সুন্দৰ, অতি সুন্দৰ প্ৰতিভাৰে ভাওনা খনত অভিনয় কৰিছে প্ৰতিজন অভিনেতা আৰু অভিনেত্ৰীয়ে । অপূৰ্ব কলা নিৰ্দেশনাই দৰ্শকৰ পৰা বিপুল জনপ্ৰিয়তাৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ,ব । মন মোহিনীয়া অভিনয় ।
I already watched in dhemaji matikhula 😈😈😈 that's why I love the seen when devil entered 😈😈😈.. Reality I scared at the time ..but now I really missed 😭