Тёмный

মোৰ জীৱনটো বৰবাদ কৰি দিলে, কেনেকৈ জীয়াই থাকিম নাজানোঁ 

NKTV PLUS
Подписаться 619 тыс.
Просмотров 200 тыс.
50% 1

▶️চুমিৰ বাহিৰে দেশত আৰু নিউজ নাই নেকি? মই কেনেকৈ জীয়াই থাকিম নাজানোঁ। মোৰ জীৱনটো বৰবাদ কৰি দিলে। মোৰ দৰে আৰু কাৰোৰে জীৱনত নহওঁক। বিশালক সংগীতৰ যোগেদিহে চিনি পাইছিলোঁ, এই ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ কৈছিলোঁ। সুন্দৰী হৈ যদি কাৰোবাক প্ৰৱঞ্চনা কৰিছিলোঁ যদি প্ৰমাণ দিবলৈ আহ্বান চুমি বৰাৰ।

Опубликовано:

 

16 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2 тыс.   
@user-dl3ee8fz1p
@user-dl3ee8fz1p 4 дня назад
কৃষ্ণ কৃষ্ণ এই গৰাকী অসমৰ প্ৰথম মহিলা কৰিঅগ্ৰাফাৰ গৰকী নহয় জানো,টকা চুৰনী এইগৰাকী ,ট্ৰেডীংৰ নামত কোটি কোটি টকা মাৰোতে কেৰিয়াৰ কথা নাভাবিলি ন, ইমান অহংকাৰী মানুহক চিনি পাওঁ বুলি কোনে ক'ব, নিজকে সুন্দৰী বুলি কবলৈ লাজ লগা নাই,কোনে ক'লে তোক সুন্দৰী বুলি আমি ক'লে তোক সুন্দৰী বুলি নক‌ও‌ মহা ঠগ প্ৰৱঞ্চক বুলি কম,
@satyendradeka6343
@satyendradeka6343 5 дней назад
কেচটো cbi ক দিব লাগে নহলে ন্যায় অন্যায়ৰ বিছাৰ সঠিক নহব
@minakshiborgohain7378
@minakshiborgohain7378 5 дней назад
শোওতে বহোতে খাওতে গা-ধোওতে ২৪×৭ ঘন্টা লগত কি আমাৰ ভাই নাই কেৱল তোৰ এই জিৰাফটোহে ‌যেন একমাত্ৰ পৃথিৱীৰ প্ৰথম আৰু শেষ ভাই তাকো ৰাতি বিছনা ও ভাগ কৰিছিলি..চতুৰ নহয় তই সুচতুৰ নৰ্তকীৰানী... ছিঃ ছিঃ ছিঃ থুই থুই
@protimadutta2890
@protimadutta2890 5 дней назад
হাজাৰ কোটি টকাৰ লাফৰা কেই কোটি মান পুলিছক কেই কোটি মান চৰকাৰক ইতিমধ্যে দিলাই----বচ খেলা খটম ---
@BabitaKalita-m4k
@BabitaKalita-m4k 5 дней назад
😂😂
@pranabpranab7092
@pranabpranab7092 5 дней назад
Mojja dise
@sidhartha.123
@sidhartha.123 5 дней назад
Hei napai eneke nokobsun 🙌
@user-en5yv3iu2p
@user-en5yv3iu2p 5 дней назад
She is the example of one of the smartest Manipulator and Narccist person 👏🏿👏🏿👏🏿👏🏿
@Konsan-i4e
@Konsan-i4e 3 дня назад
Please before any enquiry...stop giving her such platform
@Konsan-i4e
@Konsan-i4e 3 дня назад
Now a days media is all sold...
