Лучшее на RU-vid
Кино
Авто/Мото
Видеоклипы
Животные
Спорт
Игры
Приколы
Развлечения
Хобби
Наука
Авторизоваться
Зарегистрироваться
সমস্ত বাস্তুদোষৰ মাজত ঘৰ এখনক ৰক্ষা কৰিব পৰা ৫ টা ৰামবান উপায়।।অসমীয়া বাস্তুশাস্ত্ৰ।।
8:14
আপোনাৰ ঘৰৰ এইটো দিশত পাকঘৰ আছে নেকি?আজিয়েই সেই ঠাইৰ পৰা আঁতৰাই দিয়ক,ল'ৰা-ছোৱালীৰ পঢ়া টেবুলআছেনেকি
21:59
Подземелья Чикен Карри #31 Культ Кракена (Гоген Солнцев, Бортич, Копейкин, Гудков, BRB)
2:02:22
Rate our flexibility 1-10🔥👯♀️😈💖
00:12
不靠谱的爸爸带娃!把孩子扔一边自己呼呼大睡,真是欠收拾!#funny#萌娃#搞笑
00:21
How to Cut Glass Bottles: DIY Techniques for Creative Projects!
00:20
মুখ্য প্ৰৱেশদ্বাৰ বাস্তু!বাস্তু নিয়ম মতে মুখ্য প্ৰৱেশদ্বাৰ কোন দিশত হৱ লাগে!
Vedic Astrology Assam
Подписаться 38 тыс.
Просмотров 104 тыс.
50%
1
Видео
Поделиться
Скачать
Добавить в
Опубликовано:
28 окт 2024
Поделиться:
Ссылка:
Скачать:
Готовим ссылку...
Добавить в:
Мой плейлист
Посмотреть позже
Комментарии :
128
@amalbrahma6656
2 года назад
Dhanyavaad.... Kub bhal lagise
@umeshchbaishya9380
Год назад
সুন্দৰ উপদেশ ভাল লাগিল
@nilimasaharia3129
Год назад
শুনি বহুত ভাল লাগিল
@vedicastrologyassam
Год назад
🙏
@520.thamba
3 года назад
Bahut bahut dhanyawad Mohakhoy🙏🙏
@minanath3524
4 года назад
Thank u sir bohut bohut dhanyabad somadhan diyababe,
@isheswardeori7404
2 года назад
Huni.bhal.lagil.thanks
@ramanujangogoi2941
4 года назад
ইমান সুন্দৰ ব্যাখ্যা , বহুত ধন্যবাদ |
@vedicastrologyassam
4 года назад
ধন্যবাদ
@PhanindraDas-es4uw
8 месяцев назад
@parthobora6463
3 года назад
ভাল লাগিল
@MyDh2
4 года назад
বৰ ভাল লাগিল!
@bhagyashree8982
4 года назад
Val lagila sai
@u.xtreme147
4 года назад
Bohut val lagil
@sonmonidas201
4 года назад
kotha khini janibo pari khub val lagil dada🙏🙏
@nayanjyotisarma9800
3 года назад
Valuable video sir
@bidyasagarmultimedia5286
3 года назад
Thanks for information
@dwipenphukon7460
2 года назад
মুখ্য দোৱাৰ কোনখনৰ কথা কলে মহাশয় , ঘৰৰ নে পদুলীৰ
@vedicastrologyassam
2 года назад
ছবিত দেখাখনৰ কথা কৈছো !
@rimpiboruah2986
2 года назад
আমাৰ ঘৰটো পশ্চিম মুখী হয়।ঘৰটো বনাই আছে।অনুগ্ৰহ কৰি মুখ্য দুৱাৰ কোনখিনিত দিম কবছোন।এতিয়া জানিলে ভাল হব
@bidyasagarmultimedia5286
2 года назад
মই নতুনকৈ ঘৰ সাজিবলৈ লৈছো, ঘৰটো পশ্চিম মোখিঘৰ হয়, ঘৰ টোৰ কেনে ধৰণৰ হ'লে ভাল হয় জনালে সুখী হ'ম।
@ramensarma8263
2 года назад
Thanks
@bhagyashree8982
4 года назад
Thank you sir
@dipjyotisaikia4984
4 года назад
জানিব পাৰি ভাল লাগিল
@dwipenphukon7460
2 года назад
উত্তৰ পশ্চিম দিশত মুখ্য দোৱাৰ হ'লে এবাৰ ভাল আৰু এবাৰ বেয়া বুলি ব্যাখ্যা কৰিলে যে , কথাটো কি বাৰু
@vedicastrologyassam
2 года назад
আপোনি ভালদৰে মন কৰক ! পশ্চিমৰ উ: পশ্চিম আৰু উত্তৰৰ উ:পশ্চিম দুটা দিশ আছে !
