Тёмный

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1  

Pratidin Time
Подписаться 2,2 млн
Просмотров 123 тыс.
50% 1

ৰাজ্যৰ সকলো সমস্যা OUT, হিন্দু-মুছলমান IN
গণতন্ত্রৰ মন্দিৰত সাম্প্রদায়িকতাৰ পোহাৰ
ৰাজকোষৰ ধন ব্যয়েৰে ‘সাম্প্রদায়িক আলোচনা’ কিয়?
‘আজমল’ৰ পিছত ৰাজনৈতিক হাথিয়াৰ নেকি ‘মিঞা’?
মিঞাৰ আগ্রাসনৰ কথা হঠাৎ কিয় মনত পৰিল মুখ্যমন্ত্রীৰ?
বিধানসভাত সংবিধানৰ শপত লোৱা মুখ্যমন্ত্রীৰ সাম্প্রদায়িক মন্তব্য কিয়?
বিধানসভাৰ মজিয়াত উত্তৰ দিওতে উত্তেজিত কিয় হ’ল মুখ্যমন্ত্রী?
অখিল গগৈয়ে কিয় ক’লে ‘গুজৰাট’ৰ সংঘৰ্ষৰ কথা?
কেতিয়াবা ফ্লাড জেহাদ, কেতিয়াবা মিঞাৰ আগ্রাসনৰ প্রসংগ
উজনি অসমত ৰাজনৈতিক অস্থিৰতা ‘সৃষ্টি’ কৰা হৈছে নেকি?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #PratidinTimeLIVE

Опубликовано:

 

17 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 331   
@user-vw8yc8uw2o
@user-vw8yc8uw2o 21 день назад
২০২৬ ত এই সকলক বিধান সভাত দেখা নেপাব। প্রতিনিধি জনৰ ওপৰত খিলঞ্জীয়াৰ প্রভুত্ব আছে নাই সেইটো চাই ভোট দিম। খিলঞ্জীয়াৰ নেতা কেইজন আহক অসম খন চমভালক অসমীয়াৰ জাতীটোৰ সন্মান বচাৱঁক। পুৰণি মডেল কেইটাক বিদায়।।।
@samudranathdeka4879
@samudranathdeka4879 21 день назад
Studio ত কোন কোন আছে কি কৈছে একো নকও কিন্তু এইটো কম যে মুখ্যমন্ত্ৰী শৰ্মা হৈ থকা লৈকে আমি সুৰক্ষিত যেন অনুমান হয় !
@kukilborah5820
@kukilborah5820 21 день назад
প্ৰতিটো ইটাভাটা , দোকান, গৃহ নির্মাণ ঠিকাদাৰ, ফেক্টৰী ৰ গৰাকীক স্হানীয় গাওঁ বুঢ়া ৰ জৰিয়তে স্হানীয় ৰাইজৰ স্বাক্ষৰ লৈ মিঞা লেবাৰ, মিস্ত্রি, টেকনিশিয়ান, চাপ্লায়াৰ নাৰাখিবলৈ কাঢ়া হুকুম দিয়ক।। অসমীয়া ৰাইজ ওলাই আহক।। আমি ভবাতকৈ হাতত সময় বহু কম বাচি আছে।।
@parthasaikia3083
@parthasaikia3083 21 день назад
Right
@parthachangmai11
@parthachangmai11 21 день назад
অতি দুখৰ কথা অসমীয়া কেইজনেই একলগ নহয় মিয়াই সুবিধা লব‌ই
@PRclone123
@PRclone123 21 день назад
Right
@Jintuaxomm
@Jintuaxomm 21 день назад
Akhil bodon borphukon
@user-hx2xc9fo3y
@user-hx2xc9fo3y 21 день назад
Bangladeshi akhil jhora mama r lgt axomr janata ase❤
@shyamolikabora2924
@shyamolikabora2924 21 день назад
এই জন খিলঞ্জীয়া নহয় নে সাৰথপৰ
@habibulislam1017
@habibulislam1017 21 день назад
Mamar politics to aitoiei asil, tomalokor mon to joy kori 2026
@bmstudio945
@bmstudio945 21 день назад
BJP seleka .....Hotai Hindu Muslim kori dak
@lunakumarkakati8958
@lunakumarkakati8958 21 день назад
​@@bmstudio945 ☪️Ongress wafq board, muslim personal law courts,hindu mandir tax ai xakolo act krise aibilak hindu muslim nohoi ?????aru miya % increase hoi gole alocona kora jaruri nohoi nki????aru johora miya johora and geda and toi o ata geda...
