Тёмный

মোৰ ছোৱালী তিনিজনীৰ বাবে বেলেগ কথা চিন্তা নকৰো Anannya Pasani Actress interview 

Shemim Ahmed ssiddiki
Подписаться 160 тыс.
Просмотров 173 тыс.
50% 1

Опубликовано:

 

4 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 142   
@tapanbhuyan2853
@tapanbhuyan2853 Год назад
June ji kouk Aninaya Pachani is a very good person I salut her personality and I wish her feature with her all family
@dipanjaligogoi8851
@dipanjaligogoi8851 Год назад
ভাল লাগিল অনন্যা পাচনিৰ জীৱন আৰু কৰ্মৰ সম্পৰ্কে জানিব পাৰি। আগুৱাই যাওক আন্তৰিক শুভ কামনা যাচিছোঁ। ঈশ্বৰ সহায় হ‌ওক । 🌷🌷
@moushumidas8461
@moushumidas8461 Год назад
Such a strong lady... Much love and respect to her ❤
@basantiboro4314
@basantiboro4314 Год назад
এই বিলাক সাহসী অনুষ্ঠান প্রতেক গৰাকী যুৱতী য়ে চোৱা উচিত।
@ranjuadhikary6511
@ranjuadhikary6511 Год назад
প্ৰেম হল বুলি নিজৰ জাতি টো ছাব লাগে
@madhushreebharati4378
@madhushreebharati4378 Месяц назад
She is so complete 💯. Mother is a mother. What is single mother and double mother! Stop disrespecting her choice of being herself and not living with a toxic relationship.
@Rinku_xl_5
@Rinku_xl_5 Год назад
অনন্যা পাচনি সুন্দৰ মনৰ অধিকাৰী হয় । উচ্চ মানসিকতা হয় । সকলো নাৰীয়ে অনন্যা পাচনিৰ পৰা শিকিব লাগে । ছেলুট অনন্যালৈ । মহান নাৰী । নাৰী তুমি অনন্যা ।
@ankurraj8350
@ankurraj8350 Год назад
অনন্যা পাচনিৰ পৰা যদি কোনোবাই শিকে তেনেহলে বহুত হিন্দু লৰাই হিন্দু ছোৱালী নোপোৱা হব । তাইৰ পৰা শিকিব লগা কি আছে
@Rinku_xl_5
@Rinku_xl_5 Год назад
​@@ankurraj8350 অসমৰ প্ৰতি গৰাকী নাৰীৰ বাবে অনন্যা হৈছে আদৰ্শ নাৰী । মইটো বিছাৰো প্ৰতি গৰাকী নাৰী অনন্যা হব লাগে তেতিয়াহে সমাজৰ উন্নতি হব ।
@Rinku_xl_5
@Rinku_xl_5 Год назад
​@@ankurraj8350 অনন্যাই ৰেভেনিউ জেনেৰেট কৰি আছে । অসমৰ প্ৰতি গৰাকী নাৰীয়ে যদি ৰেভেনিউ জেনেৰেট কৰে তেতিয়াহে মূখ্যমন্ত্ৰীয়ে অসমক দেশৰ পাচ খন শীৰ্ষ ৰাজ্যলৈ নিব পাৰিব ।
@Rinku_xl_5
@Rinku_xl_5 Год назад
​@@ankurraj8350 অসমত মহিলাৰ সংখ্যা হৈছে ১ কৌটি ৫০ লাখ । এই মহিলাখিনিয়ে যদি বছৰেকত ১ লাখ টকাকৈ ৰেভেনিউ জেনেৰেট কৰে তেতিয়াহলে ১ . ৫ কৌটি × ১ লাখ = ?
