Nothing and neither any law can stop CM from moving around in Assam. He is King of Assam. let's watch further if this FIR even holds any meaning in his case.
কথাতো ভালকৈ শুনিলে এই এজেহাৰ দিয়াজনৰ কোনো ভুল নাই।তেখেত সচাঁ কথা কৈছে।হিমন্তই মন্ত্ৰী হিচাপে নিজেই আইন উলংঘন কৰি কামত লিপ্ত হৈছে।তাত বিৰোধীৰ কোনো কথা নাহে ককাই।