Тёмный
No video :(

যি মানুহৰ এই ৩টা গুণ আছে তেওঁক ভগৱানে শতকোটি বিপদৰ পৰা ৰক্ষা কৰে | best assamese motivational video 

Chitra Ranjan Nath
Подписаться 575 тыс.
Просмотров 443 тыс.
50% 1

যি মানুহৰ এই ৩টা গুণ আছে তেওঁক ভগৱানে শতকোটি বিপদৰ পৰা ৰক্ষা কৰে | best assamese motivational video
এই ৩টা গুণৰ ভিতৰত আপোনাৰ কোনটো গুণ আছে? ভগৱানে কেনে মানুহক সহায় কৰে, কেনে মানুহৰ প্ৰাৰ্থনা গ্ৰহণ কৰে জানি লওক।
Other videos
জীৱনত চমৎকাৰ আনিব পৰা আমাৰ আন Video সমূহৰ Links তলত দিছো 👇👇
প্ৰাৰ্থনা কৰাৰ পিছতো কিয় ভগৱানে সহায় নকৰে চাই লওক- • ভগৱানে ভক্তক কেতিয়া দৰ...
যিকোনো বিষয় এবাৰ পঢ়িলেই মনত ৰোৱাতো বিচাৰে যদি এই ভিডিঅ’টো চাওক- • এবাৰ পঢ়িলেই মনত ৰ'ব |...
এই মন্ত্ৰটো জানিলে জীৱনত যি বিচাৰিব তাকেই পাব- • এটা এনেকুৱা মন্ত্ৰ | য...
কাৰোবাক বহুত বেছি ভাল পাই যদি এবাৰ চাই লওক- • Video
ধনী হোৱাৰ প্ৰকৃত পদ্ধতি জানি লওক- • ধনী হোৱাৰ ৭টা নিয়ম জান...
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#motivationalvideo
#inspirational
#assam
#assamese

Опубликовано:

 

5 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 522   
@dipugogoi3016
@dipugogoi3016 Год назад
🙏. Hosai bohut mulyabaan.aapunar video._______3.no ____.aase 🙏
@irenicc223
@irenicc223 Год назад
মই সকলো ভগৱানৰ চৰণত এৰি দিওঁ🙏তেওঁ যি দিছে তাতেই সন্তুষ্ট হওঁ🙏কিয়নো ভগৱানৰ বাহিৰে সুৰক্ষা দিব পৰা কোনো নাই। তেওঁ যেনেদৰে চলাইছে তেনেকৈয়ে চলি আছো🙏দুখটো ভাঙি নপৰো,সুখটো উত্তাৱল নহওঁ। আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গৈছে। কৃষ্ণ কৃষ্ণ🙏🙏🙏
@abinashbordoloi7516
@abinashbordoloi7516 Год назад
2/khodai ভগবানৰ চৰণত অৰ্পন নিজকে কৰিছোঁ জয় শ্ৰী কৃষ্ণ
@someswariborah8239
@someswariborah8239 Год назад
একেবাৰে সচাঁ কথা কৈছে।ভগৱানৰ ওপৰত অচলা ভক্তি ৰাখি জীৱন পথত আগবাঢ়ি যাওতে তেওঁ পদে পদে সহায় কৰি আহিছে। কৃষ্ণ,🙏
@rupamonigogoi592
@rupamonigogoi592 Год назад
ভগৱান আশীৰ্বাদত বৰ্তমান আগুৱাই গৈছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ,🙏🙏
@dimpibora9868
@dimpibora9868 11 месяцев назад
একেবাৰে সচাঁ কথা । ভাল বেয়া সকলো সময়তে ভগৱানৰ নাম লওঁ, ভক্তি কৰো ।জীৱন পথত আগবাঢ়ি যাবলে সদায় ভগৱানে সহায় কৰি আহিছে মোক
@binuprovaboruahborphukan3916
শুপ্ৰভাত ৷আপোনাৰ প্ৰতিটো শব্দ সত্য ৷ ভক্তক ভগৱানে ভালদৰে পৰীক্ষা লয়৷সেই পৰীক্ষাত হতাস হ’ব নালাগে ৷যিমানেই ডাঙৰ বিপদ হ’ওক কিন্তু ভগৱানে ভকক সময়ত হাত পাতি ধৰে৷ শ্ৰীসত্য সাই ৱাবাৰ এষাৰ বাণী “ তুমি কৰ্ম কৰি যোৱা ফল আশা নকৰিবা , ভগৱানক সকলো অৰ্পিত কৰা “ ৷ ধন্যবাদ৷
@DhrubaSarma-op5co
@DhrubaSarma-op5co Год назад