@Rinku_xl_5
@Rinku_xl_5 Год назад
​@@ankurraj8350 অসম হৈছে পিতৃ প্ৰধান সমাজ আৰু মেঘালয় হৈছে মাতৃ প্ৰধান সমাজ । পিতৃ প্ৰধান সমাজত ঘৰ মাটি সম্পত্তি পুৰুষৰ নামত থাকে । মাতৃ প্ৰধান সমাজত মহিলাৰ নামত থাকে । অসমৰ মূখ্যমন্ত্ৰীক মই আবেদন জনাম যে অসমৰ মাটিবোৰ মহিলাৰ নামত কৰি দিয়ক । চাকৰিবোৰ ছোৱালীক দিয়ক । ছোৱালীবোৰে লৰাক বিয়া পাতি ঘৰলৈ আনিব আৰু লৰাজনক গৃহিনী বনাই দিয়ক । ঘৰৰ কামবোৰ লৰাজনে কৰিব আৰু সন্তানক লালন-পালন কৰিব । ছোৱালীজনীয়ে বাহিৰলৈ গৈ উপাৰ্জন কৰিব । তেতিয়া নাৰী নিৰ্যাতন কমিব আৰু পুৰুষজনে ভয়তে কপি থাকিব ।
@sukanyachoudhury6376
@sukanyachoudhury6376 Год назад
তেওঁ কৈয়ে গ'ল ইউটিউবাৰবোৰক মাজৰ যি টি কথা থাম্বনেইলত নলগাবলৈ। আৰু এইগৰাকীও তাকেই কৰিলে। আগে পিচেও দেখি থাকো কিন্তু কোৱা নাযায়। কিন্তু আজি তেওঁ বিশেষভাবে কোৱাৰ পিছতো একেটা কামকে কৰিলে। কেইটামান ভিউজৰ বাবে কি কি যে নকৰে ইহঁতবোৰে।
@BORNILDUNIYA
@BORNILDUNIYA Год назад
Thanks Shemim Ahmed... This interview of Ananya ma'am will encourage me a lot... As I also faced similar situations like her... And may be even worse...
@Pinkyshomestylecooking
@Pinkyshomestylecooking Год назад
❤❤❤❤❤
@runusarmah4050
@runusarmah4050 Год назад
খুব ভাল লাগিল.....অনন্যা...ইমান সৰু ছোৱালীজনীয়ে ইমান সুন্দৰ সুন্দৰ কথা কৈ গ'ল...❤
@pritimarinisha4079
@pritimarinisha4079 Год назад
Annaya bohut breave and humble suwali hoi.kintu interview aneke o lobo nalage je personal life t jera kori kori sudhi ase..past r katha eman sudhi sukuwa gha khusura Jen lagil
@malaborah5955
@malaborah5955 Год назад
বৰ ভাল লাগিল , মানুহে নিজক ভাল পাব লাগে ।অন্যন্যা এগৰাকী সাহসী নাৰী , এই অনুষ্ঠানটো চাই বহুত নাৰীয়ে সাহস পাব ।
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim
@maramiroy5390
@maramiroy5390 Год назад
হে অনন্য তুমি নাৰী । নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই ।যদি ইতিবাচক হিচাপে গঢ়িব খোজে ,তেতিয়া উচ্চশিখৰ পাৱ আৰু যদি নেতিবাচক হিচাপে গঢ়িব খোজে তেতিয়াও নিশ্বয় ....
@JimpiChiring1994
@JimpiChiring1994 Год назад
Bhut val lagil videotu sai...ata ktha hsa j jikunu vul bur hrua howk ba dangre howk 1stte clear krib lage mone mone hoitjy kri thkib nlage past pstab loga hoi....
@devdas8542
@devdas8542 Год назад
এজন হিন্দু ছোৱালী হৈ.... মুছলিমৰ লগত বিয়া হব নালাগিছিল কাৰণ আমাৰ নিজৰ সংস্কৃতি টো বজাই ৰাখিব লাগে.... এইটো মুছলিমৰ ক্ষেত্ৰতো একেই কথা তেওঁলোকেও মুছলিমে বিয়া পাতিব লাগে তেতিয়া প্ৰবলেম বোৰ নাহে..... যদি এজন হিন্দু লৰাৰ লগত বিয়া হলা হয় আজি এখন সুখৰ সংসাৰ হৈ থাকিল হয়...
@Nilimadas-bm2tm
@Nilimadas-bm2tm Год назад
Akuni thik kothai koise,
@arunimagogoihazarika641
@arunimagogoihazarika641 Год назад
Hindu lorar logot biya holei j honghar hukhi holheten tenekua aku nohoi
@murthy1234sharma
@murthy1234sharma Год назад
Not necessary..does hindu men not commit crime?
