Тёмный

যতীন বৰা-শ্যামন্তিকাই কি কৰিছে? ভ্ৰাম্যমান থিয়েটাৰ নে ছাৰ্কাছ? || Atanu Bhuyan || Satya 

Satya - The Truth India
Подписаться 903 тыс.
Просмотров 105 тыс.
50% 1

👉🏼 ভ্ৰাম্যমান থিয়েটাৰত এতিয়া ৰুচিসম্পন্ন নাটকৰ অভাৱ!
👉🏼 সুস্থ নাটকৰ পৰিৱৰ্তে প্ৰযোজকে চমৎকাৰক অধিক গুৰুত্ব দিয়ে!
👉🏼 ক্ৰমাৎ ভ্ৰাম্যমানত সোমাই পৰিছে সস্তীয়া নাটক!
👉🏼 ভ্ৰাম্যমানৰ অভিনেত্ৰীৰ পোছাকক লৈও এতিয়া বিতৰ্কৰ সূচনা হৈছে!
👉🏼 স্বল্প বস্ত্ৰ পৰিধান কৰি অভিনেত্ৰীয়ে চমৎকাৰৰ নামত দৰ্শকৰ মাজলৈ সোমাই যোৱা দেখা গৈছে!
👉🏼 চৰ অঞ্চলত সংঘটিত আনন্দ মেলালৈ ক্ৰমাৎ পৰিণত হৈছে ভ্ৰাম্যমান থিয়েটাৰ!
#AssameseNews #AssamNews #Theatre #MobileTheatre #JatinBora #Shyamontika #AtanuBhuyan #TheTruthIndia #Satya

Опубликовано:

 

20 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 220   
@anjelbaruah7401
@anjelbaruah7401 22 дня назад
এসময়ত‌ কহিনুৰ থিয়েটাৰে মহাভাৰত ‌ৰামায়ণ টাইটানিক দৰে নাটকৰে চমক সৃষ্টি কৰিছিল। তেনে নাটক হে লাগে
@hemantasarma2122
@hemantasarma2122 22 дня назад
Right
@ratulsaikia6590
@ratulsaikia6590 22 дня назад
Kio why....75 % entertainment,,, baki 25 % apunar
@ASSAMMUSICMIX73
@ASSAMMUSICMIX73 22 дня назад
আৱাহন থিয়েটাৰৰ নিচিনা চাৰ্কাচ কোনো‌ এখন থিয়েটাৰত নহয়...কিন্তু আমিবোৰে বাকীবোৰ থিয়েটাৰক হে কওঁ সদায়....আৰু আৱাহন চাবলৈ কিন্তু হিলদল ভাঙি মানুহ আহিছে....অসমীয়া মানুহ এ নিলাজ... সদায় দুমুখীয়া কথা এ কয় 👍
@munindradas621
@munindradas621 22 дня назад
ভ্ৰাম্যমাণত এতিয়া নাটকত আনন্দ মেলা সদৃশ দৃশ্য দেখিবলৈ পোৱা যায় ৷
@minatidevi7122
@minatidevi7122 21 день назад
ভ্ৰাম্যমাণ বুলিলে এটা সময়ত পাগল হৈ পৰিছিলো, নাটকৰ আগৰ নৃত্য নাটিকা খন কেনেবাকৈ অলপ পাৰ হলে বহুত দুখ লাগিছিল, কাৰণ সুন্দৰ আখ্যান, উপাখ্যান ৰ কাহিনী বোৰ দেখুওৱা হৈছিল, সময় সলনি হল,ৰুচি সলনি হল থিয়েটাৰৰ আগ্ৰহো কমি গল,সত্য কথা বৰ্তমান নাটক,নৃত্য নাটিকা পৰিয়ালৰ সতে চাব নোৱাৰা হোৱা।বুলি কলে ভুল নহয়। সুৰঙ্গৰ শেষত,স্নেহ বন্ধন,আশীৰ্বাদ আদি অলেখ নাটকৰ সাচ আজিও মচিব পৰা নাই, মহাৰথী কৰ্ণ চিনেমা খনৰ পিছত চিনেমা জগতত এগৰাকী অভিনেত্ৰী য়ে পোছাকৰ আধুনিকতাই কিছু উলঙ্গতা অনাৰ নিচিনা ভ্ৰাম্যমাণ তো সাজ সজ্জাৰ আধুনিকতাই উলঙ্গতা প্ৰদৰ্শন কৰাৰ উৎসাহ বৃদ্ধি হোৱা অনুমান হৈছে, আৰু এইটো সত্য ,ধাৰাটো অত্যন্ত ব্যৱসায়িক হৈ পৰিল
@praneswargoswami8208
@praneswargoswami8208 22 дня назад
এই শিল্পটো অযোগ্য ব্যক্তিৰ হাতত পৰিছে। ইযাৰ মৃত্যুনিশ্চিত।
@creature3D-wb3qr
@creature3D-wb3qr 22 дня назад