@devdas8542
@devdas8542 5 дней назад
সৰু লৰা.. ডুবাই যাবলে পইচা কত পায় ..?...১০ কোটি টকা খৰচ কৰিবলৈ তই পইচা কত পালি..? তই আমাক বুজায় বুজায় জমা কৰা পইচা কেইটা নি.. বিয়া পাতি, ঘূৰি, ফুৰি Enjoy কৰিলি... এতিয়া কান্দিব আহিছ.. পইচা যদি নাপাওঁ নহয়... তই মঙ্গল গ্ৰহত যাব লাগিব.. ইমানে কলো টোক
@ratulhaloi542
@ratulhaloi542 День назад
😁😁😁😁মঙ্গল গ্ৰহ
@ApurbaApurbadas-q7n
@ApurbaApurbadas-q7n День назад
মঙ্গল গ্ৰহ নহয় সূৰ্য লৈ পঠাব লাগে।
@babluentertainment2845
@babluentertainment2845 5 дней назад
আইনে তোমাক একো নকৰে অঁহ ডেহা কাৰণ তুমি পুলিচ ঘোষ দিলা যে 😂😂😂 কিন্তু মেদিয়াক নোৱাৰিবা ও
@Tgbjjvklkkgk
@Tgbjjvklkkgk 5 дней назад
Xosa
@RakeshPathak-k7b
@RakeshPathak-k7b 5 дней назад
Amar police o ake
@l.c.boruah5514
@l.c.boruah5514 5 дней назад
​@@RakeshPathak-k7bamar media u ake hoi bikri jua
@gitashreeborah5649
@gitashreeborah5649 5 дней назад
True....hotel t ha rkhe
@milankalita8199
@milankalita8199 5 дней назад
Right
@NKMedia-d6k
@NKMedia-d6k 5 дней назад
অসমৰ প্ৰথম গৰাকী মহিলা কৰিঅগ্ৰাফাৰ আপুনি, ভাল কাম কৰিলেহে মানুহে প্ৰশংসা কৰিব৷ লোকৰ টকাৰে Destination Wedding পাতিলে লোকৰ পিঠাৰে বিহু পাতিলে এতিয়া কান্দি লাভ নাই
@rupakkumarojah1343
@rupakkumarojah1343 5 дней назад
Kuneu dance kori emn property bonabo nuware
@dharmendradas4956
@dharmendradas4956 5 дней назад
Right
@KusumSaikia-gk5rg
@KusumSaikia-gk5rg 5 дней назад
Right
@Rupjyoti-e8w
@Rupjyoti-e8w 5 дней назад
Hei fal2 kotha koi thaka ... Allu dam barhil no ?
@KaSiYali
@KaSiYali 4 дня назад
বিশেষকৈ অসমত
@CRAZY_biker-vn1eh
@CRAZY_biker-vn1eh 3 дня назад
😂
@gunjan_sagar
@gunjan_sagar 4 дня назад
সাধাৰণ জনতা ইমানো মূৰ্খ নহয় যে তোমাৰ কথাত ভুল যাব
@BR5STAR
@BR5STAR 4 дня назад
সচাঁ মানে পোহৰ, সচাঁ মানুহ কেতিয়াও লোকাই নাথাকে। যদি তোমাৰ একো ভুল নাই তেনেহলে ইমান দিনে ত ই ক'ত আছিল আগতে টো ক'ব পাৰিছিল। এতিয়াহে এনে কবিতা লিখি গাব নালাগে 😂
@bibhutigogoi4248
@bibhutigogoi4248 5 дней назад
দম্ভ আৰু অহংকা চেনাই এতিয়াও কমা নাই সুন্দৰ আৰু আগবাঢ়ি যোৱা,লাজ লগা নাই।
@ankursarma3725
@ankursarma3725 5 дней назад
Acting khini bhal lagisa ......atia emotional playing card khalisa.....balagor poisa khai enjoy koruta aibur lecture monot oha nasil ....sob acting ....tumak atia kuna accept koribo ....tumi dami dami bostu louta monot pora nasila
@sumanbora9473
@sumanbora9473 5 дней назад
Ayat top to bottom ase so ami ordinary manuah k thogile tar bahire sob natok solai ase and sob manage hoi eibur aikhn cinema nisna dekhua goise and bhalki hikai dise kiniki ki kot kobo lgi tehetok
@mainadeka314
@mainadeka314 5 дней назад
কোটি কোটি টকা মাটি gari flat বাগান বিদেশ ভ্ৰমণ বিয়া gift বিলাসী গহনা পুতলা dress আৰু এতিয়া ঘৰিয়ালৰ চকু পানী আৰু মেডিচিন কোম্পানী কত গল এই হাজাৰ কোটি টকা কত আছিল সেই আলাউদ্দিন ৰ চাকি আৰু এতিয়া মিছা কথা কবলৈ 😂😂😂😂 এয়াই হল আমাৰ অসম চৰকাৰৰ পুলিচ প্ৰশাসন আৰু লুভিয়া উকীল আৰু এতিয়া বিশালৰ টকাৰ ভাগ সকলোৱে পালে 😂😂😂😂
@SumiBaruahdas-j3w
@SumiBaruahdas-j3w 5 дней назад
Tur laz nai .emn misalia acting korisa same cinema nisina acting koriba Jana de
@PriyankiBorah-b4u
@PriyankiBorah-b4u 5 дней назад
Drama queen
@ManaswitaBaruah
@ManaswitaBaruah 5 дней назад
Teur uparjon aru khorosor kunu mil nai, teur eku dus nai jodi prothom dinai policeok sohojug nokorile kio?
@NKMedia-d6k
@NKMedia-d6k 5 дней назад
আৰু আহিবি তই কেমেৰাৰ আগত 🙏হাতযোৰ কৰিছো তোৰ দৰে এজনীয়ে আমাৰ অসমীয়া সাংস্কৃতিক জগতখনক আৰু বদনাম নকৰিবি দে আইজনী
@gbarman8350
@gbarman8350 5 дней назад
সৰু ভূল নহয় ৷ হেজাৰ হেজাৰ কৌটিৰ কেলেংকাৰী ৷ বহু মানুহৰ টকা আত্মসাৎ ৷ মোৰ জীৱনটো বৰবাদ কৰি দিলে নহয় ৷ তোমাৰ জীৱনতো তুমি নিজেই বৰবাদ কৰিছা ৷ তুমি ধোৱা তুলসী পাত নহয় দিয়া ৷ বিশালৰ কামৰ লগত তুমিও সমান সহযোগী ৷
@Amlan_jyoti600
@Amlan_jyoti600 3 дня назад
Apuniu invest korisil nki ?