ভগৱানক নিচ্চাৰ্থা ভাবে প্ৰাৰ্থনা কৰিব লাগে । এইটো ‌সত্য।
@bijukhanikar
@bijukhanikar Год назад
কৃষ্ণ সুন্দৰ ব্যাখ্যা । আপোনাৰ পদপঙকজত সেৱা ‌ জনালো ।
@jinubarman5479
@jinubarman5479 11 месяцев назад
হে প্ৰভু তুমি আমাক সদায় কৃপা কৰি ৰাখিব আৰু সদায় তোমাৰ প্ৰিয় পাত্ৰ হবলৈ কৃপা কৰি ৰাখিব।
@padmalalung5688
@padmalalung5688 11 месяцев назад
নমস্কাৰ আপোনাৰ নীতি কথা শুনি ভাল লাগিল ।জীৱনত হাজাৰ বাৰ বিপদত পৰিছো । নেদেখা জনৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্য্য সহকাৰে কৰ্ম প্ৰতি শ্ৰদ্ধা ৰাখি আগুৱাই আছো ।বহুত ভাল ।
@nibeditabharali531
@nibeditabharali531 Год назад
সুন্দৰ বিশ্লেষণ
@ksmhzrk4274
@ksmhzrk4274 3 месяца назад
ভগৱানক মই খুৱ ভাল পাঁও , সেইকাৰনে প্ৰাৰ্থণা কৰো । ভিডিও টো ভাল লাগিল ।
@khirojsvlog7180
@khirojsvlog7180 Год назад
সুন্দৰ বিশ্লেষণ,সৃষ্টিকৰ্তা ভগৱানক পবিত্ৰ মনেৰে প্ৰতিদিনে প্ৰাৰ্থনা কৰিৱ লাগে ,
@kuluboruah8577
@kuluboruah8577 8 месяцев назад
হে প্রভু তুমি কৃপা কৰিবা ❤🙏🙏🙏
@manashbordoloi3944
@manashbordoloi3944 Год назад
ধন্যবাদ আপোনাৰ কথা বোৰ শুনি বহুত ভাল লাগিল মোৰ ৩ গুণে আছে আৰু এটা কথা মই এনেকুৱা এজন বন্ধু বিচাৰোঁ কটো নেপাও সেই বাবে মই অকলে থাকি ভাল পাওঁ ১/ বেয়া কথা নোকোৱাকৈ থকা ২/ মিছা কথা নোকোৱাকৈ থকা আৰু ৩/ বেয়া বস্তু নোকোৱাকৈ থকা কটো নেপাওঁ কিবা নহয় কিবা এটা গুণ থাকিব সেই বাবে মই অকলে থাকি ভাল পাওঁ
@nibeditabharali531
@nibeditabharali531 Год назад
সুন্দৰ বিশ্লেষণ
@manashbordoloi3944
@manashbordoloi3944 Год назад
@@nibeditabharali531 ধন্যবাদ
@avaranihazarika1730
@avaranihazarika1730 Год назад
ইমান সুন্দৰ কথা কৈছে ৷একেবাৰে সত্য কথা ৷ভগৱানক বিশ্বাস কৰিবলৈ অকনমান স্মৰণ কৰিবলৈ সময়ৰ প্ৰয়োজন নাই ৷কামৰ মাজতেই বিপদ আপদৰ মাজেৰেই আমি ভগৱানক চিন্তা কৰিব পাৰি ৷তেওঁ ৰক্ষা কৰিবই ৷ফলৰ আশাত বস্তু দিয়াসকল ভগৱানৰ প্ৰতি বিশ্বাসেই নাই ৷ অতি সুন্দৰ কথা ৷ভগৱানক আমি বিশ্বাস কৰি অন্তৰত স্হাপিত কৰিব লাগে ""কৃষ্ণ ""নামেৰে তেওঁৰ প্ৰতিচ্ছবি ৷ মই নিজে কোনজন নাজানো কিন্ত ভগৱানক বিশ্বাস কৰোঁ বিপদত পৰিলেও সম্পদত পৰিলেও ৷বিপদত কিন্ত সদায় ৰক্ষা কৰে তেওঁ ৷বিপদ আপদ আহিবই মানুহৰ জীৱনত ৷কিন্ত আমি ভগৱানক বিশ্বাস ৰাখি তেওকেইঁ স্মৰণ কৰিলে তেওঁ উদ্ধাৰ কৰে ৷
@pritiborah2241
@pritiborah2241 Год назад
Bhagwan k bohut biswash koru aru bipodor xomoyat xohai u pau. Dhanyawad Apunar xundor paribekhon e aru olp biswas borhai dile
@kanthamardi4227
@kanthamardi4227 Год назад
Apunar video sai bhout bhall lage apunar logot vogban hodai thakibo joi shiri krishna
@ranjitsarma3474
@ranjitsarma3474 6 месяцев назад