এজন সচা নাট্যপ্ৰেমী হিচাপে কৈছো,যদি সচা নাটক চাব বিচাৰে আপোনালোকে প্ৰথম নিশা বা শেষ নিশাৰ নাটক খন চাওক, মানে যিখন নাটক চৰ্চাত নাথাকে সেইখন চাওক।মই কেইবছৰ মানৰ পৰা সেইটো কাম কৰি প্ৰায় ফলপ্ৰসূ হৈছো।তাৰোপৰি বহুত আৰামতো চাব পাৰি ,মানুহৰ হেচা ঠেলা নাথাকে,গেলাৰীৰ হাল্লা নাথাকে।২য় নিশা নাটক চাব গলে কিন্তু চাৰ্কাছৰ বাহিৰে একো দেখা নাপায়। তেওলোকৰো উপায় নাই নৱপ্ৰজন্মই ভাল পায় যে। কোনো এটা উদ্যোগ জীয়াই ৰাখিব লাগিলে নৱপ্ৰজন্ম আহিবই লাগিব ।মইও বেয়া পাও এইবিলাক ,কিন্তু তেওলোকে কিয় এনেকুৱা কৰি আছে বুজি পাইছো।
@jamunaray4032
@jamunaray4032 21 день назад
অভিজিত ভট্টাচার্য ৰ নাটক বয়কট কৰিব লাগে। দাক্ষিণাত্য ৰ চিনেমাৰ পৰা চুৰি কৰি লোৱা কাহিনী বোৰক মচলা দি ৰহণ সনা নাটক। কোনো সুবাৰ্তা নথকা নাটক বোৰ লিখি কেৱল পইচা ঘটা ৰাস্তা
@aang-bang1483
@aang-bang1483 22 дня назад
প্ৰস্তুতিয়েও বহুত বেছি কৰে
@dipAssam
@dipAssam 19 дней назад
I donot like prastuti
@user-bx2iy5je1c
@user-bx2iy5je1c 18 дней назад
Ga tu vokora patha typ gundhai .its true .
@HiyamoniBhattacharyaHiya
@HiyamoniBhattacharyaHiya 9 дней назад
​@@user-bx2iy5je1c ga gondho loi fure nki apuni ? 😂😂
@padmadhartalukdar8047
@padmadhartalukdar8047 22 дня назад
শামান্তিকাক এতিয়া টকা লাগে, বঙালী জনে খেদাৰ পিছত তাইৰ চলা অসুবিধা হৈছে। চুটি, টাইট কাপোৰ পিন্ধি নিজৰ ৫০ তম জন্ম দিন পাহৰি গৈছে।
@ASSAMMUSICMIX73
@ASSAMMUSICMIX73 22 дня назад
কিয় বাকীবোৰে যে চুটি কাপোৰ পিন্ধি নাচি আছে তেওলোকে তেওলোকৰ টকা সমূহ তোমাক এ দিয়ে ন ? 😂😂😂
@pushpadevi-ey9vw
@pushpadevi-ey9vw 19 дней назад
শ্ৰদ্ধাৰ অতনু ভূঞা ডাঙৰীয়া । আপুনি এজন সত্য, নিৰপেক্ষ, নিৰ্ভীক সাংবাদিক সমালোচক । ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্তমানৰ পৰিবেশ একেবাৰেই সুস্থ নহয় । আপুনি সুন্দৰ বক্তব্য আগবঢ়াইছে । আপোনাৰ এনেধৰণৰ অনুষ্ঠানত লেখক সমালোচক অতুল মজুমদাৰ ক মাতিব পাৰে । আজিৰ দুয়োজন সন্মানীয় ব্যক্তিয়েও মূল্যবান মন্তব্য আগবঢ়াইছে । ভ্ৰাম্যমাণৰ ওপৰত এনেধৰণৰ আলোচনা সমালোচনা মূলক অনুষ্ঠান বোৰ বৰ ভাল লাগে । কিছুমান সাংবাদিকে থিয়েটাৰৰ আখৰাগৃহ বা প্ৰদৰ্শন থলীত গৈ প্ৰযোজক, পৰিচালক, নাট্যকাৰ সকলক কেৱল তোষামোদ কৰাহে দেখা যায় । কালি এটা চেনেলত এগৰাকী সাংবাদিকে কোৱা শুনিলো " চমক সৃষ্টি আৰু কাৰিকৰী কৌশলেই ভ্ৰাম্যমাণৰ আচল বিশেষত্ব " । শুনি মোৰ চিয়ঁৰি দিবৰ মন গৈছিল " মিছা কথা , চমক সৃষ্টি ভ্ৰাম্যমাণৰ বিশেষত্ব কেতিয়াও নহয় । দৰ্শকৰ হৃদয় চুই যাব পৰা সুন্দৰ কাহিনীৰ নাটক আৰু শিল্পী সকলৰ চমকপ্ৰদ অভিনয়ত হে ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশেষত্ব আৰু ভ্ৰাম্যমাণক সুস্থ ভাবে জীয়াই ৰখাৰ মূল মন্ত্ৰ । কাৰন এসময়ত ময়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ নায়িকা অভিনেত্ৰী আছিলো । আমাৰ দিনতো মঞ্চত চলন্ত জীপ্ দুৰ্ঘটনা, নদীৰ ওপৰত দলং আদি ৰ দৰে উচ্চ খাপৰ কাৰিকৰী কৌশল পোহৰ সম্ৰাট কল্যাণ দে' ই .