৰে মানুহক ভোট দিয়াই বৰ ডাঙৰ ভুল হৈছে
@utpaldeka5628
@utpaldeka5628 2 года назад
CBI enquiry haba lage.
@utpalvlogs2654
@utpalvlogs2654 2 года назад
সৰ্বা দা পুনৰ মুখ্যমন্ত্ৰী হোৱাতো বিচাৰো
@babulbarua1153
@babulbarua1153 2 месяца назад
Sarbananda dangariyay CAA andolonat asomiyar oporat guli chalaise manat ase ne dangariya.bhabi chano chon
@devdaddymx3781
@devdaddymx3781 2 года назад
Highly satisfied
@r.7833
@r.7833 2 года назад
অসমৰে আনন্দ ।। আকৌ লাগে সবা্নন্দ
@khargeswarbaruah8139
@khargeswarbaruah8139 2 года назад
ইহঁতে অসমখন শেষ কৰিহে এৰিব।অন্ধ সমৰ্থক সকলে হাত তালি মাৰি থাকক।
@rv7787
@rv7787 2 года назад
Bhal kotha. Modern school holae ,Amar state or sunam. Eayat ako Gov School or kotha kor pora ahil
@JOHN_T123
@JOHN_T123 2 года назад
দীৰ্ঘকালৰ বাবে Himanta biswasharma ডাঙৰীয়াই শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বিদ্যালয়ৰ অবস্থা তেওঁৰ কালৰ পৰাই এনে হৈ আহিছে।
@munborah1098
@munborah1098 2 года назад
হিমন্ত বিশ্ব মাথা হয় বুজিছা ।
@nomikonwar6739
@nomikonwar6739 2 года назад
100%hocha kotha
@debojitdutta5652
@debojitdutta5652 2 года назад
Apsc ৰ পৰা আসমীয়া ভাষা নাইকিয়া কৰিলে । লাহে লাহে অসমীয়া ভাষাও শেষ হব এদিন ।
@arupkumarchakrabartty4106
@arupkumarchakrabartty4106 2 года назад
চৰকাৰী বিদ্যালয়ত পঢ়া ফকতীয়া- দুখীয়া নিচলা আসমীয়া কৈইটাই মামাৰ ইচকুলত নপঢ়ে ।
@BhumidharNath-im7ml
@BhumidharNath-im7ml Год назад
চৰকাৰখনো প্রাইভেট কৰিলে নিশ্চয় দেশৰ বহুত উন্নতি হব। বৰ্তমান দিনত ধনেই ধৰ্মৰ মূল, ধন নহলে যাই জাতি কুল। যিয়ে চৰকাৰী টকা আত্মসাত কৰিব পাৰিব সেই জনেহে এই স্কুলত পঢ়াব পাৰিব।
@hridayrabha8706
@hridayrabha8706 2 года назад
DASING CM BHARAT Mohesh babur south movie khon dekhabo loga hoise axomor montry keitak
@gogoi2499
@gogoi2499 2 года назад
Hojak hobo hol.
@pallabborah2846
@pallabborah2846 2 года назад
Himanta biswa sharma the hidden business man behind a politican.
@mrinmoychakravarty705
@mrinmoychakravarty705 2 года назад
Yeah that's true
@dvlog7550
@dvlog7550 2 года назад
kejriwal sir... jindabad
@babitatalukdar8541
@babitatalukdar8541 11 месяцев назад
Assam sesh habaloi goi ase.
@jitendrabarman6577
@jitendrabarman6577 2 года назад
এতিয়া ক’ব পাৰিবনে ঘৈণীজনীৰ পিছত কিয় ইমান লাগি থাকে বুলি ৷
@bimalbaishya3703
@bimalbaishya3703 2 года назад
Atiya poisa lage matro.
