Тёмный
No video :(

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 1  

Pratidin Time
Подписаться 2,2 млн
Просмотров 6 тыс.
50% 1

অৱশেষত মধুচন্দ্রিকাৰ অৱসান নেকি?
হঠাৎ‍ মহাজোঁটত মহাফাট!
ৰাজ্যৰ বিৰোধী ঐক্যৰ মাজত এতিয়া যুযুধান ৰূপ
যুযুধান ৰূপত এফালে ভূপেন বৰা আনফালে অখিল গগৈ
শেহতীয়া উপ-নিৰ্বাচনৰ ফলাফলক লৈ অতিআত্মবিশ্বাসী হ’ল নেকি কংগ্রেছ?
সৰ্বেসৰ্বা হ’বলৈ গৈ অধিক অত্যুৎসাঅহী হ’ল নেকি কংগ্রেছ?
কংগ্রেছে নিজকে শক্তিশালী বুলি ভাবিলে নে শ’লঠেকত পেলালে সহযোগী দলে?
‘বিগ ব্রাৰ্দাৰ’ হ’বলৈ গৈ কংগ্রেছে ক’ৰবাত কৰিলে নেকি ভুল?
অৱশেষত মুখ খুলিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও
আজি বিৰোধী ঐক্যই ক’ব কি হৈ আছে, কি হ’বগৈ?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 1 #pratidintimelive
#pratidintime #Abhimat #talkshow #nitumonisaikia

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 19   
@user-sh4eo7te9x
@user-sh4eo7te9x Месяц назад
অখিল গগৈৰ ৰাজনৈতিক ধাৰণা অতি গাঢ়। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
@Rishavborah-
@Rishavborah- Месяц назад
Nitumoni sir best journalist assam.moi titaborr pora kowsu.
@user-xy8dp4ih8w
@user-xy8dp4ih8w Месяц назад
কংগ্ৰেছে একোটাৰ এনাজৰী ডাল ভাঙিব নেলাগে এতিয়াও সময় আছে শুদ্ধ ৰাস্তাত আগবঢ়াওক।
@mintubharali952
@mintubharali952 Месяц назад
Akhil gogoi e thik koise
@dilipkrsharmah3384
@dilipkrsharmah3384 Месяц назад
Congress presidentor montayibo val nalagil Gourob Gogoi dangoriai xabodhanae kam korok Jitendro singe assomor xidhanto lobor timot Gourab Gogoik logot loi korilae val buli vabu
@DinIslam-gu7qe
@DinIslam-gu7qe Месяц назад
Congrase okly nirbason khalila 0+0+0+0+0 pavo
@binoykalita7597
@binoykalita7597 Месяц назад
ভূপেন বৰাই দুয়োটা দলৰ সৈতে সমানে ভাৰসাম্য ৰক্ষা কৰি আহিছে। ভূপেন বৰাই লালিৰ বাবে এই কাম কৰিছে। এই জনে কোনোদিন সমষ্টিত জিকিৰ নোৱাৰে।
@TCF573
@TCF573 Месяц назад
Bor cinta hol neki... Akhom je hokolu dikhote pis porise heiburor aloosona nai dekhun.. 😅😅😅
@haladharkalita9820
@haladharkalita9820 Месяц назад
অখিল আৰু নীতুমনি মাজত কোনো পাৰ্থক্য নাই । কেৱল Negative 2 . দুই জনে কেবল জনতাক খেলিমেলিl কৰিবলৈ like this type of falto expose
@dr.ofabrmicdiseases8408
@dr.ofabrmicdiseases8408 Месяц назад
ৱাহ ইমান কংগ্ৰেছক লৈ চিন্তা অ' ৷ এইডালক আগতে ভাল বুলি ভাৱিছিলো, কিন্তু অনবৰতে বিজেপি বিৰোধী কথা আৰু সকলো বিজেপি বিৰোধী দলৰ প্ৰতি ইমান দৰদ ৰখা নিতুমণি কেৱল এজন বিজেপি বিৰোধী ব্যক্তি৷ ইমান নিগেটিভ! ইহঁতৰ নিচিনাবোৰৰ বাবে সংবাদ মাদ্যমবোৰ বাওঁপন্থী এজেন্টৰ দৰে হৈছে ৷ ইহঁতে এনেই ৰাইজৰ মূৰটো খাইছে ৷ তথাকথিত জাতীয়তাবাদী দালালবোৰৰ কংগ্ৰেছৰ প্ৰতি এনে দৰদ দেখি থুঁৱাই দিওঁ ৷ কেৱল বিজেপিৰ বিৰোধৰ বাবে ৰাইজক পণবন্দী কৰা এই তথাকথিত জাতীয়তাবাদী দালালবোৰৰ এজেণ্ডা কি? কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ থাকিও কিছুমান কাম বা সমস্যা বিজেপিয়ে সমাধান কৰিব পৰা নায়, কিন্তু কৰিব যে খাটাং ৷ কিন্তু এই টাপলি মৰা দীলীলবেৰে জোৰা-টাপলি মাৰি ৰাজ্য চলাব! হাঁহি উঠে ৷ আৰে বিজেপিয়ে জিকিব ৷ তহঁতক ৰাইজে ভালকৈ চিনি পায় ৷
@dipakmaina6913
@dipakmaina6913 Месяц назад
আগত 5 টা আসন এতিয়া 3 টো কি লাভ হল
@technewsthatyoushouldlove8332
@technewsthatyoushouldlove8332 Месяц назад
BJP+RSS+ABVP =0000000000000
@ronjimoran8346
@ronjimoran8346 Месяц назад
0+0+0+0= 0
@Himaa_boruah
@Himaa_boruah Месяц назад
Birudhi = 00000 . B J P +AJP +U Pp l = 5 upor nibason
@user-rg1tu3py7n
@user-rg1tu3py7n Месяц назад
শইকীয়াদা 😂 দিন বেয়া । বৰ চতুৰ শিয়াল
@prashantaburagohain2266
@prashantaburagohain2266 Месяц назад
Apuni bjp no,, 👍
@mintubharali952
@mintubharali952 Месяц назад
Pasot nohole Congress postabo
@rashnaChutia
@rashnaChutia Месяц назад
Hakolu ak hawk
Далее