উপস্থাপন কৰিছিল । দলঙৰ ওপৰত দৌৰি দৌৰি নৃত্য গীতৰ অভিনয় কৰি দৰ্শকৰ বাঃ বাঃ পাইছিলো । কাৰিকৰী কৌশল তেতিয়াৰ ইমান নিখুঁত আছিল যে আমি কেতিয়াও ক'তো সামান্য আচোঁৰ অকনো খোৱা নাছিলো । নলবাৰীৰ ৰাসৰ পেণ্ডেলত চাৰিটাকৈ দৰ্শনী আমিও ৰ্কৰিছিলে । তেতিয়া টি. ভি চেনেল আৰু আপোনাৰ দৰে উদাত্ত কণ্ঠৰ সাংবাদিক নাছিল । অবশ্যে সাংবাদিক সমালোচক শ্ৰদ্ধাৰ অতুল মজুমদাৰ, প্ৰয়াত চিনে সাংবাদিক অৰুণলোচন দাস , লেখক সাংবাদিক উৎপল দত্ত আদি বিশেষ ব্যক্তি সকলে মোৰ বিষয়ে বলিষ্ঠ মন্তব্য খবৰ কাগজ আলোচনীৰ পাতত আগ বঢ়াইছিল । আজি আপোনাৰ বলিষ্ঠ অনুষ্ঠান টিৰ মন্তব্য আগবঢ়াবলৈ গৈ আবেগতে বহুত কথাই ওলাই গল । ভূল হলে ক্ষমা কৰিব ।
@ranjitadeori6018
@ranjitadeori6018 22 дня назад
আগৰ দিনত দেখা থিয়েটাৰ আৰু এতিয়া দেখা মাজত আকাশ পাতাল পাঠকৈ
@anuradhabaishya-xz1jm
@anuradhabaishya-xz1jm 22 дня назад
নাটক চাই বহুত ভাল পাও। কিন্তু আজি কালি নাটক বোৰ চিত্র হাৰ হৈছে। সেই বাবে আজি কালি থিয়েটাৰ নাচাও ।
@thed.m.9054
@thed.m.9054 22 дня назад
ভ্ৰাম্যমাণ থিয়েটাৰৰ মৌলিকতাহীন এই সস্তীয়া কাৰবাৰবোৰৰ কাৰণেই আজি থিয়েটাৰ চোৱা বাদ দিয়া প্ৰায় দহ বছৰেই হ’ল ৷
@padmadhartalukdar8047
@padmadhartalukdar8047 22 дня назад
এনে ভ্ৰাম্যমাণ ছাৰ্কাছ থিয়েটাৰ বন্ধ হব লাগে। যতীন হ'ল সুবিধাবাদী টকা ঘটোৱা এটা 6:36 যন্ত্ৰ।
@abinashkalita9242
@abinashkalita9242 22 дня назад
নিৰ্মোহ আলোচনা ভাল পালোঁ।
@user-bc7cn5do9c
@user-bc7cn5do9c 8 дней назад
অভাগিনী নাটক খনৰ অভিনয় আৰু সংলাপ খুব সুন্দৰ আজিৰ দিনত সেই নাটক আছেনে
@milonkonch1467
@milonkonch1467 22 дня назад
I am fully agree with you
@jhonnylinux5113
@jhonnylinux5113 22 дня назад
Original নাটক আজিকালি নাই, এটা মানুহে যদি বাৰ মাহত যদি তেৰ খন নাটক লিখে তেন্তে ৰন্দিবাজী হবৈ
@pulakgreen6182
@pulakgreen6182 22 дня назад
toi likh ...kio likhibo pora nai.....axomia jati tu agbarhi jabole diok
@ChargedChinmoy
@ChargedChinmoy 21 день назад
Agree copy bur besi hb dhrise animal 2.0 dexai dile aibr
@pranjaldas9783
@pranjaldas9783 21 день назад
যেতিয়াৰ পৰা অভিজিত ভট্টাচাৰ্যৰ নাটক বোৰ লোৱা হৈছে তেতিয়াৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰ ধংসৰ ফালে গতি কৰিছে। বাহিৰৰ চিনেমাবোৰৰ পৰা Copy pase কৰে।
@user-bx2iy5je1c
@user-bx2iy5je1c 18 дней назад
South r cinemar copy paste master abhijeet Bhattacharya
@ankitabarman9770
@ankitabarman9770 22 дня назад
থিয়েটৰ বোৰ বিকৃত হল, মাদকতা নহোৱা হল, অতি ৰঞ্জিত হৈছে।
@dalideka9996
@dalideka9996 22 дня назад
টাইটানিক খন আকৌ এবাৰ চাব পৰা হ'লে সৰুতে চাইছিলো বহুত ভাল লাগিছিল বৰষা বাই অভিনয় কৰিছিল।
@saratkalita7685
@saratkalita7685 22 дня назад
বৰসা বাই অভিনয় কৰা নাছিল নিকু মানি বৰুৱাই কৰিছিল টাইটানিকত
@dalideka9996
@dalideka9996 19 дней назад
কহিনুৰ থিয়েটাৰ আহিছিল বৰষা বা ই অভিনয় কৰিছিল মোৰ ভালকৈ মনত আছে
@rieiririrititti
@rieiririrititti 13 дней назад
barasha bai aasil...2012 manot sage......