@j.deducation667
@j.deducation667 2 года назад
Aibur karatkai jdi naokatat akhan goverment college banale haiii
@hariprasadgowala5282
@hariprasadgowala5282 2 года назад
অখিল দা ভাল কথা কৈছে
@bidyutboruah3284
@bidyutboruah3284 2 года назад
Hukhon korise mama Mamie 🙏
@rupagogoi5317
@rupagogoi5317 2 года назад
বুদ্ধ ডেকাবৰুৱা আৰু দিবাকৰ বৰুৱা অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়তহে পঢ়া l
@ajitkumarsharma4318
@ajitkumarsharma4318 2 года назад
News nathakila g t nokobo
@rinadutta7598
@rinadutta7598 2 года назад
মূখ্যমন্ত্ৰী গৰাকী কি মাধ্যমত শিক্ষা গ্ৰহণ কৰিছিল তেখেতক সকলোৱে প্ৰশ্ন কৰক।
@bhanumatinath3624
@bhanumatinath3624 2 года назад
অসমীয়া ৰাইজ সজাগ নহলে অসম ৰসাতলে যাব ।
@purbakantabarman431
@purbakantabarman431 2 года назад
অসমখনক বিদেশীৰ ওচৰত লীজত দি বহি থাকক । পাৰিলে মূখ্য মন্ত্ৰী য়ে নিজৰ নামত আধা ৰাখক।
@aruntelenga4643
@aruntelenga4643 2 года назад
Aam Aadmi party 👍👍👍👍
@mirjubora3651
@mirjubora3651 2 года назад
চগাৰ পাখি কিয় গজে সকলোৱে নিশ্চয় জানে
@minudey7657
@minudey7657 2 года назад
ৰিণিকি বাইদেউ সকলো মানুহ আপোনাৰ নিচিনা ধনী নহয় সেই কাৰণে দামী স্কুলত পঢ়াটো নিবিচাৰো দুখীয়াৰ কাৰনে চৰকাৰী য়ে ভাল কাৰণ কংগ্ৰেছত দুখীয়াৰ কথা ভাবিছিল 🙏🙏🙏
@starprinters3810
@starprinters3810 2 года назад
CM Sir. Sab pando kori dila BJP dangar badnam
@kidsentertainmentcars2462
@kidsentertainmentcars2462 2 года назад
Sarkari school bhangi diok Assam sarkar aru Delhi sarkare government school valke bonai ase
@satyenborgohain5683
@satyenborgohain5683 2 года назад
এচাম মন্ত্ৰী বিধায়কৰ অশুভ চিন্তাৰ ফল এয়া ।
@dbasumatary2802
@dbasumatary2802 2 года назад
Hobo hobo CBI edin na eedin hobo bortaman etiya bhal din choli ase na
@sibaprasadbora01
@sibaprasadbora01 2 года назад
এই মাটিত যদিএটা কম্পিনী হল হয় দুখিয়া মানুহ অলপ সবল হলহয়।কাৰন ধনী মানুহৰ ল'ৰা ছোৱালী য়ে বাহিৰতোপঢ়িব পাৰিলে হয়। এই কথাষাৰ কোৱা বাবে পুলিচ লগাই জেলত নিদিব।
@himadrikalita6913
@himadrikalita6913 2 года назад
BJP PRIVATE LIMITED INDIA (BPLI)
@babulali3856
@babulali3856 2 года назад
কি হব সকলোৱে ইংৰাজী জানি ? নিজৰ মাতৃভাষাটো চিৰদিনৰ বাবে হেৰাই যাব ! ৰনজন গগৈ কোন মাধ্যমত পঢ়ি ইমান ডাঙৰ মানুহ হল ? মেধাবি ছাত্ৰ‌ ছাত্ৰী সকল যিকোনো মাধ্যমতে মেধাবি হয় ।
@iamwhatiam8261
@iamwhatiam8261 2 года назад
আপুনিহে ইংৰাজী টু বাদেই অসমীয়াও নিশিকিলে। ৰঞ্জন শব্দটো লিখিব নাজানিলে....
