Тёмный

মোহময়ী অভিনেত্ৰী মেঘৰঞ্জনীৰ ভাওনাত অভিনয় চাওক | নৃসিংহ অৱতাৰ | Meghranjani Medhi | Vauna | Bhauna 

PMB Mix
Подписаться 70 тыс.
Просмотров 13 тыс.
50% 1

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 110   
@dulubora1678
@dulubora1678 24 дня назад
পইচা থাকিল বুলিয়েই চেলিব্ৰিটী আনি অভিনয় নামত ভেকো ভাওনা কৰাতকৈ আমাৰ থলুৱা শিল্পি সকলেই শ্ৰেয়।🙏
@gunjansaikia6582
@gunjansaikia6582 24 дня назад
যিমানেই জনপ্রিয় তাৰকাই নহওক কিয়... ভাওনা অভিনয়ৰ ক্ষেত্ৰত তেখেতসকল আমাৰ পুৰুষ ভাৱৰীয়াসকল আৰু নাৰী চৰিত্ৰাভিনেতা সকলৰ অভিনয়ৰ কাষেই চাপিব নোৱাৰে। অলপো ভাল নালাগিল দৃশ্যটো। আয়োজক সকললৈ দূৰৈৰে পৰাই নমস্কাৰ!!!🙏🏽🙏🏽 এইভাগি ভাওনাত দিতী-কয়াধুৱে একেলগে প্ৰৱেশ কৰা হে দেখি আহিছো আমি। জনপ্ৰিয় অভিনেত্ৰী হোৱা বাবেই এওঁৰ প্ৰৱেশখন সুকীয়াকৈ আগবঢ়োৱা হ'ল নেকি??🤔🤔🤔🙏🏽🙏🏽🙏🏽
@Biswajit_4321
@Biswajit_4321 24 дня назад
@@gunjansaikia6582 তাকেই
@user-vh9xb3tt2o
@user-vh9xb3tt2o 24 дня назад
Hoi sage.
@pabitrabora7048
@pabitrabora7048 24 дня назад
মোহময়ী হʼলেও ইমান এভাগ মহত্ব থকা ভাওনাত এগৰাকী মহিলাই ভাও কৰাটো কিন্তু বৰ বেয়া কথা হৈছে । মহিলা ভাওনাত কৰিছে তাত কʼবলগীয়া একো নাই, কিন্তু ভগৱানৰ দুভাগ অৱতাৰী ভাওনাত অভিনয় কৰাটোহে বৰ ভাল নেদেখিলো।
@gautamdutta340
@gautamdutta340 24 дня назад
মহিলা ভাওনাত কৰিব পাৰে বুলি ক'লে যে মহিলা ভাওনা নো‌ কিয় হ'ব লাগে....তাত পাৰে যদি ইয়াত নোৱাৰাৰ যুক্তি ক'ত
@gautamdutta340
@gautamdutta340 24 дня назад
মহিলা ভাওনাত কৰিব পাৰে বুলি ক'লে যে মহিলা ভাওনা নো‌ কিয় হ'ব লাগে.....তাত পাৰে যদি ইয়াত নোৱাৰাৰ যুক্তি ক'ত
@sibeswarbezbaruah5601
@sibeswarbezbaruah5601 23 дня назад
Right 👍
@subashkhatowal5351
@subashkhatowal5351 24 дня назад
Mukhosto nathakile jiman meghranjani,barakharani,holeu kam nai,,,,,,
@anurag_h_editz_70
@anurag_h_editz_70 24 дня назад
গ্লেমাৰ অভিনেত্ৰীক দোহাৰৰ পৰা বচন ক'ব লগা হৈছে দেই ,সংসাৰৰ বচন ভুল ।
@vaunawithabhi5452
@vaunawithabhi5452 23 дня назад
গোটেই বচন নিজে লিখিলে নি বাৰু । হে ভগবান।।।
@rajib_vlogs__00
@rajib_vlogs__00 19 дней назад
Live saisu live . moja lagil gutai vauna khon 😊💙💜💓💯
@PallabDutta-we8zm
@PallabDutta-we8zm 24 дня назад
বচন ৰ কথা নকওঁ দে গোটেই ভুল কিন্তু এনেকুৱা ভাওনা খনত মহিলাক ভাওঁ কৰিব দিয়াটো ভাল নালাগিল
@jayantaborah6608
@jayantaborah6608 24 дня назад
নাট ভাগ সলনি কৰা কোন এইজন মহাপুৰুষ ইয়াৰ উচিত ব্যৱস্থা ল'ব লাগে। এগৰাকী চেলিব্ৰিটী আহিল বুলিয়ে যে অত বছৰৰ পৰা চলি অহা এখন নাটকক সলনি কৰিব । সেইটো কথা নহয়। আমাৰ ভাওনা সংস্কৃতিত কি মহিলা চৰিত্ৰ কৰা অভিনেতা, অভিনেত্ৰী ৰ অভাৱ ঘটিছে নেকি?