@debangamoran7459
@debangamoran7459 21 день назад
1500 tokiya mokkel
@dibakarchlahkar1350
@dibakarchlahkar1350 21 день назад
C M 1000 percent right. We are with him.
@ghirenpait7526
@ghirenpait7526 21 день назад
ভাৰত নৰহ ডাঙৰীয়া আপুনি বহিৰাগতৰ বিৰোদ্ধ নেতৃত্ব বহন কৰা আমি জানো । সেই সময়ৰ আপোনাৰ আদৰ্শৰ কথা মনত পেলাওক
@user-et4mh3tk5o
@user-et4mh3tk5o 21 день назад
Hemanta sayan a faltu word's
@SanjayKumar-td9um
@SanjayKumar-td9um 21 день назад
অখিল গগৈ জিন্দাবাদ ৷ কিয় জিন্দাবাদ বুলি কৈছো কাৰনটো হল কেন্দ্ৰত তিনিবাৰ বিজেপি চৰকাৰ দুবাৰ একক সংখ্যা গৰিষ্ঠ ৷ দুবাৰ অসমত বিজেপিৰ চৰকাৰ ৷ তাৰ পিচতো অসমত হিন্দু সংকটত ৷ তেতিয়াহলে কেন্দ্ৰত তিনিটা আৰু ৰাজ্যত দুটা কাৰ্যকাল চলাইও যদি মিঞাক খেদিব নোৱাৰে তেতিয়াহলে কেতিয়াহলে কেতিয়া পাৰিব? কংগ্ৰেছেও মিয়া খেদিব নোৱাৰে আৰু বিজেপিও নোৱাৰে ৷ ক্ষমতাত থাকিবৰ বাবে এইবোৰ মিঞাক লৈ কৰা নাটকত বাহিৰে একো নহয় ৷ এইবোৰৰ পৰা সাধাৰন ৰাইজৰ একো লাভ নহয় ৷
@pinkugoswami7448
@pinkugoswami7448 21 день назад
65 years t congress e miya k bhut power dile ,,,
@user-hk3tc3bs8b
@user-hk3tc3bs8b 21 день назад
Xamajik luv xoyomt gom pam
@nitubarman4442
@nitubarman4442 21 день назад
ভাল্ মানুহ মাতিব লাগিছিল
@nurulhaquechowdhury9007
@nurulhaquechowdhury9007 21 день назад
গণতান্ত্ৰিক দেশৰ মুখ্য মন্ত্ৰীৰ বিধানসভাৰ ভাষণ এনেকুৱা হোৱাটো অসমৰ মানুহৰ বাবে দুৰ্ভাগ্য জনক।
@rofiqulislam1080
@rofiqulislam1080 21 день назад
মই শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ পৰা দহজন মান মুখ্যমন্ত্ৰী দেখা পাইছোঁ, কিন্তু অভদ্ৰ, বিধানসভাৰ মজিয়াৰ মান সন্মান অৱনমিত কৰা,অসাঙবিধানিক কথা কোৱা, প্ৰকাশ্যে সাম্প্ৰদায়িক কথা বতৰা কোৱা আৰু ক্ষমতাত থকাৰ বাবে যিকোনো পৰ্যায়লৈ যাব পৰা মুখ্যমন্ত্ৰী জনেই হৈছে হিমন্ত বিশ্ব শৰ্মা !!