@parashdeka2223
@parashdeka2223 2 года назад
@@iamwhatiam8261 পিছে মই নাজানিলোঁ ইংৰাজী টু নে টো হব লাগে। জনাব মহাশয়
@iamwhatiam8261
@iamwhatiam8261 2 года назад
@@parashdeka2223 Mahakhoi, moi akhamiya bhakhar bidagdha pandit nahoi, bhakha andulan kariu nahoi, heihe bhul hoise....Aapunaluk je bhakha andular guri dharuta, aapunalukar bhul hubha naapai....heihe jonalu...murnu aru ki....
@bm_brishnupriyacommunity5518
@bm_brishnupriyacommunity5518 2 года назад
Babul... don't provoke others ...
@mrinaldas3417
@mrinaldas3417 2 года назад
Atiya kot gol BJP vokto keita
@rgrg5472
@rgrg5472 2 года назад
জাতিৰ আগত ঈশ্বৰে যেন এওঁলোকৰ দিহা কৰে !
@DipakRoy-dt1wg
@DipakRoy-dt1wg 2 года назад
Kichudin agate mukhyamantria nije keichi, lahe lahe charkari schoolbor bole nohoa haba.chinta krak atia
@rajlk1706
@rajlk1706 2 года назад
Nijor sarthot sorkar solise xadharon nagrikr dukh durdokhak jolanjoli dse
@prodipborah8794
@prodipborah8794 2 года назад
Vote for kejriwal
@Updatepoint95
@Updatepoint95 2 года назад
ৰাইজে পৰৱৰ্তী নিৰ্বাচনত এখেতেক ভাল ফলাফল দিব ।
@rupjyotisharma9159
@rupjyotisharma9159 2 года назад
জনপ্ৰিয়তাই মূৰত ধৰিলে এনে বোৰ বদনামে গজালি মেলে ।
@rajkumarpegu1942
@rajkumarpegu1942 2 года назад
BJP চৰকাৰে কিছুমান চৰকাৰী স্কুল বন্ধ কৰাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিলে আৰু তেনেদৰেই চৰকাৰী স্কুল বন্ধহৈ গৈ থাকিলে অনাগত দিন বোৰত ল'ৰা ছোৱালী 100 কি:মি: দূৰৈত পঢ়া-শুনা কৰিব লাগিব আৰু এইখন চৰকাৰ কেৱল ধনীকে ধনী কৰাৰ চৰকাৰ আৰু দুখীয়া ৰাইজৰ নামত কেৱল বিনামূলীয়া চাউল ,অৰুণোদয় আঁচনিৰ টকা দি দায়িত্ব সামৰিব বিচাৰিছে এই আঁচনিবোৰৰ টকাও দুখীয়া ৰাইজে শান্তিৰে পোৱা নাই ।
@rakeshbrahma7281
@rakeshbrahma7281 2 года назад
Cbi inquiry hobo lage .cm hatao assam basao 100%
@k.d1845
@k.d1845 2 года назад
Aibaar vote napai....
@mridullsonowal6835
@mridullsonowal6835 2 года назад
Sorkari shcold bandho kori dibo lage. karon l p chcolor mastor bilake klas nokore .moi ajon dukhia manuh. kiyo privet chcolot dibologia hoise .