@sliceoflife1600
@sliceoflife1600 Год назад
Geetawali rajkumari e hindu lora logote biya patisil..teu u divorce hol..yat hindu Muslim angle nanibo
@davedavid5989
@davedavid5989 Год назад
Thik koise
@user-lg8ob3lx7o
@user-lg8ob3lx7o Год назад
It's better to leave toxic connections... Self love is important❤
@Namitabasumatary6951
@Namitabasumatary6951 Год назад
Ba r kotha bur bht bhal lage
@paparideka2596
@paparideka2596 Год назад
Bht vl lagil aponr kotha khini xoni baa....❤️❤️
@nishitadoleyofficial4416
@nishitadoleyofficial4416 11 месяцев назад
ba joni k bohut log pabo mon ase
@mompyvlogs
@mompyvlogs Год назад
Val lagil kothabur huni aito step moiu par kri ahisu....
@panibina444
@panibina444 10 месяцев назад
সচাই ধুনীয়া হৈছে
@ADevi-qe4vm
@ADevi-qe4vm Год назад
Divorce d valei krise baideu y...ru hosa kotha protyk joni swali independent hoatu khubei important....
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim
@gulapibaruah5864
@gulapibaruah5864 Год назад
​Ppppppppppppp😊
@gulapibaruah5864
@gulapibaruah5864 Год назад
​😮😮
@gulapibaruah5864
@gulapibaruah5864 Год назад
@gulapibaruah5864
@gulapibaruah5864 Год назад
@pegu6282
@pegu6282 10 месяцев назад
Bohut vl lgil Ananya baa❤❤
@ciyadevi3637
@ciyadevi3637 Год назад
Aaji he interview sai val lagile ❤
@devdas8542
@devdas8542 Год назад
আপোনাৰ বৰ্তমান জীৱনত যদিহে নিজৰ সংস্কৃতিৰ লগত মিলা এজন ভাল সংগী পাই তেতিহলে অতি সোনকালেই এটা সিদ্ধান্ত লওক বা..!! জীৱনটো আপোনাৰ আৰু ৩৮ বছৰ হৈছে হে মাত্ৰ এইটো বয়সত বহুত ছোৱালী বিয়া হোৱাই নাই ""// So গোটে জীৱন বেলগৰ ভাল বেয়া কোনে কি ভাবিছে কি কৈছে এইবোৰ চিন্তা কৰাতকৈ নিজৰটো ভাবক আৰু এজন ভাল মনৰ নিজৰ সংস্কৃতিৰ লগত মিলা সংগী এজন লওক....।।। আপোনাৰে নহয় বহুত দাঙৰ ডাঙৰ মানুহৰ জীৱনতে ভূল হৈ যায়... কিন্তু এবাৰ হোৱা ভূলৰ বাবেই গোটে জীৱন কিয় অকল শৰীয়া হব, কিয় গোটে জীৱন শাস্তি ভুগিব.... শুনক বা আজিৰ দিনত কোনো কাৰো কথা ভাবি থকাৰ সময় নাই... সকলোৱে নিজৰ সুখৰ কথা নিজে ভাবিব লাগিব...So বেলেগে কি কব নকব এইবোৰ ভাবি নিজক যদি দুখ দি আছে কষ্ট দি আছে তেতিয়াহলে আপুনি জীৱনত আকৌ বহুত ডাঙৰ এটা ভূল কৰি আছে এই ভূলৰ অনুসূচনা আপোনাৰ আৰু কেইবছৰ মান পিছত হে আহিব ... আমি নো কোন আৰু ভিডিঅ চাইছো মনৰ ভাব ব্যক্ত কৰিবলৈ তলত কমেণ্ট দিয়াৰ ব্যৱস্থা আছে So কৰি দিছোঁ মনত আহা চিন্তাটো 😂😂😂❤❤❤
@Nilimadas-bm2tm
@Nilimadas-bm2tm Год назад
Apuni ki kotha koisenu, tnijoni sowalir mak tate akou tai blg jatoloi biya hoise, atiya akou heijonik koise bole nijor hongoskritir mone mila manuhor logot biya hobo lage, ki kotha koise oo,
@Kaushik632
@Kaushik632 Год назад
ভাল লাগিল।❤
@mrinaligoswami5709
@mrinaligoswami5709 Год назад
মোৰ জীৱনতো ও আপোনাৰ দৰেই 17 বছৰ হল মা পাপাৰ কৃপাত বাছি আহিলো ।