@rinapachani4292
4 года назад
কথাখিনি জানিব পাৰি ভাল লাগিল
@SitendraRishiDas
Месяц назад
Good
@vedicastrologyassam
Месяц назад
🙏
@nipupiku3400
4 месяца назад
Ki gaise SE mne dokhin pub ako koisa dokhin t thakibo lge ako koisa SE t hola prblm nubujilu
@vedicastrologyassam
4 месяца назад
বুজিব ভালদৰে শুনক। পূৱৰ দঃপূঃ আৰু দক্ষিণৰ দঃপূঃ ।পূৱৰ দঃপূঃ অশভ। দক্ষিনৰ দঃ পূঃ মই দিয়া মতে বনিৱ পাৰি।অৱশ্যে এই বিষয়ত অলপ জ্ঞান থাকিলে শুবিধা হয়।
@DK-jk3lq
5 месяцев назад
East facing plot t Agni kon t main gate ase sir Remedies kiba ase neki
@vedicastrologyassam
5 месяцев назад
যদিহে প্ৰকৃততে আগ্নি খোন হয় তেন্তে ৰঙা ৰং কৰক আৰু তামৰ মোটা তাৰ এডাল দুটা খুটাতে লাগি থকাকে মাতিত পুতি দিয়ক।
@minanath3524
4 года назад
Thank you
@manirudjaman6950
3 года назад
👍
@arunimasaikia1388
3 года назад
পাকঘৰ আৰু দ্ৰয়িংৰুমত কি ৰং দিব লাগে জনাবচোন । vdo টো চাই ভাল পালো ।
@vedicastrologyassam
3 года назад
দিশৰ ওপৰত নিৰ্ভৰ কৰি কৰিব!
@minanath3524
4 года назад
Sir aamar je uttar poshim falor uttare 3 padot dorja bonalo atiya seeri kon favor pora bonam jonabo
@minanath3524
4 года назад
Sir aamar tiubol too poshim uttar poshim fale aase shito aaponar upodes mote utham buli bhabiso
@vedicastrologyassam
4 года назад
HOI, NORTH EASTFALE NIYOK.
@bnlifechannel1319
2 года назад
Nice 👍👍
@pronamikadolakashoria2425
4 месяца назад
আমাৰ বায়ুকোনত আছে, কি ৰং কৰিব লাগিব আৰু ভাল ঠাইত আছে নে কবছোন 🙏
@vedicastrologyassam
4 месяца назад
White / Light gray /offwhite.
@mriganayaniboruah4415
4 года назад
xundor
@jjjyotihazarika6917
3 года назад
ৰান্ধনি ঘৰ কোন দিশত হোৱা ভাল
@sanchitakakati9961
3 года назад
Poshim fale rasta ase jiheto kun fale main door korim jonabo su
@mitharamyein8198
2 года назад
উত্তৰ পশ্চিম কোণৰ গেট খনৰ ৰং কিহৰ হ'ব লাগে ছাৰ অনুগ্ৰহ কৰি জনাব।
@vedicastrologyassam
2 года назад
উ:প: দিশটোৰ গ্ৰহ ঢন্দ্ৰ গতিকে বগা,ৰুপালী,মাখন !বায়ব কোনত পাতল ৰং ব্যৱহাৰ কৰক
@anitadutta3132
4 года назад
Sir Amar ghorr mul dorja khn pubfale mukhkori ase kin2 South est kunotei mul dorjakhn hoi gotike tar protikar ata dile borval pam
@vedicastrologyassam
4 года назад
Dorja khonot ronga ba brown rong babohar korok.Shodai patol ronga rongorporda logai rakhok .Ata OM ba swastik rupor ba tamor dorjakhonot bahiror fale logairakhok
@anitadutta3132
4 года назад
Okhek Dhonyabad sir
@anitadutta3132
4 года назад
Aru ata kotha hol hei dorjakhnr uporfale akhn srikrishnar murtir simentor gril ase val ne beya aru moi choklate colur porda logai thoisu jnabosun
@vedicastrologyassam
4 года назад
Pordakhon ronga hole val hobo.