@gbarman8350
@gbarman8350 3 дня назад
@@Amlan_jyoti600 নাই কৰা
@gbarman8350
@gbarman8350 3 дня назад
@@Amlan_jyoti600 নাই কৰা
@bijubora1924
@bijubora1924 3 дня назад
এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে ৰাজস্থানৰ উদয়পুৰত বিয়া পতাতো চুমী আৰু তাৰ্কিক ৰ আশা আছিল, এতিয়া কৈছে বিশালে জোৰ কৰি পাতিলে, সিহঁতৰ ইচ্ছা নাছিল বোলে। নিজৰ কথাত নিজেই ধৰা পৰিছে।।😂😂
@RumiDas-o4f
@RumiDas-o4f День назад
Hoi dei question 2 karibo lagisil kaar aha asil😅
@DBARMAN-v6c
@DBARMAN-v6c 5 дней назад
কান্দি দেখুৱাব নেলাগে। এই বোৰ অভিনয়।ঘৰিয়ালৰ চকু পানী। বিয়াৰ পিছত দিয়া সাক্ষাৎকাৰৰ কথা মনত আছেনে?মন গৈছিল,সোপন আছিল, ইচ্ছা আছিল। তোমাৰ প্ৰতি মানুহৰ আস্থা, বিশ্বাস দুয়োটাই নাই।
@golapitamuli5972
@golapitamuli5972 5 дней назад
ত‌ই‌ ইমান টকা ক'ত পালি‌ , তোৰ ইমান বাহাদুৰি ,‌ তোৰ টকাৰ পুৰস্কাৰ পালি ভালদৰে।
@utpaldas3316
@utpaldas3316 5 дней назад
কল্কি মুবিৰ hiroin😂😂
@monishaboruah941
@monishaboruah941 5 дней назад
লোকৰ টকা প ইচা খাই ইমান মিডিয়াক দূখ দি লাভ নাই ।প্রথমে নিজৰ স্বভাৱ চৰিত্র ভাল কৰিব লাগে
@TinaKonch
@TinaKonch 4 дня назад
বিশাল ৰ মাকে বোলে - তাই মোৰ লৰাক টোক ধ্বংস কৰিলে। News ত হে পাইছিলো দেই
@Anamika-1233
@Anamika-1233 День назад
Boycott SUMI BORAH👍
@jadrishidutta5544
@jadrishidutta5544 5 дней назад
ছোৱালী বোৰ বিয়া হ'লে নিজৰ মানুহ জনৰ লগত হে ফুৰিবলৈ যায় তাই আকৌ পাতি লোৱা ভাইটি বিশাল ৰ লগত হে যায়, ২ লাখ টকীয়া টেডি বিয়েৰ এতিয়া ছাগে তই কিমান দামী উকীল লৈছা সেই তু তই হে জানিবি চব মেনেজ হোৱা পিছত ওলাই আহিছ' অসমৰ মানুহ বোৰ ইমান অকৰা পাইছা নেকি? চব তোৰ নিচিনা মূৰ্খ নহয় টো কোনেও তোৰ কথা বিশ্বাস নকৰে
@DipChou
@DipChou 5 дней назад
Acting tu bohut bhal lagise চুৰুণী বৰা বাইদেউ
@sumimahanta3534
@sumimahanta3534 5 дней назад
Media a tur jibon ses kra ni nijor jibon nijei ses krili
@jrkashyap1875
@jrkashyap1875 5 дней назад
Guwahati university r suwali gf jni r ki hol😂😂😂😂
@kuntalasharma8390
@kuntalasharma8390 5 дней назад
Madia bure xex korisa​@@jrkashyap1875
@shortridewithWR
@shortridewithWR 5 дней назад
Thu logai marise vai... ​@@jrkashyap1875
@pranabpranab7092
@pranabpranab7092 5 дней назад
Hosa kotha
@meghaliborah7246
@meghaliborah7246 4 дня назад
😂
@DevikaGogoi-f1n
@DevikaGogoi-f1n 5 дней назад
অহংকাৰো সীমা আছে ইমানৰ পাছতো তাইৰ কথা বোৰেই প্ৰমাণ কৰে পইচা জোৰেৰে বাছি যাব। গাৰ কাপোৰ আৰু অলপ কমাই পিন্ধিলে সকলোৱে আদৰি ল'ব।
@podumkhakhlari5544
@podumkhakhlari5544 5 дней назад