@azimbabu2692
@azimbabu2692 Год назад
Shemim ba Kapil dar interview ata loba sun
@lovelykitchenmoran1337
@lovelykitchenmoran1337 11 месяцев назад
Moja ❤❤ duyo joni dhuniya lagise ❤
@niludeka6591
@niludeka6591 Год назад
Bor dhunia kotha bilak Val lagil Ananya k eneu borvl lage Samim tumi bor dhuniakoi kotha pata Val lage
@nayanmoniborsaikia9190
@nayanmoniborsaikia9190 Год назад
বা কথা বোৰত ইমান সাহস পালোঁ । বহুত অনুপ্ৰেৰনা পালো video টো চাই ❤
@reenatamuli6970
@reenatamuli6970 Год назад
❤❤ বহুত ভাল লাগিল
@shabnamsultana8919
@shabnamsultana8919 Год назад
Very nice n gitwali ba r interview lge
@harendrarajbongshi1868
@harendrarajbongshi1868 Год назад
আপোনাৰ ৰাগ অনুৰাগ চাই আছো। । মোৰ বৰ প্ৰিয় চিয়েল ।
@arjinabegum2044
@arjinabegum2044 Год назад
ananya baak val paw❤ bahut bahut val lage baar voice to ❤❤
@jbr148
@jbr148 11 месяцев назад
Mojja lage ananya baidok
@bijayagoswami4399
@bijayagoswami4399 Год назад
Shemim dhunia lagise❤
@deepsikhadevi1042
@deepsikhadevi1042 Год назад
সতীয়া ছোৱালী ৰ কথাটো কৰ পৰা আহিল হে ??? নোকোৱো কথা এটা কিয় thumbnail t দিয়া views ৰ কাৰণে ।। ফতুৱা নেকি ॥
@rekhaozah1383
@rekhaozah1383 Год назад
অন্যন্যা পাচনিক মই বৰ ভাল পাও। অসমীয়া অভিনেত্ৰীৰ ভিতৰত অন্যতম।
@gitanjalidas3139
@gitanjalidas3139 Год назад
Baa k bhut val lage ru kotha boro xuni bhut val lagil...but moi ata kotha buji powa ni Assamese actress boror ki divorce hoi ase bhut actress r divorce hoise atar logot xuxi hb noware ne ki gao borot son divorce bola bastu tu ni e
@anuradhasvlog7278
@anuradhasvlog7278 Год назад
Bhut val agoraki actress।ru aguai jua anedore
@saibyachutia8690
@saibyachutia8690 10 месяцев назад
ময়ো যাম অ বাইদেউ। অকলশৰীয়া মাতৃৰ হোমলৈ খুলক তেনে অনুস্বন
@ankurraj8350
@ankurraj8350 Год назад
অনন্যা বা আপোনাৰ ছোৱালীকেইজনি হিন্দু নে মুছলিম ।বিয়া দিলে হিন্দুৰ তাত দিবনে মুছলিমৰ তাত দিব । এটা কথা মনত ৰাখিব আপোনি এতিয়া হিন্দু নহয় কিন্তু কাৰণ ছোৱালী এজনি বিয়া দিয়াৰ পিছত মানুহজনৰ ধৰ্মহে লয়
@bhagyasreehazarika122
@bhagyasreehazarika122 Год назад
Um hosa kotha tate teulukr jonmodia deutak muslim gotike hindu lora normaly bia patibole agbahi nahe asolote ajikali modern jug je pohi-huni established hole bia patibo
@bb-qv4bx
@bb-qv4bx 11 месяцев назад
তেওঁলোকে কাশ্যপ লিখে
@antarisharts
@antarisharts Год назад
Val lagil ❤❤
@exploria6805
@exploria6805 Год назад
এখেতৰ গুৱাাহাটীৰ 4ষ্টাৰ হোটেল এখনৰ মালিকৰ লগত•••••••
@bhagyasreehazarika122
@bhagyasreehazarika122 Год назад
Mane bujai kouksun
@phulumadeka6765
@phulumadeka6765 Год назад
Baa r ktha khini xuni bht vl lgil
@moinathengal5978