❤️om namah shivay❤️ har har mahadev❤️ jay bhole baba ki jay ❤️jay mata parvati ma ki jay ❤️
@purabidoleypurabidoley8934
@purabidoleypurabidoley8934 9 месяцев назад
Bhogabanor uporot hoday bissakh ase kirishna ❤❤
@nivagogoi2825
@nivagogoi2825 Год назад
Jai shree Krishna bohut bhal lagil dhonybad
@bhaijandoley4483
@bhaijandoley4483 11 месяцев назад
কৃষ্ণ কৃষ্ণ 🙏এ ভগৱান বিশ্বাস কৰো আৰু বিশ্বাস কৰি আগুৱাই জাম ❤️❤️🙏
@junalitaye2151
@junalitaye2151 Год назад
apunr video aji pothom saisu apunr video sai kiba eta mnt hanti paisu vl lgise apunr kthabur huni🙏🙏
@mondirabezborah9457
@mondirabezborah9457 Год назад
Dhanyabad Dada . Bahut bhal lagile ,videotu .
@anjanagogoi4838
@anjanagogoi4838 11 месяцев назад
নিস্বাৰ্থ ভাবে ভগৱানক সেৱা জনাও কৃষ্ণ
@puspadhardowarah1932
@puspadhardowarah1932 Год назад
মই প্ৰথম জন হম বুলিয়েই ভাবিছো।কাৰণ সাধাৰণ মানুহ যেনেতেনে চলি আছো।ধনলৈও হেপাহ নাই ।পৰিশ্ৰমো কৰো।অৰ্হনিশে তেওকে চিন্তা কৰো।কোনো উদেশ্য নাই।কাৰোবাক উপকাৰ কৰিলেও প্ৰতিদান নিবিচিৰো।
@mamonirava6122
@mamonirava6122 Год назад
হৰ হৰ মহাদেৱ ❤🙏
@neanatumung8292
@neanatumung8292 Год назад
আমাৰ কিমান জটিল সময়ছা আহিলে কিন্তু কেতিয়াও ভগৱানক দুক নিদিও কাৰণ ভগৱানৰ ওপৰত সদায় বিশ্বাস আছে আজি আমাৰ সময়ছা আহিছে কালিলৈ ভাল হব ভগৱানৰ ওপৰত ভৰসা আছে.. 🙏🙏🙏🙏
@bishnujyotieborkataki7223
@bishnujyotieborkataki7223 Год назад
সুন্দৰ লাগিল। ভগৱানক সদায় নিস্বাৰ্থভাবে পূজন কৰিব লাগে।
@RupanjaliBorah-sf8sf
@RupanjaliBorah-sf8sf Год назад
2 Namba tu❤namaste 🙏 ♥️ ❤️
@harakantadeka7715
@harakantadeka7715 Год назад
ভগবান, সদায় পাথনা,কৰিব, লাগে, কিন্তু আত্ম,মন,বিবেক,ধৈয, আৰু বিশ্বাস
@Bidbeast
@Bidbeast Год назад
গোটেই বিশ্বজুৰি সকলো জীৱ চৰাই পোক পতংগ গছ লতিকা সকলো মানুহ মংগল থাকক ।তাকেই কামনা কৰিলো।
@chandralahkar2220
@chandralahkar2220 9 месяцев назад
মই ভগবানৰ ওচৰত দাস হিছাপে প্ৰাৰ্থনা কৰোঁ।
@bitulkonwar1099
@bitulkonwar1099 Год назад
ধন্যবাদ দেই চাৰ। কাহিনীটো শুনি অনুভৱ কৰিছো।।🙏🙏🙏
@rumibegum611
@rumibegum611 Год назад
আল্লাই যিখিনি দিছে তাতে সুখী ভাইজান , আপোনাক হে এদিন লগ পাব বহুত ইচ্ছা আছে কত থাকে আপুনি । story টো শুনি বহুত ভাল লাগিল ধন্যবাদ ভাইজান 🙏🙏
@ranjanaborah4504
@ranjanaborah4504 Год назад
ধন্যবাদ বহুত ভাল লাগিল আপোনাৰলৈ বহুত বহুত শুভেচ্ছা থাকিল
@krishnaartcraft5393
@krishnaartcraft5393 Год назад
আপোনাৰ ভিডিঅ'টো চাই বৰ ভাল লাগিছে ।
@boijoyantipegu3458
@boijoyantipegu3458 Год назад
নিস্বাৰ্থ প্ৰাথনা কৰো।মাএ কমৰ শক্তি দিয়া। আৰু প্ৰতি খোজত ভগৱানক সমৰ্পণ কৰো।
@tutumonibora2753
@tutumonibora2753 Год назад