@Eve-d2e
@Eve-d2e 22 дня назад
মঞ্চত প্ৰযুক্তি ব্যৱহাৰ হোৱাটো বাঞ্ছনীয়।যিহেতো, এতিয়া প্ৰযুক্তিৰ যুগ। কিন্তু, প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰে মঞ্চক অপ্ৰাসংগিক কৰি তুলিব।যদি দৰ্শকে প্ৰযুক্তিৰ ব্যৱহাৰ চাবলৈ যাবই লাগিব,তেন্তে মঞ্চৰ নাট নাচাই ঘৰতে বহি Southৰ কথাছবি চাব। এটা কথা আচৰিত লাগে, নাট্যগোষ্ঠী সমূহে 'ৰাস'কো এৰি দিয়া নাই। Projectorৰ জৰিয়তে অত্যাধুনিক পৰিৱেশ নিৰ্মাণ কৰি ৰাসক অত্যাধুনিকভাৱে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা দেখা যায়।যদি ৰাসক অত্যাধুনিকভাৱে প্ৰদৰ্শন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে, কথাছবিৰ ৰূপত পৰিবেশন কৰাৰ ব্যৱস্থা কৰক। য'ত প্ৰযুক্তিৰ অবাধ ব্যৱহাৰ কৰিব পাৰিব। ভাওনা,ৰাস আৰু অন্যান্য লোকনাট্য অনুষ্ঠানসমূহ ঐতিহ্য,পৰম্পৰা ৰক্ষা কৰিহে প্ৰদৰ্শন কৰা উচিত। মঞ্চনাটতো উদ্দেশ্য,নীতি,পৰম্পৰা ৰক্ষিত হোৱাকৈহে পৰিৱেশ ৰচনা কৰা উচিত।
@aang-bang1483
@aang-bang1483 22 дня назад
ৰাজমুকুট নামৰ থিয়েটাৰ আছে এখন । চাৰ্কাছ দেখুৱাই আছে মেচিন গান লৈ। হিন্দী animal movie copy কৰি
@ASSAMMUSICMIX73
@ASSAMMUSICMIX73 22 дня назад
আৱাহন থিয়েটাৰৰ নিচিনা চাৰ্কাচ কোনো‌ এখন থিয়েটাৰত নহয়...কিন্তু আমিবোৰে বাকীবোৰ থিয়েটাৰক হে কওঁ সদায়....আৰু আৱাহন চাবলৈ কিন্তু হিলদল ভাঙি মানুহ আহিছে....অসমীয়া মানুহ এ নিলাজ... সদায় দুমুখীয়া কথা এ কয় 👍
@07...zubeengargshorts88
@07...zubeengargshorts88 22 дня назад
থিয়েটাৰত নাটক ভাল হব লাগে।। মায়া মাথো মায়া❤ ৰুদ্ৰ সাগৰ ❤আৰু বহুত ভাল ভাল নাটক চাইছিলো ।তেনেকুৱা নাটক লাগে
@rumibaruah111
@rumibaruah111 22 дня назад
আগতে পৰিয়ালৰ লগত গৈ থিয়েটাৰ চাইছিলো,,,কিন্তু এতিয়া নোৱাৰি
@nilakanthabaishya8667
@nilakanthabaishya8667 19 дней назад
সুন্দৰ আলোচনা। ভ্ৰাম্যমাণে পুণৰ এটি সুন্দৰ পৰিৱেশ সৃষ্টি কৰাটো কামনা কৰিলো।
@manjulaborah1351
@manjulaborah1351 20 дней назад
যিকোনো কাম কৰিলে শালীনতা ৰাখি কৰিব লাগে, আজিকালি থিয়েটাৰ চাবলৈ পৰিয়ালৰ লগত যাব নোৱাৰি, সঁচাকৈ হিন্দী চিনেমা চাব যোৱা যেন লাগে, থিয়েটাৰ খুউব ভাল পাওঁ,আগৰ নৃত্য নাটিকা বহুত ভাল লাগিছিল 😮
@prasantkasyap3922
@prasantkasyap3922 22 дня назад
Hemanta Dutta Sir I'm glad to see him after many years....He is a very briliant writter and director...I never forget a play of KOHINUR THEATRE and it was "AKAXOR DORE MON" he wrote and directed and Starring by TAPAN DAS, PRASENJIT AND MUNMI PHUKON...It was a very decent play and it really touched my heart.... That's why I love and respect HEMANTA DUTTA SIR..🙏
@utpalborah2896
@utpalborah2896 8 дней назад
Satya is the only platform through which public can know their characters n greedy behaviour...