@k.nibirkataky352
@k.nibirkataky352 23 дня назад
Hudho kotha
@bibhutiborah10
@bibhutiborah10 24 дня назад
যিমানে জনপ্ৰিয় তাৰকা নহওঁক কিয় গুৰু সংস্কৃতিৰ লগত জৰিত থকা মানুহখিনিৰ বাদে বেলেগে আহি ভাওনাত চৰিত্ৰ এটা ফুটাই তুলতো ইমান সহজ নহয় লাগিলে তেওঁ যিমানে ডাঙৰ অভিনেতা নহওঁক কিয়..popularity কাৰণে নহয় সংস্কৃতি বজাই ৰাখি কাম কৰিব লাগে।
@JitumoniDutta-q
@JitumoniDutta-q 23 дня назад
গাঁৱৰ ল'ৰা কেইজনে নাৰী চৰিত্ৰ ৰূপায়ন কৰি দুটকা পাই আছে তাকো সহিব নোৱাৰি বাকী আছিল ভাওনা তাতো অভিনেত্ৰী বিচাৰি আনিছে। গাঁৱৰ ছোৱালী এজনীক শিকাই লোৱা হ'লে ক'ব লগা নাই ৰাইজে বেছি ভাল পালে হেঁতেন। পাৰিলে এই বিলাক এৰাই চলিলে ভাল হয় প্ৰভু সমস্ত ‌।
@Mahesh-vc2sx
@Mahesh-vc2sx 23 дня назад
কশিপু জনে কিন্তু বহুত ধুনীয়া কৰিছে দেই
@BimanBora-z4z
@BimanBora-z4z 23 дня назад
যিমানেই জনপ্ৰিয় নায়ক, নায়িকা নহক কিয়, ভাওনা এখন কৰা টো ইমান সহজ নহয়। সেইটো জনা উচিত । ভাওনা এখন কৰাৰ বাবে বিজ্ঞ জনৰ শিক্ষা লোৱাটো নিশ্চিত ভাৱে ভাল হয়। যদি নাজানে শিকি লব লাগে, মহাপুৰুষীয়া নাট এভাগ ভক্তি সহকাৰে লব লাগে। আৰু এটা চৰিত্ৰ কৰাৰ আগত অধ্যয়ন কৰিব লাগে , যাহা, তাহা এখন ভাওনাৰ এটা চৰিত্ৰ নুবুজি নলয় কৰিব নালাগে
@BimanBora-z4z
@BimanBora-z4z 23 дня назад
Apuna luke vul nubujibo meghronjoni baak ami hokolue vl pao , kintu vaoner kotha je serial ba cinema t koi beleg ter babehe coment korilu apunaluke beya napabo
@Manash-protim-borah
@Manash-protim-borah 23 дня назад
সংলাপ অকণো হোৱা নাই দেই , অভিনেত্ৰী হিচাপে আপোনাক ভাল পাওঁ আপুনি এগৰাকী ডাঙৰ অভিনেত্ৰী আপোনাক কিবা এটা কোৱাৰ আমাৰ অধিকাৰ নাই কিন্তু ভাওনা ৰ সংলাপ কেনেদৰে কব লাগে তাৰ লগত অলপো মিলা নাই বচন সকলো খেলি মেলি।
@user-rk5sh9vp5w
@user-rk5sh9vp5w 24 дня назад
গোটেই সংলাপ খেলি মেলি কি গাইছে???????
