Тёмный

'মুছলমানে গঢ়িব অসমীয়া জাতি' 

Ishan News
Подписаться 763 тыс.
Просмотров 262 тыс.
50% 1

Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com...

Опубликовано:

 

5 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 844   
@amdadrock6261
@amdadrock6261 3 года назад
প্ৰকৃত অসমীয়াৰ কথা এনেকুৱাই সুন্দৰ হয়। আপোনাক ধন্যবাদ।
@nirupoma5935
@nirupoma5935 3 года назад
বৰ সুন্দৰ । ধন্যবাদ আপোনাক।আমি সকলোৱে এক হৈ আগবাঢ়ি যাব বিচাৰোঁ 🙏
@Mdkhairul-v2d
@Mdkhairul-v2d 3 года назад
Right
@bitupanduwarah3063
@bitupanduwarah3063 3 года назад
Moiu bisaru dust.
@najminsultana6496
@najminsultana6496 3 года назад
👌👌👌
@priyankanarzary7140
@priyankanarzary7140 3 года назад
A
@priyankanarzary7140
@priyankanarzary7140 3 года назад
?
@jagatsaikia7451
@jagatsaikia7451 3 года назад
আমি অসমীয়া খিলঞ্জীয়া সকলো এক হৈ আগবাঢ়ি গলেহে অসম উন্নতি হব। আপোনী যুক্তিসংগত কথা কৈছে । আপোনাক ধন্যবাদ জনালো । জয় আই অসম।
@bhargavswargiary5460
@bhargavswargiary5460 Год назад
মই মুছলমান সকলৰ মাজত নিৰ্গুণ ভকতি দেখা নেপাও দেখোন,সকলো সমান বুলি বিচাৰ কৰা দেখা নেপাও দেখোন,আহক বহুতো ঠাইৰ প্ৰমাণ লোৱা যাওক!
@muktadikhan1556
@muktadikhan1556 29 дней назад
যিটো খিলঞ্জীয়া শব্দ কৈছে। সেই শব্দটোৰ সংজ্ঞাই নাই।
@assambasanta1120
@assambasanta1120 3 года назад
কৌটি কৌটি প্ৰণাম , অতি সুন্দৰ কথা কৈছে ।🙏🙏🙏
@najminsultana6496
@najminsultana6496 3 года назад
Thank you so much
@mohommodalikhan4310
@mohommodalikhan4310 3 года назад
এইটো বাস্তৱ সত্য। অতি সুন্দৰ কথা ইয়াক বাস্তৱায়িত্ব দিব লাগে। দেশৰ লগত সচাঁ প্ৰেম থাকিলে নিশ্চয় হব।
@missileworld1829
@missileworld1829 3 года назад
Kun muslim a asomia jati bonai kela
@hujintao990
@hujintao990 3 года назад
@@missileworld1829 Ajmol sahab aru Akhiluddin
@nilakumarsarma1726
@nilakumarsarma1726 3 года назад
ইমান বছৰে যিমান মুখ্যমন্ত্ৰী হৈছে ৮০% তেই উজনিৰ,তেওলোকক কোনে নেগলেক্ট কৰিলে??অসমত ৰজাঘৰীয়া কোচ ৰাজবংশীওতো আছে??আহোম আৰু কোচ ৰাজবংশী দুয়ো জন গোষ্ঠী ঐক্যবদ্ধ আৰু শক্তিশালী হব লাগিব। দুয়োতা ৰজাৰ তেজ বাহক জাতি।
@djaxom955
@djaxom955 3 года назад
@@nilakumarsarma1726 Koch Rajbonshir basi bhag thai bortomanor Koch Biharot pore.. Koch Bihar khon Asomor logot log lobo janu???