@rupak.pathak-c1c
@rupak.pathak-c1c 22 дня назад
Main Culprit Abhijit Bhatachargya
@junaligogoi2331
@junaligogoi2331 21 день назад
আমি সেইবাবে থিয়েটাৰ চাবলৈ এৰিয়েই দিলো গান বাজনা বেছি বাবে৷
@romiodas508-k4o
@romiodas508-k4o 22 дня назад
You are right Atunu da
@basantahira8645
@basantahira8645 22 дня назад
নাটকৰ নামত বলিয়ালি কৰিলে এনেকুৱাই হব।
@upakulparashar8628
@upakulparashar8628 22 дня назад
Abahon theatre r 3 khon natok vl hoi... Story val
@kayumabdul8341
@kayumabdul8341 22 дня назад
Hmm prastuti porashar r over acting,sob bosor ekei
@mrinaljyotisarma7321
@mrinaljyotisarma7321 22 дня назад
@@kayumabdul8341 same drama.. ekdin Jiyori hbo.. akou next khon maak hoi kandibo.. bhal actor ajon lauk family dram korok kiba ata blg dhoronore
@ASSAMMUSICMIX73
@ASSAMMUSICMIX73 22 дня назад
Abahan A Start Krsl Eibur Circus Korar
@kayumabdul8341
@kayumabdul8341 22 дня назад
@@ASSAMMUSICMIX73Right
@kayumabdul8341
@kayumabdul8341 22 дня назад
@@mrinaljyotisarma7321hmm… aru acting r expression ekei thake proti bosor, protikhon natakot, Barasha Rani ekdom perfect.
@bhupenkakati-v2v
@bhupenkakati-v2v 22 дня назад
নাটক নহয় বহুৱালী। পাগলামী কৰাৰ সীমা এটা আছে। ৰাইজ যাবই নালাগে এই বহুৱালী চাবলৈ। অভিনেতা অভিনেত্ৰী নহয় চাৰ্কাছৰ জকাৰ।
@gautambarman3484
@gautambarman3484 22 дня назад
Boycott Abhijit Bhattacharjee
@paragkalita1286
@paragkalita1286 17 дней назад
😂😂😂😂
@hemantabaruah4489
@hemantabaruah4489 19 дней назад
সমাজৰ প্ৰতি দায়বদ্ধতা থকা দূৰদৰ্শী নাট্যকাৰৰ অভাৱ ঘটীছে । সৃষ্টিশীল মানসিকতা, কলপনা শক্তি ,অনুভৱ এইবোৰ নথকা নাটকৰ বেপাৰী ব্যক্তি কিছুমানৰ হাতলৈ গ'লে এনেকুৱা হবই । গতিকে আমি নাটক চায় ভালপোৱা জনসাধাৰণৰ মাজত যিসকলে নাটকত চিনেমাৰ সোৱাদ বিছাৰে তেওঁলোকলৈ অনুৰোধ এই ৰুচি পৰিহাৰ কৰক আৰু চিনেমা হলত চিনেমাৰ সোৱাদ লওক।তেতিয়াহে প্ৰকৃত নাট্যকাৰৰ সৃষ্টি হব আৰু অসম গৌৰৱ ভ্ৰম্যমান নাট্যজগতখন জিয়াই থাকিথ
@nabadas3930
@nabadas3930 22 дня назад
আজিকালি যি বোৰ নাটক চলি এইবোৰ নিজৰ পৰিয়াল লৈ চাব নোৱাৰি অবসে সকলোবোৰ থিয়েটাৰত নিয়ন্ত্ৰণত
@RashmiBoruah-d8l
@RashmiBoruah-d8l 19 дней назад
Hosa kotha enedhoronor natok suwa bondho koribo Lage hokoluwe.
@hemantasarma2122
@hemantasarma2122 22 дня назад
Kohinoor theatre o bohut val hoise❤
@ChargedChinmoy
@ChargedChinmoy 21 день назад
Kohinoor ru hengool e atiya unique bhl kahinir natok de bki bur circus
@bhaivlog1024
@bhaivlog1024 21 день назад
Xosakoi
@mihirbaruah3453
@mihirbaruah3453 22 дня назад
ভ্ৰাম্যমানৰ অশনি সংকেট দেখা গৈছে
@dipudas1526
@dipudas1526 22 дня назад
Satya is satya
@simantasenapoti2436
@simantasenapoti2436 22 дня назад
ভাম্যমানৰ নাটক চাবলৈ মন নোযোৱা হ'ল । কাহিনীত গুৰুত্ব নাই, লাইট, নৃত্য, ৰেম্পত আগলৈ ওলাই অহা, অভিনেত্ৰীৰ দেহাৰ ভাজ( পৰিয়ালৰ লগত দিগদাৰ) । RU-vid ত পুৰণাবোৰকে চাই থাকো ।
@utpalborah2896
@utpalborah2896 8 дней назад
The only option is to boycott these so called actress n actors...