@moinathengal5978 Год назад
Rag Anurag sralkhn Sai vl lage hdai saw Ananya pasonik vl lage❤
@tinakidz7932
@tinakidz7932 11 месяцев назад
Shemim tumar question bilak mur Val loga nai😢😢
@MEGHVLOGS-ro4bi
@MEGHVLOGS-ro4bi 3 месяца назад
Bor vl lagil
@parbitaboro6102
@parbitaboro6102 Год назад
Hi jonik olopb val nalage
@naruforsupper8976
@naruforsupper8976 Год назад
Jerifa Wahid ru Kopil Bora r interview lob sun
@dishamoni481
@dishamoni481 Год назад
Sowali keijoni dangr a hoise...18 a hoise sage dangr jonir ...taik a biya dibo lagibo atiya aru maakor biyar kotha nokobi RU-vidr khini a nijor lv sai thako ...kiman beya lage sage maakor biya kotha kole nd biya hoboloi kole ..eko nai pari amuk tamuk....kiman dukh khong uthe sage sowali keijonir
@putulkalita7782
@putulkalita7782 Год назад
আজিৰ ভিডিও টো চাই বহুত ভাল লাগিল ❤❤❤
@dhirendeka04
@dhirendeka04 Год назад
"খতীয়া" শব্দ অসমীয়া ভাষাত ক'ৰ পৰা আহিল ?
@dilipsarmah6810
@dilipsarmah6810 Год назад
Prothom xunilu
@gargichutiachutia7108
@gargichutiachutia7108 11 месяцев назад
পুৰণা কথাবোৰ কিয় খুচৰি থাকিব লাগে😠এবাৰ সুধিলে হল বাৰে বাৰে past কথাবোৰ সুধিব নালাগে ।তেওঁ জীৱনৰ বেলেগ বেলেগ কথা আছে সেইবোৰ সুধিব লাগে
@joymalakar3596
@joymalakar3596 Год назад
তোমাৰ যদি দেউতাই তোমাক ইমান সাষন কৰিচিল কেনেকে তুমি মুছলিমৰ লগত বিয়া হলি।
@ciyadevi3637
@ciyadevi3637 Год назад
Domestic violence khani mur logot aase jodi lage moi dibo parim ma'am
@barnalideka7356
@barnalideka7356 11 месяцев назад
মুছলিমক একেবাৰে বিশ্বাস কৰিব নোৱাৰি
@Bornali_Goswami_Vlog
@Bornali_Goswami_Vlog Год назад
বহুত ভাল লাগিল
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim
@PujaDas-pg2cw
@PujaDas-pg2cw Год назад
Right
@janardanjitudeka9765
@janardanjitudeka9765 Год назад
অনন্যা বা মোৰ প্ৰিয় অভিনেত্ৰী আছিলে। ইমান সুন্দৰ সুন্দৰ অসমীয়া চিনেমা দি গৈছে আমাক। কিন্তু সকলো পায়ো যেন আপুনি ঘৰৰ পৰা এটা ভাল শিক্ষা নাপালে যাৰ বাবে আজি এনেকুৱা এটা অৱস্থা হ'ল। এতিয়া ভাৱক ছোৱালী কেইজনীৰ ভবিষ্যত কি হৱ.. জীৱনৰ এটা সময়ত সকলোকে সঙ্গী লাগে। আপোনাৰ যি হ'ল হ'ল আৰু কিন্তু ছোৱালী কেইজনীৰ কি হৱ... সকলো সেই কোমল বয়সতে ভুল কৰিলে আপুনি।
@arunimagogoihazarika641
@arunimagogoihazarika641 Год назад
Ghoror pora bhal siksha napale buli kuato moi juktihongoto buli nabhabu, bohot educated family lora sualiu life unhappy hobo pare. Suali keijonir life kyo baya hobo, definitely success hobo in their life
@gitasreehazarika1262
@gitasreehazarika1262 Год назад
Care nu kuna ksk kora tatiya kora nasil saga,, khali Xomoi tumar kotha vabibola sobora ako monot Nathaka
@pratimasarma1737
@pratimasarma1737 Год назад
খতীয়া নে সতিয়া?