@nilakumarsarma1726
@nilakumarsarma1726 3 года назад
@@djaxom955 যদি ভাষাৰ মিল থাইলেন্ড,ম্যানমাৰৰ লগত থকা বাবে টাই আহোম ভাষা পঢ়িব লাগে আৰু এশ বছৰ পিছত উজনি আৰু পূৱৰ দেশ বোৰ এখন হবলৈ বিছাৰে?নামনিত থকা জিলা কেইখনৰ কোচ ৰাজবংশী অৱগ্য়া কৰিব পৰা বিধৰ নহয় ।
@JakirHussain-z6z
@JakirHussain-z6z Месяц назад
এনেকুৱা বহল মনৰ মানুহ থাকি লেহে অসম আগুৱাই যাব
@SAIFULISLAM-hc1iw
@SAIFULISLAM-hc1iw 3 года назад
অশেষ ধন্যবাদ ছাৰ বহুত মূল্লবান কথা কোৱাৰ কাৰণে আমি সকলোৱে মিলিজুলি থকাটোৱে বিচাৰো জয় আই অসম জয় হিন্দ।
@NEBOY7
@NEBOY7 3 года назад
তই মানে অসমীয়া মুছলিম ?
@basisthaacharya6590
@basisthaacharya6590 3 года назад
বহুত মূল্যবান কথা কৈছে। তথ্য সমৃদ্ধ আৰু অধ্যয়ন পুষ্ট কথা। অসমীয়া বৃহৎ জাতি গঠনত এই কথা খিনিয়ে বহুত সহায় কৰিব। 🙏🙏🙏
@pronabadhyapak7312
@pronabadhyapak7312 3 года назад
বৰ অসমৰ ভেটি স্থাপন কৰা আহোম ৰাজত্বৰ কথা খিনি সকলোৱে উপলব্ধি কৰি জাতিটোক এতিয়াও আপোনালোকে আগবাঢ়ি নিযাত সবল নেতৃত্ব লব বুলি আশা কৰিলো ।
@puspadharborah8508
@puspadharborah8508 3 года назад
সচাই সচা কথা । অসমৰ মানুহ বোৰে বুজি পালেই অসম অসমীয়াৰ হৈ থাকিব
@abhijitkanda3584
@abhijitkanda3584 3 года назад
অতি সুন্দৰ কথা। জয় আই অসম।
@hiteswarkachari6886
@hiteswarkachari6886 3 года назад
সুন্দৰ। ধন্যবাদ ছাৰ👍
@munindoley5195
@munindoley5195 3 года назад
,অতি সুন্দৰ আহ্বান অতি গুৰুত্বপূৰ্ণ বক্তব্য অভিনন্দন জ্ঞাপন কৰিছো ।
@abdulhasim8943
@abdulhasim8943 Месяц назад
চাৰৰ বক্তব্যই মনত হিৰে হিমজুৱে লাগীছে । চাৰে কুৱা দৰে আমি অসমীয়া জাতিতু যদি অনাগত দিনত সংকতৰ পৰা বাছিবলৈ হলে জাতি ধৰ্ম বৰ্ণ এক হৈ চলিলেহে পূণৰ বৰ অসম গড়িব পৰা জাব ।চাৰলৈ অশেষ ধন্যবাদ থাকিল ।
@BaharulIslam-xs7zg
@BaharulIslam-xs7zg 3 года назад
Well done Sir. Thank you very much
@abhijitborgohain8318
@abhijitborgohain8318 3 года назад
POKOR DONE.
@gameisover934
@gameisover934 3 года назад
@@abhijitborgohain8318 tor makor bus
@abhijitborgohain8318
@abhijitborgohain8318 3 года назад
@@gameisover934 tur maror busor ball.
@gameisover934
@gameisover934 3 года назад
@@abhijitborgohain8318 muslim nohole Assam joi koribo nuyarili hoi muslim nohole hagi dili hoi gahorir bal khuwa manu
@abhijitborgohain8318
@abhijitborgohain8318 3 года назад
@@gameisover934 aibur tur akhiludinok hunabi amak nohoi.