@dimpudas3520
@dimpudas3520 23 дня назад
এওঁ লোকক চিনেমাত হে ভাল লাগে ভাওনাত নহয় । পিছে সেলিব্ৰেটি হোৱা কাৰণে দিতি গৰাকী পাত্তাই নাপালে নিকি প্ৰবেশ খনত ।নে জনপ্ৰিয় হোৱা কাৰণে অকলে প্ৰবেশ কৰিব দিলে 😁😅
@SwapnaDehaDas
@SwapnaDehaDas 24 дня назад
Koyadhuk okole kio uliyaise ..maghronjoni medhi mane actress hei karne amr vawnar khongskitik anekoi opomn korise no .Toka thakile buliye mnuh emn vawna khetotot tololoi namibo napi .moiu vawna koru ,vawna buli kole pagol .mediclor pora ahi vawna koru mi bohut hepah ase vawnale..anekua korile vl nlge😢
@khurideumainaofficial7476
@khurideumainaofficial7476 24 дня назад
Antoto boson gita tu mukhosto korok . Glemar ccccc
@bishwajitphukon6968
@bishwajitphukon6968 21 день назад
মেঘৰঞ্জনী বিখ্যাত অভিনেত্ৰীৰ বাৱে দিত লগত প্ৰৱেশ নকৰিলে নেকি নে এই নাটক নতুনকৈ লিখিলে ইমান ডাঙৰ অভিনেত্ৰীৰ বচন পাহৰি যোৰ লাজৰ কথা আমি লৰা বোৰে মাইকী সাজি কাছি ভাওনা কৰাটো কিমান কষ্ট হয় মেঘৰঞ্জনী আইদেউ বুজিছে কিজানি তেওঁলোকে চিনেমাৰ চিৰিয়েলৰ মানুই তাতে ভাল লাগে । ভাওনা মুকলি অভিনয় থিয়েটাৰ বা চিৰিয়েলৰ দৰে নহয় আজিকালি বৈঠকিৰ পৰা বচন কৈ দিযা দিন নাই আৰু কিন্ত চেলিবেট অভিনেত্ৰীক বচন পমটাৰ কৰাটো লাজৰ কথা বুলি মই ভাবো ভাওনা এখন বেয়া হলে কিছুমান কমিটিয়ে মাইকী ভাওৰীয়া জনক দোখ দিযে ৰিহাচল নোজোৱৰ বাৱে কিন্ত এই গৰাকী অভিনেত্ৰী যি খন বচন গালে পৃথিৱীৰ ভুল আৰু ভাওনাত নেটৰ চাদৰ বা নেটৰ কাপোৰ পিন্ধা ভুল বুলি কোৱা ভু- পন্দিত সকল এতিয়া নিমাত কিয়
@vaunalover
@vaunalover 24 дня назад
প্ৰৱেশ খন খেলি মেলি , সংলাপৰ কথা নকওঁৱে । কি যে দেখিবলৈ পাম আৰু।।
@PMBMix
@PMBMix 24 дня назад
মই ভাল পাইছোঁ... আমাৰ এচামে শিকক যে গ্লেমাৰ আৰ্টিষ্ট মাতি ভাওনাক যে ভেকু ভাওনা বনাব নালাগে... ভাওনাত অভিনয় কৰাটো ভাতৰ লগত পানী খোৱাৰ দৰে নহয়...
@k.nibirkataky352
@k.nibirkataky352 23 дня назад
Vaonat enekua silpik sthan di vaonar nijor morjyoda heh hobo dibo nalage...aru Guru Dujonai aidore vaonat mohilak ovoinoi koribo dia nasil.tar nissoi dangor karon ase.Mohapuruhia vaona buli koi Mohapuruh gurujonar adorhoi mona dekha najai.Gurjonar Adorho agot rakhi vaona honkskritik aguai nibo lage.Aidore Bohuali kori nohoi
@comedydekho4229
@comedydekho4229 23 дня назад
ki mane aibur ....? Vaona khn r lgt kio dhemali aibilak...?