@ranjitabhattacharyya6753
2 года назад
জানিব পাৰিলো
@minakhigogoi1922
3 года назад
দক্ষিন পশ্চিমত দুৱাৰ থাকিলে কি কৰিব লাগিব ৷ভাঙিবলৈটো অসুবিধা হ’য় ৷গতিকে কিবা উপায় এটা দিব লাগে ৷
@vedicastrologyassam
3 года назад
আপোনি পাৰিলে হনুমানৰ দুখন ফটো বাওফালে গদা লৈ থকা দৰজাৰ বাহিৰ ফালে লগাই দিয়ক ! আৰু সিহ এটুকুৰা লগাই ৰাখক
@lipikapathak9093
7 месяцев назад
সুন্দৰ উপদেশ ভাল লাগিল
@ritirupabhuyan6187
2 года назад
ঘৰটো সদায় চাৰিচুকীয়া হ'ব লাগেনেকি?
@vedicastrologyassam
2 года назад
হলে ভাল হয়
@juridas8277
3 года назад
চাৰ আমাৰ পাকঘৰ দক্ষিণ পশ্চিম দিশত। পাকঘৰটো বাস্তু সন্মত কৰিব কি কৰিব লাগিব
@minanath3524
4 года назад
Sir aamar ghar to dakshin mukhi aru majote dorja aase atiya kenekoi tar somadhan pam anu gro kori upai ata diye jen ,
@vedicastrologyassam
4 года назад
যদি একেবাৰে মাজত আছে তেন্তে ৰঙচোৱা ৰং মাৰি দিয়ক আৰু যদি অলপ দঃপুৱৰ ফালে তেনেহলে কমলা ৰং ব্যৱহাৰ কৰক
@kamalsaikia1151
3 года назад
আমাৰ ঘৰতো দক্ষিণ মুখে মেইন দূৱাখন কিন্তু পূৱ পশ্চিমৰ সীমালৈকে ৯ ভাগ কৰিম নে ছাৰ, নে মেইন ঘৰৰ পূৱ পশ্চিমৰ ইমূৰ সিমূৰলৈ ৯ভাগ জুখি জুখ কৰিম? কেইনম্বৰ ভাগত মেইন দূৱাৰ দিব পৰা যায়, কোনটো বাস্তুসন্মত হব অনুগ্ৰহ কৰি জনাবছোন ছাৰ...
@bornaliboruah1033
3 года назад
Apunar kothakhini janibo pari hukhi holu. Apunak kenekoi log pam..Bornali.
@bornalisonowal4301
2 года назад
ঘৰৰ চিৰি কোন দিশে হোৱা উচিত।
@dineshrajbongshi7878
Год назад
North East mukhya DUWAROT KIRANG DIM JONABO.
@vedicastrologyassam
Год назад
পাতল কমলা ৰং !
@BalinBorurah
10 дней назад
আপোনী ইমান ধুনীয়াকৈ বুজাই দিয়ে কিবা সুধিলে কয় ভাল লাগে
@nondeshwargowala4065
3 года назад
Sir ধৰিলক baondari hol 25+25+25+25 মিটাৰ হলে মোক্ষ দুৱাৰ হোৱা শুভ
@vedicastrologyassam
3 года назад
বৰ্গাকাৰ মাটি ভাল হয়! কোন দিশত ৰাস্তা আচে তাৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত স্থান বাচি লৱ লাগিৱ
@nondeshwargowala4065
3 года назад
পূব দিশত ৰাস্তা আছে
@vedicastrologyassam
3 года назад
পূৱফালে হলে উঃ পূৱত সুবিধা আছে যদি কৰিৱ পাৰে
@nondeshwargowala4065
3 года назад
@@vedicastrologyassam doyaniobad sir
@champabaruahdas8626
3 года назад
Apunak kenekoi jugajug karim , add with phone number pam neki . Mane ami ghar bonabo bisarisu aru bastu mote. Hei babe apunak log karibo bisaru.