@md.mubaddirulislam3730
@md.mubaddirulislam3730 3 года назад
Sir আপোনাৰ নিচিনা যদি cm sir ভাবিলে হয় তেন্তে কেতিয়াই ‍ আমি সকলোৱে এক অসমীয়া জাতি হিচাপে বহুখিনি আগুৱাই গলো হয়।।
@loveandpeace2761
@loveandpeace2761 3 года назад
Tohotk sini pao tohot bangali koh
@utpalbaruah6968
@utpalbaruah6968 3 года назад
বহুত সুন্দৰ বক্তব্য, বহুত নজনা কথা জানিলো, এখেতে বহুত উচ্চ আসন পাব লাগে, তেখেতৰ নামটো সোনকালে প্রকাশ কৰক, এখেতৰ পৰা বহুত কথা জানিব পৰা যাব । যি কি নহ ওক এই সময়ত সকলো একগোট হোৱা আৰু টাই ভাষা শিকাটো অতি প্রয়োজনীয়, নহলে অসমীয়া জাতি হেৰাই যোৱাৰ পথত ।
@djaxom955
@djaxom955 3 года назад
@@utpalbaruah6968 teu Dayananda Borgohain ex-chairman of AHSEC
@b2klite689
@b2klite689 3 года назад
@@loveandpeace2761 ami Bengali
@leemabegum4093
@leemabegum4093 3 года назад
উজনিয়া বুলি নিজকে গৌৰৱ কৰো, জয় আই অসম‌।
@Danirojasfc6
@Danirojasfc6 3 года назад
কৰিবই লাগিব।
@abhijitborgohain8318
@abhijitborgohain8318 3 года назад
JOI SRI RAM BULI GOUROB KORU.
@NEBOY7
@NEBOY7 3 года назад
হয় উজনিৰ মুছলিম সকলৰ অসমীয়া নামনিৰ সোপা বাংলাদেশী মিয়া ।
@asmitgogoi8739
@asmitgogoi8739 9 месяцев назад
@@abhijitborgohain8318 ram r case nahe axomot....axomot joi aai axom sole....amr kunu connection nai ram r lgt
@Shahid_Khan268
@Shahid_Khan268 3 года назад
Thanks sir, apuni dirgojibi houk. Kotha bilak vhal lagise.
@prodipgohain7569
@prodipgohain7569 3 года назад
Akabara hosa thanks
@nilakanthanath4521
@nilakanthanath4521 3 года назад
সুন্দৰ বক্তব্য ।ধন্যবাদ ।
@BhumidharNath-im7ml
@BhumidharNath-im7ml 4 месяца назад
নিঃচাৰ্থভাবে অসমীয়াৰ সংগা আগবঢ়োৱা চাৰজনলৈ অশেষ ধন্যবাদ আগবঢ়ালো!!
@bhubanchandranath6424
@bhubanchandranath6424 3 года назад
অতি সুন্দৰ চিন্তা ডাঙৰীয়া ।আমিও ইয়াকে বিছাৰো।
@anantabaishya7017
@anantabaishya7017 Месяц назад
ধন্যবাদ আপোনাক |আপোনাৰ চিন্তাধাৰাক মই সমৰ্থন কৰো |বিভাজিত জাতিতুক আকৌ এবাৰ একেলগ কৰি আইমাতৃৰ সেৱা কৰিৱলৈ আগ্রহী
@lohitsaikiaofficial482
@lohitsaikiaofficial482 3 года назад
" জয় আই অসম " । আহোম নোহোৱা হলে আজি অসম, অসম হৈ নাথাকিলে হয় । মোগল ৰাজ্য হল হেঁতেন। আহোমৰ পৰাই প্ৰথমতে অহম তাৰ পিছত ' অসম 'হল।
@eyasinali3283
@eyasinali3283 3 года назад
আপুনি ঠিক কথা কৈছে। আমি অসমীয়া আৰু অসমৰ হৈ মাত মাতিম। মই আপোনাৰ কথাত একমত। জয় আই অসম।
@abhijitborgohain8318
@abhijitborgohain8318 3 года назад
POTHOMOTY MEYAR HOI MAT MATI LO.