@nayanchandranath8008
@nayanchandranath8008 2 года назад
Life time business.Jor jar mulok Ter. Middle class manu finish. Just beginning. Picture avi baki hai
@rajkumarlagachu2026
@rajkumarlagachu2026 2 года назад
ধন্য হিমন্ত !আৰু আগুৱাই যোৱা ।অসমৰ শিক্ষা ব্যৱস্থা আৰু বাৰুকৈয়ে উন্নত হ'ব।
@runumeeborah4417
@runumeeborah4417 2 года назад
৬০ বিঘা মাটিৰ নামত বেমাৰ হে পুহিছে।দূনীতি মানুহ হে ৰাজ নীতি কৰিবলৈ যায়।ৰাইজে তুলি দিলে আৰু ননমা হ'ল।চোৰৰ বুদ্ধি সৰহ ।টকাৰে তেওঁ লোকে চোলা চিলাইপিনধক আৰু কি কম পিন্ধক।
@ibrajvlogs
@ibrajvlogs 2 года назад
Didn't expect from ex education minister and current cm
@taradihingia2545
@taradihingia2545 2 года назад
চক্ৰধ্বজ সিংহই অসমীয়া ভাষা ৰাজভাষা কৰিলে। নৰনাৰায়ণ ৰজাই শংকৰদেৱৰ ধৰ্ম ৰাজধৰ্ম কৰিলে। শংকৰদেৱে অসমীয়া ভাষা অজৰ ‍‌- অমৰ কৰিলে। তেনে ভাষা হেয় কৰাজন অসমৰ কুলাংগাৰ‌ সন্তান।
@satyenborgohain5683
@satyenborgohain5683 2 года назад
এশ শতাংশ সঁচা কথা ।
@arunjyotigogoi6390
@arunjyotigogoi6390 2 года назад
Right right
@chandramapathak3629
@chandramapathak3629 2 года назад
Muthote where did Mrs hbs get such big amount of money from?nothing it's business, she along with c m & few members of bjp,is trying to start business, Hbs will never think for improvement of people of Assam, people of Assam do have brains to think.very sad for Assam
@babulbarua1153
@babulbarua1153 2 месяца назад
Amiyeto tekhetok cm banaicho gatike etiya asomor dhangsholila chai thako ahok ami sokolowe.akou ebar sharma sarkar.
@YogaTherapyAssam
@YogaTherapyAssam 2 года назад
অতি সুন্দৰ কথা 👍💯💥 মুখ্যমন্ত্ৰী মহোদয়ক প্ৰণাম জনালোঁ 🙏🙏🙏।।।
@himadrikalita6913
@himadrikalita6913 2 года назад
Bjp private limited
@zibonroy764
@zibonroy764 2 года назад
Money is EVEry..........
@runumeeborah4417
@runumeeborah4417 2 года назад
৬০ বিঘা মাটি মৰিলে খৰি দিবলৈও নালাগে।
@mukthangbasumatari3770
@mukthangbasumatari3770 2 года назад
Khu mogojur lokhyon nohoi....
@joynalabedin6181
@joynalabedin6181 2 года назад
Eman poisa kot pale
@kashyap2919
@kashyap2919 2 года назад
Bussiness main baki maro guli
@bijenswargiary4447
@bijenswargiary4447 2 года назад
Our political leaders and rulers have many things to learn from the education Minister of Delhi
@middleclassfamily9130
@middleclassfamily9130 2 года назад
Right
@purbakantabarman431
@purbakantabarman431 2 года назад
সছা কৈ আদৰ্শ চৰকাৰ । আপ এইবাৰেই আহিব লাগে । এই ছদ্মবেশ ধাৰী ভণ্ড পাৰ্টীৰ চৰকাৰক অসমৰ পৰা উৎখাত কৰক।
@himadrikalita6913
@himadrikalita6913 2 года назад
PhD doesn't matter,, useless
@budhaphulkonwar3326
@budhaphulkonwar3326 2 года назад
I want to go when a person unable do what he do than he say anythings.
@anjoyrajkhowa5808
@anjoyrajkhowa5808 2 года назад
CM Ok Gadi Sut karok Asom BJP Pali Nata Bura ke Sai asa Nahala Jati Narabo
@Bg22224
@Bg22224 2 года назад
এতিয়া বিধায়ক সকলে সেইখন বিদ্যালয়লৈ দান বৰঙনি আগবঢ়ালে হয় আৰু৷ ঠেলাঅলা, ৰিক্সাৱলাৰ লৰাছোৱালীয়ে পঢ়িবলৈ খুলিছে
@hafijurrahman2885
@hafijurrahman2885 2 года назад
Impressive BJP
@rupalibhuyan8075
@rupalibhuyan8075 2 года назад
টকাই মেইন ন?