@vedicastrologyassam
3 года назад
600777402 এই নং টোত ফোন কৰিৱ পাৰে
@santibalaburung278
3 года назад
লোৰ ৰং কোনটো বুজি নাপালো।মোৰ প্ৰবেষ দাৰ পশ্চিম দিশত আছে।নীলা আৰু লোৰ ৰং মিলাই ৰং কৰিব পাৰিম নে জনাব।প্লিজ।
@vedicastrologyassam
3 года назад
ছায় ৰং .
@assam4638
4 года назад
Sir aamar getkhon utter poshom phale aase , upai ki hobo kono sun,
@vedicastrologyassam
4 года назад
ঘৰলৈ সোমায় যাওতে বাওফালে গনেশৰ ফটোফ্ৰেম এখন শুৰডাস বাওফালে থকা খুটাৰ ওপৰ ফালে আৰু সোফালে পঞ্চমুখী হনুমানৰ ফটো ফ্ৰেমৰ সৈতে লগাই ৰাখক !মুৰ্তী নহয় কিন্তু
@vedicastrologyassam
4 года назад
এটা Alluminium Helix gate খনত লগাই ৰাখক ! ONLINE PABO.
@nayanjyotisarma9800
3 года назад
Sir aponak bahut bahut dhannyabad. Aponer video bur bahut vl Lagise.
@nayanjyotisarma9800
3 года назад
Sir moi gharar pra Mul gate e 're olale pubfl hoi r u Rasta r pra ghrt humaoute pashim fl hoi gatike mor Mul gate Khn kon muwa hba jnaba son.
@vedicastrologyassam
3 года назад
@@nayanjyotisarma9800 PUB MUKHI HOBO
@putulphangcho7520
4 года назад
Matikhini Jodi sarikoniya nohy Tini koniya hoy tente kot mokhyadowar hob lage
@vedicastrologyassam
4 года назад
মাটিখিনিৰ সন্মুখ কোনদিখত ? মাটিখিনি বাস্তু সন্মত টো নহয়েই !
@Minecraft_Un-Official
10 месяцев назад
দক্ষিণ পূৱ দিশত ঘৰৰ মেইন গেটখন দিব পাৰি নে ছাৰ
@vedicastrologyassam
10 месяцев назад
পূৱৰ ফালে দঃপূৱত নোৱাৰিৱ।দক্ষিনৰ ফালে দক্ষিন পূৱত পাৰিব। পূৱৰ পৰা দক্ষিনলৈ মাটি খিনি ৯ ভাগ কৰি পূৱফালে দুটা ভাগ এৰি গেট বহুৱাব পাৰিব।
@Minecraft_Un-Official
10 месяцев назад
উত্তৰ পশ্চিম দিশত ঘৰৰ মেইন গেটখন দিব পাৰিম নে ছাৰ, লগতে দক্ষিণ ফালে লেটিন আৰু পানী টেংকী দিব পাৰা যাব নে ছাৰ |
@vedicastrologyassam
10 месяцев назад
@@Minecraft_Un-Official পাৰিব ভিডিও ভালকৈ চাই লৱ।
@Minecraft_Un-Official
10 месяцев назад
@@vedicastrologyassam ধন্যবাদ ছাৰ
@nayanjyotinath2786
2 года назад
বাস্তু কৰোতে অকল ঘৰটোৰ জোখ লৈ কৰে নে গোটেই মাটি কালিৰ সীমা চাই কৰে জনাবচোন ।
@vedicastrologyassam
2 года назад
মাটিৰ চাৰিসীমা আৰু ঘৰটোৰো চাব লাগে !
@premodagogoi6421
3 года назад
Amar dakhin pashim dikhot ase .protikar dioksun
@rajeshmohan7744
3 года назад
ভূল হৈছে আপোনাৰ কেইটামান কথা ।
@vedicastrologyassam
3 года назад
হৱ পাৰে অলপ জনাবচোন !
@chandanborthakur1237
2 года назад
Nice.
@moniskitchen6335
4 года назад
Apuni contact no dibo buli akha korilu.Mur ghoror aop pratikar korabo ase.
@mukulkumarnath708
20 дней назад
ফোন ন মবাৰ টো দিব পাৰিব নে?