@Beingmuslimind
@Beingmuslimind 3 года назад
@@abhijitborgohain8318 durr hoo
@azizahmed4092
@azizahmed4092 3 года назад
Khub val lgil sir ..apunar dore manuh thoka loike axom khon jiliki thkibo
@gkd4932
@gkd4932 3 года назад
Hmm aru Bangladeshi u kheda hobo
@azizahmed4092
@azizahmed4092 3 года назад
@@gkd4932 hmm..bangladeshi kheda khabo lge,hindu howk ba muslim/
@hujintao990
@hujintao990 3 года назад
@@azizahmed4092 Aru miya
@gkd4932
@gkd4932 3 года назад
@@hujintao990 yes , kheda tu last option, nije jabogoi lage
@azizahmed4092
@azizahmed4092 3 года назад
@@gkd4932 beleg dekhor manuh thakibo dibo nlge muthote,nijei najai hihoti,Piti piti khedibo lgibo
@user-mb1vi4np4v
@user-mb1vi4np4v 3 года назад
বৰ ভাল লাগিল ছাৰ আপোনাৰ কথাবোৰ..আমাৰ সকলোৰে আপোনাৰ দৰে বহল দৃষ্টিভংগী থাকিলে অসমখন আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি..অসমীয়া জাতিটো এটা বৃহত্তম জাতি.. সকলোৱে মিলি অসমীয়া জাতিটো ৰক্ষা কৰা আমাৰ নৈতিক দায়িত্ব..বৈচিত্র্যতাৰ মাজত ঐক্য সৃষ্টি কৰি অসম খনক বিশ্ব দৰবাৰত জিলিকাই তোলাটো আমি অসমীয়া হিচাপে কামনা কৰো. জয় আই অসম🙏
@DewanShajahan-j2w
@DewanShajahan-j2w Месяц назад
ছাৰ বহু মূল্যৱান তথ্য ক'লে আপোনালৈ আন্তৰিক শুভেচ্ছা থাকিল। জয় আই অসম
@pinkudeka9510
@pinkudeka9510 3 года назад
আমিতো সকলোৱে এক হৈ থকাটোৱেই বিচাৰো । কি উজনি কি নামনি আমি সকলো একেলগ হৈ বৰ অসম হৈ থাকিব বিচাৰোঁ।
@afzarulislam4444
@afzarulislam4444 3 года назад
I don't know him, but his words indicate that he is so wise ...... Respect for gentlemen.
@prabindeka5498
@prabindeka5498 3 года назад
বহুত বহুত ধন্যবাদ
@himusgamingvlogs2082
@himusgamingvlogs2082 Месяц назад
সঁচা কথা । তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
@TarpanPhukan
@TarpanPhukan 10 дней назад
সুন্দৰ উপস্থাপন।
@tazhazarika5195
@tazhazarika5195 3 года назад
আপোনাৰ দৰে মানসিকতাৰ মানুহৰ অভাৱ ঘটিছে ।।বিভিন্ন অশুভ শক্তিৰ দ্বাৰা অসমীয়া জাতিতোক ভাগ ভাগ কৰিব খোজা হৈছে।।গতিকে বৰ অসমৰ অসমীয়া জাতিতোক এক কৰি ৰখাৰ ক্ষেত্ৰত আপোনাৰ দৰে মানসিকতাৰ মানুহৰ প্ৰয়োজন আহিছে।।ধন্যবাদ ।।
@hayuvlog
@hayuvlog 18 дней назад
Khub soondar kotha koise... Sir you are very knowledgeable men... Good Speech
@helendeka1566
@helendeka1566 3 года назад
Xundor.lot of thnx.
@assamtinisukia4126
@assamtinisukia4126 3 года назад
অতি যুক্তিপূৰ্ণ ;সাৰুৱা ও সুন্দৰ বক্তব্য।
@popular321
@popular321 3 года назад
আপুনি সচা কথাই কৈছে বৰ ভাল পালো
@mr___x4281
@mr___x4281 3 года назад
Respect for you sir
@kulendrabora58
@kulendrabora58 3 года назад