@monishachetia7990
@monishachetia7990 20 дней назад
ভ্ৰাম্যমানত আধুনিকতাৰ প্ৰভাব বেছিকৈ পৰিছে।ভাল নলগা হৈ আহিছে
@Deepbubu
@Deepbubu 20 дней назад
কহিনুৰত মৃদুল চুতীয়াৰ পিঞ্জৰা নাটক খন বহুত ভাল হৈছে। নাটক খনৰ বিষয় বস্তু ও ভাল।
@satyadas1230
@satyadas1230 22 дня назад
যতিন বৰাই টকা কাৰণে সকলো সিমা চেৰাই যাব পাৰে ক্ষমতাৰ লোভত অসমীয়া জাতিতোক থগি থৈছে
@mintuallfriends7494
@mintuallfriends7494 21 день назад
HENGOOL 2024-25 val hoisa 🔥 kamal dar acting moja ❤
@prasantabora1349
@prasantabora1349 22 дня назад
আগতে থিয়েটাৰ চোৱাৰ মাদকতা বেলেগ আছিল আৰু এতিয়া আপুনি কোৱাৰ দৰে!
@pravachutia931
@pravachutia931 17 дней назад
বেছি আধুনিক হবলৈ গৈ ভ্ৰাম্যমান থিয়েটাৰে নিজৰ খোজ সেৰোবাইছে ।আগৰ থিয়েটাৰৰ কাহিনীবোৰ এটি ৰঙা নীলা পখীৰ হৈ মানহ পটত আজিও জিলিকি আছে ।
@utpalijkksharma3519
@utpalijkksharma3519 21 день назад
নাটকৰ কথা লিখিবলৈ লৈছোঁ , কিন্তু মই নাট্য বিশেষজ্ঞ নহয়। সাধাৰণ দৰ্শক মই। নাটক কি, কিয়, কেনেকৈ - তাৰ ব্যাকৰণগত সংজ্ঞা মই কব নোৱাৰিম। অৱশ্যে মই ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক সম্পৰ্কেহে কিবা অলপ কম বুলি ভাবিছোঁ। আজি বহু বছৰ আগৰ পৰাই নাটক চাইছোঁ। নাটকৰ বহু পৰিৱৰ্তন হ'ল। ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ সৈতে ব্যৱসায়িক দিশটো জড়িত, সেইবুলিয়ে.... । দুই-এখন বাদ দি, বেছিভাগ নাটকৰ কাহিনী দূৰ্বল। নাট্য পৰিচালনাৰ ক্ষেত্ৰতো সেই একেই দুৰৱস্থা।অভিনেতা - অভিনেত্ৰী সকলৰ বেছিভাগৰেই অভিনয় সম্পৰ্কে জ্ঞানৰ অভাৱ, নে পৰিচালকৰ তাগিদাত তেনেদৰে অভিনয় কৰে সেয়া মোৰ জ্ঞাত নহয়। খং মানে যেন সংলাপবোৰ চিঞৰি চিঞৰি কব লাগে, তেওঁলোকৰ অভিনয়ে তাকেই যেন কয়। নাটকে মনোৰঞ্জন দিয়ে। মনোৰঞ্জনৰ মানে নাচ গান, কাজিয়া, মাৰপিট আদি নেকি! মঞ্চৰ অভিনেতা অভিনেত্ৰী সকল দৰ্শকৰ মাজলৈ অহাটো প্ৰয়োজনীয় যেন হৈ পৰিছে। হৈ-হাল্লা, নাচ-গান আদিৰে দুঘণ্টা সময় পাৰ হ'লেই যেন হৈ যায় নাটকখন। সাংঘাটিক সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা নাটকখন বহু আশাৰে চাবলৈ গৈ যেতিয়া নাটকৰ সলনি চাৰ্কাছ চোৱা যেন লাগে, তেতিয়াই ভাবো নাটক নাচাওঁ বুলি। কিন্তু নাটকৰ পগলা বাবে পিছদিনা আকৌ একেই দলটিৰেই নাটক চাবলৈ টিকট কাটি আনো।
@dipaksaikiacreation9993
@dipaksaikiacreation9993 20 дней назад
বাল বিলাকক দেখিবলে মন নাযাই। বালকিটাক মানুহে দেখিবৈ নোৱাৰে সেইকিতাক থিয়েটাৰ কৰিবলে লৈ আহে। আৰু মানুহ নাইনেকী?
@manasbora1262
@manasbora1262 22 дня назад
আমি ভ্ৰাম্যমাণ থিয়েটাৰ বুলিলে অভিজিত ভট্টাচাৰ্যকহে চিনি পাওঁ তেওঁ কি কয় এবাৰ শুনোৱা হ'লে ভাল হয়???