Mai vogabank bohut,bishakh,Karu,mum,Sokalu,somrte,soku,meli,sai❤❤❤
@sanahigogoi381
@sanahigogoi381 Год назад
জয়শ্ৰী কৃষ্ণ আপোনালৈ বহুত ধন্যবাদ
@musicaxom2576
@musicaxom2576 Год назад
Apunar vdo suwar past mantu Shanti ahi Jai.apunak Bahu bahut dhanyabad.aru banab buli akhabadi.❤❤❤
@mainaborah6443
@mainaborah6443 Год назад
Bor Val lagil dada.Mane prane moiou kebl vagabanr sarante aashroi bisari.
@dipasaikia1613
@dipasaikia1613 Год назад
Bhut val lagil video to sai hosa kotha apunar kotha huni bhut hukh paw monto hosai bhut val lage apunar video sai sable mon goi thake hodai apekhat thaku
@amritborthakur9523
@amritborthakur9523 Год назад
Bohut Val Kotha Hunilu Val Lagil Montu
@BobiPhukan
@BobiPhukan Год назад
Bahut dhuniya lagile 👍❤️
@Nirupam-vo5tu
@Nirupam-vo5tu 11 месяцев назад
I always faith God. I like and love Lord Krishna. Jai Shree Hari.
@bubulsarmah1349
@bubulsarmah1349 11 месяцев назад
ময়ো ভগৱানক বশুত বিছশাহ কৰো মোক ভগৱানে মূতুৰ দোৱাৰ দলিৰ পৰা বছাইছে
@simadeka9014
@simadeka9014 Год назад
Hodai jen positive sinta dhara monot loi hodai hothik pothere jen aagbarhi jabo paru jibontut vogobane heihini giyan hubudhi aamak diye jen. Kripa koriba provu
@deepabora2223
@deepabora2223 Год назад
ভগৱানেই মোৰ সকলো🙏🙏🙏
@gunamonichutiagogoi4860
@gunamonichutiagogoi4860 Год назад
I lie thish
@rajusarma-fe6vk
@rajusarma-fe6vk Год назад
Tomar binay. Aamar nai. Gati .
@binitaphukan562
@binitaphukan562 Год назад
মইও ভগৱানৰ ওচৰত কিবা বিচাৰি হে প্ৰাৰ্থনা কৰোঁ
@GitaDeka-qq1tt
@GitaDeka-qq1tt 11 месяцев назад
আপুনি যেন এখন পবিত্র পুথি বৰ্ণনা কৰি গৈছে মোৰ এনেকুৱা অনুভয় হৈছে,
@deepanjaliroy1080
@deepanjaliroy1080 Год назад
जय श्री कृष्ण, जय श्री कृष्ण, जय श्री कृष्ण❤️🙇🌏👑❤️😌 हर हर महादेव, हर हर महादेव, हर हर महादेव ❤️🙇🌏👑❤️😌 ॐ नमः सिवाय ❤️🙇🌏👑🙏😌 ॐ नमः सिवाय ❤️🙇🌏👑🙏😌 ॐ नमः सिवाय ❤️🙇🌏👑🙏😌
@rajadityamdj7
@rajadityamdj7 11 месяцев назад
সৃষ্টিকৰ্তা আৰু স্বৰ্জনকৰ্তা বেলেগ নেকি জনাবছোন🙏
@kunjachoudhury3155
@kunjachoudhury3155 Год назад
Val lageli
@ranjitpauldada8585
@ranjitpauldada8585 11 месяцев назад
দাদা আপোনাৰ Video বোৰ চাই বহুত ভাল লাগে৷ ধন্যবাদ দাদা
@xopunorprithibi3605
@xopunorprithibi3605 Год назад
Val lagil dada
@mukuldevrabha6723
@mukuldevrabha6723 Год назад
Dhanyabad aponar ai mohan banir pora muio kisu kotha xikilu hare Krishna, hare Krishna, Krishna, Krishna, hare, hare! hare rama, hare rama, rama, rama hare rama...