এই বহুত চলনাময়ী নাৰী যি কৈ আছে তাত কোনোৱে পতিয়ন নাযাব । তাই বিয়াত খৰচ কৰিবলৈ ইমান টকা ক'ত পালে প্লশ্ন কৰক । এই মিচা মাতি গোটেই কেলেংকাৰিটো অন্য ফালে নিব বিচাৰিছে ।মেইন কালপ্ৰিত এই মাইকীজনী হয় । টিকা লাল কৰি বেট দিয়ক সচা কথা ওলাই পৰিব । বহুত উপৰ কা মাল হয় এই ।বিচাৰ কৰক এৰি নিদিব দেই ।
@bhabanitakalita4942
@bhabanitakalita4942 3 часа назад
দিলে ও কাম নাই তাই আৰু ওলাব পাৰিব নেকি সমাজত।ডুবাই ত যাব গুচি তাত ৰীল বনাই ডুবাই ৰ কেইটাক bakri বনাব।তাই লাইফ বৰ্বাদ হব নে ।salamoyi bapre bap ইমান কথা change ও
@uncommon6809
@uncommon6809 5 дней назад
যাবত-জীৱন জেইল হব লাগে।
@jitenbordoloi-f2n
@jitenbordoloi-f2n 3 дня назад
হয়
@tulumonichetia7189
@tulumonichetia7189 5 дней назад
Nilaj eijoni... eman khini huwar pasotu attitude and level nokomil... oversmart joni .tuk nuhudhi kak hudhibo suruni...poisa bur loute nabhabili..atia nijoke protect koribole jiti boki nathakibi..val huwa hole support pali hoi bujili
@ChinmoySonowal-v7i
@ChinmoySonowal-v7i 5 дней назад
Moja kota
@goalparaboyvlog2468
@goalparaboyvlog2468 5 дней назад
ঘৰীয়ালৰ চকুৰ পানী
@gamingbhaijaan1976
@gamingbhaijaan1976 5 дней назад
😂😂😂
@puspadhardowarah1932
@puspadhardowarah1932 День назад
সিমান খিনিলৈ নভবাই ভাল!আজি জীয়াই আছো কাইলৈ বা কি?এটা সময়ত সুখ আৰু এটা সময়ত দুখ। মোৰ সৰুৰ"পৰাই দুখ।তথাপিও হাৰ মনা নাই! এটাই ভাল গুণ আছে সেইটো হৈছে ধনৰ কাৰণে মাথা নামাৰো!
@bubumax6225
@bubumax6225 День назад
অই চুৰনি তোৰ বাপেৰ-মাৰৰ আছল পৰিচয় কি তই জানো জান। বৰহোলা চাহ বাগানৰ পৰা তোক তুলিহে আনিছিল। সেই কাৰনেতো তোক বাংলাদেসী বুলি কই ঘৰৰ ওচৰত বহতে।
@MoniSankarPator
@MoniSankarPator 5 дней назад
Bollywood r Dance Choreographa Ganesh Acharya আৰু Remo D'Souza ৰ ও তোৰ দৰে সম্পত্তি নাই মুম্বাই। তই কত পালি ইমান টকাৰ সম্পত্তি...?? কৰ পৰা আহিল... চুৰণি তই। মানুহৰ টকা চুৰি কৰি কৰি খালি তই
@BishwajitBoro-o4c
@BishwajitBoro-o4c 5 дней назад
চুমি বৰা ধুনীয়া অভিনয় কৰিব জানে দেই, সেই কথা খিনি যদি তুমি আগতে কব লাগিছিল,এতিয়া ১০ দিন পিছত কিয় কব লগা হল কিয়, এতিয়া ঘৰিয়ালৰ চকুৰ পানী দেখুৱাই লাভ নাই মইনা কলিজা
@bhargabkalita2430
@bhargabkalita2430 5 дней назад
এইবিলাক উল্টা পুল্টা বকি লাভ নাই,, 5বছৰ জেল হব লাগে তাৰ পিছত কেছ হওঁক। একোঁ যদি ভুল কৰা এ নাই পলোৱা কথা নাছিলে , হাজাৰ হাজাৰ কোটি টকা কৰ পৰা আহিলে ,, আৰু কোন কোন আছে জৰিত চব বিলাকক জেলত ভৰোৱা ব্যৱস্থা কৰিব লাগে,,
@nitirajkhowa6521
@nitirajkhowa6521 5 дней назад
তয় আৰু ভিডিঅ'বনাই লাভ নাই,কোনেও তোক নেচায়।
@BharulBharulAli
@BharulBharulAli 5 дней назад
Moe sam
@ManojDas-fe9wp
@ManojDas-fe9wp 4 дня назад
😂😂😂 Tur basi juwar upai ny karone toi ulai ahixo,..
