মিশ্ৰ চাৰে ঠিক কথা কৈছে ,মিশ্ৰ চাৰে নিজৰ এছ পি পদ ত্যাগ কৰিছে যিহেতু এইখন অসমত ভাল কাম কৰা মানুহক কোনেও ভাল নেপাই।সেয়ে তেওঁ পদত্যাগ কৰিবও কুন্থাবোধ নকৰিলে।এতিয়া কথা হল আমাৰ অসমৰ কোনো মন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী পদ ত্যাগ কৰিব পাৰিব নে
Himanta biswa Sarmar kame hol, hindo mushalman kori koi Sob nijor kora, aru khokolu dhrmor manuhk Khamprodaikot kotha koi manuhk bivrantit rakhi thoii, kosto di khoti kori jibon vor Khomotat thoki nije okole khoa..🙏🙏