@bkp9774
@bkp9774 Год назад
ষ্টেণ্ডাৰ্ড অসমীয়াত কলে খতিয়া কয় চাগে।
@diptigogoi9955
@diptigogoi9955 Год назад
Hosa kotha koisa .mur khetrat ak.
@Pompibaruah-kt5zl
@Pompibaruah-kt5zl Год назад
Self dependent hobo lge sokolu suali vl lagil Sai👍👍👍
@debasishboruahvlog8962
@debasishboruahvlog8962 Год назад
Baa joni amar jorhat karanga hoi
@jonalidevi8964
@jonalidevi8964 Год назад
Dr আকাশী তৰা বাক মাতিব চন
@bkp9774
@bkp9774 Год назад
একো জনপ্ৰিয় নহয়, কেতিয়াবা কেতিয়াবা পয়েক টো আহে নে হুধক চুন ।
@PD-gj7ot
@PD-gj7ot Год назад
নিজৰ চিন্তা ধাৰা ওপৰিও মাক বাপেকে দিয়া সংস্কাৰ কি সেই টো ওলায় পৰে এটা শাৰী তে বুজিছে
@bkp9774
@bkp9774 Год назад
@@PD-gj7ot সেই চিন্তাধাৰাৰ ফলতো পাইছই দেখোন।
@arunimagogoihazarika641
@arunimagogoihazarika641 Год назад
​@@PD-gj7otapunar lora suali a ki kori ase abar notice koribo son , dress a manuhok judge koribo nuari
@IshoretumakPremkore
@IshoretumakPremkore Год назад
Muslimor lgt biya pato pali mosola tu❤
@bkp9774
@bkp9774 Год назад
খজুওঁতি মাৰি দিলে, এটিয়াও মাজে মাজে আহে, খজুটি কন মিতাই যাই।
@IshoretumakPremkore
@IshoretumakPremkore Год назад
@@bkp9774 😄🤭
@mamonichuitagogoi7682
@mamonichuitagogoi7682 Год назад
❤ভাল লাগিল
@ankurraj8350
@ankurraj8350 Год назад
কৰিণা কেটৰিণাৰ উদাহৰণ দি লাভ নাই কাৰণ তেওলোকৰ কোনো ধৰ্মই নাই । কোনো ঘৰেই নাই
@chandandutta3186
@chandandutta3186 Год назад
Madam, bare bare apuni khali personal divorce r katha tu koi thake. Teo atia seibilak paharise, aru apuni bare bare take ulab bisare. Life t divorce hoa tu ekebare normal katha.Divorce hua kathatu mor hisabat discussion r bikhay nahay. Plz make sure to include a mature content for interview rather personal content.
@matubora2743
@matubora2743 Год назад
Mor hoi asa ke korem ba
@rinkigogoi7455
@rinkigogoi7455 Год назад
❤❤❤❤❤
@Nikkisfamily-z8w
@Nikkisfamily-z8w Год назад
Tumar kathabur Val lagil
@MamunPhukon
@MamunPhukon Год назад
Bohut bhal lagil
@PuspaBorah-p7n
@PuspaBorah-p7n Год назад
Anonyo Pasoni br dhunia hoi ase
@bkp9774
@bkp9774 Год назад
অনন্যা আহমেদ,
@xurordeolkalabithika1129
@xurordeolkalabithika1129 Год назад
তোষামোদ নকৰোঁ নিজৰ ফিটনেছৰ প্ৰতি মন দিয়ক।
@sabitriboruah4411
@sabitriboruah4411 Год назад
@Rinku_xl_5
@Rinku_xl_5 Год назад
কণ্ঠশিল্পী প্ৰনিতা বৈশ্য মেধিৰ সাক্ষাৎকাৰ এটা চাবলৈ ইচ্ছা আছে । তেওৰ ইণ্টাৰভিউ ইউটিউবত বিছাৰি পোৱা নাই । আপোনাৰ অনুষ্ঠানলৈ নিমন্ত্ৰন জনাওক ।
@kalpanadas1724
@kalpanadas1724 Год назад
মোৰ জীরনটোও আপোনাৰ দৰেই ৷
@bkp9774
@bkp9774 Год назад
কাৰ লগত কৰিলী কামটো ? কেইটা পইডা হল , নকলা চূন।
@cutiepie-hu6gy
@cutiepie-hu6gy Год назад
❤️❤️❤️❤️❤️
@boishaliboruah7713
@boishaliboruah7713 Год назад
