মুছলমান যুৱতীক বিয়া পাতি বিপদত মিণ্টু তালুকদাৰ। চাৰে ৭ বছৰ গাঁওখনত সোমাব পৰা নাই মিণ্টু আৰু শ্বেহনাজ। পিতৃ-মাতৃকো এঘৰীয়া। ২১ শতিকাত কোন দিশে আমি।
21 авг 2024