@mridulaboruah6200
@mridulaboruah6200 23 дня назад
Coment pohible mur dore kun kun ase😊
@abhirajkalita6388
@abhirajkalita6388 23 дня назад
প্ৰথম দৃশ্য এইয়া গতি 😂😂😂 পিছৰ খিনি চাগে আৰু 😂😂😂😅😅 সুন্দৰ 😅😅😅
@rohithandique74
@rohithandique74 24 дня назад
Expression same heeramandi r alamzeb r nisina 🙂......kokhipu jon a ki boson koise aku guruttoi ni dia glamour artist a😂😂
@TrinayanBorah-rm3fb
@TrinayanBorah-rm3fb 24 дня назад
সংলাপ কি গাইছে বাৰু
@rohithandique74
@rohithandique74 24 дня назад
Celebrity hoi ji khn korise cccc...probekh kheli meli....boson r kotha nokou a.....ami nari soritro t ovinoi kora notun lora hokole aigorakit koi vl he korim....glamour....hunilei hahi he uthe 😂
@user-zj2wy6ik5l
@user-zj2wy6ik5l 24 дня назад
পইচা কেইটা লাগে বচন গুলি মাৰ
@abhirajkalita6388
@abhirajkalita6388 23 дня назад
😂😂😂😂😂😂😂😂😂😅😅
@Mahesh-vc2sx
@Mahesh-vc2sx 23 дня назад
মই ভাল বেয়া ক'ব নাযাও কিন্তু ভগৱানৰ আশীৰ্বাদত সকলো ভালে কুশলে হৈ গৈছে সেইয়া এই বহুত
@TutumoniGogoi-e7f
@TutumoniGogoi-e7f 18 дней назад
Mur biswah moi koyadhu val koru😊 aru doittyesor nohoi doitosur😂
@sangeetaborah2572
@sangeetaborah2572 23 дня назад
Ahomiya homaj khone..guru jonar..adorkhok bipothe porisalona korise je lage ketiyaba ....beya napabo kisuman Kam Kora agote vabi sabo......🙏🙏🙏🙏🙏🙏🙏🙏🙏
@user-nk1qs7co9k
@user-nk1qs7co9k 21 день назад
😢 9:33
@prasantabaruah1728
@prasantabaruah1728 24 дня назад
Seen2 olopo val nlagil boson khali Mali
@PMBMix
@PMBMix 24 дня назад
ভাওনাত অভিনয় কৰাটো কিমান কঠিন বুজি পালে নিশ্চয় তেওঁ
@RIGHTANGLE321
@RIGHTANGLE321 24 дня назад
লাইটৰ কাৰণে vdo quality মাৰ খাইছে
@PMBMix
@PMBMix 24 дня назад
হয়
@PMBMix
@PMBMix 24 дня назад
@RIGHTANGLE321 লাইটৰ কাৰণে ভাওনাৰ ভিডিঅ' কৰিবলৈ মন নোযোৱা হৈছে... ইমান লাইট কিয় লাগে বুজি নাপাও... কলেও নুশুনে... ভাওনা নহয় যেন দিপাৱলীহে... সেয়েহে প্ৰতিযোগিতাত ৰেকৰ্ডিং কৰি ভাল পাওঁ...
@RIGHTANGLE321
@RIGHTANGLE321 24 дня назад
তাকে হে
@user-td1bh3iv2e
@user-td1bh3iv2e 14 дней назад
Hekh korile eihupai..dhikkar...nortoki neki eman nasi nasi ulause
@rinjubora2358
@rinjubora2358 23 дня назад
Ki o aibur comment nedeu buli vabi u debo baidhya holu 😂
@gautamdutta340
@gautamdutta340 24 дня назад
ইমান জনপ্ৰিয় এগৰাকী অভিনেত্ৰী হৈও নিজৰ শিপাদাল পাহৰি যোৱা নাই ভাল লাগিল অভিনয় চাই 👏
@user-bl2ol9fm7t
@user-bl2ol9fm7t 22 дня назад
😂😂😂😂😂😂😂😂
@jibonnath6395
@jibonnath6395 24 дня назад
গ্লেমাৰে গোটেই গেলাই পেলালে।। এনে কিমান লৈছে বাৰু?