একালত সকলো মানুহেই অসমীয়া হবলৈ হেপাহ কৰিছিল । কিন্তু নিজকে উচ্চ আৰু উৎকৃষ্ট বুলি ভবা এচাম অসমীয়াৰ কাৰণে সেইটো হৈ নুঠিল । এতিয়া সেই সকলক অসমীয়া হবলৈ আহ্বান জনোৱা কথাটোৱে তেওঁলোকৰ ওচৰত কিমান গুৰুত্ব পাব অনুমান কৰিব নোৱাৰি । এতিয়া অসমীয়া হবলৈ দুৰ্বাৰ হেপাহ আছে কেৱল মিঞাৰ । কিন্তু এই হেপাহ জীন যাবলৈ নহয় - অসমীয়াক খুলি খুলি খাবলৈ । গতিকে আন্তৰ্জাতিক ভাৱে স্বীকৃত খিলঞ্জীয়াৰ সংজ্ঞা অনুসৰি যি জাতি জনগোষ্ঠী সমূহ অসমৰ খিলঞ্জীয়া হয় তেওঁলোকক তেওঁলোকৰ এলেকা সমূহত অসমীয়াৰ সতে ভাতৃত্ববোধেৰে সহ অৱস্থান কৰি আত্মীয়তা গঢ়িবলৈ আহবান জনাব লাগে । উদাহৰণ স্বৰূপে কাৰ্বি আংলঙত অসমীয়াতকৈ বাঙালীৰ সংখ্যা অধিক । কিন্তু অনুমান হয় কাৰ্বি সকলে বাঙালীক শত্ৰু জ্ঞান নকৰে কিন্তু অসমীয়াক কৰে । এজন অ'ট' চালকে ভাড়াৰ বাবদ খুচুৰা পইচা নিদিয়াৰ বাবে কেনেকৈ এজন লোকক নিৰ্মমভাৱে হত্যা কৰিছিল আৰু আক্ৰমণ কৰাৰ সময়ত কেনেদৰে অসমীয়াক গালি পাৰিছিল সকলোৰে ছাগৈ মনত আছে । অভী নীল হত্যাৰ সময়তো একেই দৃশ্য । গতিকে এক জাতি গঠন কৰাৰ ধাৰণাটো বাদ দি খিলঞ্জীয়া জনগোষ্ঠীৰ সমূহৰ মাজত থকা বৈৰিতা দুৰ কৰি আত্মীয়তা বৃদ্ধিৰ বাবেহে যত্নপৰ হব লাগে।
@GT-dm8pw
@GT-dm8pw 25 дней назад
Apuni kuwa protitu kotha hotyo
@muktadikhan1556
@muktadikhan1556 29 дней назад
১০০% শুদ্ধ কৈছে। হয় অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত অসমীয়া জাতি গঠন হৈছে।
@MridulHussain-o3l
@MridulHussain-o3l Месяц назад
অসমত আহোম আৰু মুছলমান যেতিয়ালৈ থাকিব তেতিয়া লৈ অসমীয়া জাতি থাকিব
@abdullotif6496
@abdullotif6496 14 дней назад
Aponi 100% Right kotha koyse thenks
@loanproducts
@loanproducts 3 года назад
Great, সকলোৱে মিলিজুলি অসমখন কেনেকৈ উন্নত কৰিব পাৰি তাৰে চিন্তা চৰ্চা কৰিব লাগে৷
@krishnadeka9587
@krishnadeka9587 3 года назад
Bhal lagil apunar kotha khini...thank u sir.
@chayanikakonwar3247
@chayanikakonwar3247 3 года назад
আপোনাক প্ৰণাম জনাইছো।বহুত ভাল কথা কৈছে
@khairulislam-q6t
@khairulislam-q6t День назад
সুন্দৰ
@rupjyotimili7093
@rupjyotimili7093 3 года назад
বওত ভাল কথা জানিব পাৰিলো‌ তাৰপৰা। ধন্যবাদ থাকিল আপোনালৈ।
@juwenaahmed3137
@juwenaahmed3137 3 года назад
Thnx.. Good process👍 sir
@SaifulIslam-pc5tj
@SaifulIslam-pc5tj 3 года назад
এই বহুমুলীয়া কথাখিনি অসমৰ সকলো মানুহে আন্তৰিকতাৰে মানি অসমখনক আগবঢ়োৱা টো কামনা কৰিব লাগে,আমাৰ মাজত বিভেদ স্ৰৃষ্টি কৰা ভাইৰাছ বোৰক উপযুক্ত ভেকচিন দি অসমখনক মুক্ত কৰি অসমৰ উন্নতি কৰো আহক,জয় আই অসম
@sofiqurrahman1420
@sofiqurrahman1420 3 года назад
You are a wise and broad minded person. Thanks to you for your valuable oration
@fborah8053
@fborah8053 26 дней назад
অতুলনীয় ❤
@unitedagricultureandfarmin4634
@unitedagricultureandfarmin4634 3 года назад
বৰ সুন্দৰ কথা কৈছে। আপুনাৰ মনোবৃত্তি বহুত সৎ
@tarapalia5441
@tarapalia5441 День назад
Thank you so much 👍
@hafizurrahmansarkar3368
@hafizurrahmansarkar3368 3 года назад
You are the real Man Sir. Thank u so much
@bipinch.thakuria2368
@bipinch.thakuria2368 3 года назад
Very very good message to the indegenious people of Assam. Borgohai sir many many thanks All the Bjp leaders should accept such type of lesson from learned people.