@respectallreligions108
@respectallreligions108 21 день назад
জাতিগত উচটনি কাৰো প্ৰতি উচিত নহয়, ক্রিয়া প্রতিক্রীয়া আছে, দুয়ো পক্ষৰ ক্ষতি, কিন্তু এইবোৰৰ পৰা সুবিধাবাদী ৰাজনীতিক নেতাৰ লাভ হব |
@KrishnaSaikia-r7u
@KrishnaSaikia-r7u 21 день назад
Nitumoni ahmed upadhi loi luya
@maheshgowala3103m
@maheshgowala3103m 21 день назад
Akil miya hoi 😃😆😆😀
@Orsi763
@Orsi763 21 день назад
Himanta biswas sarma bridge banuwa company r jiman Miya labour ase ami khedimne ? Tetiya ki ho bo dekhim, guwahati tit blonde 😂😂
@papuvlogs7733
@papuvlogs7733 21 день назад
Miya khadibo lage kela
@PRclone123
@PRclone123 21 день назад
হিন্দু মুছলমান কোৱা নাই মিঞা প্ৰতিবাদ,, হিজৰা তাক নকয় যি ল'ৰা হৈ খাৰু পিন্ধে ,হিজীৰা তাক কয় অসমীয়া হৈ স্বাৰ্থৰ বিৰোধিতা কৰা বোৰক হিজিৰা বুলি কোৱা হয়
@user-ux2dv7jj1r
@user-ux2dv7jj1r 21 день назад
Just remember Truth is always bitter. You need a strong guts to tell the truth. More power to our Beloved HBS sir . Hats off to your leadership . ….. JAI HO SANATAN . Give your best don’t focus on your results. …..BHAGABAT GITA
@SamujjalBorthakur
@SamujjalBorthakur 21 день назад
Akhil ahmed Miya supporter and ganda Miya support media Boycott
@DebojitkrboraBora
@DebojitkrboraBora 21 день назад
।।বিধায়ক অখিল গগৈৰ চকি খনৰ তলত কি আছে নাজানো কিন্তু স্বৰ্গীয় তৰুণ গগৈ চকিৰ তলত হিমন্ত নামৰ কুকুৰ এটা সোমাই অসমৰ কাম কাজ কৰি আছিল বুলি জানো।।
@rajunath7169
@rajunath7169 21 день назад
Mama right
@bnayak457
@bnayak457 21 день назад
Mama jindabad ♈♈♈♈
@JonaliPegu-b5w
@JonaliPegu-b5w 21 день назад
দক্ষ মূখ্যমন্ত্ৰী হয়। নৰহ ডাঙৰীয়াৰ দৰে জাতি দ্ৰোহী নহয়।
@allinallvideoshabijulhoque491
@allinallvideoshabijulhoque491 21 день назад
😂😅😂😂😅😅😅😅🤣🤣🤣🤣
@jitsvlogs4373
@jitsvlogs4373 21 день назад
😂😂😂😂 bal to hoi
@umeshkardong6116
@umeshkardong6116 21 день назад
নিতুমনি শইকীয়াওকো কংগ্ৰেছৰ এজেন্ট যেন লাগিছে ।
@harkantaray3123
@harkantaray3123 21 день назад
Right
@rajuhazarika6583
@rajuhazarika6583 21 день назад
অখিল গগৈৰ এটা পাগল
@paplurabha418
@paplurabha418 21 день назад
Full support mama
@problemsandsolutions1130
@problemsandsolutions1130 21 день назад
I respect CM Himanta Bishwa Sharma sir. Please help us please sir We are in danger we are in minority in Barpeta we are living in grave danger.