@anjushreedas7406
@anjushreedas7406 Год назад
আজিৰ অৰাজক পৃথিৱীত এনে ধৰণৰ কথা সঁচাই প্ৰশংসনীয় | কথাবোৰ বৰ অৰ্থপূৰ্ণ, বৰ ভাল লাগিল |
@manjulabora8219
@manjulabora8219 Год назад
❤❤❤ ভগৱান ৰ কৃপা লাভ কৰিছোঁ । একেবাৰে সত্য শুদ্ধ ❤❤ নিশ্চয়
@gitanjalitalukdar8514
@gitanjalitalukdar8514 Год назад
Apunar ktha bur xuni bht besi vl lge
@purnimadas7779
@purnimadas7779 Год назад
আপোনাৰ কাহিনি বহুত ভাল লাগিল শুনি ,ভগৱানৰ বাহিৰে কোনো নাই ,কোনো কাৰু নহয়🙏🙏🙏🙏 jai shree krishna🙏🙏🙏🙏💯👈Right👌👌
@Amorjyuti
@Amorjyuti Год назад
🙏 hune bohat vl lagela bohat upokito holu koboloi vakha ni dada
@DoloiramTerang-fc8gt
@DoloiramTerang-fc8gt 10 месяцев назад
Thankful
@animakalita6075
@animakalita6075 11 месяцев назад
Very nice video
@animadas9703
@animadas9703 Год назад
I'man sundar advice......moi bhagabanak bishas kuru thanks.......❤❤❤❤❤
@manikanath8866
@manikanath8866 Год назад
Jai sri krishnA🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@anjalibaishya2287
@anjalibaishya2287 Год назад
আমিও সদায় পুৱা গধূলি ভগৱান ক স্মৰন কৰো
@rupadevi-bb8sv
@rupadevi-bb8sv Год назад
১ ৷ মোৰ প্ৰভু মই বহুত তেওঁক প্ৰেম কৰোঁ
@MinatiBoro
@MinatiBoro Год назад
Jai...Sri...Krishna 💐💐💐💐💐💐
@koilandeka6136
@koilandeka6136 Год назад
Ei duniyat mur bulibloi eku nai, mur nijor bulibloi mathu mur aradhy vogwan hor hor mohadev
@iladas3544
@iladas3544 Год назад
Amar kthabur hunile vogobane je amak kotha koi ase 🙏🙏 bohut bohut bohut dhoinabad apunak ...
@rikugogoi3759
@rikugogoi3759 11 месяцев назад
Sumitra Gogoi Krishna He param Kripalu Bapjan ati sundar Bhagawatar katha koichhe ye suni bar val lagil kathabor Krishna pranam janalo aaponak Krishna ❤
@niutondas9747
@niutondas9747 Год назад
Mojja
@subornaroy9303
@subornaroy9303 Год назад
ভগবানৰ শ্ৰী চৰনত নিজকে অৰ্পণ কৰো ্।কৃষ্ণ
@chandralahkar5175
@chandralahkar5175 Год назад
মই ভগৱানক তাহানিৰ পৰা কোনো স্বাৰ্থনথকাকৈ প্ৰাৰ্থনা কৰিচিলো মাত্ৰ তেওঁ মোৰ সকলো পৰিয়ালৰে মঙ্গল কৰক আৰু লৰাটোৰ বিদ্যাত আগবাঢ়ক ৷ সকলো দিচিল প্ৰভুৱে মোক একো বাকী নাচিল মোক দিবলৈ ৷ কষ্টও কৰিছিলো মই ৷ কিন্ত্ু যোৱা ৫ ডিচেম্বৰৰ দিনা ইমান কষ্ট কৰি ৬ বছৰ বাহিৰত পঢ়ি অহা লৰাটো ৫ টা দিন মোৰ লগত নাথাকিলে ৷ মই এতিয়া কি কৰো ৷ এতিয়া মই প্ৰভুক বিচাৰিচো তাক ঘুৰাই দিয়ক ৷ সেই লিখা পঢ়া নালাগে মাত্ৰ চেহেৰাটো লাগে ৷ পামনে ?