@pankajjyotidas5576
@pankajjyotidas5576 3 дня назад
বিদ্যা সপত মই কিন্তু চুমি বৰা কিন্তু মুকেচ আম্বানীৰ ছোৱালী বুলি হে ভাবিছিলো বিয়াৰ সৰচৰ কথা শুনি
@DilipBania-ht6gc
@DilipBania-ht6gc 9 часов назад
Support for Sumi Borah❤😢😢😢
@BapuSun-bj9kb
@BapuSun-bj9kb 5 дней назад
যাইকি নহওক পাতি লোৱা ভাইটি হিচাপে এই বিপদৰ সময়ত গা এৰা দিব নোৱাৰোঁ বুলি কৈছা - কথাষাৰ ভাল লাগিল । বিপদৰ সময়ত বিশালক আগৰ দৰেই ভাইটিৰ মৰম দিবা ।
@user-yl9lu6kb6e
@user-yl9lu6kb6e 5 дней назад
Bikhal Tai rakhiyal jj aru poisa ase tr tt kne koi aribo emn daongr daongr upohar paise knekoi tk lg araa dbo
@sewalirajguru5092
@sewalirajguru5092 5 дней назад
যদি একো কৰাই নাছিল তেনেহলে এইকেইটা দিন কিয় লুকাই আছিল??
@ashutdutta2698
@ashutdutta2698 5 дней назад
মই এটা কথা বুজিলোঁ তুমি কত লুকাই আছিলা পুলিচে গম পাই । পুলিচৰ লগত তোমাৰ পেক হৈ আছে ।।
@ShiftDevice
@ShiftDevice 5 дней назад
Acting Tamam Mojjjja Lagise de Laj sharam ase ne nai, 5cr kune gift kore? Mukesh Ambani Sake kaku eman toka gifts diya nai
@hiranyabaruah3085
@hiranyabaruah3085 День назад
নাজানিলে কি হব যদি সঁচা হয় তোমাৰ লগত কোটি কোটি টকা খৰছ কৰাৰ আগতে তুমি জানিব লাগিছিল বিশালে ইমান টকা ক'ত পালে? এতিয়া এই দৰে কলে কি হব।
@BedantaPathori
@BedantaPathori 5 дней назад
ভালদৰে INVESTIGATION হব লাগে, এইবোৰ Acting কৰিলে কৰি বাছি যাব নোৱাৰিব।
@JCUfilm777
@JCUfilm777 5 дней назад
অভিনেত্ৰী য়ে অভিনয় সুন্দৰ কৰিছে। হিচাপ মতে এই ক kalki চিনেমাত অভিনয় কৰিবলৈ লোৱাই ভাল আছিল ৰাঘৱ ত অভিনয় কৰি মিচাতে তাই সময় বৰবাদ কৰিলে এনেকুৱা অভিনয় কৰিলে পাছলৈ হলিউদ ত চান্স পাব 😂😂
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 5 дней назад
O আই ফুটা বহল হলে এনেকুৱাই হয়
@Jyotishman-m3v
@Jyotishman-m3v 5 дней назад
One of the most dangerous lady actress, who knows acting very well.
@rituparnadas9877
@rituparnadas9877 5 дней назад
Boycott Sumi and Tarkik
@deepamonineog5608
@deepamonineog5608 5 дней назад
তোৰ সমান ভাল মানুহ কোনো নাই তোৰ অভিনয় কোনেও বিশ্বাস নকৰে
@user-zf4uh5dh2s
@user-zf4uh5dh2s 5 дней назад
তিনি কোটি ক'ত পাইছিলা আইজনী?
@DilipKataki
@DilipKataki 5 дней назад
যিমানেই ৰাইজে কমেন্ট নকৰক , বাইদেউ ভিনদেউ কিন্তু মেনেজ হৈ যাব । কাৰন ভাইতিৰ আললাউদদীনৰ চাকিটো বাইদেউ ভিনদেউৰ হাতত আছে ।
@entertainmentvideos6594
@entertainmentvideos6594 5 дней назад
কি সুবিধা ললে কৈ দিয়া মইনা কলিজা, 5 কৌটি কিমান তা শূণ্য লাগে জানা নে, কষ্ট কৰি উপাৰ্জন কৰিলে বুজি পালা হৈ শূণ্য আগত লগোৱা আৰু পিছত লগোৱাৰ মূল্য।
@NKMedia-d6k
@NKMedia-d6k 4 дня назад
ডিব্ৰুগড়ৰ জিমখানাত চুমি বৰাৰ ইণ্টাৰভিউ লোৱা চেনেলটো মানে NK tv নেকি? আৰু সাংবাদিক জন গোস্বামী নেকি বাৰু? এতিয়া “কলিতা” জন কোননো?