@Shua_098
@Shua_098 Месяц назад
Khub hundar kotha koise.
@uttambhuyan6635
@uttambhuyan6635 Год назад
হয় সৎ সত্য সনাতন মন আত্মা প্ৰকৃতি হৃদয়ৰ সচা কথা ( বৰ্তমান সময়ত সুন্দৰ যুক্তি কথা কৈছে )
@krishnagogoi1657
@krishnagogoi1657 3 года назад
বহুত সুন্দৰ কথা কলে আপোনি | ধন্যবাদ থাকিল |
@muhiburrahman3942
@muhiburrahman3942 3 года назад
Good suggestions towards the Nation builders .Go ahead thanks.
@Mr..parbinphangchong7824
@Mr..parbinphangchong7824 3 года назад
Hoi xura apuni thike koise ami aru aklog hob lage joi ai aoxm
@AnwarHussain-il6if
@AnwarHussain-il6if 3 года назад
বহুত ধোনীয়া কথা কৈছে আপুনি অতি সুন্দৰ নিদৰ্শন 👌
@najminsultana6496
@najminsultana6496 3 года назад
আপুনাৰ দৰেও যদি এই একেখিনি কথা সকলোৱে বুজিলে হয় thank you so much sir
@medinitalukdar4873
@medinitalukdar4873 Год назад
সুন্দৰ 👌 কথা এয়া,ই সত্য...
@balenkalita7061
@balenkalita7061 3 года назад
প্ৰাগ্যোতিষপুৰ হৈ থাকিব লাগিছিল বুৰঞ্জী মতে , অসম নাম ৰখা কাৰণে আজি মিয়া ও অসমীয়া হৈছে যাৰ বাবে শান্তি ৰ প্ৰাগ্যোতিষপুৰ গৈ সাত ভঙা হল, সেহে আকৌ প্ৰাগ্যোতিষপুৰ নাম ৰাখি গোটে পৰিবৰ্তন কৰিব লাগে। জয় প্ৰাগ্যোতিষপুৰ
@TamenNarzary
@TamenNarzary Месяц назад
ছাৰ বৰ সুন্দৰ, ধন্যবাদ
@hindulukjeluviyatareiudaho7737
@hindulukjeluviyatareiudaho7737 Месяц назад
অসমীয়াক এক তিত কৰিবলে আহোম জনগোষ্ঠীয়ে পাৰিব । লাচিত সেনাই অসমক দ্বিখণ্ডিত হে কৰিব পাৰিব ।কাৰণ অসমক আহোম নেতৃত্বত এক তীৰত কৰিছিল ।
@SulemanAliAhmed
@SulemanAliAhmed 15 дней назад
Very good and positive attitude
@eliyaskhan8978
@eliyaskhan8978 3 года назад
Right sir
@subratashome6393
@subratashome6393 Месяц назад
Dr. D. Borgohain Thank You so much. Wise and intellectual.
@rukeyaali9530
@rukeyaali9530 3 года назад
অতি সুন্দৰ কথাবিলাক ।
@nivashpegu9926
@nivashpegu9926 3 года назад
আমি আপোনাৰ কথা একমত ছাৰ
@Kuldeep-d1l
@Kuldeep-d1l Месяц назад
সুন্দৰ মন্তব্য
@nanghunpha
@nanghunpha 3 года назад
আপোনাৰ কোঠবোৰ সচাই সঁচা ।বৰ সুন্দৰ লাগিল । ধন্যবাদ জনালো ।
@aminurrahman1915
@aminurrahman1915 2 месяца назад
Very significant and important speech. Salute you sir.
@mthuborgohain1956
@mthuborgohain1956 Месяц назад
This is the real Assamese spirit. Thank you sir
@sushantanath7822
@sushantanath7822 19 дней назад
Thankyou sir.