Val lagil kothakhini
@PranatiDeka-vn7ic
@PranatiDeka-vn7ic Год назад
খটীয়া নহয় হে সতীয়া
@rajashreebora2595
@rajashreebora2595 Год назад
Swali gijonik kiyo dautakeu nsai asoret mnh ru dai bohut bya kihr karone blg maiki pate
@bkp9774
@bkp9774 Год назад
ফলতো ভুগিছে বনৰীয়ে।
@Nilimadas-bm2tm
@Nilimadas-bm2tm Год назад
Bonori nohoy nu ki, ho sake pay,
@mahanandaroy9235
@mahanandaroy9235 Год назад
Moy accept korim
@swapnachetrymech7599
@swapnachetrymech7599 Год назад
Vl lagile
@jupango460
@jupango460 Год назад
Miyai ghogula kori ari dile
@bkp9774
@bkp9774 Год назад
ফেত ফেটিয়া কৰি এৰি দিলে , তেওঁ আকৌ জনপ্ৰিয়, মূহময়ী, সেক্সী বালৰ মাইকী।
@ayuashsonowaltinsukia8919
@ayuashsonowaltinsukia8919 Год назад
Muna vindo logot tumi olopu Mila nacila..vindok bura bura lage...eiman dagor hoi u tenekuwa sobav.
@mixmasalainformation5097
@mixmasalainformation5097 Год назад
Khubei vl lgise ba❤
@pratimasarma1737
@pratimasarma1737 Год назад
নিজৰ ইচ্ছা অনুসৰি যি মন যায় তাকে কৰিব পাৰে অসমীয়া ভাষাৰ ক্ষেত্ৰত।
@bedonadas4833
@bedonadas4833 Год назад
Dhormor khettrot aku nai,Nijor shintta dhara aru Bujaporahe,Ashol.Anor kotha nokow moi nijeu,Bhal py biya hoiyu,lastot,Monor pora Hari gaishilu,Monor pora ari dishilu
@jatinkonwar883
@jatinkonwar883 Год назад
মোৰো majorএকেই অনোভর কৰো।
@DMCHANGMAI
@DMCHANGMAI Год назад
❤❤❤
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim
@DMCHANGMAI
@DMCHANGMAI Год назад
@@dhunurumurlife6151 um hm bru
@diparya7576
@diparya7576 Год назад
Kotha bor val lge bar, teu bohut xahokhi
@BhagyasriRajbongshi-iv9ip
@BhagyasriRajbongshi-iv9ip Год назад
Baak bhut mrm lage
@julikonwar4965
@julikonwar4965 Год назад
Bihut. Vhal ligel
@debajitborthakur3603
@debajitborthakur3603 Год назад
Goria lgt biya hobi bhal hoisae. Hindu lora napali. Talk show koriso laj lagibo lagae. Sotori. Seee.... Jay sri Ram
@arunimagogoihazarika641
@arunimagogoihazarika641 Год назад
Apunar ki j narrow mentality, successful married life or karone assamese-goria buli aku kothai nai , same caste ,same religion holeu married life success nohoi. Talk show koriboloi laj lagiboloi ki ase, she is good mother also a social worker and a good actress in assamese entertaining industry.
@SwapnaliGogoi-d2p
@SwapnaliGogoi-d2p Год назад
​@@arunimagogoihazarika641yes jeneke geetanjali rajkumari Tai tetia hole divorce hobo nalagisil
@harendrarajbongshi1868
@harendrarajbongshi1868 Год назад
আপোনাৰ ৰাগ অনুৰাগ চাই আছো। । মোৰ বৰ প্ৰিয় চিয়েল ।
@nanditasarma9294
@nanditasarma9294 Год назад
❤❤❤❤❤
Далее
НЕ БУДИТЕ КОТЯТ#cat
00:21
Просмотров 738 тыс.