@romanborgohain2997
@romanborgohain2997 5 дней назад
যি‌মানুহে নিজৰ ভুলৰ বাবে অনুতাপ নকৰে আৰু আনক দোষ জাপি দিয়ে তেনে মানুহৰ পৰা সত্য কথা আশা কৰি লাভ নাই।
@nitishkakati3925
@nitishkakati3925 5 дней назад
নিজৰ ভুলৰ বাবে নিউজ চেনেলক দোষাৰোপ কৰাটো কোনো যুক্তি নহয় ।যেতিয়া আনৰ টকাৰে বিলাসী জীৱন যাপন কৰা য়ায় তেতিয়া সেই টকাৰ উৎস কি আছিল আপুনি এবাৰ প্ৰশ্ন কৰিব লাগিছিল । শেষত এটাই কথা কব বিচাৰো য়ে এনেকুৱা অভিনয় কৰি ঘৰিয়ালৰ চকুপানী নুটুকিব । যদি আপুনি নিৰ্দোষী আছিলে তেনেহলে এদিন পাছত স্পষ্টীকৰণ নিদিলে কিয় ??? আজি অতদিনে লুকাই থাকি ইমান স্পষ্টীকৰণ দিব নেলাগে এতিয়া আৰু ইয়াৰ প্ৰয়োজন নাই।
@bubusaikia710
@bubusaikia710 5 дней назад
পইচা দিলে সব মেনেজ হয়
@mpa3.093
@mpa3.093 День назад
She is vry smart girl eating brother money now she is dhoya Tulsi pata 😂😂😂 CBI & ED will take care her
@tridib-nagaon
@tridib-nagaon День назад
ED aru Income tax must investigate her. Eman nirduxi buli koi ase ulai jabo sob.
@JunumoniKonwarGogoi-p4o
@JunumoniKonwarGogoi-p4o 5 дней назад
পুলিচক ঘোচ দি এতিয়া ধৰা দিছে।
@arunudoy4425
@arunudoy4425 4 дня назад
Akebare hoi.
@sanatnirmolia5107
@sanatnirmolia5107 5 дней назад
কেলা তই কিমান দিনৰ অভিনেত্ৰী ইমান যে লেবেলত কথা কয় আছ
@bishaldas3964
@bishaldas3964 5 дней назад
Reels bonuwa buli dekhisilu..aru bilakhikotare life eta spend korau dekhisilu..kintu lukai kene ey 7 dinot iman dhuniyake traning kori dhuniya acting koribo pariba buli atlist moi voba nasilu..
@x__6591
@x__6591 4 дня назад
বোনৰি চুদমাৰানি। নিজৰ জীৱন নিজে শেষ কৰি দিলি । বঢ়িয়া নাটক , তোমাৰ কাৰণে চেন্দেলৰ মালা বনাইচো , বোনৰি 😂 উত্তৰ মিডিয়া ই নহয় তই দিব লাগিব , বেটিৰ Confidence লেভেল চা , তই আৰু একো কৰিব নালাগে বোনৰি , তক কৰিবও কোৱা নাই , বোনৰি । ইয়াক দেখিলেই কিবা মুখত মুতি দিও মুতি দিও লাগে। । বোনৰি। । উল্টাই পল্টাই দুই থাপৰ দিয়ক না auto matic সঁচা কথা কৈ দিব । বোনৰি।
@KamalDas-vf8ih
@KamalDas-vf8ih 3 дня назад
Val disa.aisat..😂😂😂
@kishordeka1116
@kishordeka1116 2 дня назад
ধুনীয়া অভিনয় কৰিব জানে | ভাল লাগিল | নিজকে সুন্দৰী বুলি কয় | ভবিষ্যত অন্ধকাৰ কামনা কৰিলোঁ |
@entertainmentandexercies415
@entertainmentandexercies415 5 дней назад
এই ইনেই যে পায় এই ইনেই যে।আনৰ টকাৰে বিয়া পাতি বহুত উফাইদাং মাৰিছল।সকলো সম্পতি বাজেয়াপ্ত হ'ব লাগিব।
@bonditabora9992
@bonditabora9992 5 дней назад
Poisa bur kot pale xeitu xudhok.. Abul tabul boki thkibo nalage.. Destination weeding কৰাৰ eman কোটি toka pale kot??? Kandi dekhuai luv ny.. 👎👎
@udiptabora3878
@udiptabora3878 5 дней назад
Absolutely 💯
@bishalsarma5306
@bishalsarma5306 3 дня назад
পইছা কত আছে প্ৰমাণ নাই সেইটোৱেই টো ডাঙৰ কথা 😂 তাই বাছি যাব,,,পুলিচ ৰ হাতত প্ৰমাণ নাই
@Dolly_Sarmah
@Dolly_Sarmah 5 дней назад
Lebel koma nai Dhokori joni r ... eman khini hou juwa r pasot u ,, Notorious korobar ..
@AjCreation11
@AjCreation11 14 часов назад
Best Actress in the World
@cka77205
@cka77205 3 дня назад
Poisa hol buli a emn tolole namib pare... rendi a hy toi .. suting bad dia hotel .....t t aha ami aso Val Val costamar paba poisa he lage
@samirondutta3742
@samirondutta3742 5 дней назад
কান্দি ৰণ জিকি ব আহিছে সৰু ল'ৰা ই অসম হিলাই দিছে
@user-ez9cm1pw2r
@user-ez9cm1pw2r 5 дней назад
লাজ নাই লগা। তুমি যিমান বিনালেও তোমাক কোনেও বিশ্বাস নকৰে। তুমি ইমান টকা কত পাইছিলা ঘাটিটো ৰাইজক দেখুৱাই দিয়া।
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 5 дней назад
এতিয়া কথা বোৰ কাৰ ওচৰত প্ৰকাশ কৰিছে, মিডিয়া নহয় নেকি?