@PMBMix
@PMBMix 24 дня назад
৬০০০০ বুলি শুনিছোহে... কিমান সঁচা নাজানো
@jibonnath6395
@jibonnath6395 24 дня назад
@@PMBMix krishna... akhn vauna poisa taie nile
@dipankarsaikia5389
@dipankarsaikia5389 24 дня назад
iman poisa Loi aibur Ki boson gaise hokolu vul.. Natokor pora pomta kori ase huni asu
@Nibirnarah
@Nibirnarah 24 дня назад
Eibar ako koyadhu Ranir probekh okole dile ni bor val Kam korise Manuh bilake.....val nomuna bur uliyaise vauna jogot khon dei😂😂😂😂😂
@arnabneogstudios987
@arnabneogstudios987 23 дня назад
Diye kisumnt
@arnabneogstudios987
@arnabneogstudios987 23 дня назад
Diye kisumnt❤
@k.nibirkataky352
@k.nibirkataky352 23 дня назад
​Heia natokot nai..
@dimpudas3520
@dimpudas3520 23 дня назад
সেলিব্ৰেটি যে সেইকাৰণে 😂
@debasishsaikia2676
@debasishsaikia2676 19 дней назад
Emanbur compitition korilu xeiya din ketiyau oha nai, 😢😢. Manuh bur je ru😅😅😅😅
@latumonisaikia8401
@latumonisaikia8401 22 дня назад
দুৰৰ পৰা চাই মানুহে ভবাৰ দৰে ভাওনা কৰাতো আজিৰ দিনত ইমান সহজ নহয়। ভাওনা কৰিবলৈ হলে আজিকালি বিষয়তোৰ ওপৰত ভালদৰে অধ্যয়ন , অনুশীলন আৰু চৰ্চা কৰিব লাগিব। চাৰিওফালে দৰ্শক তাৰ মাজতে একেবাৰতে কৰা শুদ্ধ বচন, অভিনয় আৰু বহুত কিবাকিবি.....ইমান সহজ নহয়
@PMBMix
@PMBMix 22 дня назад
মই বাৰে বাৰে কওঁ লাটু দা যে ভাওনাত অভিনয় কৰাটো ভাতৰ লগত পানী খোৱাৰ দৰে নহয়...
@KolyanBorah-nt9mj
@KolyanBorah-nt9mj 24 дня назад
Ram Ram 😮
@bishwajetneog6230
@bishwajetneog6230 23 дня назад
😆😆😆😆😆😆😆
@hrishikeshneog
@hrishikeshneog 24 дня назад
কয়াধু নাম গুচি কায়াধু হ'ল। কি দিন আহিল?
@axomninja6489
@axomninja6489 23 дня назад
কায়াধু শুদ্ধ বুলি কোৱা শুনিছোঁ , বাকী না না ঋষি না না মত
@hrishikeshneog
@hrishikeshneog 23 дня назад
@@axomninja6489 শুনা কথাত বিশ্বাস কৰিব নাপায়। অভিধান, পুৰাণ পঢ়ি চালেই হ'ল।
@hrishikeshneog
@hrishikeshneog 23 дня назад
@@axomninja6489 মই পঢ়ি ভুল ধৰা মানুহ। শুনি ভুল ধৰা মানুহ নহয়।
@hrishikeshneog
@hrishikeshneog 23 дня назад
@@axomninja6489 পুৰাণ বা অভিধান এখন পঢ়ি চালেই হ'ল।
@BimanBora-z4z
@BimanBora-z4z 23 дня назад
Apunaluke vul nubujibo 🙏meghronjoni baak ami hokolue vl pao kintu vaoner kotha je serial ba cinema t koi beleg ter babehe coment korilu apunaluke beya napabo🙏
@user-yz7nn8bq3s
@user-yz7nn8bq3s 23 дня назад
Boson mukustho nai . Hiroino kokhipu logot 😅 video ebar sabo rij . Tatke notun purukh ba mohilak hikale vall korile hoi
@wrong-id3536
@wrong-id3536 23 дня назад
Akebare Val nai loga,
@jayabhuyan640
@jayabhuyan640 24 дня назад
Val.lagil.❤️
@hrishikeshneog
@hrishikeshneog 24 дня назад
আজিকালি নাৰদমুনিয়ে খৰতাল বা কৰতাল এৰিলে। তাৰ বদলি ৰেপনি এডাল লৈ ফুৰে। কিন্তু বীণা ৰেপনি বাদ্য নহয়। বহি লৈ বজায়।
@bikulgogoi4238
@bikulgogoi4238 23 дня назад
বচন পাহৰিলে 😂
@BimanBora-z4z
@BimanBora-z4z 23 дня назад
Bosonr gamvijjota nai , probekhr gamvijjota herai goise, lgte boson mukhosto nai , celibreti hl krne akole ulale ne, buji nplu atijore pra diti aru koyadhu akeloge ulai, aji beleg ke dekhilu dei 😂. Akeloge ulale nu ki hoi glamour komi jbo ne ki?? asorit dei😂
@BimanBora-z4z
@BimanBora-z4z 23 дня назад
Koyadhu okle ulal ni aiber , ne selibreti krne ulale , ne nat vagi beleg , .