@vedicastrologyassam
20 дней назад
৬০০২৭৭৭৪০২
@minanath3524
4 года назад
Alop dokshin poshim fale aase
@vedicastrologyassam
4 года назад
RONGA RONG DORJA KHONOT BABOHAR KOROK
@abhigogoi3821
3 года назад
নজনা কথা আজি জানিব পাৰি সচাই ভাল লাগিল ।ধন্যবাদ থাকিল ।
@MeenaDevi-qr9ss
2 года назад
Sir apunar numbartu dibsun . apunak ghorloi matile manoni kiman dib lagib jonabsun .
@vedicastrologyassam
2 года назад
মই মোম্বাইত হে থাকো !
@lalitdas3090
2 года назад
চাৰ ফোন নম্বটো দিয়ক 🙏🏻
@songitaboruah315
4 года назад
Apunar contact number tu dibo sun
@jayantadowarah9116
3 года назад
thanks
Далее
8:14
সমস্ত বাস্তুদোষৰ মাজত ঘৰ এখনক ৰক্ষা কৰিব পৰা ৫ টা ৰামবান উপায়।।অসমীয়া বাস্তুশাস্ত্ৰ।।
Просмотров 215 тыс.
21:59
আপোনাৰ ঘৰৰ এইটো দিশত পাকঘৰ আছে নেকি?আজিয়েই সেই ঠাইৰ পৰা আঁতৰাই দিয়ক,ল'ৰা-ছোৱালীৰ পঢ়া টেবুলআছেনেকি
Просмотров 161 тыс.
2:02:22
Подземелья Чикен Карри #31 Культ Кракена (Гоген Солнцев, Бортич, Копейкин, Гудков, BRB)
Просмотров 799 тыс.
00:12
Rate our flexibility 1-10🔥👯♀️😈💖
Просмотров 2,8 млн
00:21
不靠谱的爸爸带娃!把孩子扔一边自己呼呼大睡,真是欠收拾!#funny#萌娃#搞笑
Просмотров 1,8 млн
00:20
How to Cut Glass Bottles: DIY Techniques for Creative Projects!
Просмотров 10 млн
19:43
🖍️দক্ষিণ পশ্চিম দিশত আপোনালোকৰ টইলেট আৰু পাকঘৰ আছে নেকি?🖍️ঘৰৰ কোন দিশে ফ্রীজ ৰাখিব লাগে
Просмотров 16 тыс.
34:33
ঘৰৰ সম্পূৰ্ণ বাস্তু Complete Vaastu For Home Bhairab Astro
Просмотров 323 тыс.
16:25
৮ খন দৰ্জাৰ বিষয়ে জানো আহক চোন ভূলটো এইটো দিশত দৰ্জা নবনাব
Просмотров 24 тыс.
45:51
পুৰণি জোতাই আনিব দুখ | Podcast | 25 Vastu Shastra Tips | Exclusive Interview with Vastu Assam
Просмотров 268 тыс.
10:29
বাস্তুশাস্ত্ৰ পৰিচয়। ঘৰৰ প্ৰতিটো দিশ কেনেকৈ সজাব পঞ্চভূত অনুসৰি।
Просмотров 1,7 тыс.
15:33
ঘৰলৈ দৰিদ্ৰতা মাতি আনে এই ৭টা অভ্যাসে | বাস্তুশাস্ত্রৰ ৭টা আটাইতকৈ জৰুৰী নিয়ম | Vastu tips assamese
Просмотров 379 тыс.
5:36
চেফ্টিটেংক বাস্তু !চেফ্টিটেংকটো সঠিক দিশত বাস্তু সন্মত মতে বনাব !
Просмотров 31 тыс.
11:50
হাতত ধন ৰোৱা নাই যদি আজিয়েই ঘৰৰ পৰা বাহিৰ কৰক ১০টা বস্তু || মা লক্ষ্মীৰ কৃপা লাভ কৰিব || Vastu ||
Просмотров 137 тыс.
8:55
দক্ষিন মুখী ঘৰত থাকিলে হয় এইখিনি সমস্যা।Gubin Rajkhuwa|#mantra #vastu #vastutipsforhome
Просмотров 41 тыс.
8:38
শৌচাগাৰ বাস্তু! শৌচাগাৰটো বাস্তু সন্মত নহলে কি হয় চাওক
Просмотров 103 тыс.
2:02:22
Подземелья Чикен Карри #31 Культ Кракена (Гоген Солнцев, Бортич, Копейкин, Гудков, BRB)
Просмотров 799 тыс.