@mahiruddinahmed9332
@mahiruddinahmed9332 21 день назад
Right
@parashdutta6832
@parashdutta6832 21 день назад
Bharat Nahara আপুনিও Dhakuakhana কাৰনে কি কৰিলে আজি জনাব পাৰিব
@adityakalita4259
@adityakalita4259 21 день назад
Cm sar jindabad🎉cm sar right👍
@SumiDevi-sd1fv
@SumiDevi-sd1fv 21 день назад
Cm sir right
@umeshkardong6116
@umeshkardong6116 21 день назад
অখিল গগৈ বেচি মুছলমানত কৈ মুছলমান।
@PRclone123
@PRclone123 21 день назад
Right
@user-ji9cd3bl4u
@user-ji9cd3bl4u 21 день назад
Akhil hoise ETA hubidabadi,yek axome chini paise
@gopeswarmili2338
@gopeswarmili2338 21 день назад
JAY Shree ram 🚩🚩
@ramenbarman9532
@ramenbarman9532 21 день назад
Ei Nitumani jone nijor ghror poribex2 thik kribo nuare ru teu axomiak lesson dibo aahe kela....eijonk kotit bhut jolokia xaani di haat baandhi thobo lage....
@RebotHazarika
@RebotHazarika 21 день назад
Right
@bhabendoley6151
@bhabendoley6151 21 день назад
Dr ভূপেন হাজৰিকা গানেৰে কৈ গল,থলুৱা আৰু নতুন অসমীয়া এক নহলে ,অসম ৰকা তল যাব। অসমীয়া বুজা উচিত।প্ৰত্যেকে ৰাজনীতি বুজিবলৈ জন্ন কৰিব লাগিব।
@প্ৰিয়ানুজ
@প্ৰিয়ানুজ 21 день назад
কংগ্ৰেছ সম্পূৰ্ণ ৰূপে মিঞাৰ হৈ কাম কৰা দল। এইটো কথা যিমান সোনকালে বুজিব হিন্দুৱে সিমানেই ভাল ।।
@nripenborgohain201
@nripenborgohain201 21 день назад
বিধায়ক অখিল গগৈৰ কথাখিনি মূল্য আছে
@birajkrpatar6065
@birajkrpatar6065 21 день назад
HBS long Live,,
@arup8702
@arup8702 21 день назад
Mama jindabad,,,,, BJP jindabad,,,,,, kisuman bidhayokr miyak besikoi sptr kre,,,
@prasantkasyap3922
@prasantkasyap3922 21 день назад
In this time I am favour on CM.. He is not talking any bad...Before CM he is also a sensitive people of Assam...These speeches he has been spoken those are unspoken words of every Assamese peoples Because we are seeing the situation of Assam... And it's sure that oneday All the Miya community will be covering entire Assam...And All the news channels will runout under a MIYA Owner...That day Nitumoni Saikia will protest on the road...Note it..👍
@pankajaxom8521
@pankajaxom8521 21 день назад
Accidential CM of Assam
@subarnakalita2357
@subarnakalita2357 21 день назад
CMSir Right
@sasanka5604
@sasanka5604 21 день назад
Nitumoni toi mia logot Bangladesh t jaaa😂😂😂
@sasanka5604
@sasanka5604 21 день назад
@@animatedmanash7037 ekdom right bro mainly xongsodor vaxon unboxing kori review koree nitumoni ee 🤣🤣🤣🤣
@MAINAKALITA-kl2dp
@MAINAKALITA-kl2dp 21 день назад
নিতুমনি দাক বহুত ভাল পাও আপুনি এবাৰ ভাবিচাব আপুনি অসমীয়াৰ পক্ষত কওক অসমীয়া জাতিৰ বিপক্ষে নাযাব সকিয়াই দিলো অন্যথা আপুনিও লপাথপা হোৱা দি হে হব।
@user-vw8yc8uw2o
@user-vw8yc8uw2o 21 день назад
গোটেই কেইটা মিয়
@SivaKalita-fq5hf
@SivaKalita-fq5hf 21 день назад
আমাৰ প্রথম কথা আমি অসমীয়া' আমি কাৰো অধিন নহয় আমি স্বাধীন বুলি ভাবো আমি স্বাধীন নহয় নেকী
@daizee4510
@daizee4510 21 день назад
এজন মুখ্যমন্ত্ৰীৰ এনে অধৰ্য্য , অহিষ্ণুতা , আৰু কোলাহল আচৰণ অতি লজ্জাৰ বিষয় ৷ হিয়ালক ৰজা পাতিলে হুৱা দিয়াৰ নিচিনা ঘটনা ৷
@AnamikaRickysWorld
@AnamikaRickysWorld 21 день назад
Lojja lagise jdi miyar pisfale jauk lukabo
@rameshdas6141
@rameshdas6141 21 день назад
হিয়াল নহয় অ,শিয়াল। প্ৰথমতে অসমীয়া লিখিবলৈ শিকি ল।অখিলে দিয়া শিয়ালৰ হুৱা নুশুন নেকি?