@ranjitaneog5653
@ranjitaneog5653 2 дня назад
তোক মিডিয়াই জীৱন শেষ কৰা নাই তোৰ জীৱন তই নিজে শেষ কৰিছ .তই এজনী কোটি টকীয়া কেলেংকাৰী . তই যে ইমানেই আকাশত উৰি ফুৰিলি এবাৰো নাভাবিলি নে পাখি সৰি পৰিব বুলি . এতিয়া দুনিয়াখনৰ মিছা কথা নকবি . তোক অভিনয় জগত খনত একদমে চাব মন নাই .তোক যাতেকোনেও আকোৱালি নলয় . আমি সেইটোৱে বিচাৰিছো
@rijubarthakur8641
@rijubarthakur8641 День назад
বিশালে জোৰ কৰি বিয়া পাতি দিলে ৰাজস্থান ত তহঁতে ভিক্ষাৰী দেখালে সমস্ত ভাৰ পলিটিকেল ললে আৰু
@BarnilSarma-qr7ps
@BarnilSarma-qr7ps 5 дней назад
তাই কথা বিলাক এনেক কৈছে যে তাই আকো দোষ নাই। ঠিক আছে মানি ললো। কিন্তু তাই ইমান দিনে লুকাই আছিল কীয়।
@lalitchetia1466
@lalitchetia1466 5 дней назад
দেহাজান , অতি লোভে পাপ , পাপে মৃত্যুৰ
@NirmalKalita-q3d
@NirmalKalita-q3d 5 дней назад
20 bosor job kori 1 lakh Toka joma korib pora na ,aaru toi dhekeri jonir natok soru lora 2000 koutir malik ,tur laj man eko nai
@gratitude1142
@gratitude1142 5 дней назад
Tumi sweeper neki ?
@p.k1080
@p.k1080 4 дня назад
​@@gratitude1142😂😂😂
@NirmalKalita-q3d
@NirmalKalita-q3d 4 дня назад
@@gratitude1142 tumi sage bairer bath room safai kora n ? Hei babe tumar inkam o val aanor tokare pitha khowaa je
@gratitude1142
@gratitude1142 4 дня назад
@@NirmalKalita-q3d kar laukhola tu bokiso oi burbok, oxomiya kobo najano neki !
@PreranaMayeenath
@PreranaMayeenath 3 дня назад
তই গাত লৈ থকা চল খন হেনো 25000 টকা। কত পালি এই ।। বাপেৰে হেনো কণ্টেল ৰ দোকান দিয়ে ।। ইমান কোটি কোটি টকা কি কুবিৰে দিছিল আহি টোক । সুৰুণী
@hiramoniphukan3922
@hiramoniphukan3922 День назад
হব হব চোৰুনি জনী পাই লোৱা ভাই টোক এতিয়া ভাই বুলি কবলৈ লাজ লাগিছে নে তাক দোষী কৰি নিজে ভাল হৈ দেখুৱাব আহিছ আজি টোৰ নিচিনা ঠগ বাজি এজনীয়ে যি বোৰ কৰিলি মানুহবোৰে এতিয়া কব কাম এটা কৰিবলৈ যাবলৈ বিশ্বাস নহুৱা কৰি দিলি লোকৰ তেজ শুহি খাই কেইদিন বাচি থাকিবি এতিয়া পাপৰ প্ৰায়শ্চিত‌ জেলৰ ভাত খাইও থাকি যাব লাজ নালাগে অসমীয়া হৈ অসমীয়াকেই লুটিলি চিঃ এতিয়া ঘৰীয়াকৰ চকুপানী কাক উলিয়াই দেখুৱাইছ ইমান দিনে কিয় পলাই আছিলি কথবোৰ কওঁতে অলপো লাজ বোলা চেহেৰা টো দেখা নাই এজনী নাচনী ৰীল বনাই নাচি ইমান টকা বনাব পাৰি জানো
@pampymalakar3343
@pampymalakar3343 5 дней назад
Dubai sponsor krisil jodi Aditym e kio poisa di contribute krisil😂😂😂😂
@LukumoniBorah-b2b
@LukumoniBorah-b2b 5 дней назад
তোমাৰ দুখ যদি নাই লোকাই কিয় আছিলা বান্দৰী তোৰ কাম নাই।
@sumanbora9473
@sumanbora9473 5 дней назад
Sob manage hoi gol # kaliyug #
@madhurjya4805
@madhurjya4805 4 дня назад
Sob scam kori poisa r jurot career bonaisil 😂
@farhinsultana8378
@farhinsultana8378 3 часа назад
ছি ছি লাজ বোলা বস্তু এটা আছে নে নাই তোৰ টকাৰ লোভত নিজৰ জীৱন নিজে শেষ কৰি এতিয়া মেডিয়াক দোষ দিছে নিলাজি জনী
@NarendraSingh-mj7tz
@NarendraSingh-mj7tz 5 дней назад
ইমান দিনে ঘৰৰ কথা মনত পৰা নাছিল একো কৰাই নাচিলা যদি পলাই কিয় ফুৰিছিল ভাল সেটিং মিলাই ওলাই আহিলা কাক কিমান খুৱালা
@bulumoninath6956
@bulumoninath6956 5 дней назад
