বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাছতে ভাৰতৰ চকু এতিয়া চিকেন নেক শিলিগুৰি কৰিড’ৰত৷ এক বৃহৎ প্ৰত্যাহ্বানৰ প্ৰতি সাজু আৰ্মী, নেভী, এয়াৰফ’ৰ্চ৷ লক্ষ্ণৌত অনুষ্ঠিত প্ৰথমখন জইণ্ট কমাণ্ডাৰ কনফাৰেন্সৰ পাছতেই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ কঠোৰ নিৰ্দেশনা৷
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
22 сен 2024