@mydreams......9102
@mydreams......9102 21 день назад
সিংহ এ টো কেতিয়াবা অলপ তৰ্জন - গৰ্জন কৰিব এ,তাক এ বুলি তুমি বেয়া কিয় পাইছা ও..?
@jahangiralomvlog3550
@jahangiralomvlog3550 21 день назад
Right ❤
@ajitkumarhazarika9211
@ajitkumarhazarika9211 21 день назад
নিতু মণি বিক্ৰী হৈ গৈছে কংগ্ৰেছ হাতত। অসমীয়া মানুহৰ বৈৰী---
@bhadrahira6578
@bhadrahira6578 21 день назад
Cm jindabad
@phulDas-gd5xp
@phulDas-gd5xp 21 день назад
1985 ছ্নৰ পৰা অ গ প ৰ এম এল এ হৈ কি সোপাদাল কৰিলি
@prasantkasyap3922
@prasantkasyap3922 21 день назад
Nitumoni Saikia one day you will Kick out from this channel by a Miya muslim owner...That day you will realise everything.... I don't belong to any political party but this time I'm with CM because whatever he has said in Assembly only behalf on Assamese peoples...So for this time he is in the right way..👍
@dilipsaikia3020
@dilipsaikia3020 21 день назад
MOI HIMONTO SIR ROK AKMOT MOI SAPORT KORO MOI BJP,
@djs1300
@djs1300 21 день назад
Who has been supported MIA kore , he is not well for Assam, Its remeber.
@villagelife2280
@villagelife2280 21 день назад
আজিৰ ৰাজনৈতিক নাটকখন ভাল লাগিল
@dilipnath7240
@dilipnath7240 21 день назад
C M Sir Right❤
@allinallvideoshabijulhoque491
@allinallvideoshabijulhoque491 21 день назад
😂😅😅😂😅😂😅😅😂😅😂
@ShitaKo-h1f
@ShitaKo-h1f 21 день назад
Cm amar 100%100% Right karu kotha nukunu cm our Bhagwan cm sir apuni ei kotha ke koi taka ami uni bohut bhal lagise ....🤝🤝🤝👌👌👌👌👌
@sauravdas1052
@sauravdas1052 21 день назад
Ami nibisaru democracy hindu country houk we support bjp
@papuvlogs7733
@papuvlogs7733 21 день назад
ভাৰতী নৰহ
@RotonRoy-mj7ux
@RotonRoy-mj7ux 21 день назад
নিতুমনি শইকীয়া ওকো কংগ্রেছৰ এজেন্ট যেন লাগিছে 😢😢😢
@ghirenpait7526
@ghirenpait7526 21 день назад
এই পৰিস্থিতিৰ বাবে অখিল গগৈ ডাঙৰিয়া সম্পূৰ্ণ জগৰীয়া 😂
@NovoJyotikuli
@NovoJyotikuli 21 день назад
CM lost his mentally. Need to take test
@HafizurRahman-vf6sz
@HafizurRahman-vf6sz 21 день назад
পৃথিৱীৰ কোনো ঠাইত এনে মুখ্যমন্ত্ৰী আছে নে?