@rupambora1374
@rupambora1374 24 дня назад
Ki boson gaise ei bur ram ram
@devilstuner2099
@devilstuner2099 23 дня назад
ইমান টেঙা কৰিলে। চাই চকুপানী ওলাই গল
@user-tr5kc1vc9i
@user-tr5kc1vc9i 23 дня назад
বচন বোর ভূল হৈছে
@abinashborah2187
@abinashborah2187 18 дней назад
ki gaiseee😂😂
@dhuntientertainment
@dhuntientertainment 23 дня назад
বচন কিন্তু অলপো মিল নাই🙄কয়াধুৰ
@DipaThengal
@DipaThengal 24 дня назад
Ki hoisa aibur krishna
@JugamayaHazarika-y1v
@JugamayaHazarika-y1v 24 дня назад
Kon ha ye log...kaha se atte ha ye
@panthergaming435
@panthergaming435 24 дня назад
Vale hoise manuhe buji pabo lge je script sai sai reshoot kra ru vauna r difference ki btw light akdom diwali kori tulise😂
@PMBMix
@PMBMix 24 дня назад
কালি আৱতৰীয়া দেৱালী আছিল... মোহময়ী অভিনেত্ৰী আহিছিল যে...
@indranathgogoi8321
@indranathgogoi8321 23 дня назад
হিৰণ্যকশিপুৰ অভিনয় আৰু মেঘৰঞ্জনী বা অভিনয় ধুনীয়া হেছে
@user-vh9xb3tt2o
@user-vh9xb3tt2o 24 дня назад
Vaona olp hukiya.
@Biswajit_4321
@Biswajit_4321 24 дня назад
🙄
@sundipborah7356
@sundipborah7356 24 дня назад
কাহিনীটো ভাল হোৱা নাই যেন অনুভৱ কৰিছো😅
@PMBMix
@PMBMix 24 дня назад
😁
@user-od4sw9op2l
@user-od4sw9op2l 23 дня назад
Imn beya hoise
@chaonayanruchao..325
@chaonayanruchao..325 23 дня назад
সম্পূৰ্ণ ভুল বচন গাইছে।আৰু প্ৰবেশ খন ত লয় লাস নাই
@Mahesh-vc2sx
@Mahesh-vc2sx 23 дня назад
Sapnali daar poisa kune khai aru 😁
@sibeswarbezbaruah5601
@sibeswarbezbaruah5601 23 дня назад
Hosa kotha kobo goly vauna khn sai olp u vl nlagil, eitkoi lora bury bohut dhuniya kre, acting ru mekup t lora ne suwali dhoribo a nuwary ru bohut vl kre lora bury....
@JituBora-l6j
@JituBora-l6j 24 дня назад
Bhal loga ni
@abhirajkalita6388
@abhirajkalita6388 23 дня назад
😂😂😂😂😂😂😂😂😂😅😅
@abhirajkalita6388
@abhirajkalita6388 23 дня назад
😂😂😂😂😂
@BimanBora-z4z
@BimanBora-z4z 23 дня назад
Koyadhu okle ulal ni aiber , ne selibreti krne ulale , ne nat vagi beleg ,
@abhirajkalita6388
@abhirajkalita6388 23 дня назад
😂😂😂😂😂
Далее
Apple Event - September 9
1:38:50
Просмотров 25 млн
А ВЫ ЛЮБИТЕ ШКОЛУ?? #shorts
00:20
Просмотров 1,6 млн