@aungseng5792
@aungseng5792 Год назад
খুব সুন্দৰ ৷আপুনি আজি মনৰ দুৱাৰ খুলি দিলে ৷ভগৱানক সদায় কিবা নহয় কিবা বিচাৰিহে প্ৰাথনা কৰোঁ৷স্বাৰ্থপৰ যে ৷পিছে ভগবানক বিছৰা সকলো বিলাক দিছে মোক ৷প্ৰভু ভূল বোৰ মাফ কৰি দিয়া আৰু ।
@jayamalakar1332
@jayamalakar1332 Год назад
মোক অকল ভগবানৰ শ্ৰীচৰনত শৰন লবলৈ অকনমান শক্তি লাগে আৰু একোৱেই নালাগে
@rupalisaikia4966
@rupalisaikia4966 Год назад
Thanks
@khewaliborah544
@khewaliborah544 Год назад
কৃষ্ণ কৃষ্ণ ❤❤❤
@archanadas9300
@archanadas9300 11 месяцев назад
Really nice and good video .jai shree krishna
@momigogoi7343
@momigogoi7343 Год назад
ভগৱানক বিশ্বাস কৰো
@Reetom.Pradhi
@Reetom.Pradhi Год назад
মই ভগৱানক বহুত বিশ্বাস কৰো ৷ তেওঁৰ অবিহনে আমি একো কামতে সফল হব নোৱাৰো ৷
@jaminikalita4575
@jaminikalita4575 8 месяцев назад
He antarjyami raksha kori asa aye mor prarthana joy narayan prabhu
@joiiaxom4465
@joiiaxom4465 2 месяца назад
সকলো বৰ আছে ভগৱানে দিয়া 🕉️🙏♥️ পিছে ako krba a pra ni sun 🥲
@rumikonwar4261
@rumikonwar4261 Год назад
❤vl lagil
@jasmabegum1188
@jasmabegum1188 Год назад
Bohut Val lagise video tu sai 👍👍👍👍
@JayshreeKalita-cl3je
@JayshreeKalita-cl3je Год назад
সচাকে বহুত ভাল কথা জানিব পাৰোঁ আপোনাৰ ভিদিও বুৰ চাই। বহুত ভাল লাগিল দেই আৰু আগলৈ এনেকুৱা পৰামৰ্শ পাই থাকিম বুলি আশা ৰাখিলোঁ ।
@binagohain9329
@binagohain9329 Год назад
Bht vl lagil dhonyabad jonalu
@protimasarkarsarkar1295
@protimasarkarsarkar1295 Год назад
Val lagise aponar dia speech.God always bless u
@mitalibaishya7552
@mitalibaishya7552 Год назад
Apunar kotha xuni bohut val lage apunar kotha xuni kiba nohoi kiba ata janibo paru vogoban a Mur xokolu 🙏🙏
@rajeshdewri3555
@rajeshdewri3555 Год назад
Hundor
@Laughing.channel05
@Laughing.channel05 Год назад
Val lagil dei ....
@promodborah3768
@promodborah3768 Год назад
আপোনাৰ কথাবোৰ হোনিভাললাগিল এই দৰে পেৰনা দিযক মই ঈচৰক সদায বিছাশকৰু কথাকেতা কুযাবাবে ধন্যবাদ
@saraswatibhokta6002
@saraswatibhokta6002 Год назад
Bhut val lagil dada huni aneka video bur pothiyai thakibo
@kalicharandas6276
@kalicharandas6276 Год назад
Xosa kotha... krishna 🙏
@bhaskarmohan4040
@bhaskarmohan4040 Год назад
jai shree krishna radhee radhee jai ho provo
@bornalibarua9089
@bornalibarua9089 Год назад
Apunak bohut bohut dhoinybad jonaisu sir,
@BiswajitNeog
@BiswajitNeog Год назад
Bhagavanar ati priya jon hol , jiyei nijar paribarak loi kamat busy thake aru ketiaow dukh nidie , . The Almighty God bless him .
@renusaikia4547
@renusaikia4547 Год назад
সকলো ভগৱানৰ ওচৰত অৰ্পণ কৰো।
Далее
Timings hated him #standoff #timing #meme
00:14
Просмотров 489 тыс.
Cristiano Ronaldo Surpassed Me! #shorts
00:17
Просмотров 11 млн
How to get Spongebob El Primo FOR FREE!
01:36
Просмотров 13 млн