@AnamikaRickysWorld
@AnamikaRickysWorld 21 день назад
Ase 2r Miya abba
@Wong-II
@Wong-II 21 день назад
Assam is over populated by miya. People should note of it
@knowledgeispower5007
@knowledgeispower5007 21 день назад
Gaurav Gogoi k CM patai lokhyo. Baki Assam johonam e jauk na Nitumani Congress r agent
@madhablahon7478
@madhablahon7478 21 день назад
ভৰত নৰহ ডাই কিয় মিঞা খেদিব লাগে বুলি কব তেওঁটো মিঞাৰ ভুটেৰ বিধানসভালৈ আহিছে।আৰু ৰানি নৰহো মিঞা কিন্তু সকলোকে অনুৰুধ যে থলোৱা গৰিয়া সকলৰ কথা নকওঁ বাংলা দেশি মিঞাক খেদিব লাগে।
@kirannath1172
@kirannath1172 21 день назад
Nitumoni bibesana karibi
@AnowarHussain-cf8ne
@AnowarHussain-cf8ne 21 день назад
ইমান মিঞা বিদ্বেষী মুখ্যমন্ত্ৰী।
@rajuhazarika6583
@rajuhazarika6583 21 день назад
আচলতে ভৰত নৰহ এজন ৰানী নৰহ তলতীয়া
@madhablahon7478
@madhablahon7478 21 день назад
ৰানি নৰহ মিঞা আছিল
@nikhilsarmah9656
@nikhilsarmah9656 21 день назад
Miy🎉a r koti seleka Nitumoni sudmarni
@makemilliondreams
@makemilliondreams 21 день назад
#Boycott Pratidin Times News Portal. Unscribe ✅
@sauravdas1052
@sauravdas1052 21 день назад
Akhil miya
@BTSarmygirl-ml8df
@BTSarmygirl-ml8df 21 день назад
H B S❤
@AZIMUDDINAHMED-fq8so
@AZIMUDDINAHMED-fq8so 21 день назад
খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ আপোনাক মানা কৰিছে কোনে ?
@Iam16-x2j
@Iam16-x2j 21 день назад
মীঞা ৰ পক্ষ ল'ব নালাগে ।
@bituponboruah4105
@bituponboruah4105 21 день назад
Mamai hekh kribo ru axom khn aibur kori....ami miya musal man thoka tu nibisaru hoi kn2 eat hindu musal mnr mjt juddha lgabo nlge...mamai he2ke kribo bisarise
@Ajkbvvvv
@Ajkbvvvv 21 день назад
Absolutely right bro
@BijuKumbang-ou3fg
@BijuKumbang-ou3fg 21 день назад
ভৰত নৰহ নিজেই মীয়াক বিয়া কৰাইছে,তেওঁ মিয়া ক suport কৰিবই। তেওঁ জাতি দুৰূহী হৈ।
@rafizahyder2870
@rafizahyder2870 21 день назад
Wellsaid
@djs1300
@djs1300 21 день назад
Nitumoni MIA k support kore neki?
@rajeshpayeng4130
@rajeshpayeng4130 21 день назад
Nitumoni dangria moi huanamote Bhorot Narah dangoriar wife Mia buliyei hunisilu tekhetor hoitu upai nai
@babulroy9764
@babulroy9764 21 день назад
Next CM BJP a hobo ।।। Tohote eko korba Nora ja
@krishnaprasaddeka8090
@krishnaprasaddeka8090 21 день назад
Thanks, very eoments❤❤
@echannel02
@echannel02 21 день назад
HBS jindabad
@SankradekarajaDekaraja
@SankradekarajaDekaraja 21 день назад
CM sir.. Good...