@hirakkalita2588
@hirakkalita2588 2 года назад
Iman paisa kot pale Delhir minister ei sorkari schoolbilak iman dhunia devloped Korise jate saklue free te val education pai aru amar assomot nijakoi minister ejone iman dami private international school khulise iat kebol minister,mla dhoni manuhor lora suwaliei admission lobo paribo mane buisness koboli gole assomot arbinda kejriwalor dore minister lage
@dbasumatary2802
@dbasumatary2802 2 года назад
Dhaghor dhaghor manho belagog paisa Nate naki
@hariprasadgowala5282
@hariprasadgowala5282 2 года назад
তাক খেদিবলৈ হল
@nipendranarayanmedhi876
@nipendranarayanmedhi876 2 года назад
Goa mara hisab, asmio jano
@bhabeshboruah8196
@bhabeshboruah8196 2 года назад
Ki hobo atia CM sir
@jaihoo373
@jaihoo373 2 года назад
mama tumi koba aeta koriba aeta aenekoi paivet school khuli Dukhia Manu burok mathat tangun disa
@angarajgautam759
@angarajgautam759 2 года назад
Hbs the scamstar
@alonelofi1236
@alonelofi1236 2 года назад
Eman toka tothapi nohoi
@jayetrisarkar8323
@jayetrisarkar8323 2 года назад
Borbad kori dile pura
@karanpator2207
@karanpator2207 2 года назад
Val hoisa
@jabirhussain403
@jabirhussain403 2 года назад
Kajriwal ano
@Miduldutta
@Miduldutta 2 года назад
আপোনি অকল এই বোৰে কৰিব জানিলে আৰু,, এইয়া কি অসমৰ উন্নয়ন নেকি ,,, কিবা ধৰণৰ মানুহ হে আপোনি,,,
@bivatalukdar4824
@bivatalukdar4824 2 года назад
Thikei korise noh karn jiburr poisa ba education nai tewloke noporha koiye thakibo Mama r tu aku najai ... matrivakhar uport bhuttt dangr dangr vakhon diye " Manhuwe nijor vakha sini napai , Akhomiya kobo laz pai etc etc... xei laz puwa manhu bur agbarhibo aru enlish vakhat xokolu bur study koribo lazz duwar khuli ahi jbo valei hbo aru " assam r education system akebare xekh huwa dikhot aru Ata important point j ajikali jikunu kam ulalei 1st preference teacher ke diye kiyo Nu nidibo bhutt respected post no xeibabe kam bulilei teacher ase ... xomajor xei manhu bur koloi gol jibure koisil j xikhokh (Teacher) hoi noh bhutt aram school goi porhabo he lage ... hatir daat khute belg aru dekhawte blg ..
@rajurn.videos4206
@rajurn.videos4206 2 года назад
ইমান টকা কয় পালে।
@budhaphulkonwar3326
@budhaphulkonwar3326 2 года назад
. Ji, Cor Sub This is W. he going to do he is a CM But he is not a teacher he would not no how can made a humen enginner so that it is important for Assames please mind it
@aanali3453
@aanali3453 2 года назад
Ajmole bhut school bonaise c m 1 khon school bonaise kon beya krile
@aruncharoh6722
@aruncharoh6722 2 года назад
Kam nai aitu cm
@daspiglets1866
@daspiglets1866 2 года назад
Upsc ত বোলে অসমীয়াত প্ৰশ্ন কাকত হ'ব🤣🤣মানে অসমৰ দাবিত।এইবাৰৰ পৰা মই আমেৰিকাত গলেওঁ অসমীয়াত কথা পাতিম🤣🤣
@izajulhoque9619
@izajulhoque9619 2 года назад
Tahate vote d aro ghannere hatako vote dba dya
@joyantadas6644
@joyantadas6644 2 года назад
Selut sir
Далее
БЕЛКА РОЖАЕТ?#cat
00:28
Просмотров 314 тыс.
БЕЛКА РОЖАЕТ?#cat
00:28
Просмотров 314 тыс.