@galileomissong4031
@galileomissong4031 3 года назад
বহু ভাল লাগিল চাৰ,
@ratuldutta2207
@ratuldutta2207 3 года назад
যি কৈছে সকলো ঠিকেই কৈছে।
@rastamali3718
@rastamali3718 Год назад
Bhal manuhor bhal kotha thenk you
@shobrajgiri1895
@shobrajgiri1895 3 года назад
সুন্দৰ ধেমালি কৰি দিলে দে এই জনে নিজৰ দেশত বোৰো লোক শৰনাৰ্থী হৈ কেবা বছৰ থাকিব লগা হ ল মাদকদ্ৰব্য সৰবৰাহ কৰি আমাৰ যুৱক যুৱতীসকলক শাৰীৰিক আৰু মানসিক ভাৱে ধংস কৰিবলৈ উঠি পৰি লাগিছে অনিয়ন্ত্ৰিত ভাবে জনসংখ্যা বৃদ্ধি কৰি ৰাজ্যৰ ভাৰসাম্য নস্ট কৰা এক কুটিল ষড়যন্ত্ৰত লিপ্ত আছে আজি বহু বছৰ আগৰ পৰা অথছ কি আশা কৰে কিছুমান লোকে ময় বুজিব পৰা নাই।।।।।
@HamzarAli-fu9gk
@HamzarAli-fu9gk 7 дней назад
Thanks for you
@phanidharrabha8057
@phanidharrabha8057 3 года назад
বৰগোহাঁই ছাৰ ধন্যবাদ
@jree4809
@jree4809 3 года назад
ৱৰ সুন্দৰ! আপনাক ধন্যবাদ।
@lohitrabha9422
@lohitrabha9422 Месяц назад
ভাৰত স্বাধীনতাৰ অন্দোলনত মোছলমান সকলৰ অবদান আছে
@pranabkoch6578
@pranabkoch6578 3 года назад
Full support hbs sir
@rashidulislam991
@rashidulislam991 3 года назад
Khubbe valo lagile 💞💞💞💞
@sohrabalihazarika2047
@sohrabalihazarika2047 13 дней назад
Apunak anek anek thanks
@abdullotif6496
@abdullotif6496 14 дней назад
Very good 100% Right
@karunakoch2247
@karunakoch2247 3 года назад
Very nice speech sir I'm sulut for u jai Hind jai ai Assam
@abulhussain6597
@abulhussain6597 3 года назад
Hon'ble Sir , 🙏🙏🙏.........God bless you.
@ataurrahman9778
@ataurrahman9778 13 дней назад
Its an expression of perfect human being
@bhargabsfitnessbeautylifes2700
@bhargabsfitnessbeautylifes2700 3 года назад
এজন আহোম আৰু অসমীয়া হিচাপে গৰ্ব অনুভৱ কৰিছো। 💪
@ratulgowala6988
@ratulgowala6988 Месяц назад
ধন্যবাদ ছাৰ।
@bhargabsfitnessbeautylifes2700
@bhargabsfitnessbeautylifes2700 3 года назад
সম্পূৰ্ণ শুদ্ধ কথা কৈছে। মোৰ মনৰ কথা খিনি আপুনি আজি কলে। আশা কৰোঁ বুজি পাব অসমৰ সকলো ৰাইজে।
@dhanti1890
@dhanti1890 3 года назад
সুন্দৰ বক্তব্য
@putulgayan648
@putulgayan648 3 года назад
কি সুন্দৰ কথা কৈছে ।
@drarifulariyan3856
@drarifulariyan3856 3 года назад
Good specch sir you great❤🙏
@hafizabdul7713
@hafizabdul7713 3 года назад
Language or kota Tu bohut bhal lagil
@SBF-o3f
@SBF-o3f 3 года назад
আমি দুটা আমাৰ চৈধ্য টা । । । 😂
@dhaniramhatiboruah5982
@dhaniramhatiboruah5982 Месяц назад
অতি সুন্দৰ পৰামৰ্শ দিলে ছাৰ।
@rimakhandakar4305
@rimakhandakar4305 3 года назад
Bhal lagil aponar Juktipurna sintadhara khini.
Далее
Песня РАСПУТИН на русском!🔥
00:56
Тренд Котик по очереди
00:10
Просмотров 347 тыс.
POLI и Маша - Сигма бой
00:20
Просмотров 286 тыс.
Песня РАСПУТИН на русском!🔥
00:56