@AnwarHussain-zb2bz
@AnwarHussain-zb2bz 21 день назад
Hokolu baddi assam khon aguwai loi jawk hokolu mili 🎉🎉🎉
@Prabhatgogoi692
@Prabhatgogoi692 21 день назад
অখিল দা আপুনি মিঞাক সমৰ্থন কৰিছে,বেয়া কথা , আৰু নকৰিব
@chandansary6593
@chandansary6593 21 день назад
Miya tor mukhor vat Kari loise neki
@bmstudio945
@bmstudio945 21 день назад
Injustice beirut kela miya support kora nohoi...BJP seleka
@bhadrahira6578
@bhadrahira6578 21 день назад
​@@bmstudio945bjp jindabad
@patgiri2498
@patgiri2498 21 день назад
Nitumoni henei mama r opponents,
@Prabhatgogoi692
@Prabhatgogoi692 21 день назад
মুখ্যমন্ত্ৰী দম আছে ,BJP zindabad
@allinallvideoshabijulhoque491
@allinallvideoshabijulhoque491 21 день назад
পগলা CM 🤬😡😡
@bikashbordoloi6786
@bikashbordoloi6786 21 день назад
Iman dom thoka hoi, anekua situation hoi nki ktiaba??
@spiritualiq-n8g
@spiritualiq-n8g 21 день назад
Bangladeshi premi
@ForidulIslam-jp1nv
@ForidulIslam-jp1nv 21 день назад
Nitu Moni dada ,miya karune ayan korok ,mot ganja nisa jati bostu khale ,oti matra jorimona korok, please,❤🎉❤🎉❤ homajkhon beya hobo nalage,
@nayankumarpawe2671
@nayankumarpawe2671 21 день назад
পিছফালৰ জন ওপৰৰ মাল
@bikiroki106
@bikiroki106 21 день назад
Bangladesh sot open koi aase North East seven sister tu lom buli🤬
@zakirhussain5803
@zakirhussain5803 21 день назад
Sarbandosonuwal Come back Assam CM
@arupmazumdar9973
@arupmazumdar9973 21 день назад
nitu moni sutiya Ravish kumarr dare rastat goi asse
@ghirenpait7526
@ghirenpait7526 21 день назад
সৰবজান অখিল গগৈ ডাঙৰিয়া।
@SamujjalBorthakur
@SamujjalBorthakur 21 день назад
Akhil ahmed Miya 😂😂😂😂
@BikashMichang
@BikashMichang 21 день назад
Miyak kedibo lage
@MinecraftGamer-ks9ki
@MinecraftGamer-ks9ki 21 день назад
ভৰত নৰহ এজন কুকুৰ হয় সি এসময়ত আন্দোলন কৰি থাকোতে মোৰ মা ভৰিত ধৰি কৈছিল আমি অসমৰ পৰা বিদেশী সেদিম কত গ'ল তোৰ কথা আৰু নিতূমনি ই বিৰত বদমাছ ই অসমৰ থলুৱা হিন্দু মুছলমান ৰ চিন্তা নকৰে
@bot.R55
@bot.R55 21 день назад
আৰে সৰভোগৰ ডাঙৰীয়া , অসমৰ বিজেপি ৰাইজে মিয়াৰ বিৰুদ্ধেই ভোট দিছিলে লুক ঢাক কৰি কি লাভ হব ?
@RebotHazarika
@RebotHazarika 21 день назад
Manoniyo nitu Moni Saikia dangoriya apunar aibur loi motamot loboloi laj lagib lagisil... CM sir amar adorkho
@sorhabchowdhury4460
@sorhabchowdhury4460 21 день назад
Suspend koribo lage CM k suspend korile akhilok
@MisplacedAaMe
@MisplacedAaMe 21 день назад
সেই একেই কথা আৰু সেই চাহ পিয়লাৰ ধুমুহা। ১৯৯৮০ চনৰ পৰা একে
@Bobidulislam60
@Bobidulislam60 21 день назад
Kla aagote ১২৩৪৫.... Shiki lo
@MisplacedAaMe
@MisplacedAaMe 21 день назад
@@Bobidulislam60 Damn it! You can't comprehend between typos and binary glitch reveals lot about your background! I ain't 876 giu as
Далее