ইমান বিলাখীতা কৰোতে এবাৰ মনত নাহিলে নে।কিমান দুখত মানুহ আছে অভাৱত আছে এবাৰ ভাবিব লাগিছিল ।
@pathghorasom9586
@pathghorasom9586 5 дней назад
Apuni face krib lagisil.... Polai thakib nalagisil.... So very bad decision
@DipaGogai
@DipaGogai 2 дня назад
God bless you
@KankiKalita
@KankiKalita 4 часа назад
NK tv bapre ata sold media channel mne atiahe gom palu
@anshumankalita9988
@anshumankalita9988 5 дней назад
Atyao level level kotha o aijonir
@Abhinashgarg-q7r
@Abhinashgarg-q7r 5 дней назад
Advice: atleast 5 years loike camera r pora durot thakok...manuh e komke ktha kbo lge..apuni sobote extra koribo jai
@rahuljeetkemprai1110
@rahuljeetkemprai1110 2 дня назад
❤🎉j
@rahuljeetkemprai1110
@rahuljeetkemprai1110 2 дня назад
5😂😂😂
@adityasonowal4815
@adityasonowal4815 5 дней назад
Manuh bhal holehe support koribo...aru kobole gole ki kaam korili ooo axomor karone
@jupitara7619
@jupitara7619 4 дня назад
বিশালৰ trading ৰ কথা একো নেজান ন? কাৰণ তই থাক গুৱাহাটীত সি থাকে ডিব্ৰুগড়ত। তহঁতে লগেই নেপাৱ সেইবোৰ কথা পাতিবলৈ কাৰণ তই ব্যস্ত..... .. Photo.. মালপোৱা বনাই খুওৱা সেইবোৰ চব fake ন? এটা কাম কৰ, তই মেডিয়াৰ ওপৰত মানহানিৰ case দে বুইছ.. তই straight forward ছোৱালী যে শিকাই দিছোঁ দেই নৰ্ত্তকী।
@jurysonowal
@jurysonowal 3 дня назад
God is watching you lady. Forget media how are you planning to answer to God??
@Rainbow-xg3cj
@Rainbow-xg3cj 5 дней назад
*Backgroundৰ* *ভেকুলীৰ* *sound* *মজ্জা লাগিছে মিলাই দিছে* 😂😂
@tyson9396
@tyson9396 5 дней назад
Sur xodai misa kotha koi oi maina😊
@nitulmahanta6366
@nitulmahanta6366 5 дней назад
চব বোৰ ঠিক ঠাক কৰিহে ওলাই আহিছ।
@jurideka4415
@jurideka4415 День назад
Apunar talent asil ....career bnai loisil aru ki lage soli tu jbo pare dhunia ke...tothapiu kio aibur beya kam kribo lge emn khini thoka pasot u xantusto nhy ne ? Aibur kotha agte vabibo lage..xokolo paiu herua dore hol...aru jdi eko kora e ni then emn misa kotha ulabo ne...? Nije vabok
@PariDas-f5x
@PariDas-f5x 4 дня назад
Ohongkare potonor mul ....good ❤ oti xundor kobole vaxa nai sumi mam actually tumi assam or 1st choreographer huar logot a axomor cinema jogotor logote cultural line or 1st suruni ....good job
@monujbhuyan426
@monujbhuyan426 5 дней назад
Beti jeelot goi hisap koribi
@PrasenjitKalita-w4k
@PrasenjitKalita-w4k 5 дней назад
আই তুমি মহান
@samaysarma22
@samaysarma22 5 дней назад
10 din polai thaki etia cmra r agot ahi ei khini kbo pariso… tuk mani goisu !
@AjCreation11
@AjCreation11 14 часов назад
Atanu Bhuyan's life is in Danger Zone 🤣🤣🤣....Sumi borah comming 👊
@ujjalnath5039
@ujjalnath5039 4 дня назад
Sumi, চোৰ বিদ্যা মহা বিদ্যা যদিহে নপৰা ধৰা... তুমি টো ধৰা পৰি গ'লা 😆😆😆 HONORABLE CM Sir🙏🏽 এই জনী ৰ জেল হ'ব লাগে, যাতে নতুন প্ৰজন্মই গম পাই Corruption কৰিলে শাস্তি পায় আৰু এই কাম বৰৰ পৰা 1000 কিলো মিটাৰ দূৰত আমি থাকিব লাগে ✍🏽✍🏽✍🏽
Далее