@rmusic1752
@rmusic1752 22 дня назад
ক্ষমা কৰিব, আপোনাৰ কথাত একমত নহয়, ভ্ৰাম্যমাণ থিয়েটাৰ বুলিলে আপুনি উল্লেখ কৰা ব্যক্তি জন নহয় দেই , অৱশ্যে ভ্ৰাম্যমাণত এতিয়া ঘটি থকা ঘটনা-পৰিঘটনা, দূৰ্ঘটনা বোৰৰ তেখেত বাটকটীয়া বুলিব পাৰি।
@gautambarman3484
@gautambarman3484 22 дня назад
We should boycott this type of circus show😂
@prasantabora1349
@prasantabora1349 22 дня назад
মিউজিকৰ পৰা সংলাপেই নুশুনি।
@sadhansarma6179
@sadhansarma6179 22 дня назад
Theaterot agote nritya natika asil aji kali nautanki ase😂
@RabinMedhi-vp9bt
@RabinMedhi-vp9bt 22 дня назад
মই মানুহ পথাই আছোঁ ৰাস্তা টো অতি সোনকালে পাকা কৰি দিয়া হব, গাত থকা কাৰণে এনেকুৱা হৈছে 😂 বলেট কেঁচা ৰাস্তাত নচলে 😂
@manashinath7106
@manashinath7106 22 дня назад
Host r kotha khini xhunat beya lagibo pare... but 100% সত্য
@kalpanaborah5701
@kalpanaborah5701 18 дней назад
আমি বহুবছৰ হ'ল থিয়েটাৰ নোচোৱা। সিহঁতৰ বহুৱালিবোৰ ভাল নালাগে।
@Itz_3x_user
@Itz_3x_user 22 дня назад
Besi korar karone, porise khub bhal paisu,aru ajoni porar khobortu ahilehe montu bhal lagibo.kapur kenekuwa pindhe?
@mrinaljyotisarma7321
@mrinaljyotisarma7321 22 дня назад
Theatre bor khtm koribo olaise producer bore.. ki mane gari ani dekhabo loga hol. Aibor circus nhy.. aru jatin borai nije kbo lage je moi aibor nokoru.. teo ajon 55 or 57 age manuh.. moi ji2 dekhisu bike khon tani loi goise ajone.. bhaboksun teo jodi ajon haru lorar gat poril hoi . Lora2 dhkn hat bhori bhangi thakil hoi.. seriously.. dance kori dekhoisa alop stage agot ahi thik ase.. kin2 manuhor majot ahi dekhai ki hbo.. jowabar utpal das kotha bhaboksun.. seriously.. aru aibar dekhisu konoba akhon theatre dekhisu animal movie khonor dore ata machine gun olai manuhor major pora ahise.. bbhboksun sai2 jodi karobar gaat pori jai . Seriously.. natok hoise amar bhartiyo jonjibonor oprot kora ata story.. tat aibor circus ketiao bhal nalage.. 400 ba 300 rupees bht important manuhor karone.. ajikali manuhe 150 ba 200 rupees cinema khon sabo pare . 400 rupees khoros kori nosoea hbo aibor korile theatre
@junakgarg2864
@junakgarg2864 22 дня назад
Henghool theatre eibar obhinoi u dhunia kahaniu bhal.
@pulakgreen6182
@pulakgreen6182 22 дня назад
assamese actor and actress burok agbarhibole help korok
@julihatibaruah8594
@julihatibaruah8594 20 дней назад
সত্য কথা
@madhusmitalahkar6486
@madhusmitalahkar6486 22 дня назад
নটৰাজ থিয়েটাৰ বেউলা লিডাৰ জেৰেঙা সতী আমি সৰুতে চাইছিলো এতিয়াও অভিনয় বিলাক মনত আছে। কিন্তু এতিয়া নাটক চাই কোনো মানুহে লগত একেই আনিব নোৱাৰে। সেয়েহে নাটক ময় ১৯৮০ চনৰ পৰা চোৱা নাই ।
@OmSivraj
@OmSivraj 12 дней назад
I never watch the Assam threatre since 2012 bcs Assam threatre is a circus and without nitronatika Assam threatre never amazing
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh 22 дня назад
ইমান অৰিজিনেল অভিনয় কৰিব গৈছিল যে তেখেত লোকে কোনোবা বাগিচা আৰু ৰাষ্টাত হে অভিনয় কৰিছে
@apurbabhuyan8121
@apurbabhuyan8121 19 дней назад
প্ৰস্তুতি পৰাশৰে কি কৰি আছে?
@paporisarma9245
@paporisarma9245 18 дней назад
Free advertising policy...... OK aami Sam baru val haleo beyahaleo.
@ChandanChutia-k1y
@ChandanChutia-k1y 22 дня назад
দুইটাই ফটুৱা।
@pranabbarman9255
@pranabbarman9255 22 дня назад
থিয়েটাৰত সমাজৰ কামত অহা ঘটনাৱলী ও কামবোৰহে নাটকৰ মাধ্যমেৰে উপস্হাপন কৰিব লাগে... সেই বোৰ নকৰি বহুৱালীহে কৰে
@XoruDemo
@XoruDemo 22 дня назад
Theatre nohoi dody dekhua show hoi goise aji kalir theatre
@dipAssam
@dipAssam 19 дней назад
সাগৰলৈ বহুদূৰ...টাইটানিক-----এয়াহে নাটক
@karabibaruah2135
@karabibaruah2135 22 дня назад
Trueeeeee
@ASSAMMUSICMIX73
@ASSAMMUSICMIX73 22 дня назад
Hoi aji kali theater bur ot jiman Circus typ hoise tat ke bht gun a besi Circus hoi Abahan ot...Ru Ei Circuss bur start krsl Abahan a Prastuti Porashor a....Kintu amar Manuh bur nilaj nhy...Ekei kaam jodi blg a kore ami gaali paru ru sei eke a kaaam ru kunuba blg a krile baah baah diu...Aji Apuni o Shyamontika baaa Jatin Borar Uprt Controversy bonabo ahise kintu baakibur ok loi kio bonabo nuare Raajmukut houk baa Abahan houk
@prachuryyabaruah7
@prachuryyabaruah7 21 день назад
Ekdum. Baki bilakor ktha kio kobo para nai.
@hariprasadtalukdar5569
@hariprasadtalukdar5569 21 день назад
Abhijeet Bhattacharya tui je keikhon natok likhe bapre baap ...Shakespeart koi o uport goise....duniyar copy paste maare .....eman brainy na playwright jon.
@monoali4808
@monoali4808 8 дней назад
Ai kheni dekxuba lagbo a tetia he manuhok akorson koribo. Ki j hoise vl he korise. Sundor prodorson
@ytdesert3581
@ytdesert3581 22 дня назад
Honest manuhor babehe hohanubhuti thake.hubidhabadir babe nhoi.
@Sir-i6b
@Sir-i6b 22 дня назад
100% right
@RakeshLahkar-c9n
@RakeshLahkar-c9n 22 дня назад
Right
@0007Gobi
@0007Gobi 22 дня назад
Prastutio kom nhy dress ot.
@aang-bang1483
@aang-bang1483 22 дня назад
Tair kotha a koise
@gameplay-dp8nd
@gameplay-dp8nd 22 дня назад
Manipulation ৰ এটা লিমিট থাকে 😂। Accident তো যাৰে তাৰে লগত হব পাৰে
@Hemen-k1u
@Hemen-k1u 19 дней назад
ভবেন্দ্ৰ. নাথ.শইকীয়াৰ. নিচিনা.নাটক.লাগে
@chandanbharali4096
@chandanbharali4096 22 дня назад
Theater aaji Kali bor bhal hoise
@hindusigma
@hindusigma 22 дня назад
RAJLAKSHMI best.... only pure drama....pure story..... notun hobo pare but best...
@one8mixer
@one8mixer 22 дня назад
Morile bhal asil ....R.I.P 😢 likhilu hoi
@Itz_3x_user
@Itz_3x_user 19 дней назад
Ami first line ot he boi sau,atiya sun pisot he bohibo mon goise bhoya te ..
@Hemen-k1u
@Hemen-k1u 19 дней назад
চৰকাৰ.সাহায্য. বন্ধ. কৰিব. লাগে
@rijumoniahmeda1041
@rijumoniahmeda1041 18 дней назад
thke koise apuni.xorur porai natok sai vl pao but aibilak ovodramir babe natok sabo laj loga hoise.laj lge teoloke pindha dress boror babe sih essa nohoa hoise aru.suti kapur nipindhile ki natok nhoi nki
@pulenbezbaruah9021
@pulenbezbaruah9021 16 дней назад
থিয়াটাৰ নহয় মিনা বজাৰ
@ganarabha176
@ganarabha176 22 дня назад
Mojaaaaaaa 😂😂😂
@HimangshuDas-kw4di
@HimangshuDas-kw4di 22 дня назад
Ok
@prasantabora1349
@prasantabora1349 22 дня назад
এতিয়া আৱহ সঙ্গীত মেইন
@অসমীয়াবেকাৰীআৰুৰেস্টুৰেন্ট
2mar pora ai2 news pam buli expect kora nasilu 2mr deuta t k olp upgrade hoixila buli vbxilu nai hua kin2 2mi upgrade deutar level t a asa #aboyoub bhuayan #untold story #atonu bhuyan #prodcust #popular podcast off Assam ❤
@অসমীয়াবেকাৰীআৰুৰেস্টুৰেন্ট
#like kori lv nai reply pali vl pam jodi pare fb t msg dim reply dibo
@assamgamerjyotish9983
@assamgamerjyotish9983 21 день назад
আপোনাৰ ভাল হল content পাই গল আৰু
@kiranmoydas
@kiranmoydas 20 дней назад
Avijit bhatasarjya nohowa halehe natak jiyai thakiba.. bahuwali bor Kiman saba.. sab 420...
@alpanasarmagoswami8165
@alpanasarmagoswami8165 20 дней назад
What about other actresses? No courage to talk n take their names? Specifically one actress. Who is the founder of all these so bazi. Why talking about Syamantika only? Till today nobody complained against that actress. Why this classification?
@SatymevaJayate007
@SatymevaJayate007 12 дней назад
এইবোৰ নাটক হৈ ৰোৱা নাই ৷ বিজতৰীয়া বহুৱালি ৷ ধিক্
@hours-od4nj
@hours-od4nj 7 дней назад
Shyamontika atia ghorot bohibor time hol sai bhal nelage burhi
@utpalborah2896
@utpalborah2896 8 дней назад
Most of these actors n actresses are High class entrepreneurs (!!!) who are undoubtedly running pongi scheme.....
@mustadurchoudhury6428
@mustadurchoudhury6428 20 дней назад
Time holoni hoise sir, koli jug solise
Далее
I LOVE YOU....Kahinoor Theatre 2023..2024
1:55:06
Просмотров 200 тыс.